60 টা অসমৰ সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ | Assamese GK | Assam GK Questions | Assam Quiz | Part - 5

Поділитися
Вставка
  • Опубліковано 20 вер 2024
  • 60 টা অসমীয়া সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ | আটাইতকৈ গুৰুত্বপূৰ্ণ সহজ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ | অসম কুইজ | অসম জিকেThere are 60 important simple knowledge questions and answers in Assamese | Simple General knowledge Questions Answers GK Quiz for Class all students | Assamese GK Questions and Answers | Assam GK | Part-5
    1. কোন চনত অসমত কাগজ কল স্থাপন হয়?
    2. অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
    3. কটন কলেজ কোন চনত স্থাপন হৈছিল?
    4. কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
    5. অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
    6. অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
    7. অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?
    8. অসমৰ জনবহুল মহানগৰী কোন খন?
    9. ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত?
    10. অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?
    11. কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয়?
    12. ‘বৰদলৈ ট্ৰফী’ কোনটো খেলৰ লগত জড়িত?
    13. অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক’ত আছিল?
    14. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?
    15. প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?
    16. অসমীয়া নাটকৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
    17. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
    18. অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
    19. ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপন কৰা হয়?
    20. অসম দিৱস কোন তাৰিখে পালন কৰা হয়?
    21. এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
    22. চাহৰ বৈজ্ঞানিক নাম কি?
    23. প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল?
    24. সোণাই-ৰুপাই অভয়াৰণ্য খন ক’ত অৱস্থিত?
    25. মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত?
    26. নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?
    27. অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন?
    28. অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?
    29. অসমত কিমানটা বিমান বন্দৰ আছে?
    30. অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?
    31. শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?
    32. অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?
    33. অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?
    34. অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?
    35. ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
    36. অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?
    37. কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?
    38. অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?
    39. ভাৰতৰ কোন দিশত অসম অৱস্থিত?
    40. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?
    41. আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
    42. গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল ?
    43. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?
    44. প্ৰথম অসমীয়া মহিলা পাইলট কোন?
    45. নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?
    46. শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?
    47. প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?
    48. ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
    49. অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?
    50. পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?
    51. গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?
    52. নগাঁৱৰ পুৰণি নাম কি?
    53. কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
    54. উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
    55. কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?
    56. শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
    57. ‘ৰংঘৰ’ কোনে সাজিছিল?
    58. অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?
    59. অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?
    60. ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?
    #AssamGK
    #Assamese_GK
    #অসমীয়া_সাধাৰণ_জ্ঞান

КОМЕНТАРІ • 815

  • @mamatakiduniya114
    @mamatakiduniya114 Рік тому +10

    অসমত প্ৰথম চাহ খেতি মণিৰাম দেৱানে কৰিছিল।

  • @tirthadeka7124
    @tirthadeka7124 29 днів тому +6

    Best

  • @ParthaJKumar
    @ParthaJKumar Рік тому +32

    23 টো মণিৰাম দেৱান হ'ব
    27 টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
    51 গুৱাহাটী ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আছে।

    • @Ukube-k9t
      @Ukube-k9t День тому

      Aijone sob mtha beya krib bleg aku nai

  • @Shankarjyoti-k5u
    @Shankarjyoti-k5u 20 днів тому +3

    Thank you❤❤❤❤❤

  • @prakashagarwal6009
    @prakashagarwal6009 9 місяців тому +3

    Thanks you sir

    • @prakashagarwal6009
      @prakashagarwal6009 9 місяців тому

      Vale hodai valtohe Bujib beyai hodai beya to Bujib new video lage sir

  • @AmarNag-s3s
    @AmarNag-s3s 13 днів тому +2

    😮😮😮😮Amar.....nag

  • @sahanawazlaskar1965
    @sahanawazlaskar1965 2 роки тому +17

    Question no 27 kaziranga and..... First tea farmer in assam Maniram dewaN

    • @baabislife3950
      @baabislife3950 2 роки тому

      Manash national sage kazirangat k manashr matikali besi ase

  • @ajoymili3178
    @ajoymili3178 2 роки тому +3

    Good qu.......ans..

