মই ৰুমৰ ভিতৰত নিজকে বন্ধ কৰি লৈছিলো😥😥Nahid Afrin interview singer|Shemim
Вставка
- Опубліковано 5 жов 2024
- ✅ Guest - Nahid Afrin ( Singer)
Instagram -shemim-siddikii
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com
নাহিদ তোমালৈ শুভেচ্ছা আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
❤🎉❤ প্ৰথমে তোমালৈ প্ৰেৰণ কৰিলো ভবিষ্যত উন্নতিৰ হকে প্ৰাৰ্থনা থাকিল,, জীৱনৰ সকলো সময়তে ঘাট প্ৰতিঘাট থাকিব কিন্তু সত্য এইটো যে ঈশ্বৰৰ আশীৰ্বাদ হ'লে নিশ্চয় সেই বোৰ সফলতাৰে প্ৰতিহত কৰাৰ সুযোগ পায়, সৌভাগ্য ৱান তুমি তোমাৰ ওচৰতো বহু অভিজ্ঞ লোকে দিহা পৰামৰ্শ প্ৰদান কৰা এই বোৰ বোৰ বুতলি শিৰত লৱ জানিলে প্ৰতি দিনে সমুহৰ দৃষ্টি আকৰ্ষণ আৰু বাঢ়িৱ। তোমাৰ নামেৰে নহয় তোমাৰ সুৰৰ জৰিয়তে জানিৱ পৰা হৈছিল যে নাহিদৰ সুৰৰ ধ্বনি বুলি।। সুপ্ৰভাত ❤❤।।
প্ৰতিটো গীতৰ সুৰে ---মোৰ মন চুই যায় ---- মানুহ হিচাবে মই -- সকলোকে চাব বিচাৰো -- প্ৰয়াস কৰিছো মাথো -- শান্তিৰ প্ৰতিক বিচাৰি --- কত পাম পৰিবেশ -- পৰিবেশ বিচাৰি মই -- হওঁ পথ ভ্ৰষ্ট -- হোৱা এজনী নাহিদ --- ধৰ্মই মো ক --- গোঢ়া কৰি নিদিবা -- ধৰ্ম যে --- পৰিবেশে গঢ় দিয়ে -- ঈশ্বৰৰ অস্তিত্ব -- বিচাৰি যাওঁ --- যত পাওঁ অস্তিত্ত্ব --- সেইটোৱে যেন ধৰ্ম -- তাকে অনুভৱ কৰো --
চলে যায়েঙ্গে ক্যা ₹₹ নবিব কা ঔৰ -- ইতিনি কম ---ওমৰৌ মে -- দিল জানা লাগা -- কিচিকি ঐৰ -- জানে দৌ জানে দৌ --- তুমহে য়্যাদে -- কি ৰিস্তে -- ৰহনে দৌ ৰহনেদৌ --- মেৰি আন্ধেৰি কি জিন্দিগী -- মে ৰহে না ৰহে --- মেৰি জিয়া ---- চিফ এক গান --- না না লাভ ---
-- চুফিউ কি তান -- চুফিউ কি আৱাজ -- পৰ্দে পৰ বাৰ বাৰ -- চোনতে হায় -- ঔৰ দেখনে লগা -- সুৰৰ কি যাদু --- নিকালতি হায়ঁ ----
দুয়োজনী ক আল্লাহ ই আগবঢ়ায় লৈ যাওক।ধন্যবাদ ।জীৱনৰ আশা পূৰন কৰক আল্লাহ ই।from,boko,kamrup
❤❤❤
Nahid is so well spoken ❤
Nahid tumi bhut aguwai juwa take duwa kru ru khong besi val nhoi.
