হামৰেনত ৭৫সংখ্যক গণৰাজ্য দিবসৰ ৰাট্ৰীয় পতকা উক্তোলন কৰে অসম বিধান সভাৰ উপাদক্ষ্য ড°নোমল মমিনHamren

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • সমগ্ৰ ভাৰত বৰ্ষ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত ৭৫সংখ্যক গণৰাজ্য দিবসৰ ৰাট্ৰীয় পতকা উক্তোলন কৰে অসম বিধান সভাৰ উপাদক্ষ্য ড° নোমল মমিন লগতে সহযোগ কৰে জিলাৰ কমিচনাৰ ক্‌ষ্ণা বৰুৱা ৷হামৰেনৰ আৰক্ষী অধীক্ষক ইন্দ্ৰানীল বৰুৱা
    উপস্থিত বিধয়ক ৰোপচিং টেৰন ৷লগতে কাৰ্বি পৰিষদৰ ইএম এমএচি আৰু কাৰ্বি ৰজা লংচিং ৰংহাং
    স্কুলীয়া চাত্ৰ-চাত্ৰী লগতে অসম আৰক্ষীৰ জোৱানৰ পেৰেড গ্ৰহন কৰে ৷অসম বিধান সভাৰ উপাদক্ষ্য ড° নোমল মমিনে৷
    #গণৰাজ্য দিবস সংগতি ৰাখি কাৰ্বি নিত্য ৷বৰৌ ৷বিহু ন্‌ত্য আদি প্ৰদৰ্শন কৰে ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ উদ্যোগত আযোজন কৰা গণৰাজ্য দিবৱ
    বৰ্তমান চৰকাৰৰ দিনত পাৰ্ৱত্য অঞ্চলত উন্নয়ন হৈছে লগতে অনাগত পশ্চিম কাৰ্বি আংলংঙৰ পথ যোগাযোগ জাকত জিলিকা হব বুলি ভাষণত উলেখ কৰে উপাদক্ষ্য ড° নোমল মমিনে

КОМЕНТАРІ •