মা - Maa || Assamese Short Film 2024 || Heart Touching Story || Short Movie || The Team Of LoL

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 2,3 тис.

  • @TheTeamOfLoL
    @TheTeamOfLoL  8 місяців тому +226

    ⚡️ Enjoy The IPL : pxl.to/teamlolyt
    ⚡️ PROMO : LUCKY100

    • @rakeshvlog8424
      @rakeshvlog8424 8 місяців тому +18

      Tq dada short film khn aaji release diya karana bahut Val laagi sy 😢😢😢😢❤❤❤

    • @NanaKoka
      @NanaKoka 8 місяців тому +5

      😂😂😂😂😂

    • @DulumoniChutia-v1o
      @DulumoniChutia-v1o 8 місяців тому

      ❤ 🎉😢😮😅😊😂❤ki ho,,waw TV ex​0❤ of @@rakeshvlog8424

    • @satyasahariah9419
      @satyasahariah9419 8 місяців тому +3

      What @ sadness

    • @PrakhantaRabha-v1t
      @PrakhantaRabha-v1t 7 місяців тому +3

      😭

  • @jubinvlogs
    @jubinvlogs 8 місяців тому +107

    Amazing story bhai salute 👍

  • @PompiSahariah-qp7ow
    @PompiSahariah-qp7ow 8 місяців тому +96

    সচাকৈ মা দৰে কোনো হ'ব নোৱাৰে 😢❤ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ মা❤😊I love you 💗 maa❤️❤️💖

  • @simiofficial6090
    @simiofficial6090 8 місяців тому +166

    ভালে থাকক পৃথিৱীৰ প্রতিগৰাকী মা 🙏🌏❤

  • @BikiBordoloi-ee7bo
    @BikiBordoloi-ee7bo 22 дні тому +1

    কাহিনীটোৰ দ্বাৰা বহু কথাই ফুটি উঠিছে যে জীয়াই থাকোঁতে প্ৰত্যেক জন ব্যক্তিয়ে নিজৰ মাক দেউতাকক গুৰুত্ব দিব লাগে ....❤❤❤❤

  • @Anubhav7766
    @Anubhav7766 8 місяців тому +18

    সঁচাকৈয়ে মাৰ দৰে হব নোৱাৰো 😔❤️ love you মা ♥️

  • @kalpanath1935
    @kalpanath1935 8 місяців тому +73

    মা এটি শব্দ নহয় "মা" হৈছে এক বুজাৱ নোৱাৰা শিহৰণ! প্রতিটো সুখ দুখত ক্ষণত আমাক মৰম দিৱ পৰা সেইজনেই "মা" বহুত ধুনীয়া হৈছে ভাই ❤

    • @troilokyaray677
      @troilokyaray677 8 місяців тому +2

      সচাঁ কথা মাৰ সোমান হব কোন নৈৰ সমান ববো কোন Love you maa ❤❤

  • @jitusvlog9806
    @jitusvlog9806 8 місяців тому +203

    *পুৰণি হলেও গছ নাকাতিব ফল *দিব নোৱাৰিলেও ছাঁ দিব*।
    *একে দৰে পিতৃ - মাতৃ বৃদ্ধ হলেও* *অৱহেলা নকৰিব। টকা -পইচা দিৱ *নোৱাৰিলেও আশীবাদ দিব*।❤

  • @sintugogoi328
    @sintugogoi328 8 місяців тому +128

    ‍সচাকে মা দৰে কোনেও মৰম দিব নোৱাৰে এই পৃথিৱীত ।। ❤😢

  • @Amit___barman
    @Amit___barman 8 місяців тому +9

    ভাষা হিন কবলৈ একো নাই ইমান সুন্দৰ কৈ video ৰূপে বুজাইছে যে বহুত ভাল লাগিছে video টো চাই ❤ Love from Barpeta district SORBHOG ❤

  • @Dimpidas-x6l
    @Dimpidas-x6l 8 місяців тому +9

    সঁচাকৈয়ে মা দৰে কোনো হ'ব নোৱাৰে.... বহুত ভাল লাগিছে মাক লৈ বনোৱা কাহিনী টো চাই ❤ I love you maa ❤️❤️🥰