Love from❤❤❤ ladakh
ভাল লাগিল তোমাৰ কথাবোৰ । বহুত শুভকামনা আৰু মৰম দিলো। জীৱনটো সুন্দৰকৈ আগুৱাই যোৱা আৰু দেশৰ হকে গীত গাই যোৱা ।
তোমাৰ কথাবিলাক সুনি ভাল লাগিল 👍 ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏🇮🇳 আগলৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ
সততাৰে কৰা কামৰ ফল মিঠা । সদায় এনেদৰেই আগবাঢ়ি যোৱা যাতে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শ হ'ব পাৰা । তোমাৰ স্পষ্টবাদীতা আদৰণীয় । আৰু সুন্দৰ সুন্দৰ গীতবোৰ গাই যোৱা নাহিদ ।❤
নাহিদৰ মনৰ কথা শুনিলোঁ, ভাল লাগিল।
আমাৰ মৰম আৰু শুভেচ্ছা থাকিল।
নাহিদ তুমি অসমীয়া সংস্কৃতিক জগত খনত ভালে মান বৰঙণি যোগাবা বুলি আশা কৰিলোঁ।
নাহিদৰ জয় হওক।
জয় আই অসম ।😅
নাহিদৰ গান শুনি শুব ভাল পাওঁ ।আৰু😮
Go ahead pliz _hearty wishes are going with u __all the best for the days to.come ......
Bohut dhunia hoise interview tu,gutei salu.bohut val pau tumak Nahid.Aguwai jua❤
নাহিদৰ সৰলতা , নাহিদৰ সাধাৰণ ধৰণ-কৰন নাহিদৰ সম্পদ । নাহিদৰ অলংকাৰ । এয়া অটুত থকা বিচাৰোঁ
নাহিদ এজনী বহুত সৰল মনৰ ছোৱালী, এবাৰ নাহিদৰ গানৰ শ্বুট এটাৰ বাবে মই মেক আপ দিবলৈ নাহিদৰ ফ্লেটত গৈছিলো, নাহিদে মোক আচৰিত কৰি মোৰ মেক আপ বক্সটো ছিৰি বগাই ডাঙি লৈ গৈছে, গেটৰ পৰা
Kune beya pai najanu aru... Tumi horu thokar pora e tumak vaal pao ❤ Keep shining
নাহিদৰ সু স্বাস্থ্য ও ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। ময়ো পোছাকৰ ক্ষেত্ৰত আধুনিকতা পছন্দ নকৰোঁ । কবিতা লিখিবলৈ ময়ো চেষ্টা কৰি আছোঁ। তুমি ও আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছোঁ।
Nahide eman dhuniake kothabor koi khube vl lage.. Xasake bor dhunia lagise
Tinsukia Assm
😮Assam😮
Nahid Afrin is avery gentle girl and so sweet voice . God bless you
Only Muslim হোৱাৰ বাবেই......
But ,
Don't worry be happy 😊 ☺️ 💕
Nahid you and I are same age . Your song art of talking your body language are so charming . GOD BLESS YÒU.
ভাল লাগিল অনুষ্ঠান টি চাই । নাহিদৰ কথা বতৰা সাজ পোচাক মাৰ্জিত ।
Very nice Melody songs So simple God bless you
Hundor Interview 🎉🎉🎉🎉🎉
Nahid proud of Assam
Full video tu salu … aru nahid tu amar shan hodai thakibo …. Aru apni oo aguwai Jak aaitu pray korilu …. ❤🫶✨
Eman val suali Nahid❤
Congratulation Nahid , Go ahed....
Nahid agoraki discipline suwali amar hokolure moromor Nahid agbarhi juwa huvessa thakil
Nahid aaguai jua bhal lagil
তোমাক দেখিলে মোৰ মা লৈ মনত পৰি যায়। কাৰণ তোমাৰ গান বোৰ শুনি মায়ে বহুত ভাল পাইছিল। যিহেতু মোৰ মা এতিয়া জীয়াই থকা নাই।
❤khuob vaal lagil
নাহিদ আগবাঢ়ি যোৱা ।আমাৰ শুভেচ্ছা সদায় থাকিব । তোমাৰ কবিতাৰ দুই এটা গান গাবলৈ চেষ্টা কৰিবা ।
Semim ba beya npai jodi subasana dutta baar o interview lobo sun
tumaluk duyu joni aguwai juwa 🤲🤲🤲❤❤
May God keep you always smiling' with Happyness
Well disclosing episode on a raising Artist/Singer
Nahid Tumar kotha bor khoni val lagil
Congratulations sister ❤
Bhantia ata katha ji koise ji hoy valar karane hoy. Thanks.