  • @bborabhubanvlogs7588
    @bborabhubanvlogs7588 2 роки тому +2

    Nice sharing 🙏 Bandhu stay

  • @NipamonipatarNipamonipatar
    @NipamonipatarNipamonipatar 20 днів тому +1

    Best❤❤❤❤❤🎉🎉🎉😊😊

  • @nilotpalsarmahsarma8344
    @nilotpalsarmahsarma8344 Рік тому +2

    Thanks

  • @ranjitkhanikar3495
    @ranjitkhanikar3495 2 роки тому +58

    15 number প্ৰশ্নত আইমী বৰুৱাৰ নাম উল্লেখ কৰাৰ প্ৰাসংগিকতা আছে জানোঁ।এনেবোৰ ভিত্তিহীন উপস্থাপন শৈলী অগ্ৰহণযোগ্য।।

    • @bornalibaruah7150
      @bornalibaruah7150 2 роки тому +1

      Right

    • @MusicRiverFeel
      @MusicRiverFeel 2 роки тому

      Right I 👍👍🤙🤙🤙🤙

    • @mahmudasamsi2512
      @mahmudasamsi2512 Рік тому +1

      😢😢😢❤❤😮😮😮😅😅😊😊🎉🎉❤❤❤❤❤❤❤❤❤❤❤😂😂😂😂😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @RashidaKhatun-fy1le
      @RashidaKhatun-fy1le Рік тому +1

      😂

    • @twins7909
      @twins7909 11 місяців тому

      amar kitapt aideu hai ase

  • @BogaramNath-hv9gt
    @BogaramNath-hv9gt 13 днів тому +1

    Thank you sir ❤❤❤❤

  • @farhinahmed7045
    @farhinahmed7045 Рік тому +3

    Thank s 💕

  • @Jitubordoloi197
    @Jitubordoloi197 2 роки тому +8

    23. Maniram Dewan
    27.kaziranga national park
    30.gyanpith

  • @sonmonisutradhar742
    @sonmonisutradhar742 11 місяців тому +2

    👍👌best

  • @beladas9433
    @beladas9433 Рік тому +2

    Thank you

  • @pranjalgogoi7745
    @pranjalgogoi7745 Рік тому +8

    অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন - কাজিৰঙা ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ , মানাহ অসমৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান ,ইয়াৰ মাটিকালি ৮৫০ বৰ্গ কিলোমিটাৰ

    • @bijoyasonowal7300
      @bijoyasonowal7300 Рік тому +1

      Square km মানাহ 500 আৰু Kaziranga 430

  • @PranjitRava-os2mi
    @PranjitRava-os2mi 13 днів тому +1

    😊😊

  • @chayanikaphukan6883
    @chayanikaphukan6883 2 роки тому +6

    Biggest national park kaziranga and 1st tea former Maniram

  • @bulbulentertainment3028
    @bulbulentertainment3028 2 роки тому +3

    23.question no worng.
    Maniram Dewan right answer

  • @jekismani
    @jekismani 2 роки тому +1

    23 নং উত্তৰ কুকুৰিকনা, মণিৰাম দেৱান হব লাগে

  • @KrishnaSensowa-i9o
    @KrishnaSensowa-i9o Місяць тому +1

    ❤❤

  • @tunumanidas1510
    @tunumanidas1510 Рік тому +2

    sir, no.42. answer (b) bhagadatta

  • @luhitbaishya9075
    @luhitbaishya9075 Рік тому +41

    Kaziranga national park matikali 858 kilomitar....aru manah national park matikali 500 kilomitar...tenehole manah kenekoi dangor hbo....Kaziranga dangor hoi

  • @pranjitbarman7921
    @pranjitbarman7921 2 роки тому +5

    Sir আপুনি ভালকে শিকিলক তাৰ পিছত বেলেগক শিকাব। অসমৰ প্ৰথম চাহ খেতি মণিৰাম দেৱান হে কৰিছে 1862 ।

    • @gautamdeka4345
      @gautamdeka4345 2 роки тому

      ময়ো তাকে ভাবিছোঁ ৷ ভুল কৈছে নেকি youtuber য়ে

    • @bornalikakati1745
      @bornalikakati1745 Рік тому

      Yes moniram Dewan is the correct answer.

