Sonapur Kosutoli Eviction LIVE | সোণাপুৰৰ কচুতলীত এইবাৰ ম্যাদী ভূমিত চলিব উচ্ছেদ | N18L

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • Sonapur Kosutoli Eviction LIVE | সোণাপুৰৰ কচুতলীত এইবাৰ ম্যাদী ভূমিত চলিব উচ্ছেদ | N18L
    #live #eviction #news18assamoriginals
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 253

  • @JintuSaikia-f8j
    @JintuSaikia-f8j 5 днів тому +51

    অধিক কঠোৰ হব লাগিব চৰকাৰ, আহি থকা আমাৰ নতুন প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে

  • @m.machari5853
    @m.machari5853 5 днів тому +74

    চৰকাৰে খুব ভাল পদক্ষেপ লৈছে ।

    • @KhanAh-kx6fy
      @KhanAh-kx6fy 4 дні тому

      This is a reflection of enmity against mia

  • @bababorah9085
    @bababorah9085 5 днів тому +87

    গোটেই অসমতে হ'ব লাগে। মামাইহে অসম সুৰক্ষিত কৰিব পাৰিব।

  • @munindraray180
    @munindraray180 5 днів тому +56

    25 -30 বছৰ ধৰি কোনে চৰকাৰ চলাইছিল। ইমান ডাঙৰ ষ্টেপ লোৱা বাবে মুখ্যমন্ত্ৰী মহোদয় সঁচাকৈ অসম বাসীৰ ওচৰত চিৰ কৃতগ্য হৈ ৰব।

  • @pankajboro1197
    @pankajboro1197 5 днів тому +52

    Mojja Bodoland ot hobo lage

    • @Nemki_Gunda
      @Nemki_Gunda 5 днів тому +1

      Yes

    • @KaranRay-vb3tt
      @KaranRay-vb3tt 5 днів тому

      Bodoland politician sob Vote Bank 🏦 Sai thake.
      50 bosor pisot Gom pabo, BTR hator pora ulai jabo.

    • @indrajitboro6250
      @indrajitboro6250 5 днів тому +2

      Right...

    • @thecreep1712
      @thecreep1712 5 днів тому +4

      Bodoland r pora o xeda bro লগ hoi.. nhle sb khai goi ase বাংলাদেশৰ miya bilk a.. Bodoland beauty nhua kori dibo nhole ihte.. action lua sb mili.

    • @RAZKAMAL1
      @RAZKAMAL1 4 дні тому

      Bodoland goisilu sob Bangladeshi gao bonai lole how ???

  • @pinkupatar4298
    @pinkupatar4298 5 днів тому +42

    মামাই অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী যি জনে জাতি মাতি ভেটি সুৰক্ষা কৰিব পাৰিব ।

  • @bot.R55
    @bot.R55 5 днів тому +23

    কচুতলীত উচ্ছেদ কৰোতে কলে বৰপেটাত আমাৰ ঘৰ আছে । বৰপেটাত উচ্ছেদ কৰিলে কব আমাৰ ধুবুৰীত ঘৰ আছে । ধুবুৰীত উচ্ছেদ কৰিলে কব আমাৰ বাংলাদেশত মাটি আছে ।

    • @joydeka6029
      @joydeka6029 5 днів тому +2

      একেবাৰে সঁচা।

  • @dhirajrabha1491
    @dhirajrabha1491 5 днів тому +23

    চালাকি কৰি মাটি লৈ পাট্টা কৰি লোৱা বোৰক উচ্ছেদ কৰিব লাগে

    • @sambapukan
      @sambapukan День тому

      Mati bika xokolok garu piton dibo lage..

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 5 днів тому +18

    কাজিৰঙা অভয়াৰণ্যৰ বিভিন্ন স্থানত থকা সন্দেহযুক্ত নাগৰিকৰ গাওঁ সমূহত কেতিয়া উচ্ছেদ চলাব ?
    আমি যোৱা ৫০ বছৰ এই অভয়াৰণ্যৰ মাজেৰে বছৰত ৪/৫ কৈ অহা যোৱা কৰিছোঁ, কিন্তু ২০০০ চনৰ আগলৈ কাজিৰঙাৰ মাজৰ পথছোৱাৰ দুয়োকাকাষে আজিৰ দৰে সেই জুপুৰি ঘৰৰ গাওঁ সমূহ নাছিল । কৰ পৰা, কিয়, কেনেকৈ, কোনে এই গাওঁ সহূহ তাত স্থাপন কৰিলে ?
    ভেঁকোভাওনা বাদ দি অভয়াৰণ্য খনক অবৈধ দখলৰ পৰা মুক্ত কৰক ।