  • @karna121
    @karna121 8 місяців тому +37

    মানুহে তেওঁ নুবুজ, ,,,,জন্ম হোৱাৰ প্ৰথম শব্দ ''মা.. আৰু মৃত্যুৰ পিছতো মা❤❤❤

  • @KashyapDeepjyoti
    @KashyapDeepjyoti 8 місяців тому +443

    আমাৰ সমাজত প্ৰায়ে ঘটি থকা এটা কাহিনী । কেনেকুৱা পালে আপোনালোকে জনাব চোন ❤️

    • @bharlinadeka2911
      @bharlinadeka2911 8 місяців тому +7

      bht val lgil video 2 sai next video xunkle pam buli axa thkil ❤

    • @bhanitadeka-dj1lm
      @bhanitadeka-dj1lm 8 місяців тому +5

      Kandi dilo dada .... xoshka bhut val lagile video to sai

    • @kaushikkakati205
      @kaushikkakati205 8 місяців тому +3

      Mojja next level 🎉

    • @HirakKalita-bu4wv
      @HirakKalita-bu4wv 8 місяців тому +3

      সচা মা দৰে কেনে হব নুৱাৰে

    • @sksamarkalita
      @sksamarkalita 8 місяців тому +2

      Mojja

  • @laptuiom
    @laptuiom 8 місяців тому +31

    🙂
    "মা দেউতা" সদাই বিশেষ❤️
    চালো , বেছি নকওঁ কিন্তু সঁচাই কওঁ চাই বহুত ভাল লাগিল হে দাদা🙂🤞।
    Story🔥
    Sceneplay🔥
    মই গৌৰৱ অনুভৱ কৰিছোঁ এই short film ত কাম কৰিব পাইছোঁ বাবে🤝।
    আকৌ এনেকুৱা ধুনীয়া ধুনীয়া কাহিনীৰে ভৰপূৰ short film দি যাব দাদা🙏🙂।

  • @priyankasaikia5963
    @priyankasaikia5963 8 місяців тому +42

    কাহিনীটোৰ দ্বাৰা বহু কথাই ফুটি উঠিছে যে জীয়াই থাকোতে প্ৰত্যেক জন ব্যক্তিয়ে নিজৰ মাক দেউতাকক গুৰুত্ব দিব লাগে কিয়নো মাক দেউতাকৰ দৰে কোনো হবই নোৱাৰে মাক দেউতাকৰ দৰে কোনেও নিস্বাৰ্থ ভাৱে ভাল পাব নোৱাৰে।। 😢❤ মা দেউতা প্ৰত্যেকৰে জীৱনৰ এক বহুত বেছি প্ৰয়োজনীয় অংশ বুলি ভবাটো দৰকাৰ।। যাতে সন্তান টকাৰ পাছতো এগৰাকী মাক আৰু এজন দেউতাকে নীসন্তান হৈ থাকিব লগা নহয় 😢 ।। ভাল লাগিল তোমালোকৰ ছবি খনে হয়টো বিশেষ লোকক মনত স্থান লব বুলি মই ভাবিছোঁ।।

    • @iamJayantaBora
      @iamJayantaBora 8 місяців тому

      Hosa

    • @ManobjyotiHazarika-x3u
      @ManobjyotiHazarika-x3u 8 місяців тому

      পৃথিৱীত ডাঙৰ হৈছে মা দেউতাই ❤❤❤😢😢😢😢

  • @voicefilmstudio6409
    @voicefilmstudio6409 8 місяців тому +9

    মা, হৈছে এক বুজাৱ নোৱাৰা শিহৰণ ! যাক শব্দৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি! বহুত ধুনীয়া হৈছে ভাই।

