সদনত সাংসদ গৌৰৱ গগৈয়ে তিনিটা প্ৰশ্ন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীক। কি এই তিনিটা প্ৰশ্ন?

Поділитися
Вставка
  • Опубліковано 12 гру 2024

КОМЕНТАРІ • 329

  • @DulenchGogoi
    @DulenchGogoi Рік тому +135

    গৌৰৱ সদায় অসমৰ গৌৰৱ হৈ থাকক।

    • @jalaluddinahmed9888
      @jalaluddinahmed9888 Рік тому +5

      নিশ্চয় নিশ্চয় । আমি আশা ৰাখিছো অদূৰ ভৱিষ্যতে অসমৰ মূখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব ।

  • @AsgarHussain-jg7qi
    @AsgarHussain-jg7qi Рік тому +64

    অসমৰ শান্তি ,সম্প্রতি আৰু উন্নতিৰ প্ৰতীক আমাৰ মৰমৰ গৌৰৱ গগৈ,,,,

  • @pallavichowdhury7450
    @pallavichowdhury7450 Рік тому +95

    বিৰোধী পক্ষৰ সাংসদ হিচাপে গৌৰৱ গগৈৰ ভূমিকা প্ৰশংসনীয়৷গণতান্ত্ৰিক দেশত বিৰোধী শক্তিশালী হোৱাতো বাঞ্চনীয়৷

  • @devdas8542
    @devdas8542 Рік тому +155

    অসমৰ মুখ্য মন্ত্ৰী পদৰ যোগ্য পাৰ্থি.... এদিন নিশ্চয় মূখ্য মন্ত্ৰী হব গৌৰব গগৈ....

    • @satyajitsaikia549
      @satyajitsaikia549 Рік тому

      😂😂

    • @manujkumarbora8901
      @manujkumarbora8901 Рік тому +7

      এদিন সেই আহিব তেওঁ জনাশুনা কৰা মানুহ অসমত এনে এজন নেতা দৰকাৰ

    • @manujkumarbora8901
      @manujkumarbora8901 Рік тому +2

      ❤❤❤❤

    • @deepnath8313
      @deepnath8313 Рік тому

      ​@@satyajitsaikia549baperor pukor jolile neki hahiso je

    • @arupsangma974
      @arupsangma974 Рік тому

      Yes

  • @pranabdas6502
    @pranabdas6502 Рік тому +132

    আশা থাকিল এদিন মুখ্যমন্ত্ৰীৰ আখনত দেখিবলৈ পাম।

    • @dhrubarajpatowary2410
      @dhrubarajpatowary2410 Рік тому +1

      Only Himanta a thakibo

    • @dipakgogoi5084
      @dipakgogoi5084 Рік тому

      ​@@dhrubarajpatowary2410 1500 টকীয়া বিলাকে তেনেকৈয়ে কয়। 1500 টকাতনো কিমান মাথাত মাল থকা মানুহ পাব।

    • @rakhisaikia5529
      @rakhisaikia5529 Рік тому

      ​@@dhrubarajpatowary2410 Dekhtey hey age age hota kya hey...

    • @FreeFire-ik9lf
      @FreeFire-ik9lf Рік тому

      😂 miya first

    • @mostofahussain8287
      @mostofahussain8287 Рік тому

      2024 Ha ha ha ha ha

  • @jitulborah6810
    @jitulborah6810 Рік тому +138

    গৌৰৱ গগৈ অসমৰ সিংহ পুৰুষ, অনাগত ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰিলো। জয় আই অসম।

    • @abdulbasik2614
      @abdulbasik2614 Рік тому +4

      👍

    • @dhrubarajpatowary2410
      @dhrubarajpatowary2410 Рік тому

      😂

    • @FreeFire-ik9lf
      @FreeFire-ik9lf Рік тому

      Mor set dall😂

    • @Ishubaa
      @Ishubaa Рік тому

      ​@@FreeFire-ik9lftumar mayeror boos khon selekibo diba edin 😂

    • @mostofahussain8287
      @mostofahussain8287 Рік тому +1

      গৌৰৱ গগৈৰ ভাষণ শুনি অন্ধ ভক্তৰ পোকত জুই লাগিছে 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @janardanbora2803
    @janardanbora2803 Рік тому +115