  • @pranjaldas4049
    @pranjaldas4049 5 днів тому +32

    All Assam ot hobo lage

  • @dhirajrabha1491
    @dhirajrabha1491 5 днів тому +14

    অসমত চাফাই অভিযান অব্যাহত থাকক

  • @jayantabora3953
    @jayantabora3953 5 днів тому +16

    Plz all district of Assam be careful 🙏

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y 5 днів тому +18

    সুন্দৰ কৰিবলৈ আৰম্ভ কৰা উচিত

  • @achyotdewri3770
    @achyotdewri3770 5 днів тому +14

    মজা !!! যাবই লাগিব। যৰ মানুহ তালৈ যাবই যোৱাই মঙ্গল !!

    • @JulAlom
      @JulAlom 5 днів тому

      Assam mor pora jabo na

    • @SwayambikaBora
      @SwayambikaBora 5 днів тому

      ​@@JulAlombrahmaputrat doliyabo lage neki 😁

  • @basisthaacharya6590
    @basisthaacharya6590 5 днів тому +12

    এই লোক সকলৰ নিজা পুৰণি ঘৰ মাটি আছে। এচাম দালালে এই মাটি বিক্ৰী কৰিছিল। চৰকাৰে আইন মতে কাম কৰিছে। ধন্যবাদ জনাইছো।

  • @jayantasonowalsonowal98
    @jayantasonowalsonowal98 5 днів тому +16

    আমিতো একো নাজানে কিন্তু ফৰেষ্ট বা চৰকাৰী মাটিৰ পালে বহিব জানে।

  • @pranjaldas4049
    @pranjaldas4049 5 днів тому +14

    Very good news

  • @leenadeka3532
    @leenadeka3532 5 днів тому +18

    Barpetatu hobo lage

    • @nitindas3998
      @nitindas3998 5 днів тому

      Hobo 27 nohole a 29th September t

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 5 днів тому +12

    Good CM Sir🙏🙏🙏

  • @girinbora7820
    @girinbora7820 5 днів тому +7

    মুঠতে এই পদক্ষেপ গোটেই অসমতে কৰিব লাগে

  • @joyaboro8446
    @joyaboro8446 5 днів тому +17

    B.T.A.D. ot action hobo lage .

  • @girinbora7820
    @girinbora7820 5 днів тому +9

    আমাৰ আগৰ কিছুমান কুকুৰ পোৱালি বিষয়াৰ বাবেই আজি আমাৰ এই অৱস্থা হৈছে গতিকে আগৰ বিষযববীয়াসকলক জেলত ভৰাই থব লাগে।

    • @nealkamal259
      @nealkamal259 5 днів тому

      সচা কথা প্ৰথমে সেই সকলক...চাকৰিৰ পৰা নিলম্বিত হোৱাটো বাঞ্চনীয়

  • @tapanjitdeka800
    @tapanjitdeka800 5 днів тому +6

    Circle office ত কোনে মাটি ম্যাদী কৰি দিলে, কোনে চহী কৰিলে, এইবিলাক enquary কৰি শাস্তি দিব লাগে কিয় tribal belt ত বহুৱাইছিল

  • @northeast7617
    @northeast7617 5 днів тому +9

    Jalukbari flyover Or tolot bill par side or fale bohut Bangladeshi ting ghor bonai bohi hoise.. Media goi tat dekhabo lage Bangladeshi ghor burok.. Immediately eviction koribo lage jalukbari flyover tolot..

