#Bhagwat_Path

Поділитися
Вставка
  • Опубліковано 13 січ 2025
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। 15/07/2021

КОМЕНТАРІ • 304

  • @bontiborah5014
    @bontiborah5014 3 роки тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু পুৱাৰ ভক্তিপূৰ্ন সশ্ৰদ্ধ সেৱা আগবঢ়ালো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @anumilimorang6038
    @anumilimorang6038 3 роки тому +6

    কৃষ্ণ প্ৰভু ঈশ্বৰ বাপ সেৱাভাগ নিবেদিলো।পাঠভাগি অতি আনন্দিত মনে শ্ৰৱণ কৰিলো।কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @ranjanarabha6619
    @ranjanarabha6619 3 роки тому +4

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ 👏👏কৃষ্ণ কৃষ্ণ।

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 роки тому +3

    কৃষ্ণ প্ৰভূ আপোনাৰ শ্ৰী মূখে ধাৰাবাহিক ভাগৱত ব্যাখা শ্ৰৱণ কৰি বহু আনন্দিত অনুভৱ কৰিছো।কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় জয় ৰাম ।

  • @golapidas565
    @golapidas565 3 роки тому +1

    Sewa jonelo Prabhu 🙏🙏🙏🙏

  • @nareswarbarman6763
    @nareswarbarman6763 3 роки тому +2

    KRISHNA ram ram ram.........bap...

  • @padmeswarsaikia9385
    @padmeswarsaikia9385 3 роки тому

    কৃষ্ণ, ভকতৰ সঙ্গ সদা নুগুচুক মুখে তোৰা গুণ নাম। শ্ৰদ্ধাৰ বাপ বান্ধৱ প্ৰনাম। আপোনাৰ শ্ৰীমুখে ভাগৱতৰ মাধ্যমেৰে কৃষ্ণ কথা শুনি আমি সপৰীয়ালে পৰম কৃতাৰ্থ হৈছো।আশীৰ্বাদ কৰিব প্ৰভু সদা যেন ভকত সৰ্জনৰ সঙ্গত থাকি কৃষ্ণ কথা শ্ৰৱন আৰু কীৰ্তন কৰি থাকিব পাৰো। আপোনাৰ কুশল কামনা কৰিলো আপোনাৰ মঙ্গলেই আমাৰ মঙ্গল প্ৰভু। কৃষ্ণ কৃষ্ণ।

  • @nabajyotidas6117
    @nabajyotidas6117 2 роки тому +2

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @junumech653
    @junumech653 3 роки тому +6

    কৃষ্ণ প্ৰভূ বাপ 🙏🙏ঈশ্বৰ আপোনাৰ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ কৃষ্ণ মই অধম অমিত পান কৰিছে প্ৰভূ কৃষ্ণ 🙏🙏🙏🙏অতি সুন্দৰ ভাগবত পাঠ প্ৰভূ ভাল লাগিছে কৃষ্ণ সেৱা জনাইছো কৃষ্ণ কৃষ্ণ

  • @lombitmoran4759
    @lombitmoran4759 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ আপুনি কৈ যোৱা এই অমৃতময় ভাগৱতৰ কথা বোৰ শুনি গলে সন্মুখত যেন তাৰে ছবি বিলাক ওলাই গৈ আছে আৰু খুব আনন্দ মনেৰ তাক চাইছোঁ আৰু প্ৰভুৰ গুণ নাম শুনি গৈ আছোঁ সচাই বহুত সৌভাগ্যবান আমি আপোনাৰ শ্ৰীমুখে ভাগৱত কথা শুনিবলৈ পাই 🙏🙏🙏🙏🙏

  • @khagenmahanta131
    @khagenmahanta131 3 роки тому +5

    কৃষ্ণ কৃষ্ণ ভাবনামৃত🙏

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 3 роки тому +2

    Ram krishna hai kripalu gurudev apunar soronot hewa jonalu prabhu... 🙏🙏🙏🙏

  • @priyadoleypegu597
    @priyadoleypegu597 3 роки тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ প্রণিপাত জনালো❤🌺🌺🌺🌺🌺🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ।

  • @dipamonibora9156
    @dipamonibora9156 3 роки тому +2

    Dhoinya dhoinya prabhu jona. Pranipat jonaisu.