    • @akibhassan2683
      @akibhassan2683 Місяць тому

      Right

  • @DharmendraChutia-d2p
    @DharmendraChutia-d2p 2 роки тому +1

    27 question Tu. Answer hb lage Kazirnga national park. Karn eyar matiklai 858.98 borg kilumitar. Aru manash Tu hoise 500borg kilu mitar.

  • @BholanathDas-us6vb
    @BholanathDas-us6vb 10 місяців тому +1

    O sudir vai master hoi sa

  • @bastobchutia2561
    @bastobchutia2561 2 роки тому +2

    27 no Question r answer Kaziranga hobo.

  • @dibakardasofficial1110
    @dibakardasofficial1110 2 роки тому +3

    27, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয়

  • @bpko4477
    @bpko4477 2 роки тому +2

    Most important question dila dada apuni tq ।

  • @karunagogoi9133
    @karunagogoi9133 2 роки тому +4

    Thanks 👍

  • @DigenBorah-h3x
    @DigenBorah-h3x Рік тому +3

    😊Very happyful sar .🙏

    • @Rølëxgaming123mk
      @Rølëxgaming123mk Рік тому

      Tui jibone porsa ki school clg bahira knolage ban nai re tor porai di bul ans koia dei busos na

  • @ayeshabarbhuiya3192
    @ayeshabarbhuiya3192 2 роки тому +4

    Think u so much ❤️

  • @bhanitanath8860
    @bhanitanath8860 Рік тому

    Thanks very good questions 🙋🙋🙋🙋🙋🙋

    • @TutuHira-h9v
      @TutuHira-h9v 8 місяців тому

      👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎👎

  • @ranjandhun3299
    @ranjandhun3299 2 роки тому +15

    23 to moniram Dewan hbo lagisile

    • @karunagogoi9133
      @karunagogoi9133 2 роки тому +2

      Thanks 👍

    • @monjilkamil9512
      @monjilkamil9512 2 роки тому +1

      Joseph .

    • @dimpalmanidas1122
      @dimpalmanidas1122 Рік тому

      Blg books't Moniram dewan moiu paisu ru Jagannath Baruah o paisu bt Duitar ji2 thke option't mri ahile hl kurma imn sinta kribo nlage🖖😀

    • @nathjoy2776
      @nathjoy2776 Рік тому

      Bohut vul answer ase

    • @simplyaccount3720
      @simplyaccount3720 Рік тому

      jagannath boruai hoi . Jagannath boruai sah kheti firstot anisil but moniram dewane rui sil bujile🙏

  • @anowarhussain7852
    @anowarhussain7852 2 роки тому +1

    Good

  • @jitentalukdartalukdar3722
    @jitentalukdartalukdar3722 2 роки тому +4

    Q23 .. jagannath Barua akhet kun hoi..Maniram Dewan the first Assamese tea farmer.