    • @ImranHussain-yf8un
      @ImranHussain-yf8un 5 днів тому

      Bt heibur hindu Bangladeshi so hihtk eku nokore

    • @derhacharnarzary4555
      @derhacharnarzary4555 5 днів тому

      Baksa digaldongat bharat bhutan nutun nutun mia humai se tate sob Bangladeshis

  • @yametaye94
    @yametaye94 5 днів тому +7

    Mising area Lakhimpur district tu hobo lage

  • @iborah2923
    @iborah2923 5 днів тому +10

    Joy Shree Ram ❤🙏

  • @Xxx-e7combo
    @Xxx-e7combo 5 днів тому +6

    Moja MAMA❤❤❤❤

  • @axomoracademy
    @axomoracademy 5 днів тому +3

    বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰ কাষতো এনেকৈ উচ্ছেদ চলাব লাগে যত এটা ৰাতিৰ ভিতৰতে এখন গাওঁ সাজিছে।

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb 5 днів тому +6

    Kla ehote saror pora a arombhoni kore😮😮😮

  • @SashidharDoley-dx2ed
    @SashidharDoley-dx2ed 5 днів тому +4

    CM sir zindabad

  • @BikramRockstar-e5y
    @BikramRockstar-e5y 5 днів тому +2

    Cm sir love u

  • @IrishKoch
    @IrishKoch 5 днів тому +9

    Sob Bangladeshi hoi kla

  • @rajendrachoudhary5471
    @rajendrachoudhary5471 3 дні тому +2

    চক্ৰ বিষয়াৰ কাৰ্য্যালয় ও তদন্তৰ আওতালৈ আনিব লাগে৷

  • @Jyotiprasad958
    @Jyotiprasad958 4 дні тому +1

    অসমীয়া মুছলমান লোক সকলোৱেও তেতিয়া শান্তিত কটাব পাৰিব।

  • @rajendrachoudhary5471
    @rajendrachoudhary5471 3 дні тому +1

    গোটেই অসমতে এনেধৰনৰ ব্যবস্থা কৰিব লাগিব৷নেকচাচ পৰ্দা ফাচ হবই লাগিব৷

  • @boomcomics8745
    @boomcomics8745 5 днів тому +3

    Right. Circle office or durniti

  • @user-zz4sn2ct6c
    @user-zz4sn2ct6c 5 днів тому +1

    Barpeta ketia hobo

  • @lalitabodomazumdar7827
    @lalitabodomazumdar7827 5 днів тому +2

    চুৰ ডকাইতি কমিবএতিয়া হে বহুত ভাল হৈছে

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 5 днів тому +2

    HBS নিচিনা CM He anekuwa kam koribo pare

  • @RobinGuwala-z9t
    @RobinGuwala-z9t 5 днів тому +3

    All Bangladeshi

  • @khoni267
    @khoni267 5 днів тому +4

    Bangladeshi bore axomot xumai,sorot jai tar passot lahe lahe all assamot biopi jai!😢

  • @Bidbeast
    @Bidbeast 5 днів тому +2

    চৰকাৰ খন মাটি বাঢ়ি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে।ৰাজ নীতি কৰক ইমান বেয়া ভাল লগা নাই।সাপ হৈ খুটা বেজ হৈ জাৰি আছে।দলাল বোৰক ধনী কৰি অট্টালিকা সাজি দিছে আৰু সংৰক্ষণ কৰিছে ।যাতে হাতৰ পুতলা কৰি নসুৱাই থাকিব পাৰে।সেই দালাল সকলৰ কথা মতে নীৰিহ জৰ্জৰিত খাটি খোৱা দুখীয়া কৃষি জীবি গৰু গাই পালন কৰি জীৱন নিৰ্বাহ কৰা লোক সকলক নানা তৰহৰ জীয়াতু ভগাই আছে।যি খিনি লোক সঁচা অৰ্থত ৰাজনীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সঁচা অৰ্থত সমাজৰ কাম কৰি আছে তেওঁলোকে কিন্তু বহু কষ্টত পৰিয়াল চলাই আছে।আনকি তেওঁৰ ঘৰত কোনো উন্নতি দেখা নাই।তেওঁলোকৰ পৰিয়াল আছে ।লৰা ছোৱালী আছে পঢ়া শুনা কৰাৰ বাবে টকা পইছাৰ দৰকাৰ।সকল লোক মৰক মোৰ জোলঙা ভৰক হলে নহব ।অলপ সাৱধান হৈ নিস্বাৰ্থ প্ৰয়াস কৰক নহলে এটা হুমুনিয়া যথেষ্ঠ। ক্ষমা প্ৰাৰ্থনা বিচাৰি।ধন্যবাদ।

  • @kangkandeka7650
    @kangkandeka7650 5 днів тому +2

    Sobote hbo lage

  • @Jyotiprasad958
    @Jyotiprasad958 4 дні тому +1

    সমগ্ৰ অসম খালি কৰি দিব লাগে 👍

  • @NabajitDas-d1e
    @NabajitDas-d1e 3 дні тому +1

    Only MAMA Zindabat❤❤❤❤❤

  • @ranjitpanging
    @ranjitpanging 5 днів тому +4

    Jonai ot koribo lage

  • @PranayNathlaskar-xn3kd
    @PranayNathlaskar-xn3kd 5 днів тому +1

    Good step by govt.