  • @gangadevi4089
    @gangadevi4089 3 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ।

  • @aimonidas8173
    @aimonidas8173 3 роки тому

    হে কৃৃষ্ণ আপুনি জনাৰদন | আপুনালৈ শত কোটি প্রনাম জনালো | 🙏🙏🙏
    আপুনাৰ দাৰাই ভাগৱত পাঠ শুনাৰ আমাৰ সৌভাগ মিলিলে গতিকে আপুনালৈ শতকৌটি প্রনাম ভকতি থাকিল | হে প্রভু কৃৃষ্ণ |🙏🙏🙏

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 3 роки тому

    বহুত ভাল লাগিল আপোনাৰ ভাগৱত ভাঙনি বহুত সুন্দৰ আপোনা সবাৰো শ্রীচৰনত 🙏কোটি কোটি 🙏ভক্তি ভৰা সেৱা অৰ্পন কৰিলো কৃপায়ে গ্রহন কৰিব জয় জগত গুৰু শ্ৰীমন্তশংকৰদেৱ কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ বাপ প্রভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 3 роки тому

    Krishna prabhu sewa janaisu Krishna🙏🙏🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 3 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @assmesvideo6000
    @assmesvideo6000 3 роки тому

    প্ৰভূ বাপ গুৰু কৃপাময় ভগৱন্তই আপোনাক আৰু ধৰ্মপ্ৰাণ সৎজনসকলক বহুত বেছি দীৰ্ঘ আয়ুষ দিয়ক মোৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো ভাগৱতৰ অমৃত দিয়া ৰ হেতুকে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @MukutBharali
    @MukutBharali 3 роки тому +3

    কৃষ্ণ
    অতি সুন্দৰ প্ৰভুজনা ৷ আমি পাতেকীয়ে অমৃত পাইছো ৷ সেৱা নিবেদন কৰিলোঁ ৷ গোবিন্দৰ কৃপা ৷ কৃষ্ণ

  • @bhabanidas6326
    @bhabanidas6326 3 роки тому +1

    কৃষ্ণ প্ৰভূ সেৱা ভাগ জোনালো

  • @rekhadas5058
    @rekhadas5058 3 роки тому +1

    কৃষ্ণ কৃষ্ণ গুৰুজনা আপোনাৰ চৰণলৈ শত কৌটি প্ৰনাম নিবেদিলো

  • @deepanajlidas4523
    @deepanajlidas4523 3 роки тому +1

    Bap aponar xoronot xeuwa jonalo 🙏 🙏🙏

  • @probhawati8478
    @probhawati8478 3 роки тому

    কৃষ্ণ জয় গুৰু শঙ্কৰ। জয় জগজীৱ মোৰে প্ৰাণ মোৰ প্ৰাণধন বান্ধৱ মুৰাৰী।শ্ৰৱণ আনন্দে শুনিছো গোৱিন্দ তুমি দিন দুখ :হাৰি।।মাধৱ পুৰুষৰ এনে প্ৰৱিত্ৰ বাণী শিৰুগত কৰি আমিয়ো বহুআশাৰে বাট চাই ৰওঁ আপুনি বিলাই যোৱা ভগৱত মধু পাণ কৰিবলে প্ৰভূ অভাগীৰ সেৱা গ্ৰহণ কৰিব।আগতেও কৈছু আমি মৌ পিয়া চৰাই মাথো।সাধু বা মহন্ত একো নহওঁ।কৃষ্ণ

  • @parineetapari2645
    @parineetapari2645 2 роки тому +1

    কৃষ্ণ,,প্ৰণাম প্ৰভু ঈশ্বৰ 🙏🙏🙏🙏🙏

  • @khirodagogoi625
    @khirodagogoi625 3 роки тому

    কৃষ্ণ কৃপালো প্ৰভূ ঈশ্বৰ । ঘৰৰ
    বাপ জনাৰ গা ভাল নথকা ত
    শুনিব পৰা নাছিলোঁ । এই মাত্ৰহে শুনিছোঁ । আপোনালৈ
    ভক্তি ভৰা সেৱা জনাই ছো ।
    আশীৰ্বাদ কৰিব যাতে বাপজনা
    আৰোগ্য পথলৈ আহে ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ ।।

  • @rinahaloi2198
    @rinahaloi2198 3 роки тому

    পাঠ শুনি হৃদয়ংগম হৈছো।আৰু গোপ গোপীসকলৰ মন ভুলাইছে।কৃষ্ণ। সেৱা।

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 3 роки тому +8

    বাপ ঈশ্বৰ শতকৌটি প্ৰনাম। কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ।

  • @pankajboruah3673
    @pankajboruah3673 3 роки тому +3

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱা জনালো কৃষ্ণ কৃষ্ণ🙏

  • @jinukakati1589
    @jinukakati1589 3 роки тому +1

    Krishan bap pranaam 🙏🙏🙏🙏🙏

  • @hiteshbaruah3853
    @hiteshbaruah3853 3 роки тому +7

    কৃষ্ণ প্ৰভু। কৃতাৰ্থ হলো। সেৱা নিবেদিলো।

  • @deepabora1865
    @deepabora1865 3 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ তযু পদ কমলত ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ।🙏🙏🙏