  • @mamatazkhatun5326
    @mamatazkhatun5326 9 місяців тому +1

    57 no Rudra Singha
    Pramatta Singha haito poki korisil

  • @SAPHALDASHAM
    @SAPHALDASHAM Рік тому +4

    Q no 23 উজনি অসমৰ প্ৰথম চাহ খেতিয়ক জগন্নাথ বৰুৱা আৰু অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান

  • @harichandraharijan5262
    @harichandraharijan5262 2 роки тому

    Anekua quaction. Dile to. 100. Vitot. 95. Pam. Eman. Hohos nedia. But vl. Lagill vdio tu. Tq

  • @pabanxyz1024
    @pabanxyz1024 Рік тому +1

    Dhana bad sir😮😮😊

  • @HussainAhmed-di3vu
    @HussainAhmed-di3vu 11 місяців тому +1

    Nice 👍❤❤❤

  • @PurnimaDas-g6w
    @PurnimaDas-g6w 7 місяців тому

    Biggest national park of Assam is kaziranga national park

  • @RekhamoniGogoi-ie2yt
    @RekhamoniGogoi-ie2yt Рік тому +10

    The father of Assam sports " Shri Bhogeswar Baruah"

  • @BhanupriyaBorgohain
    @BhanupriyaBorgohain 13 днів тому +1

    ভালেইলাগিলচাইএনেদৰেআপোনালোকেকণকণসকললৈএইবিলাকপঠিয়াইথাকিব

  • @RajeshDas-st3yi
    @RajeshDas-st3yi Рік тому +1

    23 answer tu moniram dyan hy nyki.jonbo

  • @munmundas6569
    @munmundas6569 2 роки тому +1

    Great

  • @Tapan-v4e
    @Tapan-v4e Рік тому +1

    moi hehi quiz hot 100% hor bitorot 80% parisu

  • @nextlevel5653
    @nextlevel5653 2 роки тому +1

    Moja

  • @ramensaud7588
    @ramensaud7588 7 місяців тому

    Q no. 33 tu option A aru B duwutai hoi😊😊

  • @ranjitadeka7306
    @ranjitadeka7306 Рік тому +3

    Thank you sar ☺️☺️😇😇🇮🇳🇮🇳🇮🇳🇮🇳

    • @ranjitadeka7306
      @ranjitadeka7306 Рік тому

      😇😇☺️☺️🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @rsgurubhai1884
    @rsgurubhai1884 Рік тому

    Oxomor prothom saah khetiyok kun val k jonaba ......
    ......... ??????

  • @chirajdoleydoley
    @chirajdoleydoley Рік тому +1

    Good morning sir

  • @dilipdas7512
    @dilipdas7512 2 місяці тому +1

    22 Tu, (Robert brush )hoi class 7r social science t ase😢😢😢

  • @Hi_I_Am_UniverseMind
    @Hi_I_Am_UniverseMind 2 роки тому

    Thank You Bondhu

  • @sahiddigitalcamera3401
    @sahiddigitalcamera3401 2 роки тому +1

    Qustion 25. Answer a

  • @jeetdoleyofficial5304
    @jeetdoleyofficial5304 Рік тому +1

    R G বৰুৱা শুনা নাই কোন আছিল চাৰ

  • @karabisaikia460
    @karabisaikia460 Рік тому +2

    Nice😊

  • @priyankaray1653
    @priyankaray1653 Рік тому

    23 number tu Moniram dewan hoi akdam correct answer

  • @pampidas6441
    @pampidas6441 2 роки тому +1

    Ari dibo anekua qs

  • @BhabeshHujuri-mo7yg
    @BhabeshHujuri-mo7yg 4 місяці тому +1

    Hi

  • @rumanabegum230
    @rumanabegum230 2 роки тому +1

    Thankyou

  • @ramanikumar9028
    @ramanikumar9028 Рік тому

    mojja❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊

  • @assamesegirl617
    @assamesegirl617 Рік тому

    Moniram dewan hoi first tea farmer

  • @Ajaysaw-h1t
    @Ajaysaw-h1t Рік тому

    Very nice

  • @Pranabbonia
    @Pranabbonia Рік тому

    53 right

  • @rjtinagogoi7621
    @rjtinagogoi7621 Рік тому

    54 Answer I think Tinsukia

  • @dilipkumbang2089
    @dilipkumbang2089 2 роки тому

    So so beautiful ♥️😍🥰😘♥️♥️♥️❤️😘😍😘😍🤩💖

  • @sermonsingnar1972
    @sermonsingnar1972 2 роки тому

    18 No questionr answer bhugesor boruwa hobo

  • @TopicWiseStudys
    @TopicWiseStudys 2 роки тому +9

    56Q start 1751 end 1769

  • @Jitudas-u5m
    @Jitudas-u5m 7 місяців тому

    45 out of 60

  • @dipachetry1283
    @dipachetry1283 2 роки тому +8

    17 (b)