Nahid is the gem and pride of Assam 🙏
Nahid is a pure talent she shouldn't idolize Shreya ghosal maybe she doesn't know that Shreya attained fame and success by compromising compromising her chastity and choosing to become a mistress for a famous music director for a long period of time
❤❤❤❤❤ proud of you Nahid
Nahid Tumi hodai aguai jua..tumar kontho vogobanr tumak dia ata amulya upohar..Tumi hosai bht vl suwali...love u from sadiya
Xodai enekoi thakiba .bhal lage tumi xosai dhuniya.
The Almighty Creator Om or Iswar or Allah Ta-aala can love and bless all of us on this innocent earth. She be privileged to have a serene and flourished life to lead it righteously and modestly. Nahid is masculine word. Nahida
is faminine. Nahida Afrin would have been much better. I am so much obliged to give the said feedback in this regard. Om Shaanti Om Shaanti Om Shaanti Allahu Akbar Kabeera because we are fraternal Indian. Om Shaanti Allahu Akbar Kabeera. Let's be committed devotedly to love, honour and safeguard all of our growing up daughters and sisters.
কলা ( art)
ক'লা (black)
আপোনালোকে যেতিয়া এনেকুৱা প্লেটফৰ্মত অসমীয়া লিখে তেতিয়া অলপ চাইচিতি লিখিব …সৰু সৰু কথা বুলি ভৱাবোৰে অৰ্থবোৰ সম্পুৰ্ন বেলেগ কৰে ।
অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।❤
nahid 😍😍😍😍😍😙😙😙😙
শুভেচ্ছা থাকিল ।
Nice ❤
Nahid k bht val lge 👍👍
Once Nahid comes to our place , that day was 15th August indipendenc day, hon'ble minister sarbananda Sonowal also come, we meet Nahid, we want Auto graph, but Nahid refused to give autograph, she shown attitude, that time we all rejected Nahid n we hate Nahid
Khub val lagil nahid ba ❤
Val lagil
Nahidok indian idolor porai vll pau❤️
Nice sister' ❤❤❤❤
Best of luck.Dujoneye agbarhi jowa
Nahid is very good girl god bless you
মই নাহিদক বহু ত ভাল পাও আমাৰ চাৰিআলি ছোৱালী
Don't worry,focus on your career.
Mza
Semim ba tumi ketiya biya hoba tumar 35 age hol han pau sun ba❤❤
মই নাহীদক বহুত ভাল পাওঁ।
Nahid bhd intiligia suali hoi❤❤❤
অনুগ্ৰহ কৰি নাহিদৰ ফোন নম্বৰটো দিবনে
Gentle girl
❤❤❤
Nahidor gan bohut bhal lage moi prai sunu
Vl lagill sai
Moi u neemki Puri saw
Ator logai moiyoo jam adin moi pisse vlogue nabonaw kintu ,adress tu palei contact number tu palu hoy taj hotelot bodhoy jodi laj nokorilu hoy sagei attiya to heituo afsosh soli asse
Moja
Nice👍👍
❤❤
MAAp.
Blgr trophy loi😂
মৰমৰ নাহিদ তোমাৰ ভৱিষ্যত তুমি আশা কৰা মতেই হব।তোমাৰ গান মই
❤❤🎉🎉🎉
Aimee bar interview loba sun samim
Nahid aafrin ❤️
Betel and nipu interview laga ba
Tumi aamar lotaji
Hey suli nakatibi de tatei mur plus point
Roomবুলি লিখাতকৈ কোঠা বুলি লিখিব লাগে। তেতিয়া আৰু সোণত সুৱগা লাগিলেহেতেন।
Ba Priyam pallabi ba interview lba xun
Theatre t ase