    গৌৰৱ গগৈ অসমৰ সম্পদ তেওঁৰ দৰে এজনো শিক্ষিত সাংসদ নাই চাগে অসমত 🎉🎉🎉

    • @ciyadevi3637
      @ciyadevi3637 Рік тому +11

      Right

    • @m.g.4289
      @m.g.4289 Рік тому

      কিৰণ ডাঙৰীয়াও আজি চাগে গৌৰৱ গগৈক মনে মনে সমৰ্থন কৰিছে। ধুনীয়া গোটেই সংসদ ঠান্দা হৈ গ'ল।

    • @hiranyabora436
      @hiranyabora436 Рік тому

      Right

  • @pritamsarma1672
    @pritamsarma1672 Рік тому +178

    I am a Member of B. J. P... But, Gaurab Gagoi Dada is very educated man... His lecture is very excited and his language is very good 👍👍....

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 Рік тому +30

    গৌৰৱ গগৈ এজন ভাল সাংসদ। যোগ্য ❤❤❤❤

  • @anukalita705
    @anukalita705 Рік тому +54

    শুনিলে শুনি থাকিবৰ মন যায়। মোৰ এজন প্ৰিয় ব্যক্তি। তেওঁৰ ভাষনৰ সালিলতা ই বেলেগ, কোনো এটা উগ্ৰ স্বভাব নাই ভাষনৰ, নাই কোনো ঠাট্টা মস্কৰা। সদনত সকলোৱে নিৰৱ শ্ৰোতা হৈ শুনি আছে।

  • @kcmon5713
    @kcmon5713 Рік тому +71

    ভৱিষ্যতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো কোনে কোনে বিচাৰে। Comment কৰক ❤

    • @srigunajitsharma8282
      @srigunajitsharma8282 Рік тому +1

      😂😂

    • @alokdutta5907
      @alokdutta5907 Рік тому

      @@srigunajitsharma8282 ১৫০০ টকীয়া গোবৰ ভক্তৰ ইয়াত আহি আকৌ কেলা দাঁত চেলেবলৈ তোৰ কিহে পালে ? তোৰ পিঠিৰ খজুৱতি উঠিছে নেকি ?

    • @rameshbordoloi8371
      @rameshbordoloi8371 Рік тому +3

      হয

    • @jeshminnehar6473
      @jeshminnehar6473 Рік тому +3

      Yes

    • @mostofahussain8287
      @mostofahussain8287 Рік тому

      100%বিছাৰো

  • @rafikulhaque7429
    @rafikulhaque7429 Рік тому +51

    যাৰ নামেই গৌৰব ...i salute him

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +20

    গৌৰৱ গগৈ এজন ভাল বক্তা
    শিক্ষিত মানুহ
    ভাল সাংসদ

  • @rameshbordoloi8371
    @rameshbordoloi8371 Рік тому +21

    গৌৰব অসমৰ গৌৰব হওক।

  • @darpankonwar598
    @darpankonwar598 Рік тому +42

    অসমৰ গৌৰৱ 🙏🙏🙏👍 গৌৰৱ গগৈ

  • @MrKoolsafi
    @MrKoolsafi Рік тому +38

    এতিয়াহে শুদ্ধ হিন্দীত কথা কোৱা অসমীয়া এজন দেখিলোঁ।যাৰ কথাত নৰ্থ ইষ্টৰ উচ্চাৰণ টন অহানাই

  • @subhashsut2215
    @subhashsut2215 Рік тому +19

    গৌৰব গগৈ জিন্দাবাদ কঙগেছ জিন্দাবাদ ।

  • @bijoysaikia1405
    @bijoysaikia1405 Рік тому +7

    অসমৰ গৌৰৱ সিংহৰ দৰে সদায় গৰজি থাকক দেশৰ হকে। অসমৰ Next CM হওক। ৰাইজ অসমলৈ শান্তি আহিব।

