এডেনিয়াম পুলিৰ যত্ন। এডেনিয়াম ফুলৰ যত্ন। এডেনিয়াম ফুল। Adenium Plant Care In Assamese

Поділитися
Вставка
  • Опубліковано 12 вер 2024
  • এডেনিয়াম পুলিৰ যত্ন। এডেনিয়াম ফুলৰ যত্ন। এডেনিয়াম ফুল।
    Adenium plant care in Assamese
    rubi mahanta garden tips

КОМЕНТАРІ • 16

  • @Bikigogoi-cp2mf
    @Bikigogoi-cp2mf Місяць тому

    ❤❤❤

  • @beautihandique1807
    @beautihandique1807 Рік тому

    Dubble impression or dam kimn

  • @beautihandique1807
    @beautihandique1807 Рік тому

    Moi phul kinibo bisaru

  • @user-li2yi6db3q
    @user-li2yi6db3q Рік тому

    Moi kinibo bisaru

  • @karabikonwar4719
    @karabikonwar4719 2 роки тому

    Tq mem🙏😊

  • @popysaikia833
    @popysaikia833 Рік тому

    Bor dhuniya ke bujai koise val lgil

  • @mastofaahmed2081
    @mastofaahmed2081 10 місяців тому

    মোৰ এডেনিয়াম জোপা ৰিপৰ্ট কৰা পিছত কদেকশ তোৰ তলৰ ফালে ডাঙৰ শিপা শিপা ঢিলা হৈ পাতবোৰ হালধীয়া বৰণৰ হৈ সৰিছে কি কৰিলে ভাল হব ফুলজোপা,

    • @RubiMahantaGardenTips
      @RubiMahantaGardenTips  10 місяців тому

      এনেকুৱা সময়ত পাত বোৰ হালধীয়া হৈ সৰেই। ঠাণ্ডা দিনত এডেনিয়াম গছৰ growth ৰৈ যায় সেয়ে এতিয়া গছজোপা ভাল কৰাৰ চেষ্টা নকৰিব। মাত্ৰ চাব কদেক্স টো গেলিছে নেকি। যদি গেলিছে তেন্তে বেয়া হোৱা অংশ টো কাটি আতৰাই পেলাব আৰু ফাংগিছাইদ শুকান কৈ লগাই দুদিন ৰাখি দিব। তাৰ পিছত ৰিপটিং কৰিব, পানী কমকৈ দিব আৰু ৰʼদত ৰাখিব।

    • @mastofaahmed2081
      @mastofaahmed2081 10 місяців тому

      @@RubiMahantaGardenTips ধন্যবাদ,পৰামৰ্শৰ বাবে

  • @reenahazarika514
    @reenahazarika514 Рік тому

    এদেনিয়াম গুটি ক'ত পাম বাইদেউ

    • @RubiMahantaGardenTips
      @RubiMahantaGardenTips  Рік тому

      ফেচবুকৰ ফুলৰ buy and sell group কিছুমানত পোৱা যায়। কেতিয়াবা নাৰ্চাৰিত ক'লেও আনি দিয়ে। আপুনি seedsnpots বুলি গুগল ত চাব, তাতো পাব।

  • @ratulphukan4294
    @ratulphukan4294 Рік тому

    পুলি পোৱা যাৱ
    নেকি

    • @RubiMahantaGardenTips
      @RubiMahantaGardenTips  Рік тому

      পুলি বোৰ ডাঙৰ হ'ল এতিয়া। ঘৰ ক'ত আপোনাৰ?

  • @Bikigogoi-cp2mf
    @Bikigogoi-cp2mf Місяць тому

    ❤❤❤