  • @munmigogoi2377
    @munmigogoi2377 3 роки тому +8

    কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @dipakborah1152
    @dipakborah1152 3 роки тому +5

    🙏🌺Krishna Bap🌺🙏apunak Guru mani, apunar sri sornot Sastrang Dondobote prnam jonaisu🙏🙏🙏🙏

  • @dipikagogoi2840
    @dipikagogoi2840 3 роки тому

    কৃষ্ণ কৃষ্ণ হে প্ৰভু আপোনাৰ শ্ৰী চৰণত শত কৌটি প্ৰনাম

  • @basundharikakati2310
    @basundharikakati2310 3 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ শতকোটি প্ৰণাম জনালো ।কৰুণাৰ সযয়ত আপোনাৰ শ্ৰীমূখে কৃষ্ণকথা শুনিবলৈ পাই অতি আনন্দিত হওঁ । জয় গুৰু শঙ্কৰ ।

  • @gitadas9203
    @gitadas9203 3 роки тому

    কৃষ্ণ বাপ ভাগৱত পাঠ শুনি মনত বৰ শান্তি পালো 🙏🙏

  • @apurbaborapallab5804
    @apurbaborapallab5804 3 роки тому +7

    কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼🙏🏼 গুৰু জন সেৱা গ্ৰহন কৰিব।

  • @amiyasaikia8822
    @amiyasaikia8822 2 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏আপোনাৰ সুললীত কণ্ঠৰ অমৃত পান কৰি আচৰ্য অনুভৱ কৰোঁ আৰু ভাষাহীন হৈ আনন্দত মগন হৈ থাকোঁ....কলিযুগ সঁচায়ে শ্রেষ্ঠ | 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 3 роки тому

    Bap aponar sumadhur Bhagabat Katha sravan kari ati anandita. Krishna Krishna

  • @sumitradeka3599
    @sumitradeka3599 10 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @kabitadas61
    @kabitadas61 3 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভূ বাপ জনৰ চৰনত শত কোটি প্ৰণাম জনালো ।প্ৰভূ কৃষ্ণ ৰাম

  • @jayantidas3472
    @jayantidas3472 3 роки тому +6

    কৃষ্ণ বাপ ঈশ্বৰ ভক্তিৰে ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 роки тому +2

    কৃষ্ণ প্রভু ঈশ্বৰ সেৱা নিবেদিলো আপোনাৰ শ্রী চৰণত কৃপা কৰিব। কৃষ্ণ কৃষ্ণ🙏🙏

  • @Rashmi_angwanbadi
    @Rashmi_angwanbadi 3 роки тому +9

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ । আপোনাৰ এই ভাগৱত চৰ্চাই জগতৰ সকলো লোকৰ কল্যান কৰাৰ লগতে পৃথিৱীত চলি থকা কভিড নামৰ মহামাৰীতো নিপাত নিয়াওক। তাকে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো ।🙏🙏🙏🙏

  • @banamalimedhi5097
    @banamalimedhi5097 3 роки тому +4

    কৃষ্ণ বাপ ঈশ্বৰ ভক্তি ভৰা প্রণিপাত নিবেদন কৰিলো কৃষ্ণ

  • @gayatritamuly2780
    @gayatritamuly2780 2 роки тому

    Joi Krishnar joi prabhu apunasobok srishoronot aami odhormie sotokoti sewa nibedisu krishna prabhu

  • @jyotielectrical3891
    @jyotielectrical3891 3 роки тому +1

    রাম কৃষ্ণ হৰি হে বাপ ঈশ্বৰ আমি অভাজনৰ প্ৰণাম গ্ৰহণ কৰি কৃতাৰ্থ কৰে যেন।

  • @kalpanasaikia4588
    @kalpanasaikia4588 3 роки тому +6

    মাধৱ ৰাম কৰুণা সাগৰ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhubenthakuria9006
    @bhubenthakuria9006 3 роки тому

    কৃষ্ণ প্ৰভু কৃষ্ণ

  • @shyamaborah4819
    @shyamaborah4819 3 роки тому +10

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম ।প্রভূজনা আপোনাৰ কুশল কামনা ক ৰি প্ৰভূৰ চ ৰণত প্ৰা ৰ্থনা কৰিছো আৰু আপোনাৰ শ্ৰী মুখে ভগবানৰ লীলা চৰিত্ৰৰ কথা শুনি থাকিব পাৰো এই কামনাৰে ,। কৃষ্ণ কৃষ্ণ ।

  • @jonalirajbongshi3725
    @jonalirajbongshi3725 3 роки тому +9

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

    • @jeswitasharma4990
      @jeswitasharma4990 3 роки тому

      কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা নিবেদিলো |ধন্যবাদ |

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 3 роки тому +1

    Madhaba...Madhaba.....Madhaba. 🙏🏻🙏🏻🙏🏻

  • @pranatibaishya4614
    @pranatibaishya4614 3 роки тому +7

    ৰাম কৃষ্ণ.বাপ শত কৌতি প্ৰনাম.