  • @AniruddhaBoro-ws7gy
    @AniruddhaBoro-ws7gy 8 місяців тому +8

    ভালে থাকক পৃথিৱীৰ প্ৰতি গৰাকী মা🙏💌,,LOVE YOU MAA❤️🌍

  • @dipshikhachoudhury7006
    @dipshikhachoudhury7006 8 місяців тому +24

    সঁচাকৈয়ে মা দৰে কোনো হ'ব নোৱাৰে... বহুত ভাল লাগিল কাহিনীটো চাই ❤️ আজিৰ সমাজত প্ৰায় ঘটি থকা কাহিনী 🥺❤️

  • @kmdas6990
    @kmdas6990 8 місяців тому +23

    সঁচাকৈ হিদয় চুই যোৱা এটি সুন্দৰ ভিদিও ❤❤❤❤❤❤

  • @SweetyNath-b5m
    @SweetyNath-b5m 8 місяців тому +19

    Xosakoi শেষৰ খিনি চাই চকুপানী নিগৰি আহিল
    নৈৰ সমান বব কোন আইৰ সমান হব কোন 😢❤

    • @HiranyaFFGamer
      @HiranyaFFGamer 7 місяців тому +1

      Hosakoi soku pani hulai gol 😭😭😭😭

  • @RajuDeka-kw5is
    @RajuDeka-kw5is 7 місяців тому +2

    মজা লাগিছে তুমাৰ video তু আৰু ভালকৈ বনা বলে পাৰা তুমি আখা কৰিছু

  • @nathnabajyoti710
    @nathnabajyoti710 8 місяців тому +9

    ভাল‌‌ লাগিল চাই কাহিনীটো ❤❤❤ মাক‌ কোনে ভাল পোৱা লাইক👍 কৰা I Love you Maa❤❤

  • @markushs_vlogs
    @markushs_vlogs 8 місяців тому +21

    Video tu sai bohut dukh lagigol 😢😢 hosakoi maa দেউতা nohole এই পৃথিৱীত কোনোৱে আমাক মৰম বেছিকৈ দিব নোৱাৰে। Love মা দেউতা ❤❤ Love from West Karbi Anglong, Umswai 📍 জয় আই অসম 📍🥰❤️🙏 ধন্যবাদ 🙏❤️🥰

  • @mrnumal4136
    @mrnumal4136 8 місяців тому +11

    পুৰণি হলেও গছ নাকাতিব ফল দিব নোৱাৰিলেও ছাঁ দিব ।
    একে দৰে পিতৃ-মাতৃ বৃদ্ধ হলে অৱহেলা নকৰিব । টকা-পইচা দিব নোৱাৰিলেও আশীৰ্বাদ দিব ।❤ Love You so much from Golaghat✌️❤️

  • @nayanikabora8737
    @nayanikabora8737 8 місяців тому +14

    Maa 😘🌏 তোমাৰ কথা কি লিখিম তুমি a জীৱনটো লিখি দিলা ❤️🌏😘

  • @HunaliKonwar
    @HunaliKonwar День тому +1

    ভালে থাকক প্ৰতি গৰাকী মা 🦚❤️‍🩹

  • @chayamelodicwings243
    @chayamelodicwings243 8 місяців тому +15

    ইমান ধুনীয়া কাম কৰি আছা তোমালোকে❤ সঁচাকৈ গৌৰৱান্বিত তোমালোকৰ বাবে❤ বহুদূৰ আগবাঢ়িছা ,আগুৱাই যোৱা,সফল হোৱা।শুভকামনা🌼

  • @madhurjyahazarika9839
    @madhurjyahazarika9839 8 місяців тому +10

    সঁচাকৈ হৃদয় চুই যোৱা ভিদিঅ ❤😢
    সুন্দৰ হৈছে

  • @sasanka06
    @sasanka06 8 місяців тому +14

    উফ এইটোৰ লেবেল টো অলপ বেছিয়েই 😂👌Best Performance The Team Of Lol☺️❤️ ভাল লাগিল কাহিনী টো চাই, আজিৰ যুগত হৈ থকা সত্য কথাত আধাৰিত খুবেই ভাল লগা এখন চুটি ছবি, সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আগুৱাই যোৱা ..😊❤️

  • @bikashaxamvlogs3590
    @bikashaxamvlogs3590 8 місяців тому +2

    সঁচাকৈ মা অভিহনে এইখন পৃথিৱীত আৰু কোনো নাই 😢😢।।
    সঁচাকৈ আপোনালোকৰ এই short film খন চাই অন্তৰ স্পৰ্শ কৰি গৈল😢😢 bhout bhout dhuniya hoise।।
    আগলৈ এনেদৰে vall vall short film di jabo বুলি আশা কৰিলো ❤👍( Love you from Golaghat kaziranga..)