  • @bonomalipegu508
    @bonomalipegu508 Рік тому +12

    গৌৰৱ দা সদায় অসমৰ গৌৰৱ। নিশ্চয় এদিন অসমত মুখ্যমন্ত্ৰীৰ আসনত বহিব।

  • @hemantagohain725
    @hemantagohain725 Рік тому +15

    যুক্তি পূৰ্ণ ভাষন।

  • @jogendranath121
    @jogendranath121 Рік тому +38

    We want Gourav Gogoi as a CM of Assam.

  • @HariDeori-o6s
    @HariDeori-o6s Рік тому +58

    Great speech and I salute Gogoi ji

  • @yeaminurrahman3764
    @yeaminurrahman3764 Рік тому +36

    Now Group Gogoi is a National leader. Always proud him.

  • @phuleswarsaikia2319
    @phuleswarsaikia2319 Рік тому +42

    Like father like son
    God bless you to serve our country.

  • @mung787
    @mung787 Рік тому +51

    দেশৰ যুৱশক্তিৰ ওপৰত ৰাইজৰ ভৰসা আছে । এই ভৰসাক বিশ্বাসত পৰিণত কৰিবলৈ হ'লে নিজৰ সুবিধা চাই দল বাগৰি ফুৰা নেতা আৰু পূৰ্বতে দুনীৰ্তিৰ কেলেংকাৰীত লিপ্ত হৈ দলৰ পতন নমাই অনা ৰাজনৈতিক নেতাসকলৰ পৰা দূৰত্ব বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

    • @rameshbordoloi8371
      @rameshbordoloi8371 Рік тому +3

      অতি সুন্দৰ কথা কলে। ভাল আমৰ পুলি। বকৰানিলৈ নাজাব।

    • @rupalichetia1747
      @rupalichetia1747 Рік тому +4

      সচা কথা কৈছে আপুনি ।

  • @ashiklaskar5596
    @ashiklaskar5596 Рік тому +1

    গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Рік тому +25

    কাজিৰঙা হেৰৌ ইংৰাজী হিন্দী অসমীয়া সকলো ভাষাত সুন্দৰ কৈ ভাষণ দিব পৰা সংসদ

  • @sharifulakand6609
    @sharifulakand6609 Рік тому +30

    Gourab gogoi is a great MP of Assam

  • @AssamVallay
    @AssamVallay Рік тому +8

    গৌৰৱ গগৈ অসমৰ নীলকণ্ঠ ৷ তেখেতে নিশ্চয় এদিন মুখ্যমন্ত্ৰীৰ আসনখন শুৱনি কৰিব।

  • @rupamray6242
    @rupamray6242 Рік тому +39

    Great speech ❤

  • @sankarjtaid1622
    @sankarjtaid1622 Рік тому +4

    আমাক সদায় লাগে গৌৰৱ গগৈ চাৰৰ নিচিনা সাংসদ like for assamese tiger 👍👍👍

  • @alokdutta5907
    @alokdutta5907 Рік тому +37

    গৌৰৱ গগৈ দেৱে সংসদৰ মজিয়াত অতি সুন্দৰ বক্তব্য দাঙি ধৰিছে । গৌৰৱ গগৈ অসমৰ গৌৰৱ হয়,তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে এজন নিশ্চয় যোগ্য প্ৰাৰ্থী হয় আৰু তেওঁ এদিন নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হবই তাত কাৰোৰে দ্বিমত নাই ।

    • @srigunajitsharma8282
      @srigunajitsharma8282 Рік тому

      Tor Murat ako nai Khali tema 😂😂

    • @alokdutta5907
      @alokdutta5907 Рік тому

      @@srigunajitsharma8282 তোৰ মূৰত কেৱল গো-মূত্ৰ আৰু গোবৰহে আছে অন্ধভক্ত বুজিলি ।

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      @@srigunajitsharma8282 Tor Marar gida khon khali, karan toi Baperar mukhat thoka Gidakhonrpora ulua Bamun mohapapi.