  • @gobindakhakhlari5227
    @gobindakhakhlari5227 3 роки тому +1

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ বাপ🙏🙏🙏

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 3 роки тому +8

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 роки тому +1

    Pranam Baap Prabhu,aaponer sree mukhe nigorita shrutimodhur bhagawat path bhagi shrawan kori montu shantire bhori poril.xewa grahan koribo Prabhu ,Krishna🙏

  • @indrajithazarika3411
    @indrajithazarika3411 3 роки тому

    Krishna ram prabhu hewa jonalu govind 🙏🙏🙏

  • @diptimazumder3407
    @diptimazumder3407 3 роки тому +1

    প্ৰনাম প্ৰভূ কৃষ্ণ কৃষ্ণ

  • @anupdas9291
    @anupdas9291 3 роки тому

    🙏🙏🙏 কৃষ্ণ বাপ 🙏🙏🙏 শান্তি পালোঁ 🙏🙏🙏🙏🙏

  • @rajjudutta2497
    @rajjudutta2497 9 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @junadutta8438
    @junadutta8438 3 роки тому +2

    🙏নমস্কাৰ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏

  • @DiptiHandique-b8w
    @DiptiHandique-b8w 3 місяці тому

    কৃষ্ণ প্ৰভু সেৱা কৰিছোঁ । আপোনাৰ কৃষ্ণ কথা শুনি কৃতাৰ্থ হলো ।

  • @khargeswarkalita3502
    @khargeswarkalita3502 3 роки тому

    কৃষ্ণ কৃষ্ণ ভক্তিভৰা সেৱা আগবঢ়ালোঁ আশীৰ্বাদ কৰিব কৃষ্ণ বাপ।

  • @চন্দন-হ২ধ
    @চন্দন-হ২ধ 3 роки тому +1

    ঔঁ শ্ৰী কৃষ্ণায় নমো নমঃ
    🙏🙏🙏🙏
    প্ৰণিপাত প্ৰভু ঈশ্বৰ
    অভাভনৰ প্ৰতি কৃপা কৰে যেন
    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @deepaborah3013
    @deepaborah3013 3 роки тому +3

    প্ৰণাম প্ৰভু,কৃপা কৰক।আপোনাৰ এই অমৃতময় বাণি ভাগে জীয়াই থকাৰ প্ৰেৰণা দিছে ।

  • @bangamerking1426
    @bangamerking1426 2 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত ৰ বানী শুনি বৰ ভাল লাগিল ঈশ্বৰ ৰে আপোনাৰ মঙ্গল কৰক

  • @dipalidas8073
    @dipalidas8073 3 роки тому +4

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো

  • @pujakalita8491
    @pujakalita8491 3 роки тому +5

    🙏 OM Krishna provu aponak sewa🙏

  • @nanditadas3923
    @nanditadas3923 3 роки тому +2

    সেৱা জনালু বাপ ঈশ্বৰ 🙏🙏

  • @nayanmonimedhi.271
    @nayanmonimedhi.271 3 роки тому +5

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আমাৰ সেৱা গ্ৰহণ কৰিব ।

  • @reetabordoloi5258
    @reetabordoloi5258 3 роки тому +5

    কৃষ্ণ কৃষ্ণ প্রভু,প্রণাম গ্রহণ কৰিব |🙏🙏🙏🙏

  • @saratmedhi994
    @saratmedhi994 3 роки тому +10

    কৃষ্ণ বাপ হৃ দিতে আপোনাক সেৱা জনালোঁ । কৃপা কৰিব ।

  • @lukudas1209
    @lukudas1209 3 роки тому +1

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @krishnatamang7248
    @krishnatamang7248 3 роки тому

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱাভাগ গ্ৰহণ কৰিব। অতি সুন্দৰ ব্যাখ্যা। অমৃতময় কৃষ্ণ কথা আপোনাৰ শ্ৰীমুখে শ্ৰৱণ কৰিব পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ।
    কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ 🙏