  • @mainujubidas7076
    @mainujubidas7076 8 місяців тому +8

    sokupni rokhbo nwarilu...bhut vl hyse acting 🎉🎉😢😢

  • @madhusmitathakuria3368
    @madhusmitathakuria3368 8 місяців тому +9

    "মা"😌❤️ বহুত ভাল লাগিল ❤

  • @barnaliray8545
    @barnaliray8545 8 місяців тому +6

    ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ হৈছে মা 🥺❤️
    যাৰ অবিহনে আমি এখজো আগবাঢ়িব নোৱাৰো🥲💌
    সেইকাৰণে মা দেউতা থাকোঁতে তাৰ মূল্য বুজি পাব লাগে🙂❤️

    • @surujgogoi7675
      @surujgogoi7675 8 місяців тому +1

      fact: last seen ot sokupani rokhabo nuarilo oo❤😢❤

    • @user-rk3xm4fb3p
      @user-rk3xm4fb3p 8 місяців тому +1

      The best gift God has given is mother without whom we ce

  • @pawkoankur5217
    @pawkoankur5217 8 місяців тому +282

    Maar homan kunu hobo nuware 😢😭😭 like ata kora👍

  • @UtpalTanmoy
    @UtpalTanmoy 3 місяці тому +1

    24:15 Bohut dhuniya aru vl dore kambur kori thoka

  • @RajuRoy-mo2ii
    @RajuRoy-mo2ii 8 місяців тому +8

    ভিডিওটু মন ছুই গল। মাৰ দৰে কোনো নহয়।
    জিযনৰ মা নাই শীয়ে বূজী পায় মা নথকাৰ মূল্য 😢😢

  • @twinssister4958
    @twinssister4958 8 місяців тому +6

    হৃদয় চুই গল ....🥺 একো যেন ভাষা নাই কবলৈ ♥️...আৰু আগুৱাই যোৱা ♥️

  • @UtpalDasDas-v6i
    @UtpalDasDas-v6i Місяць тому +7

    I love you maa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Assamkhushi0007
    @Assamkhushi0007 7 місяців тому +1

    ❤❤maa shamaan kuno hobo nuare😢nice story... respect each n every 1 ...

  • @PranitaDas-nn1zu
    @PranitaDas-nn1zu 7 місяців тому +1

    ভালে থাকক পৃথিৱীৰ প্ৰতি গৰাকী মা❤❤❤❤ love you maa

  • @jurimaofficial9066
    @jurimaofficial9066 8 місяців тому +5

    সকলোতকৈ বিশেষ "মা"ৰ মৰম ভালপোৱা❤ বহুত বেছি ভাল লাগিল চুটি ছবি খন❤️🥰

  • @Adivasi-s7l
    @Adivasi-s7l 4 місяці тому +2

    Hosake bohut vhal lagise video sai hidoi sui gol ma homan kunu hobo nuware 😢
    Love you ma❤

  • @SopnaliGowala
    @SopnaliGowala 8 місяців тому +6

    তোমাক আনে যিমানেই মৰম নকৰক কিয় , কিন্ত মা নিচিনা মৰম কোনেও কৰিব নোৱাৰে । I love you maa❤

  • @deepbhai7629
    @deepbhai7629 5 місяців тому +2

    Amazing story dada salute❤❤

  • @AnjaliDas-rp7qv
    @AnjaliDas-rp7qv 5 місяців тому +1

    Bohut val lagil ...xosakoi mn sui joya aaru xomajot hoi thoka ata kahini

  • @AfsanaYasmin-j7y
    @AfsanaYasmin-j7y 7 місяців тому +7

    I love you maa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @FFshortsofficial1234
    @FFshortsofficial1234 8 місяців тому +5