  • @RijuVg
    @RijuVg 5 днів тому +2

    C. M. Sir. Jindabad

  • @DipjyotiDas-sz6gt
    @DipjyotiDas-sz6gt 4 дні тому +1

    Bhut val khobor. Good job CM sir 👏

  • @assameboy9997
    @assameboy9997 5 днів тому +2

    One ane only cm power

  • @Mimbrangboro4589
    @Mimbrangboro4589 5 днів тому +1

    We want HBS as our CM for 30/35 years more and more.

  • @dhananjoymondal8711
    @dhananjoymondal8711 5 днів тому +1

    Very good news ❤❤❤

  • @SalimatDdinDdin
    @SalimatDdinDdin 5 днів тому +2

    কচুতলিৰ পৰা অলপ দুৰত্বত বঙালী মানুহ বহুতো আছে তেওঁ লোকক উছেদ কৰিবনে নাই এতিয়া বুজিম যে সঁচাকৈয়ে এইখন চৰকাৰে মিয়াক তাৰ গেট নাই কৰা বা কৰিছে আইন সকলোৱে সমান

    • @Jyotiprasad958
      @Jyotiprasad958 4 дні тому

      আৰে ভাই মিয়াককে তাৰ্গেত কৰিছে আৰু কৰিব লাগিবই এইয়া সময়ৰ আহ্বান। যদি তই অসমীয়া মুছলমান তেতিয়া হলে তই ইয়াত সহযোগ কৰিব লাগে।

  • @ManojDas-bf9li
    @ManojDas-bf9li 5 днів тому +1

    Mama. Is. Best ❤

  • @dwipendrabasumatary9164
    @dwipendrabasumatary9164 5 днів тому +1

    Goalpara hobolage

  • @Moniभाई123
    @Moniभाई123 4 дні тому +1

    মাটি বিক্ৰী কৰা দালাল কেইটাক ধৰিব লাগে প্ৰথমে। ট্ৰাইবেল বেল্টৰ মাটি নন ট্ৰাইবেলে কিনিব পাৰিলে কেনেকৈ।

  • @Jyotiprasad958
    @Jyotiprasad958 4 дні тому +1

    সুন্দৰ সিদ্ধান্ত ❤

  • @UtpalRabha-d2b
    @UtpalRabha-d2b 5 днів тому +1

    ভাল পদক্ষেপ,

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 5 днів тому +1

    এইবোৰ সব বাংলাদেশী , সকলোকে গুলী কৰি শেষ কৰি দিব লাগে ৷

  • @dwipendrabasumatary9164
    @dwipendrabasumatary9164 5 днів тому +1

    Sob district utsed hobolage

  • @subhashpegu2779
    @subhashpegu2779 5 днів тому +1

    Good step

  • @lakshyadhardas2665
    @lakshyadhardas2665 5 днів тому +2

    Cm jindabad

  • @hirakkalita2588
    @hirakkalita2588 5 днів тому +1

    Barpeta, kalitakuchi,hajo road hobo lage bhut Mia gedai dokhol Kori ase

  • @BH19555
    @BH19555 5 днів тому

    Government should also implement Bengal Eastern Frontier Regulations Act 1873. Which don't allow outsiders to acquire land in the protected areas.

  • @hazratali4698
    @hazratali4698 17 годин тому

    মন্তব্য সমূহৰ পৰা মানুহৰ আচল পৰিচয় পোৱা গৈছে।

  • @dhrubadas2027
    @dhrubadas2027 2 дні тому +1

    Mama mojja gote Akhomote hob lage😊

  • @KaranRay-vb3tt
    @KaranRay-vb3tt 5 днів тому +4

    Barpeta Khas Mati khali koribo Lage 🔥

  • @AbhijitDas-b1v
    @AbhijitDas-b1v 5 днів тому +1

    Good 👍

  • @Omakhoro
    @Omakhoro 5 днів тому +1

    Tribal belts and block areat kenekoi miya ei mati kinibo parile todonto hobo lagei...

