ইনাৰ লাইন পাৰ্মিত কি?অসমত কিয় ইনাৰ লাইন পার্মিত আজিলৈ হোৱা নাই?
Вставка
- Опубліковано 11 лют 2025
- Hey guys this is AKSHAY JYOTI NATH,and in this video we are going to talk INNER LINE PERMIT --
An Inner Line Permit (ILP) is an official travel document that grants temporary permission to enter certain regions within India. The ILP is required for Indian citizens from outside these regions and foreigners who wish to travel to these areas.
The ILP system is enforced in the states of Arunachal Pradesh, Nagaland, and Mizoram, which are located in the northeastern region of India. The ILP is intended to regulate the entry of visitors into these states, to protect the indigenous cultures and identities of the people living there.
To obtain an ILP, visitors must apply to the relevant authorities in the state they wish to visit. The application process typically involves filling out a form and providing proof of identity and purpose of visit. Once the ILP is issued, it allows visitors to stay in the specified area for a limited period, usually up to 30 days.
It is important to note that the ILP is not a substitute for a visa or any other required travel documents. Visitors should check the entry requirements for India and the specific states they wish to visit before making travel plans.
#innerlinepermit #ilp #assam #assamese #dimapur #assamesegk #nagaland #manipur #mizoram #arunachalpradesh #assamgovt #assamgovernment #assamesegyan #assameseinformationvideo #assameseknowledge #assamesenews
#assameseshorts #restrictedarea #northeast #northeastindia #indiantourism
মোৰ কিছুমান পুৰণা video, যিবোৰৰ পৰা আপুনি কিছু হলেও নতুন কথা শিকিব পাৰিব -----------------
উত্তৰাধিকাৰী সূত্ৰে নামজাৰী,বা মাটিৰ ৰেকৰ্ড বা জমাবন্দি, ভূমিপুত্ৰ চাৰ্টিফিকেট কেনেকৈ ঘৰতেই বহি কৰিব -----
মাটিৰ কাম-কাজ,আপুনি এই লিংক টোত ক্লিক কৰি সকলো মাটিৰ কাম কাজ সম্পৰ্কীয় video চাব পাৰিব।
• মাটিৰ কাম-কাজ
বৰ্তমানে জনসংখ্যা বঢ়া নাই,কমি হে গৈ আছে
• বৰ্তমানে জনসংখ্যা বিস্...
ঢোলৰ প্ৰত্যেক টো অংগৰ নাম----
• ঢোলৰ অংগ বোৰৰ নাম।
HINDENBURG আৰু আদানী কাজিয়াৰ আঁৰৰ কাহিনী
• আদানী শেষ! HINDENBURG ...
তামোল পানৰ ইতিহাস,আমাৰ মাজত এই তামোল পানৰ পৰম্পৰা আহিল কেনেকৈ ?
• অসমত তামোল পানৰ পৰম্পৰ...
আহোম সকল কোন আছিল? তেওঁলোক কিয় অসমলৈ আহিব লগা হল?
• আহোম সকল অসমলৈ কিয় আহ...
ফ্লোপ মোদী,নোটবন্দী ৬ ত বছৰ কাৰ কি লাভ কাৰ কি লোকচান হল?
• ফ্লপ মোদী : নোটবন্দী ৰ...
আমি সদায় খায় থকা চালানী মাছ বোৰ আমাৰ দেহৰ কাৰণে কিমান ভাল বাৰু??
• চালানি মাছ খালে কেঞ্চা...
বৰ্তমান চলি থকা ১০ মিনিটত LOAN দি APP বোৰে কিদৰে মানুহক ঠগাই আছে।সাৱধান এই loan app বোৰৰ পৰা loan লৈ জীৱন ধ্বংস নকৰিব .....
• সাৱধান : 10 মিনিটতেই ল...
আপোনালোকে যদি বিচাৰে মোক follow কৰিব পাৰে...
মোক Instagram ত follow কৰিব পাৰে...
...
Insta id
Gyaan Jogot ৰ facebook পেজ ত like কৰি follow কৰিব..
/ gyaan-jogot-1041977652...
Gyaan Jogot ক Instagram ত follow কৰিব...
...
আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই এই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।আপোনাৰ দিনটো শুভ হওঁক।।
ধন্যবাদ।।।।