  • @arunpachoni1993
    @arunpachoni1993 3 роки тому +1

    কৃষ্ণ প্রভূ প্ৰনাম
    🙏🙏🙏🙏

  • @name5041
    @name5041 Місяць тому +1

    Krishna❤

  • @aairumidutta3711
    @aairumidutta3711 3 роки тому

    কৃষ্ণ কৃষ্ণ বাপ সেৱা হে

  • @binandadas9675
    @binandadas9675 3 роки тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম প্ৰভু মাধৱ পূৱাৰ সেৱা জনালে কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।আপোনাৰ কুশল মঙ্গল কামনা কৰিলোঁ কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু মাধৱ আপোনাৰ কিতাপৰ কপি আজি লৈকে নেপালে ়়়়়়়়়়়়।

  • @cheniramnath2673
    @cheniramnath2673 3 роки тому +1

    Pronaam Baap Jon, Krishna Krishna 🙏🙏🙏🙏🙏

  • @kankanlahkar1617
    @kankanlahkar1617 3 роки тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @mridulbaruah4072
    @mridulbaruah4072 3 роки тому

    কৃষ্ণ কৃষ্ণ
    ৰাম ৰাম

  • @bijoypawandas4034
    @bijoypawandas4034 3 роки тому +1

    কৃষ্ণ সএাধিকাৰ প্রভু ইশ্বৰ সেৱাহে নিবেদিছু।

  • @renukakalita2459
    @renukakalita2459 3 роки тому

    কৃষ্ণকৃষ্ণপ্ৰভৃপ্ৰণাম

  • @prayashiartandcraft978
    @prayashiartandcraft978 3 роки тому +1

    কৃষ্ণ কৃষ্ণ ,বাপ ঈশ্বৰ ।

  • @minaxidevi8208
    @minaxidevi8208 3 роки тому +2

    আপোনাৰ ভাগৱত সুনি টোপনি যাও প্ৰভু 🙏🙏🙏🙏🙏

  • @sarumaibora6873
    @sarumaibora6873 3 роки тому +3

    কৃষ্ণ
    প্ৰণাম প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰীচৰণত আৰু সমস্ত ভক্ত বৃন্দৰ শ্ৰীচৰণতো হৃদয়ৰ পৰাই বিনম্ৰ সেৱা যাচিলোঁ। 🙏🙏🙏

  • @chinugogoi8928
    @chinugogoi8928 3 роки тому

    Krishna bap apunar bhagawat huni bohut dhanaya holu🙏🙏🙏🙏🙏

  • @babitakumarimajudekaborah4995
    @babitakumarimajudekaborah4995 3 роки тому +1

    কৃষ্ণ বাপ সেৱা নিবেদন কৱিলোঁ । কৃষ্ণ কৃষ্ণ

  • @joyadevi2447
    @joyadevi2447 3 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভূ জন সেৱা গ্ৰহন কৰিব । ইশ্বৰৰ চৰণত ভক্তি বাঢ়িবৰ বাবে আৰ্শিবাদ কৰিব । ৰাম কৃষ্ণ হৰি ।

  • @DiptiHandique-b8w
    @DiptiHandique-b8w 3 місяці тому

    কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব । আপোনাৰ কৃষ্ণ কথা শুনি কৃতাৰ্থ হলো ।

  • @mainabordoloi2479
    @mainabordoloi2479 3 роки тому +1

    কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ 🙏🙏🙏

  • @rajenchetia869
    @rajenchetia869 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভু

  • @tulikabarua2838
    @tulikabarua2838 3 роки тому +3

    প্ৰভু ,সেৱা জনালো, পাঠ ভাগে অতিকৈ আনন্দিত কৰিলে। ভগৱন্তই আপোনাক কুশলে ৰাখক।

  • @prafullabora5386
    @prafullabora5386 3 роки тому

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । হে প্রভু জন ; নিকিঞ্চন ৰ ভক্তি ভৰা সেৱা আৰু প্রণিপাত গ্রহন কৰিব

  • @RanjanitaSaikia-u2s
    @RanjanitaSaikia-u2s 10 місяців тому

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত শতকৌতি প্ৰনাম জনাইছো 🙏

  • @rinalahkar8437
    @rinalahkar8437 3 роки тому

    বাপ সেৱা গ্ৰহণ কৰিব।🙏🙏ঈশ্বৰে সকলোকে ভালে ৰাখক এইটোৱে ঈশ্বৰৰ চৰণত ভক্তিভাৱেৰে প্ৰাথনা 🙏 কৃষ্ণ

  • @MintuMedhi-o1w
    @MintuMedhi-o1w Місяць тому +1

    Ram Krishna