  • @dashil1111
    @dashil1111 17 годин тому

    Good disition sir.... good job 👍

  • @quithmarak8324
    @quithmarak8324 4 дні тому +1

    Mama zindabad

  • @girinbrahma346
    @girinbrahma346 День тому

    Salute Hemanta Sir.. Aru Valkoi sabo lage.. Chariduar, Lokra Ansol tuo sabo lage

  • @kripanshu-r4q
    @kripanshu-r4q 5 днів тому +1

    Dalal কিছুমানৰ কাৰণে এই অৱস্থা।।।

  • @MamataThaledder
    @MamataThaledder 5 днів тому +1

    Circle officer aru lad mondal bilakor hat ase.

  • @gunindrabarman8527
    @gunindrabarman8527 2 дні тому

    চা ইহতক, অসমীয়াৰ মাটি কিনি লৈছিল বাংলাদেশৰ পৰা পইছা আনি, চাগে তাৰে মাতি বাৰী বেছি পইচা আনি ইয়াত অসমীয়াৰ মাটি লৈছিল। সিহঁতে কি জানে কি মাটিৰ কি নিয়ম, ভাৰতীয় হলেহে জানিলে হয় কি মাটিৰ কি নিয়ম। আৰু চাহৰ দামত মাটি পাই নেকি, সিহঁতে কি দামত মাটি কিনিছে......

  • @HemantaGogoi-q1r
    @HemantaGogoi-q1r 4 дні тому +1

    Go back go back

  • @jaiklangdaimary78
    @jaiklangdaimary78 2 дні тому

    It's the right time to evict them...if it's late Assam will be next West Bengal or Tripura...

  • @HazaratAliahmed-lm1kk
    @HazaratAliahmed-lm1kk День тому

    Mr anchor , tribal belt ত tribal ৰ বাহিৰে অন্য non tribal সকলকো নোটিচ জাৰি কৰা হৈছে নে কেৱল বিশেষ এক শ্ৰেণীৰ মানুহক হে নোটিচ জাৰি কৰা হৈছে । কথা খিনি স্পষ্ট বাতৰিত প্ৰকাশ কৰিলে সাধাৰণ ৰাইজৰ জনাত সুবিধা হয়।

  • @rajibgogoi-nh8td
    @rajibgogoi-nh8td 5 днів тому +1

    মামাই ভাল কামে কৰিছে কিন্তু মামিয়ে বাগান নুখোলিলে হ'ল আৰু

  • @BirsingNarzary-h1i
    @BirsingNarzary-h1i День тому

    মিয়াদী পট্টা কোনে দিলে তেহেঁতক কংগ্ৰেছে? নহয়নে? আমি নামানো কংগ্ৰেছ দল এটা জাতিদ্ৰোহী দল।

  • @boomcomics8745
    @boomcomics8745 5 днів тому +1

    Aibilak Bangladeshi mia.asomia bhasai kobo nuare.

  • @Allahhu_27
    @Allahhu_27 5 днів тому +1

    ইহঁতৰ bike কেইখন ও kahdhri লব লাগে😂

  • @MRBIKASHSTORE
    @MRBIKASHSTORE 23 години тому +1

    Nagaon Mori gaon koribo lage

  • @JuntiSaikia-lk8jb
    @JuntiSaikia-lk8jb 5 днів тому +1

    Mja

  • @royalkings6513
    @royalkings6513 5 днів тому +1

    Axomiya a besise😂

  • @BikshKutum
    @BikshKutum 5 днів тому

    Good cm jind bat❤❤❤

  • @amarbrohmo4048
    @amarbrohmo4048 5 днів тому

    TRIBAL BELL AND BLOCK MATIK DALAL KORA MANU BILAK AREST KORI VHORIT GULIYABO LAGE..MAMA...MAMA ZINDABAD JOY AIE AXOM...

