অ জুনটি দাদা আপোনাৰ ভালনে...…? আপোনাৰ নতুন গান বহুত দিন শুনা নাছিলো..আজি মন ফাগুনী বহুত ভাল লাগিছে..মন ফাগুনীৰ আৰু গান পাম বুলি আশা ৰাখিলোঁ.. Mousam Dar Babe Ata Dhuniya Like..👍👍👍👍 My big brother...❤️❣️❣️ 4rm:-Silapother
Khorure pora moi apunar geet khuni thaku moi.... monot porile apunar geet bur search kori khunu moi... (Best of Mousam gogoi buli)..Bohut val lagise geetu khuni....da
Hosai khub hundor hoise mousam dada apuner sob gaanotai eta kesa matir hubakh ase aru apuner gaanbure hridoy sui jai ajir notun shilpir gaanotkoi apuni bohut uporot
মন ফাগুনিক আকৌ আমাৰ মাজত ঘূৰাই আনিলা দাদা,,, ইমান দিন তাই বহুত দুখত আছিল ,,,আজি তাইক আকৌ আগৰ মন ফাগুনি জনি হৈ নাচিব দিয়া দাদা,,,,হেৰাই যাব নিদিব 🙏🙏 ধেমাজী জিলাৰ সকলোৱে like kora ,,,,
মনফাগুনীৰ প্ৰতিটো গানেই মনত চুই যায় বিশেষকৈ একেবাৰে পুৰণা গান কেইটাই ❣️❣️
Kokaidaw apunar gaan hunile mon tu goli jai ...... Bohut bohut hubheshya gyapon korilu Rongali bihur ........
সুন্দৰ গীত মৌচম দা , আমাৰ ধেমাজিৰ কোন কোন আছা, লাইক কৰা ।
অ জুনটি দাদা আপোনাৰ ভালনে...…? আপোনাৰ নতুন গান বহুত দিন শুনা নাছিলো..আজি মন ফাগুনী বহুত ভাল লাগিছে..মন ফাগুনীৰ আৰু গান পাম বুলি আশা ৰাখিলোঁ..
Mousam Dar Babe Ata Dhuniya Like..👍👍👍👍
My big brother...❤️❣️❣️
4rm:-Silapother
Qqqqqq
মানি ব লাগিব দাই
কচম মন ফাগুনী নিচিনা কোনো album হব নোৱাৰে💞💞
সুন্দৰ মৌচম দা,,,, এইটো হে মন ফাগুনী গান আৰু লাগে
আগৰ ৰাইজৰ মৰমৰ মন ফাগুনী আকৌ ঘূৰি আহিল ।কি মান যে মৌচম দা গান শুনি ট্ৰেজেদি ফালি চিলো হোষ্টেলত থাকোঁতে মোৰ বহুত প্ৰিয় গায়ক আছিল । লুইটত জাপে দি মৰিবও নোৱাৰোঁ কি যে গান আছিল আগতে মৌচম দাৰ গান শুনি বহুতে হয়টো ট্ৰেজেদি ফালিছিল।
Moi atiyau trajadi fali asu...😢😢
বহুত দিনৰ মূৰত খুব সুন্দৰ বিহু গান শুনিবলৈ পালোঁ,সচাকৈ আপোনাৰ গান বিলাক হৃদয় চুই যায়,আশা কৰো এনেকৈ সদায় আৰু ভাল ভাল গান উপহাৰ দিব বুলি,আপোনাৰ প্ৰগ্ৰেম মই গোলাঘাটৰ পৰা গৈ শিৱশাগৰ চেপপন হলৌগুড়িত চাইছিলো গে যোৱাবছৰ গোটে ৰাতি বৰষুণত তিতি নাছিলো
মৌচম দাৰ কণ্ঠ বুলিহে ক'লো আৰু দেই!