    • @MagneticShock-me5kk
      @MagneticShock-me5kk Рік тому +2

      এই পিচৰ মুৰত হে মাল আছে, কাৰণ গো মুত্ৰ ভক্ষণ কৰে যে,হাঃ হাঃ হাঃ হাঃ

    • @rockey897
      @rockey897 Рік тому +1

      ​@@srigunajitsharma8282Tur muror tema t sadha asa saga no

  • @AnuragVagoruwa
    @AnuragVagoruwa Рік тому +12

    এদিন নহয় এদিন ,গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্য মন্ত্ৰী হব ।

  • @nandacharoh5391
    @nandacharoh5391 Рік тому +24

    Gaurav gogoi long live.

  • @gagandas8078
    @gagandas8078 Рік тому +23

    We support you sir .🙏🏿

  • @rawandreal99
    @rawandreal99 Рік тому +48

    Gaurav Gogoi future CM ❤💪

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 Рік тому +27

    Gourab gogoi is a great M P of Assam❤️

  • @srimantasaikia6432
    @srimantasaikia6432 Рік тому +2

    সচাই গৌৰৱ অনুভৱ কৰোঁ গৌৰৱ গগৈ দৰে এজন সাংসদ আমাৰ মাজত আছে যি নেকি জ্বলন্ত সমস্যা সমূহ সদনত দাঙি ধৰে বহুতো ধন্যবাদ গগৈ ডাঙৰীয়া

  • @MINE_Craze_81
    @MINE_Craze_81 Рік тому +22

    Gaurob Gogoi is next CM of Assam. .

  • @hazarika3679
    @hazarika3679 Рік тому +16

    Excellent and very logical speech delivered by G G, Well performance performed

  • @GK24X7.
    @GK24X7. Рік тому +15

    Nice ....Educated person ...we need

  • @AlakeshAlakesh-jj2zw
    @AlakeshAlakesh-jj2zw Рік тому +3

    গৌৰৱ দা আপুনি এদিন হলেও প্ৰধান মন্ত্ৰী হবএ।আপোনাক লৈ এদিন হলেও অসমে গৌৰৱ কৰিব। বেছিদিন নালাগে যাতে।

  • @arupdas8897
    @arupdas8897 Рік тому +9

    Well done Mr Gogoi very nice presentation you have a bright future ahead

  • @hamantagogoi8904
    @hamantagogoi8904 Рік тому +35

    Gourav can do anything.....for his Mother land... 🙏🙏🙏🙏

  • @IftikarHussain-cr3wn
    @IftikarHussain-cr3wn Рік тому +5

    Grat prson

  • @dilipduttadilip8850
    @dilipduttadilip8850 Рік тому +10

    Verygoodtalks

  • @ronuj6307
    @ronuj6307 Рік тому +17

    Very good gogoi ji

  • @bikramnarzary7422
    @bikramnarzary7422 Рік тому +16

    Great opposition leader

  • @dipakgogoi5084
    @dipakgogoi5084 Рік тому +23

    গৌৰৱ গগৈ অসমৰ গৌৰৱ। অসমীয়াই সংসদত অসমীয়া বিৰোধী অমৃত , মোডী আৰু হিমন্ত বিশ্বই মাত মাতটো নিবিচাৰে। গতিকে ষড়যন্ত্ৰ কৰি গৌৰৱ গগৈক কলিয়াবত পৰাভূত কৰিবলৈ কংগ্ৰেছৰ বিধায়কে বিজয়ী হোৱা সমষ্টি সমূহ কৰ্তন কৰি কাজিৰঙা লোকসভা সমষ্টি কৰিলে। এইয়াই হৈছে গণতন্ত্ৰ বিৰোধী আৰু অসমীয়া বিৰোধী বিজেপি চৰকাৰ।

