Exclusive : Zubeen Garg ক সাৱটি ধৰি নিলম্বিত হোৱা মহিলা গৃহৰক্ষী জোৱানে কান্দি কান্দি কি ক'লে? N18V
Вставка
- Опубліковано 14 тра 2024
- Exclusive : Zubeen Garg ক সাৱটি ধৰি নিলম্বিত হোৱা মহিলা গৃহৰক্ষী জোৱানে কান্দি কান্দি কি ক'লে? N18V
#zubeengarg #news18assamoriginals #miliprabhachutia
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
মামাই যে গোটে মিটিং সভাত গৈ ছোৱালী মাইকী বোৰক সাবতি ধৰে... তেওঁৰ পদবীটো ও সাৰিজ কৰিব লাগে 😮😮
😂😂😂😂
তেওঁ যে ৰজা তেওঁৰ সেইবোৰ কোনে দেখিব কোনে কব
Thik koise apuni
😅😅😅
Rojai korile Leela bakibore korile kila.
একো ডাঙৰ অপৰাধ কৰা নাই । কৰ্তব্যৰ পৰা অব্যাহতি দিয়াটোহে অপৰাধ হ'ব । খাকী পোছাক যোৰৰ আৰত এটা অসমীয়া সত্তা আৰু সংস্কৃতিক ভাল পাব জনা এখন কোমল হীয়া আছে ।
Khaki pusak pindhi je ghush khoi police...e..aru Gundagiri je dekhuoi police uniform pindhi bloi heibur ki opradh nohoi neki
Sob kotha ...te mat matibo nalage government sorkare..Buji poise nohoi besi nilikhu
Zubeen Da I love
Zubeen da God Blass you
Suspend kari ki dekhabo bisarise ami bujibole baki nai 🤔. Dhikkk....
kune ba dile suspension kor pora bidehi bandar ahile
,, অপৰাধ হয় নে নহয়,, কি জান,,,, খাকি পোছাক পিন্ধি কাৰোবাৰ ভৰিত ধৰে,,,, এইটো কোনো ফালৰ পৰা ভাল কাম নহয়,, কি বুজালে খাকি পোছাক পিন্ধি কাৰোবাৰ ভৰিত ধৰিলে
Jiye anusasan mani chalibo nuware hi chakori nakorai bhal ,
এইটো একো অপৰাধ নহয়! কাৰণ মহিলা আৰক্ষী গৰাকীয়ে কোনো ৰাজনৈতিক দলৰ নেতাৰ ভৰিত ধৰা নাই! ধৰিছে মাথোঁ ৰাইজৰ নয়নৰমণি শিল্পী জুবিন গাৰ্গক! আৰক্ষী অধীক্ষকে এইক্ষেত্ৰত নিলম্বন কৰাটো ভুল বুলি আমি জনসাধাৰণে কৈছোঁ! আৰু এইক্ষেত্ৰত মহিলা গৰাকীৰ হৈ জুবিন গাৰ্গে মাত মতাটো দায়িত্ব বুলি ভাবোঁ!!
Police Karo varit dhoribo nuware
Uniform pindhi korato vul 1000 percent
Ariya jodi zubeen thait kunu mohila xilipi thakile hoy aru kunu male police jodi enekua kam korile tetiya?
চাকৰি কৰিলে বুলিয়েই যন্ত্ৰ হব নোৱাৰে। সকলোৰে আৱেগ, অনুভৱ থাকে।
জুবিন দাক বেয়া পোৱা মানুহ অসমত নাই so বাইদেউক যাতে চাকৰিৰ পৰা বঞ্চিত নকৰে
Zg lover ❤❤😢
Moi beya pao
Anusasan buli katha ase ,murkha dare katha nakoba,
@@jitunath4964Shut up. Ki beya kotha koise teo apuni zg k beya pabo pare Ami tu bhal pao .
