গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-2 ছাত্ৰাৱাসৰ একাংশ ভাতৃ SMFC ত // Visitors from RCC_2 Gauhati University

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • ‪@sunrisemultifarmingcentre6616‬ দৰ্শন কৰিবলৈ Gauhati University ৰ RCC-2 ছাত্ৰাৱাসৰ একাংশ ভাতৃ আমাৰ SMFC লৈ আহিছিল। এই ভিডিঅ'টিত তেখেত সকলৰ লগত দিনটো কেনেকৈ উদযাপন কৰিলোঁ সবিশেষ বৰ্ণনা কৰা হৈছে । কৃষি ভিত্তিক তথ্য বিচাৰি যদি আপুনি এই ভিডিঅ'টো চাব বিচাৰিছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে খুব উপযুক্ত নহ'বও পাৰে। সেয়া আমি আগতীয়াকৈ জনাই থ'লোঁ‌।
    ভিডিঅ'ৰ মাজৰ কথা বতৰাত বায়'ফ্লক পদ্ধতিত মীন পালন কৰাৰ ক্ষেত্ৰত আমাৰ অতিথি সকলৰ ভিন্ন প্ৰশ্নৰ বিষয় সমূহ ইতিমধ্যে আমি ‪@sunrisemultifarmingcentre6616‬ ৰ UA-cam চেনেলত সবিস্তাৰে বৰ্ণনা কৰিছিলোঁ। সেয়ে কিছুমান প্ৰশ্নৰ উত্তৰ ভিডিঅ'টিত সবিস্তাৰে বৰ্ণনা কৰা নাই। কাৰোবাৰ প্ৰয়োজন থাকিলে তলৰ লিংকত সবিশেষ চাব পাৰিব-
    • Biofloc fish Farming (...
    আমাৰ যোগাযোগ-
    #9508638383

КОМЕНТАРІ • 24