    পৃথিৱীৰ নিঃ স্বাৰ্থৰে নিজৰ সন্তানক ভাল পোৱা মানুহ গৰাকীয়ে হৈছে ❤মা❤😢🌎🫂🥺।

  • @dhruzone656
    @dhruzone656 8 місяців тому +4

    Moja story maa always 1st ❤ aru eneka lorak buji puya suwali kot pai mor joni tu mok bkup d jolabor karone move on korise 🙏 বাকি খিনি ইতিহাস

  • @GunajitKalita-bj3yo
    @GunajitKalita-bj3yo 5 місяців тому +1

    Moja lagsi dada❤

  • @axmpuwaliyt4720
    @axmpuwaliyt4720 6 місяців тому +2

    মা অবিহনে জীৱন আধৰুৱা 🥺❤️‍🩹🫂

  • @udayhazorika1247
    @udayhazorika1247 8 місяців тому +6

    ময় কামৰ কাৰণে Goa ত আছোঁ কিন্তু এদিন মা ৰ লগত কথা নপতিলে মন টো কিবা বেয়া লাগি থাকে ঘৰৰ পৰা দূৰত থকা বোৰক কৈছোঁ দিনটো 2 মিনিট টাইম উলিয়াই ফোন কৰিবা love you ma and Miss u ❤

  • @purabichutia8174
    @purabichutia8174 8 місяців тому +116

    Maa hman kunu hb nuware😢😭😭

  • @mintugeniousdoley
    @mintugeniousdoley 8 місяців тому +4

    Really heart touching 😢 kudos to the team👏keep growing❤

  • @MajitPatiri-e2k
    @MajitPatiri-e2k 4 місяці тому

    Moja🎉🎉 dada. Video to. Very cute Aapunar. Gor kot❤❤❤

  • @jitumonidas3623
    @jitumonidas3623 7 місяців тому +1

    মা এটি শব্দ নহয়, মা ৰ প্ৰতি থকা মৰম কেৱল মানুহক দেখুৱাবলৈ নহয়, মা হৈছে পৃথিৱীৰ সকলতকৈ ডাঙৰ ভগৱান য'ত লুকাই থাকে এক নিস্বাৰ্থ মৰম, আবেগ, ভালপোৱা বিশ্বাস❤❤❤❤❤ পৃথিৱীৰ সকলো মা লৈ বহুত মৰম❤❤❤❤❤

  • @sanaofficial123
    @sanaofficial123 8 місяців тому +10

    হৃদয় চুই গৈছে❤😢😢

  • @CuteEntmnt4x
    @CuteEntmnt4x 8 місяців тому +12

    Bht apekha flt finally ahi gl ma akha kru sai vl lgbo video nusuake vl hb buli akha krlu

  • @kankananathmunu7293
    @kankananathmunu7293 8 місяців тому +9

    Xosa ka nijor ma khoman kunu hb nura😢❤🥺 miss you ma❤🥺😔

  • @pankajthakur2428
    @pankajthakur2428 8 місяців тому +2

    @Probitra Lachit🔥🔥🔥🔥 the main pillar of the story

  • @priyaqueendaimary9494
    @priyaqueendaimary9494 8 місяців тому +1

    Maa Deuta r upoort kunio hoba nore❤️

  • @jattra
    @jattra 8 місяців тому +5

    Ultimate story deep da ..xosa koi a mur soku Pani ulaii goise ..bhut besi vl lgisil 👍🏻❤️

  • @bishalkalita8410
    @bishalkalita8410 8 місяців тому +4

    Moja Hoise video tu but BEST OF LUCK ALL TEAM MEMBER. ÀND BOHOT TINOR PISOT Aahile So moja hoise and bowtey val lagil
    VIDEO TU MOJA 👍💯🎥🧡💨💚☺️.
    THE TEAM OF LOL BEST 👍💯💖🎥🧡💨💚.