Apunaluk bujibo nukhuje jiye g dekhay seitua biswakh kori loi
❤❤
Moi beya pao blor zubeen
আপোনাৰ কুনো ভূল নাই বাইদেউ|জুবিন দা I love you
বাইদেউ আপুনি পুলিচ ইমান সোনকালেই নাভাছ ফিল কৰিলে নহৱ
কিয় পুলিশৰ মানুহে শিল্পীক ভাল পাৱ নোৱাৰে নেকি ? এই মহিলা গৰাকীয়ে একো ভুল কৰা নাই। তেওঁৰ ওপৰত যি বিহিত ব্যবস্থা লৈছে উঠাই ললে ভাল হব।
এইখন অসম হয়, আৰু অসমত মৰমৰ শিল্পী জনক সন্মান কৰিলেও বিপদত পৰিব লগীয়া হয়। ইমানো ডাঙৰ ভুল কৰা নাই ঘেণ্টা। টকা খালে, গুণ্ডামী কৰিলে, ক্ষমতাৰ অপব্যৱহাৰ কৰিলে, খাকী পোছাক পিন্ধি আল্টু ফাল্টু ফটোৱা Reels বনাই থাকিলে, মদ চিগাৰেট খাই থাকিলে কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু জুবিন দাক মৰমতে সাৱতি ভৰিত ধৰি সেৱা কৰিলে ভুল হৈ গ'ল। ৱাহ... 👏👏জয় জুবিন দা❤❤
Hosa kotha. Zg ❤
এইটো ভাল কথা হোৱা নাই বুলি ভাবো কাৰণ ভাল পোৱা কেতিয়াও ভুল নহয়
❤
Murkha luke he ane ghatnak support kore,anusasanor kotha ase, jie anusasan mani chalibo nuware hi chakorit nathakai bhal,
নিলম্বন কৰাতো অসম আৰক্ষীৰ ভূল সিদ্ধান্ত।
Right
Assa kiya tumar maiki hua hole ki korela hoi bhai..
গৃহৰক্ষীক নিলম্বন কৰিব নোৱাৰে !
@@parthapratimdas8426 thike koise
Right
জূবিন দাক ভাল পোৱা সকলে বাইদেউ জনিৰ কাষত থিয় দিব লাগে
আপোনাৰ একো ভুল নাই বাইদেউ। I love zubeen da❤
আছলতে এইলৈ গৃহৰক্ষী মহিলা গৰাকী আৰু জুবিন ৰ্গাগৰ কোনো ভূল হ'ব নোৱাৰে । মূখ্য মন্ত্ৰী মহো দয়ে এসময়ত সমন্বয়ৰ কথা কৈছিল ! পুলিছ বা অন্য কোনো প্ৰশাসনিক বিষয়া হ'লেও মানুহৰ লগত একাত্ম বোধ হোৱাতো এটা সম্প্ৰীতিৰ নিৰ্দশন হে হ'ব লাগিছিল ।কিন্তু যদিহে এই সম্প্ৰীতিত শত্ৰু ঞ্জান যেন কৰা হৈছে ই এক দুৰ্ভাগ্য জনক । গৃহ ৰক্ষীৰ ওপৰ আলা জনে সমন্বয়ক বিষাদ গ্ৰস্ত কৰাতো নিবিছাৰো । যদি মহিলা গৰাকীৰ ঠাইত এজন পুৰুষ অ ছি ক জুবিনে মাতি শ্ৰদ্ধা কৰিলে হেতেন তেতিয়া প্ৰত্যাখান কৰিব পাৰিলে হেতেন নে ?? যদিও কৰিলে হেতেন জুবিনে সহজে ললে হেতেন নে??
