শিৱসাগৰত অখিল গগৈক হৰুওৱাৰ ভাবুকি মেহদী আলম বৰাৰ

Поділитися
Вставка
  • Опубліковано 30 лис 2024

КОМЕНТАРІ • 23

  • @MridleSaikia
    @MridleSaikia 2 дні тому +5

    বাদ দিয়া হে কংগ্ৰেছৰ কাম নাই।

  • @BisheswarNath-kw4tj
    @BisheswarNath-kw4tj День тому +2

    পথমে কংগ্রেছে মিত্রতা ধৰম পালন কৰক , নিজৰ ভূল কিয় চিকাৰ নকৰে

  • @nabajyotichetia51
    @nabajyotichetia51 2 дні тому +3

    নাদৰ ভেকুলীয়ে যিদৰে আকাশখন নাদৰ সমানেই ডাঙৰ বুলি ভাবে একেদৰে অখিল গগৈয়েও মিঞাৰ অঞ্চলত থাকি ভাৱে যে তেওঁৰ জনপ্ৰিয়তা ধুবুৰীৰ দৰে গোটেই অসমতে আছে।

  • @monjulaborah8567
    @monjulaborah8567 2 дні тому +1

    অখিল গগৈয়ে সঁচা কথাই কৈছে শিৱসাগৰত হেৰুৱাব পাৰিবজানো

  • @bapandas2873
    @bapandas2873 День тому

    ২০২৬ চনত Akhiluddin এ
    ভূলতেও জিকিব নোৱাৰে । খাটাং । Congress ৰ কাম
    নাই ।

  • @AshimSwargiary
    @AshimSwargiary День тому

    সাগৰৰ গভীৰতা কিমান, অখিলদায়ে নহ'লে কংগ্ৰেছে জুখিব নোৱাৰে

  • @khargeswarkalita4630
    @khargeswarkalita4630 2 дні тому +1

    Cong এ মানি লৈছে cong ৰ মানুহে ৰাইজৰ দলক আঁকোৱালি লৈছে।😂

  • @atulhazarika4227
    @atulhazarika4227 День тому

    কংগ্ৰেছে শিৱসাগৰত নিজাববীয়াকৈ যাতে ২০২৬ চনত প্ৰাৰ্থী নিদিয়ে তাৰ বাবেই কংগ্ৰেছক ভয় খুৱাবলৈকে কংগ্ৰেছৰ সংখ্যা লঘূ থকা সমষ্টি সমূহত সভা -সমিতি কৰি ময়ো যে শক্তিশালী তাৰ ৰিহাৰচেল কৰি আছে ।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 5 годин тому

    ভোট দিম আমিহে ৷

  • @bhimrajkaman
    @bhimrajkaman День тому

    আপুনি কি লেওৰাটো নো ঘেন্টা

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 2 дні тому

    অখিল গগৈৰ বহুত বেছি হৈছে,হিলৈ যাবলৈ সময় হোৱা যেন পাও।

  • @souravmalakar5389
    @souravmalakar5389 День тому

    ভূপেন বৰাক এতিয়া গৌৰৱে গতিয়াই দিব ।ভূপেন বৰাৰ দৰে নেতা বোৰ কংগ্ৰেছ বাদ দি আঞ্চলিক দলত যোগ দিব লাগে

  • @khargeswarkalita4630
    @khargeswarkalita4630 2 дні тому +2

    Cong ৰ লগত থাকা মানে অধপতন চপাই লোৱা।

  • @chetia847
    @chetia847 2 дні тому +1

    কংগ্ৰেছ বিগ জিৰ হব অখিল নহলে ।

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 3 години тому

    Cam nai congess

  • @ShorifulIslam-n9v1w
    @ShorifulIslam-n9v1w День тому

    Tohot bhabhi aso Akhil hero hoi gol

  • @ShiponShipon-e8k
    @ShiponShipon-e8k 2 дні тому

    Okilgogoi moto sot nata Assam nai

  • @ishans8633
    @ishans8633 2 дні тому

    Atu kun