    • @srigunajitsharma8282
      @srigunajitsharma8282 Рік тому

      Gourab j Haribo alop holeo j anuman korisa ,xo thanks 😂😂

    • @alokdutta5907
      @alokdutta5907 Рік тому

      @@srigunajitsharma8282 তহঁতৰ হিমন্তৰ বালজেপি চৰকাৰে দালালি আৰু বক্ৰপথেৰে সমষ্টি কৰ্তন কৰিও গৌৰৱ গগৈৰ নোম এডালো লৰাব নোৱাৰিবি বুজিলি ।

    • @pratimasarma1737
      @pratimasarma1737 Рік тому

      বিজেপিয়ে যিয়েই নকৰক এইবাৰ শূন্যৰ বাহিৰে বেলেগ নহয়।

    • @benudharmoran1970
      @benudharmoran1970 Рік тому +2

      ​@@srigunajitsharma8282 😂😂😂😂😂 tur mur to

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому +1

      @@srigunajitsharma8282 Tur tikoni aru Dehot lou fura 9 ta manab dhngkhakari riput dhori susarai susari thekesi goo bahir karim.

  • @dipduttathakuria8147
    @dipduttathakuria8147 Рік тому +22

    Very good 👍👍

  • @arupjyoti6084
    @arupjyoti6084 Рік тому +4

    যি দিনা অসমৰ মুখ্যমন্ত্রী হিছপে গৌৰব গগৈক দেখা পাম সেইদিনাখনেই অসমৰ আছল প্ৰতিছবিখন দেখা পাম।

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj Рік тому +11

    Gaurab gogai zindabad

  • @khanindranath1869
    @khanindranath1869 Рік тому +2

    Mojah kotha koisa

  • @bakulboruah2026
    @bakulboruah2026 Рік тому +4

    গৌৰৱ গগৈ অসম তথা ভাৰতৰ গৌৰৱ।2026 ত তেওঁক নিশ্চয় অসমৰ মূখ‍্যমন্ত্ৰী হিচাপে দেখিবলৈ পাম।

  • @gagandeka4188
    @gagandeka4188 Рік тому +16

    Very good step

  • @purabidas2186
    @purabidas2186 Рік тому +22

    Right gaurabji❤

  • @jayantdeka9306
    @jayantdeka9306 Рік тому +3

    গৌৰৱ গগৈক ৰাজ্যিক সভাপতি দিব লাগে। ভবিষ্যত ভাল হ'ব।

  • @biswajitsahu2177
    @biswajitsahu2177 Рік тому +2

    আশা ৰাখিছোঁ আগন্তুক দিনত মুখীয় মন্ত্ৰী হিচাপে দেখা পাম বুলি সুন্দৰ কৈ লোক সভাত সমস্যা বোৰ দাঙি ধৰিছে আৰু অসম লৈ নিজ নামৰ দৰে গৌৰৱ কঢ়িয়াই আনিছে । লগতে বিৰোধী হিচাপে ভাল প্ৰদৰ্শন কৰিছে ।

  • @gunakantabaruah1988
    @gunakantabaruah1988 Рік тому +4

    গৌৰৱ গগৈ এদিন অসমৰ মূখ্যমন্ত্ৰী হ'ব। তেওঁ অসমৰ এজন যোগ্য নেতা।

  • @top_10_songs66
    @top_10_songs66 Рік тому +13

    Future CM of Assam 😊❤

  • @kalyansarma8613
    @kalyansarma8613 Рік тому +20

    Assam ka proud

  • @newsassam24985
    @newsassam24985 Рік тому +2

    Welcome Gourav

  • @dadhigam2081
    @dadhigam2081 Рік тому +21

    gaurav gogoi❤️

  • @himangshubailung1055
    @himangshubailung1055 Рік тому +18

    He talks logical and truth. 🙏

  • @bikidihingia4396
    @bikidihingia4396 Рік тому +3

    Great speech..

  • @ayangentertainer9975
    @ayangentertainer9975 Рік тому +22

    a brave educated leader from NorthEast...Proud of u Gaurav Da

  • @kandarpanath1533
    @kandarpanath1533 Рік тому +11

    Educated person great lucture.