আবেগত এনেকুৱা হৈ যায়
একো বেয়া কাম কৰা নাই বাইদেউ আপুনি সত্য আছে 👌।।. জয় জুবিন দা 😊❤😊
😂😂😂😂😂😂😂😂😂😂😂😂
চাকৰিৰ পৰা বঞ্চিত কৰি একো ভাল কাম কৰা নাই,,এইবিলাকৰ কাৰনে বহুতে বেলেক সিন্ধান্ত ল'ব লগা হয়,, বাইদেউক চাকৰিৰ পৰা বঞ্চিত নকৰে যেন, 🙏🇮🇳 ধন্যবাদ, বহুত কষ্ট কৰি ঘৰ সংসাৰ চলোৱাজনেহে বুজি পায়, কিমান কষ্টকৰ 😢
Jay *Zubeen* da❤❤❤
Women 👼👑👑 need more women like her ... Save this woman at any cost ..
বাইদেউ আপোনাৰ কোনো ভুল নাই❤❤
Kandibo nelage baideu sop thik hb... Joy zubeen da, ❤❤
এতিয়া জুবিনদাই হে আপোনাৰ চাকৰিটো বচাব পাৰিব 🙏🙏🙏
This move of Dgp sir is justified on grounds of public safety. One should have emotional control during duty hours
এবাৰ দাদাই কৈ দিলে আকৌ চাকৰি আগৰ দৰে হ'ব ❤
Zubeen is emotion
I support you Mili mem don't worry everything will be right
এতি অনুৰোধ অসম চৰকাৰলৈ জুবিন গাৰ্গ অসমৰ সম্পদ হয় গতিকে সম্পদক ভাল পোৱা টো অপৰাধ হব নোৱাৰে।
Bohut Val Kam Korisa Baideu 😃
কি বেয়া
Zubeen Garg king❤❤
Love u zubeen da ❤❤
Takhatok nilom bito kora kunu karon ni😢
আনন্দত পাহৰি পেলাইছিল ।
Akdom right
Cm mot koiu besi morom
Kore raije zubeenok ❤❤
Jai zubinda🎉
বাইদেউ আপুনি একো ভুল কৰা নাই মোৰ মতে।
এনেকুৱা কৰা কাৰণ কি আছিল, ভূল কত 😢
bhul uniform bujise
Arokhi posakot karobar vorit dhoratoi asil vul pise ako nohy sakori najay de
Love you Zubeen daa ❤❤❤❤
নাই আকো ভুল হোৱা নাই,
তেওঁক নিলম্বিত কৰি ভাল কাম কৰা নাই। এইয়া জুবিন প্ৰেম।
I love my Zubeen Garg ❤❤❤
aku vul huwa nai,,,,Kimn dekha pw police dress logai reels bonai thke ttya aku nhoi
Aku bhul kora nai zubeen uk sobe vl pai ❤
This days defence means attitude and discipline, singing is zubeen's career and police means maintain law and order, stay with attitudes 🏌️
Very good decision.
Zubin da ❤ I love you জদি জুবিন দাক ভাল পালেই ভুল বুলি কয় কাৰণ তেওঁলোকে আমাৰ জুবিন দাক বেয়া পাই নেকি
Zubeen da plzz apuni akbar request korile ako sakori2 hoi jb Zubeen dai akbar social media t ahe kolai hoi jb sakori plzzzz Zubeen da................................
Zubeen, the one and only, straight forward person, pride of assam,Assamese songand,people .love u Zubeen da long live.the life line of Assamese song. I also want meet him but no luck.
গাড়ীৰ পৰা পইচা লোৱা পুলিচক নিলম্বন কৰক, দুখীয়া ৰাইজৰ পৰা পইচা লোৱা পুলিচক নিলম্বন কৰক
Right
Right
কথাটো জুবীন দাৰ ওচৰত যাব লাগে।
কৰ্তব্য থকা পুলিচ আবেগিক হৈ যিকোনো কাম আবেগিক ভাবে কৰা অনুচিত।
Right.
