শাহুয়েকে কি ক'লে অভিনেত্ৰী বোৱাৰীৰ কথা? Swagata Baruahই কি বনাই খুৱাই? Home Tour, family, Husband.
Вставка
- Опубліковано 11 сер 2020
- Assam Express 24 link: / @assamexpress24
Assam Express 24 Fb page : 106540911099...
swagata baruah : • my baby #actrswagataba...
Travel zindagi: • দ্বীপৰ বিলত বিনোদক( Bi... - Розваги
খুব ভাল লাগিল আপোনাৰ পৰিয়াল টো....
বহুত ভাল লাগিল..স্বাগতা বা মই আপোনাক লগ পাইছিলো গোৰেশ্চৰত..বহুত দিনৰ মুৰত দেখিছো..ভাল লাগিল
বৰ ভাল লাগে হাহিটো
Emn mrmr family hoi..bht lucky swagata ba
Nice
Swagata baar family2 bhut val lagil...
Bak bohut val lage mur agr pora aji bohut dinr murt dakhilu hokt hol bohut
Sir ok bhut dinor murot dekhi vl lgil. I feel proud to be his student...
Baa jonik mur bor vl laga namtu najanu ❤❤❤❤❤❤❤❤❤
So sweet video 🧡🧡 Guwahati jalukbari
Bohut VL lge dada apunak💞 love from Jorhat❤️Bhai❤️
Swagata baa bhut maramlga ,saru suwali nisina cute 😘
সুন্দৰ
ua-cam.com/video/XisPQ73GCNw/v-deo.html
Home made delicious "Binod" Pani Puri recipe by Sikha Bora from Golaghat.Please have a look at it and subscribe to this channel, press the 🔔 icon for more videos relating to food and beauty parlour.. Thank you!!☺
Bohut dhunia interview ❤️
happy family baa
Bohut val lagil sai
Nice video da da
Bohut val lagil 😍😍
Nice video dada
Iman dhuniya family .... hukhi huwa ba..
Mja lgil ba
Nice work
Bohut bhal lagil
1st like 1st comment
Ba AponakBohuDin Dekhanai nai
Bhut vl lgel 😍
Video tu sai val lagil
Val lgil sai
Nice video happy family
👍👍👍👍
Cute ba
My fav actres
Pariaal 2 Val lagil...bor moromial Jen lagil..👌👌😘😘
Vidio sai vl lge apunar dada
Mojja....
বহুত ভাল লাগিল
Bohut val lgile sai
Val lagil tumar volg sai
Val lagise video
মই তেওঁলোকৰ ঘৰত দুইবাৰ গৈ পাইছোঁ। কাৰণ স্বাগতা মোৰ মামী হয়। মানে মোৰ মাৰ জেঠাইদেউৰ বোৱাৰী হয়। মোৰ মাৰ নাম মনীষা তালুকদাৰ আৰু মোৰ নাম অৰিহণা ডেকা। 🙏😊
Ll
ভাল লাগিল 👍👍👍
First view hoi dada..... Bhut vl lagil sai
Nilotpal daa question bilak j mozza k xudhe ru 😊😁😁
Val lagil
Bohut val lgil..baa aru vindawk
Moja
Akhetok bohutdinor pisot dekhi val lagil.
Mojaa
Cute baa jni
Mojja
Val lgil sa
Val lagil nilotpal da
Dhuniya ❤️❤️
Camera tu val loga nai
Val lagle dada
Vl lagil
Ooo emn morom loga baby tu...😍😍😍😘😘😘😘...
Muru khahu khohur r gun gabo mon jai aru morom koribo mon jai,kintu jar pallat porilu nijor koribo nuware.... Khekaron bohut beya u lage belor khahu aru khohur ror kotha khunile.
First view dada
ua-cam.com/video/XisPQ73GCNw/v-deo.html
Home made delicious "Binod" Pani Puri recipe by Sikha Bora from Golaghat.Please have a look at it and subscribe to this channel, press the 🔔 icon for more videos relating to food and beauty parlour.. Thank you!!☺
Sub koribo pls moi o back sub korim thanks
@@swagatachakraborty9015 ua-cam.com/video/ag1-amJ-LUA/v-deo.html please help Nirmal BASUMATARY. Otherwise share the link on description.. please please please help nilotpal daa.
এবাৰ হ'লেও চাবচোন। আপোনাৰ সহায়ৰ প্ৰয়োজন। আপোনাৰ অলপ সহায়ে জীৱন ৰক্ষা কৰিব শিল্পীগৰাকীৰ।।
@@kuldipgoutamsharma780 sub kori diok pls channel tu aru comment korok thanks
@@swagatachakraborty9015 okk
Dada dhuniya hoise
#kailashmdreditz
Eman dhuniya
Baaar kothabur emaan dhuniya
Ba bht vl lge..aru mainatu emn cute ..