  • @Z-u-b-e-e-n-
    @Z-u-b-e-e-n- Рік тому

    Thank you sir

  • @JanmoniBailung-nu9my
    @JanmoniBailung-nu9my 9 місяців тому +1

    ❤❤🙏🙏

  • @anudas2698
    @anudas2698 9 місяців тому

    অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কাজিৰঙা হয়

  • @Guwahati_lora_moi_2
    @Guwahati_lora_moi_2 10 місяців тому

    Moja ❤❤❤

  • @thenortheastnb8852
    @thenortheastnb8852 Рік тому

    Moy 60 tar majot 14 ta tuhe poranai baki sob Correct hoise dada.

  • @purabidoleypurabidoley8934
    @purabidoleypurabidoley8934 2 роки тому +67

    Moniram Dewan the first Assamese tea farmer

  • @AnkurEngti-pg9kx
    @AnkurEngti-pg9kx 11 місяців тому

    18 BHOGESWAR BARUA

  • @mbcartoons4016
    @mbcartoons4016 Рік тому

    23 No prasnor uttar Maniram Dewan hoi

  • @kiranbagti1045
    @kiranbagti1045 Рік тому

    Nice dada

  • @GopalDas-mi3hb
    @GopalDas-mi3hb 5 місяців тому

    Very nice❤❤❤

  • @nilakshigogoivlogs6464
    @nilakshigogoivlogs6464 2 роки тому

    Aimee Borua k kihr krne dibo lge.

  • @swapnaboro6996
    @swapnaboro6996 10 місяців тому

    23 Q... Moniram dewane ki next korisil neki... Prothom beleg J confused ..

  • @JaminiBaishya-s5c
    @JaminiBaishya-s5c Рік тому

    Thank you so much

  • @TalukPagag
    @TalukPagag 5 днів тому

    Akoman jotil prosno koi dibo

  • @prosantaborah7492
    @prosantaborah7492 2 роки тому +1

    ❤️👍🏾❤️👍🏾

  • @mintidas3094
    @mintidas3094 Рік тому +1

    27 no question tur answer hoi B

  • @umeshroy2178
    @umeshroy2178 2 роки тому +18

    বেয়া নাপাবা ভাই,,,অনুগ্ৰহ কৰি তোমাৰ অসমীয়া কথাখিনি স্পষ্ট কৰি কোৱা না ,,

  • @arupdutta9309
    @arupdutta9309 Рік тому +1

    18. Bhogeshar baruah

  • @dipak-pr7mg
    @dipak-pr7mg Рік тому

    18 member ansar B hobo net mari sai lo aneki voll enfomaison dedino ha

  • @mashudcakisuame7007
    @mashudcakisuame7007 Рік тому

    Eman long video

  • @Mainabora-vn1fm
    @Mainabora-vn1fm 11 місяців тому

    Nice

  • @indianarmymotivationchanne6161
    @indianarmymotivationchanne6161 2 роки тому

    51 ta pari lu video sai vl lgila

  • @rajapegu4567gmaile
    @rajapegu4567gmaile Рік тому +1

    Hii

  • @polikalita2138
    @polikalita2138 Рік тому

    Dhuburi

  • @RonjumoniSonowal
    @RonjumoniSonowal Рік тому

    Nice video

  • @anwershaikh5972
    @anwershaikh5972 10 місяців тому

    No 27 Ans Kajirangaa

  • @Satyajit_412
    @Satyajit_412 2 роки тому +1

    50ta correct ans দিব পাৰিছোঁ