Aku vul kra nai zubeen Dak usort pale kene kuwa Lage log puwa bure he Jane
Zubeen da ase apuni sinta nkoribo
Boss ase Mane hodai joy
Joy zubeen da ♥️
Rajnoitik netak haboti Lua nai nahoi.ejon hilpik ador dekhuatu ki dukh hol ni.Asomor hukolure hiyar amuthu Zubeen daa.Moiu khuob val pao Zubeen Daa k.
Jai zubeen da Jai ba❤❤❤
সেইতো।অপৰাদ।নহয়।❤❤❤❤❤❤
অ
This is known as disciplinary action for govt employee. Every Govt employee should know about it.
She should know to respect KHAKI.
She doesn't deserve to wear KHAKI.
চাকৰি এৰি দিব পাৰিম ক'লে যে বাইদেউ জুবিনে জানো আপোনাক মনত ৰাখিব। তেওঁক লগ কৰা বাবে চাকৰি গ'ল বুলি😂😂😂😂
😂😂
Moja disa bro
Bharat Borsat Alingon Ru Saranat Sewa Koratu Raja Maharajar Dinor Porai Soli Ahiseye Eku Bholl Kora Nai Ladey Police Gorakiye Jai Ho Jubin Daa 🌹🌹🌹
Thanks 🙏
I love zubeen da❤❤❤❤
Reels bonua kijoni kk suspend kor kla 📌🔝
Off time ot bonabo paribo without police uniform right
, baki dress ot thakile napai reels bonabo
@@user-iy2bp1wi6h kela pusakot reels dekhabo lgbo niki ...
@@user-iy2bp1wi6hpolicey duty kori ase, police joni zubeenk lag korib mon gol. zubeenk kb nki dada moi ghor pora ahu dress jur change kori,apuni moi noha loi gaan gai thakib dei.... 😂😂😂😂 manuh de apuni
😂😂
Akmot vai... Xihotoku suspend korib lage
বিয়াগোম অপৰাধীক এৰি ক্ষুদ্ৰমান কথাত শাস্তি দিয়াতো এতিয়া আইন হ’ল ৷
Ako vul howa nai....singer k val powa to ako dokh nohoi....
Aaku bhul nai aapuna jai Zubin Garg ❤❤❤❤
নিলম্বন হোৱা বুলি সংবাদিকক কোনে ক'লে ?? তেওঁ যদি নিলম্বন হৈছে, তেওঁ গৃহৰক্ষী নহয়, যদি গৃহৰক্ষী হয়, তেতিয়া নিলম্বন হ'ব নোৱাৰে ! যদি দেহৰক্ষী জোৱান হয়,তেতিয়া কোন বিষয়াৰ দেহৰক্ষী হৈ সেইখিনি সময়ত দিউটীত আছিল সেই বিষয়াবে জৱাবদিহি হব লাগিব ! সংবাদিক বাইদেউৱে সেয়া জনা উচিত ! নজনাকে সংবাদ প্রচাৰ নকৰিব !
জোনমণিৰ সময়ত কোনো নিলম্বন নহ'ল কিয়,কেলা মিদিয়াই কিয়
একো অপৰাধ হোৱা নাই বুলি ভাবোঁ। মুকলি খোলা মৰম ভালপোৱা। সুন্দৰ । ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ চাকৰি ঘূৰাই পায় যেন।
জুবিন দা বহুত ভদ্ৰ মানুহ জুবিন দাৰ মনত কোনো বেয়া ভাৱ নাথাকে আপুনি বাইদেউ একো ভুল কৰা নাই
Always ok mem thanks thanks memji
Very good
জুবিনে এতিয়া ৰক্ষা কৰিবলৈ আগুৱাই আহিবনে? জুবিনে নিজৰ গুৰুত্ব সমাজত দেখুৱাওক।
Zubi❤❤
Nice from Mumbai University ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉
They took 100% right decision... Because it isn't a mistake to express love for ur fav singer.. But it is a mistake if your on ur duty and ur wearing respected uniform and protocols should be maintained by every police officer when ur on duty.. You shouldn't become so emotional and forget everything .. She should accept her mistake respectfully rather then creating scenes in news channel.
