ৰণ্টু শইকীয়া বাপৰ ভাগৱত ব্যাখ্যা | Rantu Saikia Bhagawat Bakhya | Vagawat Bakhya

Поділитися
Вставка
  • Опубліковано 31 січ 2025
  • ৰণ্টু শইকীয়া বাপৰ ভাগৱত ব্যাখ্যা | Rantu Saikia Bhagawat Bakhya | Vagawat Bakhya |
    #dhrubajyoti_unofficial
    #bhagabatpath
    #vagawat
    #bhagawatpath
    #ৰণ্টু_শইকীয়া_বাপৰ_ভাগৱত_ব্যাখ্যা​
    #Rantu_Saikia_Bhagawat_Bakhya​
    #Vagawat_Bakhya​
    #Thukubil_Satra​
    #ভাগৱত_ব্যাখ্যা​
    #শ্ৰী_ৰণ্টু_শইকীয়া_বাপ​
    #Rantu_Saikia_Bhagawat_Bakhya​
    #Thukubil_Satra_vagawat_Bakhya​
    #থুকুবিল_সত্ৰ_ভাগৱত_ব্যাখ্যা​
    #ৰণ্টু_শইকীয়া_ভাগৱত_ব্যাখ্যা​
    #Vagawat_bakhya​
    #Rontu_saikia_vagawat_bakhya​
    #Rontu_saikia_bhagawat_bakhya​
    #Thukubil_Satra_Bhagawat_Bakhya​
    #Bhagawat_bakhya​
    #Culture_of_Assam​
    #শাস্ত্ৰমূলক_ব্যাখ্যা​
    #ধৰ্মীয়_আলোচনা​
    #ভাগৱত_পাঠ​
    #আধ্যাত্মিক_শিক্ষা​
    #ধাৰ্মিক_আলোচনা​
    #শাস্ত্ৰীয়_ব্যাখ্যা​
    #ভাগৱত_অধ্যয়ন​

КОМЕНТАРІ • 48

  • @anjuhajarika9688
    @anjuhajarika9688 14 днів тому +4

    Krisno krisno

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 10 днів тому +1

    সাংঘাটিক!আচৰিত!কি সুন্দৰ বক্তব্য,উদাহৰণ...।আপুনি ধন্য প্ৰভু।আপোনাৰ ভাগৱতৰ অপৰিসীম জ্ঞান, সুন্দৰ ব্যাখ্যাৰে মনটো বহুত আনন্দিত কৰি তুলিছে।আপোনাৰ অৰ্থ পূৰ্ণ,তত্ত্ব গধূৰ ৰসাল ভাষাৰে বৰ্ণনা যি ভাগৱতৰ,শ্লোক আৰু ব্যাখ্যা,তাক বিতং ভাবে জানিব, বুজিব পাৰি অতি সন্তোষ লভিচো প্ৰভু।প্ৰভু কৃষ্ণৰ ভক্তিৰ ৰস পান কৰিবলৈ ভগৱন্তই শক্তি তথা আৰ্শীবাদ কৰিব লাগে।ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @putulchgayan
    @putulchgayan 14 днів тому +4

    কৃষ্ণ🙏🙏🙏🙏🙏🙏ইমান সুন্দৰ বাখ্যা🙏🙏🙏🙏🙏

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 15 днів тому +9

    Many thanks. বাপ ঈশ্বৰ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায় হে আনন্দ লভিছো। কাৰণ আমাৰ দৰে অধমৰ লগত আপুনি কোৱা গীতা ভাগৱতৰ তত্ত্ব ৰহস্য আধ্যাত্মিকতাবাদ 100/শতাংশ মিলিছে। আমি শৰণ ভজন গ্ৰহণ কৰি আজি বহু দিন ধৰি শাস্ত্ৰ ৰ উওম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম।ইমানকে সাৰোগত কৰি য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি প্ৰতিবিম্ব বুলি ভাবি জগৎৰ মঙ্গল আৰু মানৱ কল্যাণৰ হকে উন্নয়ন খণ্ডত সেৱা ধৰ্মৰ ‌ যোগেদি উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱৰ উপকাৰ ও চৰকাৰী সকলো সাহায্য নিগুণ আৰু নিখুঁত ভাৱে চলাইছিলো। বৰ্তমান গীতা ভাগৱত কীৰ্তন ঘোষা ৰামায়ণ মহাভাৰত মহাকাব্য দুখন ইমানেই অধ্যয়ন কৰো কিন্তু বিভিন্ন মুণিৰ বিভিন্ন মত। কিন্তু আপোনাৰ লগত আমাৰ ইমান সুন্দৰ ভাৱে আমি পোৱা অথ পদাৰ্থ তত্ব দৰ্শন আধ্যাত্মিকতাবাদ সকলো satisfied ্ কিন্তু বহু লোকে অলপ খেলিমেলি কৰে। আমাৰ ককাদেউতা অতি পুৰণি ভকত আছিল। তেতিয়া গোসাঁইৰ শৰণীয়া আছিল। নগাঁও মহধৰা স এ আছিল। আমি বৰ্তমান শঙ্কৰদেৱ সঙ্ঘৰ বিশ্বনাথ চাৰিআলি অচ্যুত কূষ্ণ মিশ্ৰিত শৰণ ভজন লৈ নিয়ম নীতি ভকত বৈষ্ণৱ সকলৰ লগত সংযোগ হৈ চলি আছোঁ। কূষ্ণ শঙ্কৰ মাধৱ। নমস্কাৰ।

  • @ronjitborah1997
    @ronjitborah1997 17 днів тому +4

    ❤❤❤❤❤❤❤❤❤pronam.