আচৰিত ধূনীয়া মাতটো💓
Hosakoi dada
মন ফাগুনী album ৰ প্ৰত্যেকটো গান মোৰ প্ৰিয়। এই গানটোও খুউব ভাল লাগিছে আৰু গানৰ কথাই অন্তৰ চুই গৈছে। Love u Mousam da.. May God bless you
মৌচম দাৰ বিহু গীতৰ মাদকতা কাৰো লগত নিমিলে। মৌচম দা আৰু সুবাসনা বাৰ দীর্ঘায়ু কামনা কৰিলো।
Khorure pora moi apunar geet khuni thaku moi.... monot porile apunar geet bur search kori khunu moi... (Best of Mousam gogoi buli)..Bohut val lagise geetu khuni....da
আপোনাৰ কন্ঠত যাদু আছে, অসমৰ এটি ব্যতিক্ৰম কন্ঠ, মৌচম দা,, অসমৰ অনন্ত কালৰ সম্পতি আপুনি ,
সুন্দৰ গান দাদা। আগলৈও এনেদৰে সুন্দৰ সুন্দৰ গান অসমবাসী ৰাইজক উপহাৰ দিব বুলি আশা থাকিল।
অতীতৰ❣️ মন ফাগুনী❣️ জনী আজিও একে হৈ আছে💕💕💕💕💕
দাদা আকৌ মিচিং ঐনিতমৰ সুৰ আপোনাৰ মুখৰ পৰা শুনিব পাম বুলি আশা কৰিলো😍
Love you so much Mousom Daa😊
আপোনাৰ গানৰ সোৱাদ কেনেকৈ পাহৰু ঔ দাদা...লিখিবৰ একো ভাষা বিছাৰীয়ে নাপাও দেখোন....love you dada
Hosa k blg moza ase apunar ganot👍👍
আগৰ দিনবোৰ ঘুৰাই পোৱাৰ দৰে লাগিল৷
Hundor lagil huni agola aru hunibo pam buli akha korelu anakua dhunea gan
Bohot dinor murot apunak bisari palu ...mur favorite singer apuni...apunar log pabo Mon jai bosssd
বহুত দিনৰ মূৰত আকৌ এবাৰ সেই তাহানিৰ "মন ফাগুনী" জনীক বিচাৰি পালোঁ💓💓💓💓💓💓💓
Moja mousam da rokhi asilu akhare like kora mousam dak Val powa hokole
বহুত ধুনীয়া গান, সঁচাকৈ শুনি ভাল লাগিল
My fraborit singer mousam daa nice song daa👍👍👌👌
Amar Dhemaji mousam da....emn vl lage apunar song bur.....💞💞
Hosai khub hundor hoise mousam dada apuner sob gaanotai eta kesa matir hubakh ase aru apuner gaanbure hridoy sui jai ajir notun shilpir gaanotkoi apuni bohut uporot
Bohu dinro murot ata duniya git dila mosam dada val lagil
সুন্দৰ ককাইদেউ মোৰ মন ফাগুনীজনীলে মনত পৰি গৈছে ।আগৰ দিনবোৰৰ কথা মনত পৰিছে।
Agor Mon-faguni joni atiahe hunibo paisu mousam daa aru enekuwa Mon-faguni bihu geet bur hunkale amar majole dibo hokolue like koriba dei
বহু দিনৰ মূৰত শুনিবলৈ পালোঁ দাদাৰ গান
বহুত বেছি ভাল লাগিছে
😊খুওৱ..ধুনীয়া..মনক চুই গ’ল..ভাল লাগিলে..😊❤️❤️❤️
Dada bhut bhal lagil geetti,buku bikhai gol,bahut maram janalu tumale❤️
আকৌ আগৰ মন ফাগুনী জনীক ঘোৰাই পালো 👍👍👍
bohut apekhat asilo mousam da apunar mon fagunir gaan to babe...thank u so mch..
Hundor Mausom da... aapunar Man Fagunir babe aami Hodai aakhare baat sai Roi thaku.
মৌচম দা ৰ সকলো বিহু গানেই বহুত ভাল লাগে। সৰু ৰে পৰা তেওঁৰ মন ফাগুণী ৰ গান বিলাক শুনি আহিছোঁ। লগতে তেখেতৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰ ত। মোৰ ঘৰ উত্তৰ লখিমপু ত
মন ফাগুনীৰ সেই সুৰ আহি গ'ল😍😍😍😍😍
ধন্যবাদ মৌচুম দা
Mausam da apunar geet bur hodai sirojugomiya hoi robo..Khub nivaj .....bht val lgil ai2 geet u
অতি সুন্দৰ,, আৰু এনেকুৱা গান শুনিবলৈ পালে ভাল লাগিব দাদা......
mousom dada apunar gan bohut dinr murot huna palu ....❤❤❤❤
মই আছো ধেমাজি চিলাপথাৰৰ, সুন্দৰ হৈছে গীত টি, বহুত দিনৰ বিৰটি পিছত পুনৰ বাৰ মন ফাগুনী শুনাপাই ভাল লাগিল।
ধুনীয়া গীত ককাইদেউ ❣️❣️❣️
Mosom dak val puwahokle like ata di dibo❤👌👌👍
ধুনীয়া
Bahut vala lagise mousam da
Mousam da, bohut hundor hoise bihugeet tu.. Aru hunibole pam buli akha rakhilu.