  • @azar9778
    @azar9778 Рік тому +8

    Mr. Gogoi is the most active MP of Assam I have seen till now....good going...

  • @mahadevbrahma1900
    @mahadevbrahma1900 Рік тому +16

    We need an educated PM

  • @madhabpegu144
    @madhabpegu144 Рік тому +13

    Very good

  • @bikashhazarika8293
    @bikashhazarika8293 Рік тому +3

    Joi congress jai ho

  • @অসমীয়াপৰিয়াল

    অসমৰ গৌৰৱ , আমাৰ গৌৰৱ গগৈ।

  • @Monu_1b
    @Monu_1b Рік тому +1

    Dubara se comment Dena cahta hu salute gourav gogoi ji❤

  • @dijuhandique253
    @dijuhandique253 Рік тому +6

    Good gogoi da

  • @ptentertainment5744
    @ptentertainment5744 Рік тому +15

    He is an ideal politician!

  • @kennedykerketta401
    @kennedykerketta401 Рік тому +8

    Gaurav Gogoi well spoken.

  • @GopalSaikia-m8r
    @GopalSaikia-m8r Рік тому +9

    Garuv Gogoi ji thanks o k

  • @sonalisenguota176
    @sonalisenguota176 Рік тому +5

    Gaurav gogoi zindabaad

  • @brojendoley695
    @brojendoley695 Рік тому +10

    Gaurav is the best leader ❤❤

  • @njyotinjyoti7541
    @njyotinjyoti7541 Рік тому +1

    Thankyou Gaurov great speech.

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +1

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হব লাগে গৌৰৱ গগৈ

  • @abdulbasik2614
    @abdulbasik2614 Рік тому +6

    Assam me Top 3 ledar hai . 1.Gaurav gogoi, 2. Akhil gogoi ,3.Luingjuti Gogoi 😸😸😸

  • @xzaxe
    @xzaxe Рік тому +5

    Gourav Gogoi ji we proud to you!

  • @dhanukavlogs6783
    @dhanukavlogs6783 Рік тому +2

    Good speech.... excellent...hats off....

  • @BikashDas-cp1nk
    @BikashDas-cp1nk Рік тому +13

    Love you...sir❤❤❤

  • @kankandas3309
    @kankandas3309 Рік тому +4

    Great speech

  • @abitrabha1505
    @abitrabha1505 Рік тому +2

    Support to gaurav gogoi

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Рік тому +3

    V v good speech

  • @KusumSonowal-f6n
    @KusumSonowal-f6n Рік тому +17

    Great leader

  • @kapil912
    @kapil912 Рік тому +5

    নেতা হলে এনেকুৱা শিক্ষিত হব লাগে

  • @santoshgupta889
    @santoshgupta889 Рік тому +3

    Great. Great very great,Gaurov Sir, You were supposed to be PM at the peril time.

  • @ni2m-rr2qp
    @ni2m-rr2qp Рік тому

    Bohut bohut dhyonyabad,clearly bhason diyar babe.....uthi oha projanmar babe bohut val ...

  • @oxomormusic4453
    @oxomormusic4453 Рік тому +1

    Bohut Val kotha kole ❤

  • @reetabegum4161
    @reetabegum4161 Рік тому +6

    A salute to Gaurab Gogoi 🙏🙏🙏

  • @Monu_1b
    @Monu_1b Рік тому +1

    Salute ❤

  • @girindrasharma3561
    @girindrasharma3561 Рік тому +6

    His speech nd talent really praisable.......

  • @msaikia5890
    @msaikia5890 Рік тому +2

    Great question by Honorable MP Gaurav da.

  • @atultanti1597
    @atultanti1597 Рік тому +5

    Salute sir

  • @prasantamili2254
    @prasantamili2254 Рік тому +1

    Nice question Gaurav ji

  • @jahidulhaque8357
    @jahidulhaque8357 Рік тому +5

    Good speehk