  • @Wkiv505
    @Wkiv505 День тому

    চক্ৰান্ত চলাই আছে চৰকাৰে ।

  • @romen55555
    @romen55555 5 днів тому +3

    Mama jindabad

  • @KhonaisriBoro
    @KhonaisriBoro 3 дні тому +1

    Bjp good

  • @nikenboro
    @nikenboro День тому

    Good assam 👍👍

  • @किरण2021
    @किरण2021 3 дні тому

    😂😂😂 গুৱাহাটী মহানগৰীৰ আশেপাশে থকা ট্ৰাইবেল বেল্ট উঠাই দি বিহাৰী মাৰোৱাৰী উত্তৰ ভাৰতৰ বেপাৰী বোৰক ভূমি ক্ৰয় কৰিবলৈ সুবিধা কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই কৰিছিল..
    তেতিয়া দেখোন কোনেও মাত মতা নাছিল..
    এতিয়া গুৱাহাটিৰ আশেপাশে থকা ভূমিপুত্ৰ বোৰৰ মাটি বিহাৰী মাৰোৱাৰী উত্তৰ ভাৰতৰ বেপাৰী বোৰৰ হাতত... মাটি বোৰ টকা দি ৰেজিষ্টাৰ কৰি লৈ কৌটি কৌটি টকাৰ ঋণ লৈছে...
    খাৰ খোৱা অসমীয়া বোৰে মুখ মেলি চাই আছে মাথো...
    গুৱাহাটী মহানগৰী এতিয়া অনা অসমীয়াৰ হাতত

  • @derhacharnarzary4555
    @derhacharnarzary4555 5 днів тому +1

    Bangladeshi go back..joi aie axom

  • @gunakantabaruah6243
    @gunakantabaruah6243 5 днів тому

    এই বেমাৰৰ গুৰি অলপ খান্দি বৰ দৰকাৰ।জানি বা নাজানি Tribal Belt আদি ঠাইত মাটি কিনা মাৰাত্মক ভুল। সকলো খুচৰি উলিয়াই দুখীয়া লোকৰ টকা খৰচ ও ক্ষতি পুনৰ আদায় দিয়া লিডাৰ সকলৰ কাম। আন্দোলন কৰি এচাম সহজ সৰলক নিয়াইপদান প্ৰথম কাম।উচতাই বা উচতনি দি নিজে নিৰাপদ অৱস্থান কৰা সকলো লোকেই দেখিবলৈ পালে। আমি বিজেপিৰ কাম যদি বেয়া বুলি কব যাওঁতে নিজৰ কি ভুলৰ বাবে ভাই-ভনীৰ এই দুৰ্দশা হ'ল ই এক পৰিতাপৰ ও ভয়ংকৰ বিশ্বাসঘাটকতা বুলি জাতীয় চৰিত্ৰত কলঙক সানিব।

  • @Pranabkumai-k2v
    @Pranabkumai-k2v 4 дні тому

    Mama jindabad ......BJP jindabad....joi ..aai..asom......

  • @pramodBora-i8r
    @pramodBora-i8r 5 днів тому

    Strict action should maintain against illegial
    habitation not only in Sonapurbur other district also.

  • @gulzarhussain3461
    @gulzarhussain3461 3 дні тому

    Case file kor highcourt ot

  • @MonaPaul-k3l
    @MonaPaul-k3l 3 дні тому

    Suprime court karok....

  • @Gauranga-l1w
    @Gauranga-l1w День тому

    Jai. Sri. Ramhamanta

  • @babulkalita5845
    @babulkalita5845 5 днів тому

    মুখ্যমন্ত্ৰী ডাঙৰীয়া,বকো সমষ্টিৰ অন্তৰ্গত নগৰ বেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এটা সময়ত চৰকাৰী মাটি কিছু অসমীয়া, অসমীয়া মুছলমান ক গৰাখহনীয়া দেখাই তেতিয়াৰ বকোৰ বিধায়ক গোপীনাথ দাসে সেই মানুহখিনিক আবনতন দিছিল। কিন্তু এতিয়া সেই মাটি বোৰত এটা বিষেশসমপৰ দায়ৰ মানুহে ঘৰ বনাই বসবাস কৰি আহিছে।আবনতন পোৱা মানুহখিনিয়ে মাটি বোৰ বিক্ৰী কৰি দিছে
    দয়া কৰি অলপ তদন্ত কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। এতিয়া সেই ৰাস্তাৰে অকলশৰীয়া কৈ মাইকী ছোৱালী আহিব নোৱাৰাঅবসচথা হৈছে।