খুব মৰমীয়াল বা জনী...বৰ ভাল লাগিল...বহুত দিন দেখা নাছিলোঁ বাক.. thank you Nilotpal da....🤗
Swagota bar hahi2 khub cute hoi
Nice video
Baa dhunia dai apuni
😍😍😍😘
Mur bohut Vl lage swaagata bak 💓
Ba r ghrr still2 khub vl lgise... MI 1st time dekhisu anekuwa Ghr... Ghrr owal borr lgte sob bstuu bor heloniya taip r....... So bohut val lgise
baak imn morom lage ❤bby tu 😘😘
,🔥🔥🔥🔥
Swagata baa tumark aru vindok Bohut Val lage tumalukor pabhojura recipe to sai buhot Val lagisil
বাইদেউৰ উঠা দাঁতটো ধুনীয়া
বহুত শকত হৈছে বা,,,,😍😍😍
স্বাগতা বাৰ হাঁহিটো বেছি মৰমিয়াল।
Baa jonik bht morom lage, moi rajmukut thietaror akhorat log pysu din2 aru moi teor mobile die teok vdo kori dsilu❤️❤️
*সন্মান*
*তাই আজি বহু দিনৰ পিছত মোক ফোন কৰিছে।*
- হেল্লো।
- ভালে আছা?
- নাছিলো যদিও এতিয়া ভাল হৈ গল।
- 😄 কিয়?
- তুমি ফোন কৰিলা যে?
- চৰি।
- প্ৰেমত অভিমানটো থাকিবই, চৰি কব নালাগে দিয়া।
- অভিমান যে অকনমান দীঘলিয়া হল ?
- প্ৰেমো যে গভিৰ।
- তুমি ইমান ভাল কিয়?
- তুমি মোক ভাল পোৱা বাবে।
কথাখিনি বুজি পোৱাত অসুবিধা হৈছে চাগে ন?
কেইদিনমানৰ আগতে মোৰ গাৰ্লফ্ৰেণ্ডজনিৰ লগত ব্ৰেকআপ হৈছিল।
এটা সৰু কথাৰ বাবে। তাই মোক কৈছিল,
- অই, বলা না কৰৱালৈ ফুৰিব যাও।
- মোৰ সময় নাই অ।
- যদি মোক অকনমান ফুৰাবও নোৱাৰা তেন্তে প্ৰেম কিয় কৰিছিলা?
- প্ৰেম কৰিলে ফুৰিব যাব লাগে বুলি কিবা কথা আছে নেকি?
- আছে।
- 😄
- হাহি উঠিছে ন তোমাৰ? ঠিক আছে হাহি থকা, আজিৰ পৰা আমাৰ ব্ৰেকআপ।
- কেইদিনলৈ…?
- পাৰ্মানেন্ট। বাই…
২ মাহ পিছত আজি তাই ফোন কৰিছে। এনেকোৱা সৰু সৰু কথাত বহুবাৰ আমাৰ ব্ৰেকআপ হৈছে। কিন্তু এইবাৰ সচাকৈ বহু দীঘলিয়া হল।
বাৰু যিয়েই নহওক। তাই আকৌ ফোন কৰিছে যেতিয়া সকলো ঠিক হৈ হল।
তাই আকৌ একেই প্ৰশ্ন কৰিছে…
- ফুৰিব যাবা নে?
- সেই হেপাহটো পুৰণ হোৱাই নাই নেকি?
- নাই।
- কিয়, এইকেইদিন বোলে লগৰ কেইজনৰ লগত বহুত ফুৰিলা?
- তুমি নাছিলা নহয়?
- তুমিয়েইটো এৰিছিলা মোক।
- তোমাৰ লগত ফুৰিব যাম।
- অকে, কেতিয়া আৰু কত যাবা কোৱা?
- অহা কালি যাম। কাল্পনিক চহৰৰ সেই জলপ্ৰপাতটোলৈ।
- থিক আছে, তালৈ যাম বাৰু কিন্তু অহা কালি নহয়, পৰহি।
- কিয়?
- অহা কালি ১৫ আগষ্ট, অফিচলৈ যাব লাগিব পটাকা উত্তোলন কৰিবলৈ।
- নগলে নহয় নে?
- মনত দেশ ভক্তি লৈ পটাকা খনক চেল্যুত কৰাৰ মজা বছৰত দুবাৰেইটো পাও।
- হব মিষ্টাৰ দেশ ভক্ত, পৰহিয়েই যাম দিয়া।
- অকে…
এইবাৰ তাইৰ মন ৰাখিবলৈ তাইক লৈ কাল্পনিক।চহৰৰ জলপ্ৰপাটলৈ গলো। গোটেই দিনটো তাত কটাই আবেলি সময়ত তাই কলে,
- বলা ঘৰলৈ যাও।
- ফুৰি হলনে?