  • @tapandeka6660
    @tapandeka6660 8 місяців тому +6

    Heart touching❤❤❤

  • @bikashsvlogs861
    @bikashsvlogs861 8 місяців тому +2

    😢😢😢😭😔😔😔😭🙏❤❤maa karne xkluye like .....maa Homan kunu hbo nuare 😔

  • @moipagollora539
    @moipagollora539 8 місяців тому +2

    এই পিঠিবিত মা থাকিলে ভগৱান দৰ কাৰ নাই I love you maaa ❤❤❤❤❤

  • @ASSAMBOY___233
    @ASSAMBOY___233 8 місяців тому +4

    ভালে থাকক প্ৰতিগৰাকী মা🙏

  • @assameseorganisation
    @assameseorganisation 8 місяців тому +7

    0% Ego
    0% attitude
    💯% Honest
    💯% Hardwork
    Dil Se Salute

  • @Deepjyotik375
    @Deepjyotik375 8 місяців тому +4

    বহুত বেছি ভাল লাগিল ❤

  • @alfaparathode2635
    @alfaparathode2635 7 місяців тому +1

    🔥🔥🔥🔥🔥 deep jyoti daa aguai jua

  • @monujkolita7273
    @monujkolita7273 3 місяці тому +1

    Dada🔥🔥🔥🔥

  • @MonujPegu-hw7ej
    @MonujPegu-hw7ej 8 місяців тому +4

    Nice video❤❤

  • @bandeepvlogs3162
    @bandeepvlogs3162 8 місяців тому +5

    Love from patacharkuchi 🥰❤️

  • @MinakshidasMinakshidas-n5o
    @MinakshidasMinakshidas-n5o 8 місяців тому +4

    Fnly ahi gol dada ❤️

  • @__Christ__photographer__
    @__Christ__photographer__ 5 місяців тому +1

    Video Sai sukupani ulaigol dada bohot dhuniya story 😢

  • @Poriii1182
    @Poriii1182 8 місяців тому +1

    Maaaaa🌍❤️

  • @HolendroAmsong-cl9ju
    @HolendroAmsong-cl9ju 8 місяців тому +21

    Very excited ❤

  • @RakeshDas-jr3uy
    @RakeshDas-jr3uy 8 місяців тому +15

    Dada iman dinor murot video dila kintu kandilo he moro maa deuta nii 😭😭

    • @ARSmartAssam
      @ARSmartAssam 8 місяців тому +1

      Same to you bhai mur maa deuta nai bht dukh lage ketiyaba ketiyaba 😢😢😢

    • @ARSmartAssam
      @ARSmartAssam 8 місяців тому +1

      Maa deuta nhole jibon tu eku nai 😢😢😢

    • @deepjyotymech9836
      @deepjyotymech9836 8 місяців тому

      Toi u mori kele nogoli maror lgt a sudurvhai

    • @rockyrajgogoi3660
      @rockyrajgogoi3660 8 місяців тому

      Dukh nkriba bondhu

  • @rkgaming-wr3en
    @rkgaming-wr3en 8 місяців тому +7

    Ahi gol 😊

  • @RajaBhaswatii
    @RajaBhaswatii 8 місяців тому +1

    After a long time,etaa val content bisari paisu💝

  • @djbdjb7751
    @djbdjb7751 3 місяці тому +1

    hundor akhon Sobi amar karone agbohai diya babe bohut besi morom jasilu anekua akhon sobi amar majoloi agbohai disa hokolure mon sui goise anedorei hodai val val kam kori jua ❤❤❤love you ma

  • @ParismitaSarma-dj9wt
    @ParismitaSarma-dj9wt 7 місяців тому +2

    Moja vidio deep da bahut val lagil😢❤❤❤😢

  • @yuvrajborgohainmusical6099
    @yuvrajborgohainmusical6099 8 місяців тому +1

    Aji ata kotha buji palu thank you the team of lol ❤😢

  • @UtpolHazarika-se3cj
    @UtpolHazarika-se3cj 8 місяців тому +1

    আই লাকিও

  • @ashmarahman4260
    @ashmarahman4260 2 місяці тому

    Bht u lora r jibonot seidry joi sn .bhty jani buji e kore . Noboloi dhanyabad thakil.
    Heart touching vdo😢😢😢