  • @DigantaDutta-hk5ic
    @DigantaDutta-hk5ic 15 днів тому +3

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @KABITABURAGOHAIN-gz7wd
    @KABITABURAGOHAIN-gz7wd 17 днів тому +4

    কৃষ্ণ প্ৰভুঈশ্বৰৰ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ।

  • @chiranjidas-6829
    @chiranjidas-6829 17 днів тому +4

    Krishna bap

  • @Dilbahadurchetry-z6l
    @Dilbahadurchetry-z6l 17 днів тому +5

    Yes

  • @bhairabjyotidas2963
    @bhairabjyotidas2963 16 днів тому +4

    Ram Krishna Hari ❤🎉

  • @SukanyaGogoi-v5v
    @SukanyaGogoi-v5v 8 днів тому +1

    Krishna ❤❤❤

  • @hitmanchewan4985
    @hitmanchewan4985 15 днів тому +3

    Krishna Krishna 🙏

  • @rumiduarah7953
    @rumiduarah7953 17 днів тому +6

    🙏🏻🙏🏻🙏🏻

  • @SatyajeetBhuyan-lg9ii
    @SatyajeetBhuyan-lg9ii 7 днів тому +1

    Krishna bap..karapute sewa jonalo..krishna krishna...

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe 16 днів тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dipakbaishya7239
    @dipakbaishya7239 15 днів тому +3

    Krishna

  • @promodborah3768
    @promodborah3768 3 дні тому +1

    Krishna Krishna hare Ram arpunar bhawagt bakhay bahut Sundar Laga mujhe pasand aaya aapka baat Dil se dhanyvad deta hun main ❤❤❤❤❤❤❤

  • @pratibhakalitabaruah7321
    @pratibhakalitabaruah7321 16 днів тому +3

    Krishna krishna

  • @mrigendeka9010
    @mrigendeka9010 16 днів тому +3

    কৃষ্ণ🙏

  • @DilipSaikia-r1j
    @DilipSaikia-r1j 15 днів тому +3

    Krishna.krishna.baap.apunar.saranat.kuti.kuti.sewa.nibedesu.krishna.🙏🙏🙏🙏🪔🪔🪔🪔

  • @chinugogoi5411
    @chinugogoi5411 9 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bishnudeka8061
    @bishnudeka8061 12 днів тому +1

    Krishna Krishna bap

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 15 днів тому +3

    Sumitra Gogoi
    Krishna Bap Krishna Iman Dukh laga Kanmanir Jeewan Kahiinee abar Sraban kari heath Nepalese ako Sraban karilo aamio Jhanji Noir Balit Balighar Shine Gaadhubaloi Planet namo bar val lage Balighar Saji Krishna Bap Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏⁰

  • @promodborah3768
    @promodborah3768 15 днів тому +2

    Krishna Krishna hare Ram আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে বৰহুখি অনুভৱ কৰিছো গুৰ দুৱোজনাহেৱা জনালোঁ বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ❤❤❤❤❤

  • @kanakdas2316
    @kanakdas2316 13 днів тому +2

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব জ্ঞান বিজ্ঞানৰ বিষয়ে আমাৰ দৰে মূঢ়মতি সকলক শ্ৰৱণ কৰাই ধন্য কৰিছে প্ৰভু ঈশ্বৰ।‌আপোনাৰ চৰণযোগলত কোটি কোটি প্ৰণাম 🙏🙏🙏🙏

  • @RashmiHazarika-j7y
    @RashmiHazarika-j7y 11 днів тому +2

    ❤😂Rashmi Hazirka❤😂 krishna krishna provo

  • @RashmiHazarika-j7y
    @RashmiHazarika-j7y 11 днів тому +1

    azarika❤😂krihna

  • @anjumalasaikia2608
    @anjumalasaikia2608 15 днів тому +3

    কৃষ্ণ কৃষ্ণ

  • @NandeswarChutia-tk1rm
    @NandeswarChutia-tk1rm 16 днів тому +7

    কৃষ্ণ কৃষ্ণ ।

  • @rajibrajkhowa8111
    @rajibrajkhowa8111 8 днів тому +1

    ধৰ্ম পুনৰ সংস্থাপনৰ বাবে যুগে যুগে অৱতাৰ ধৰা ভগৱানে ধৰ্ম ত্যাগ কৰিবলৈ প্ৰকৃততে কৈছিল নে ?

  • @brianbrownie709
    @brianbrownie709 13 днів тому +2

    Krishna Krishna 🙏🙏🙏

  • @PrafulaMili
    @PrafulaMili 3 дні тому +1

    কৃষ্ণ কৃষ্ণ