Bor hundar hoise
Agor mon-faguni joni atiahe hunibo paisu.... aru lage mousam Daa anekuaa hidoy sui juaa bihu geet 💓💓😙😍
Umm hosakoye Baki jiye gan nohok kiy nu mousam da monfaguni buli kolei montu Val lagi jai o
সেই দিনতেই শুনা গান যেতিয়া ঘৰৰ কাষৰ ফিল্ড খনত লগৰ লৰা বোৰৰ লগত কাঠৰ পিষ্টল লৈ চোৰ পুলিচ খেলিছিলো।কাষৰ দাই ঘৰৰ পৰা cd play ত বাজি আছিল ডাঙৰ কৈ।দিন সলনি হল আজিকালি গানবোৰ ও বেবেৰিবাং হল।সকলো বোৰ নহয় দেই।কিছুমান গীত আজিও ভাল হয়।মন ফাগুনী আকৌ লাগে দাদা।2023 শুনি আছোঁ কোনে কোনে শুনি আছে like
সুন্দৰ মৌচম দা😍😍😍
প্রিয় শিল্পী গৰাকীৰ মন ফাগুনীৰ নতুন গান... বহুত ভাল লাগিছে .. এতিয়াহে বিহু বিহু লাগিছে অলপ ।
Always love Mon phaguni 💞💞💞💞💞😔🥰🥰😔😔aagor gaanbur bht miss kru mon phaguni r
অতি সুন্দৰ... মৌচম দা...👏👏👏
Bohut hundor hoise mousom da bohudin apunar gan huna nasilu hoday notun gan hunibo Pam buli akha korilu
Val lagil gan tu dada amak aru gan lage amak.
mousam da.. superb work.. loads of love from twins (BB Bros) apunar mon faguni gaan bur amar hodai prio
borhia lagise dei Mousum da🖒🖒😍😍
1st eta like d hunibo start korisu...
Roi roi aji hunibole palu gaan2.
Bohut dhunia hoise.
Dhoinyobad jonalu eman dhunia gaan eta amak diyar babe.
Apuni dirghayu howk kokaidew.
মজা মজা দাদা
Apunar gan hunile buku khon bohut bikhai o dada ❤ you
সুন্দৰ
Xire xire lagi goise gaan tu dada
সুন্দৰ মৌচম দা...
মৌচম দা মজা মন ফাগুনী গানটো♥️♥️♥️
Wow mousam da majja
Kishor daa k lage ai song r vdo2 t ru ajon val actress...val lagil mousom daa song 2
বহুত প্ৰিয় মোৰ "" ফাগুনী "" এলবাম r সকলোবোৰ গীত :::ইমান সুন্দৰ ////Mousam da apunr gaanbur sosai olp blg....
Mausam borhiya lgil👌👌👌apunar protyektu ganei mur priyo
আপুনি কালজয়ী শিল্পী ককাই। মই ব্যাকুল হৈ থাকোঁ আপোনাৰ গীতবোৰৰ বাবে। ককাই মোৰ আধা আয়ুস আপুনি পাওক। বহুত বেছি ভাল পাও আপোনাক। মৰাৰ আগত এবাৰ লগ পালে ওচৰৰ পৰা ধন্য হব মোৰ জীৱন জীয়াই থকাৰ।💚
Muru
সুন্দৰ হৈছে।
Amazing bihu song, Mousam da
মৌচুম দা আপুনাৰ গানটো বহুত ধুনীয়া হৈছে দেই
Dhunia
Bohut dinor pasot bihu geet eta hunilu..... Val lagi gol dada....
প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো।মৌচম দাʼৰ গীত বোৰে সঁচাকৈ এ মন যোৰ পেলায়। আপুনি please এনেদৰে গীত পৰিৱেশন কৰি উপহাৰ হিচাপে যাৱক।
Mousam daa.
Bohut bohut val pao dada Aponar gan
শুনি থাকিলেও হেঁপাহ নপলাই অ' ......
Val val bihu gan br apuni ha di ase...hundor dada..dhunia lgise..ru lge ..
আপোনাৰ গান শুনিলে শুনি থাকিব মন যায়
All monfaguni song my favorite thank you mousom da
ধুনীয়া লাগিছে ককাইদেউ
সুন্দৰ হৈছে ককাইদেউ....❣️❣️❣️
Xundar song
Moi jonar porai apunar gaan praie xunu MousamDa...
Apunar Gaanot moi mur Eri aha lyf2 kiba Ata Ghurai Pua Jen Lage o
Mousam da aponar pratitu ganat kiba eta beleg anuvab karo aru mor hiya usupi uthe iman sundar anuvab
মৌচম দাৰ গান বোৰ সচাকৈয়ে ভাল লাগে , আজিও পাহৰিব নোৱাৰো মনফাগুনী ২০০৫ কথা ৷ সচা নিভাঁজ বিহুগীত আৰু আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা থাকিল ৷
Moza moza moza mousam da ....i lv u da....aapuni ane tejed gn bur gabo bohut vl lage aapunr mukht hunibole
মৰম লগা মাতটো সচাই বহুত ভাল লাগিছে মৌচুম দা ......
moi bhakhahin mousam daa...❤
বৰ্তমান তথাকথিত শিল্পী সকলে এইবোৰ গীত শুনক আচলতে গীতৰ মাদকতা এনেকুৱা হব লাগে
Hosa kotha
Apunar gan bohut bhal lage
Bht bht dhuniya lgile mausam da apunr protiytu gan hunu moa apunr big frend mausum da
mur portitu ganei bohut val lage mousam dada supper hit monfaguni songs
Moja lagise gantu..
Moja bulihe kolu aaawww
Moja
সুন্দৰ মন পৰশা গীত