She doesn't deserve to wear Khaki because she doesn't thinked once before disrespecting KHAKI.
তুমি একো ভূল কৰা নাই ভগৱান আছে তোমাৰ লগত আগলৈ ভালেই হব
News Chanel bilak viral or krne ki ki nkre ki din ahil ketaman views r krne
So ji a nhk zubeen Dak val powa mnuh bhut ase tar krne baideuk jate sakori tur pora bonsito nokore jen ❤️🥰
হেজাৰ ভাল পালেও পোচাক জোৰৰ কাৰনেই নোৱাৰে নিয়ম নহয়। কোনে ভাল নেপায় জুবিনক সকলোৱে
বাইদেউ আপোনাৰ ভুল হোৱা নাই
♥️♥️♥️
Thank you so much❤❤❤❤❤❤❤
সমাজৰ মাজত গান গাইছিল জুবিন দা ছোৱালী জনীটো লুকাই চুৰ কৰিব যোৱা নাই নহয় গায়ক হিচাবে ভাল পায় সেই বুলি ইমান বেয়াকে ক'ব । নালাগে
Ami sakolo manuh bhular samasti
I love zubeen Daa. News portel bura base dkhi kla.
কোনোবা মন্ত্ৰী এটাক ধৰা হলে কিন্তু প্ৰমোচন হল হেতেন !
জুবিন গাৰ্গ a abar press meet dibo lage❤
Don't cry Mame. You will win.
একো অপৰাধ নহয়, এইয়া এক মৰম প্ৰিয় শিল্পী জনলৈ, ইয়াত নিলম্বন কৰিবলগীয়া একো কথা নাই
Good
একো ভূল কৰা নাই। কাৰোবাক ভাল পোৱাটো কেতিয়াও ভুল হব নোৱাৰে
Joi Zubeen da ❤❤❤
Baidew apunar aku bhul nai
একো ভুল হোৱা নাই। ভাল পোৱা শিল্পী জনক সাৱটি ধৰাটো একো বেয়া কথা নহয়।
কিনো ভুল কাম কৰিছা আৰকী হৈ কাৰোবাক মৰম কৰিব নোৱাৰে নেকি
এইটো আকৌ কি কথা হল,
এইটো বেয়া কথা হৈছে কিন্তু,ভাল লগা মানুহ জনক লগ পালে কিমান আবেগিক হৈ পৰে, চাকৰি নিলম্বন কৰা কথা কৰ পৰা আহিল
মৰম-চেনেহ সকলোৰে থাকে আপুনি যেনেকৈ Zubeen ক ভাল পোৱা আমিও পাওঁ,কোনো কথা নাই । তথাপি on duty ত থাকোতে আপোনাৰ খাকী পোছাক যোৰক লৈ যি লোকৰ ভৰিত ধৰি সেৱা কৰা সেইয়া গ্ৰহণযোগ্য নহয় আৰু হবই নোৱাৰে । যিহেতু ,খাকী পোছাক যোৰ লোকৰ ভৰিত ধৰাৰ প্ৰতীক নহয়। যি হওক ভুল সকলোৰে থাকে নিলম্বন সোনকালে উঠাই লব লাগে ।।।
Joi Zubeen da
Duty gafilotir porinam. Baideu apunak public protection karone rakisil sage kintu duty neglect kori stage uti, enekuwa aasoron koribo nalage since you are a member of discipline force. Police has some guidelines which everyone must follow. First of all respect yourself the uniform as well as the cap you wear.
❤ love zubeen da
শিল্পীক ভাল পোৱাটো পাপ নহয়।ই কোনো অপৰাধো নহয়।
I love you zuben da ❤
Maja
Sakori ghurai pabo baido...High Court korok ...
Zubeen best siger yar keneke kunenu aak korib nibisarib
Good decision* bohut val kamm kori se assam police* good job ~