- আজিলৈ হল দিয়া।
- হেপাহ পলুৱা নাই যদি অকনমান সময় থাকিব পাৰো।
- নালাগে দিয়া।
- অকে।
আমি উভটিব ধৰোতে তাই কলে,
- থেংকইউ মন।
- ফুৰিব অনাৰ বাবে।
- ওম… আই লভ ইউ।
- লভ ইউ টু।
দুয়ো বৰ ফুৰ্টিত উভটি আছিলো। হাইৱেটো ক্ৰচ কৰিব ধৰোতেই চকুত পৰিল ৰাস্তাৰ মাজত পৰি থকা জাতিয় পতাকাখনলৈ।
মনত কিবা এটা দুখ পাই কোনোফালে নোচোৱাকৈ দৌৰি গৈ পতাকাখন হাতত তুলি ললো।
তেতিয়াই এখন গাড়িয়ে খুৱ স্পিদত আহি মোক যি খুন্দিয়াই থৈ গল। আজি ১০ দিনৰ পিছত হস্পিটালত সাৰ পাইছো।
ওচৰতে মোৰ গাৰ্লফ্ৰেণ্ডজনিয়ে বহি মোলৈ খঙত বেকাকৈ চাই আছিল,
- কি হল অ, কিয় এনেকৈ চাই আছা?
- খং উঠিছে মোৰ।
- কিয়?
- কি দৰকাৰ আছিল হাইৱেৰ মাজত দৌৰি গৈ পতাকাখন উঠাবলৈ। যদি তোমাৰ আজি কিবা হৈ গল হেতেন।
- তিনিতা ৰঙেৰে সেই পতাকাখন এখন সাধাৰণ কাপোৰৰ টুকুৰা নহয়। সেইখনৰ এটা অনন্য সন্মান আছে। কিছুমানে হয়টো ১৫ আগষ্টৰ দিনাখন আনক দেখুৱাই সেইখন তুলি লৈছিল। আৰু পিছত ৰাস্তাৰ মাজত পেলাই থৈ গৈছিল।
- হব পাৰে।
- তেনেকোৱা কৰিব নালাগে। কিয় জানা? এই পতাকাখন গৌৰৱেৰে তুলি লবলৈ এসময়ত বহুজনে ইংৰাজৰ সৈতে যুদ্ধ কৰিছিল, জীৱন দিছিল। আৰু আমি যদি আজি সেইখনৰেই মূল বুজি নাপাও তেন্তে কেনেকৈ চলিব অ দেশ?
- সেইবুলি নিজৰ জীৱনটো দি দিবা নেকি?
- দৰকাৰ হলে নিজৰ জীৱনো দি দিম। কিন্তু ৰক্ষা কৰিম সদায় জাতিয় পতাকাখনৰ সন্মান।
- হৃদয় কৌশিক (কাল্পনিক কাহিনী)
*ভিডিঅ'টো চাবলৈ নাপাহৰিব দেই। ভাল লাগিলে লাইক কমেন্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ ❤️*
👇👇👇👇👇👇
ua-cam.com/video/GjODVfZ-EeU/v-deo.html
Bak bahut vall pau love you ba💓💓💓
Nirotpol dada aapuni kb son mi sagota bak bht ke vl pao..plzz
Ghrtu bohut vl lagil
Camera tu kio tnekua hoise..mne left right duta side e round type hoi thke dkhn.. vl lgile sai..😊😊
Wide angle lens or action camera maybe
Go pro
Shillong bhut dhuniya thai. Mor khub Val lage tat thaki.
Gaytri mohonto Ba intrvew lbo sn..n video2 CSI vl lgil
আপোনাৰ ভিডিঅ মই আজি প্ৰথম চালো ভাল লাগিল
স্বাগতা বাক বহুত ধুনীয়া লাগে। হাঁহি বহুত মৰম লাগে
Val ne niloptal da
Nilutpal tumar khobor bhal sage.
দাদা হিৰণ্য ডেকাৰ Interview লব ছোন
ঘৰটো বহুত ভাল লাগিল তলাতল ঘৰ type
Ashu.
Swagota bak bohut besi val lage
Swagota bak hosakoi khub val lagee
Tikla k lobo mn goise mr.emn cute.bom handsme hb
Swagata Bai First Serial khon Amar Usoror Bhergaon Tea Estate ot o Shooting ata karisile vl lage bak kiba ata
swagata is my jiki mahi she is in my family
@@jimin_is_about_to_fall oww Good
Bohut besi morom loga baby. Bohut morom.
Moi class 6 thakute swagata bar film saisilu Khosake mur priyo hoi .bhal lage bohut
Vl lagil hakaluke log pai
মোৰ এগৰাকী প্ৰিয় অভিনেত্ৰী......
Bohut murot dekhilu o baak...hokot hol kin2.maina
Tumar chnl tu aje palu pai subcribe kri delu and tumar hahi tu bht cute😊😊muru baby tu vaccin ase ki hbo jnu voi hoi ase
Baa jonik vl pauu
Tomi xokot hola ba