  • @abhijitmondal5612
    @abhijitmondal5612 2 місяці тому

    Bahot dhuniya lagise xasi mar xamn konu hb noyare love you maa ❤❤❤

  • @Jonalikunal
    @Jonalikunal 4 місяці тому +1

    Mojja lagise 🎉🎉❤❤

  • @okey__gayatri__2.0
    @okey__gayatri__2.0 8 місяців тому +1

    Hridoy sui jua ati video

  • @Arup814-p8q
    @Arup814-p8q 8 місяців тому +1

    Mojja lagil vdo tu sai ❤

  • @Jitubordoli-t9f
    @Jitubordoli-t9f 7 днів тому

    মাৰ দৰেই হব কুনুৱাৰ হব নুওাৰে😢😢😢❤❤ ভাল লাগিছে 🙏🙏

  • @AmitDas-zl4bm
    @AmitDas-zl4bm 7 місяців тому

    সুন্দৰ এটি কাহিনীৰে বৰ ধুনীয়াকৈ এটি চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছা 🙏😔

  • @junusarma4507
    @junusarma4507 9 днів тому

    সুন্দৰ কাহিনীটো , মন চুই গ'ল

  • @Mandeep__dx_
    @Mandeep__dx_ 8 місяців тому +1

    Maa ,deutar bahire ar beleg vogoban nai .....maa ,deutak xonman koribo janile mandir Jai akhirbad nololeo hoy ❤. love you maa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @chandanvlogs5995
    @chandanvlogs5995 8 місяців тому +1

    ধুনীয়া 😢

  • @rajnishsaikia1806
    @rajnishsaikia1806 8 місяців тому +1

    Maa Namor Ei Probitra Xokti tue Amak Hokolu Dukh Ksto Hahi kandun adi Hokolu Situation te Amr Kahot SuperPower r dore thaki amk Uddhar kribo Sesta Kore ru Ogonon Morom Bhalpua Di Jibon tu Hukre otibahito kribo Hohai Kore ❤❤❤ Aru Yar Babe amr pora teu eku nibisare mathu amr bhal Rasta ru ejon bhal mnun hoi jibon tu agbohai niyar bahire❤❤

  • @Army_lover1134
    @Army_lover1134 8 місяців тому +1

    😭😭 very nice bro maa homan kunu hbo nuware maa homan hbo kun nodi homan bobo kun

  • @Mufsina_Assam
    @Mufsina_Assam 8 місяців тому +1

    I am really very very crying this film waching now heart teuching 😢😢 love you maaa❤

  • @Rajkhowajitu3456
    @Rajkhowajitu3456 8 місяців тому +1

    Bht dhuniya hoise Sai thakute soku Pani ulai goise 😢❤❤

  • @koustavvlogs6675
    @koustavvlogs6675 4 місяці тому +1

    Maa k ketiau pahori hbo nlge❤❤

  • @ak47p_r_o82
    @ak47p_r_o82 5 місяців тому

    Ssasakoi bhut bhut vll lagil sai ma deuta avihone jibon to je adhoruwa 😢❤️🌍love u maa and deuta❤🌍

  • @RihaanMallik
    @RihaanMallik 6 місяців тому

    "মা", নামৰ শব্দটো যদিও সৰু কিন্তু ইয়াৰ পৰিসীমাৰ কোনো সমাপ্তি নাই। বিশাল আকাশৰ দৰে। এবাৰ বাহিৰলৈ আহি ওপৰলৈ চোৱা আ "মা" বুলি কোৱা। চোৱা "মা" থাকিলে পৃথিবীখন কিমান ভাল লাগে । মই ভাগ্যবান যে আজিও মোৰ "মা" আছে।🤘🏻