Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3021 || 18.07.2024 ||
Вставка
- Опубліковано 13 жов 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
নতুন si চাৰজনক আদৰি লওতে সময় লাগিব । কিন্তু খাৰঘৰীয়া চাৰক সচাকৈ miss কৰিছো। তেওঁ বিদায় লোৱা video টো দেখিলো।।। আকৌ লগ পোৱাৰ আশা এটা ৰাখিব বিচাৰো।। তেওঁ ৰ লগত জবাৰ বিয়া খন চাব মন আছিল 😢
Yes ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😢😢😢😢
Yes❤❤
Episode Link tu dibasun
Bohut Miss korisu pritom sir k 😢😢😢
অলপ সোনকালে দিলে ভাল আছিলে। ১১ বজাত দিলে টোপনি আহেগে দেখোন ....😔😔 নতুন SI ছাৰ জনক কাৰ কাৰ ভাল লাগিছে বাৰু ...❤
Pitomo SAR nai bohut beta lagise😢😢😢😢
Beta nhoi beya😂@@PutulSaikai-u7m
Rati 8 ta diy
Mobile t diya katha kaisu dada
Moi hodai pisdina sau
আগৰ অভিনেতা বোৰক সলনি কৰাই কৰাই এতিয়া আৰু #জৱৰদষ্ট হে শ্ৰোতা বনি,,আছো।।
বেছিদিন নছলিব এনেকৈ 100%
মনি এ চাকৰি এৰি চাহ দোকানত লাগিল। Script writer এ পাহৰিলে চাগে চাকৰি কৰিছিল বুলি
Si চাৰ জনক কোনে কোনে ভাল পোৱা হৈছে ❤লাইক কমেন্ট কৰক😊❤
Fatuwa sir eijn
@@DhrubajyotiLaskar-es1nxKi nu fotua korile?? Nijei fotua sage.
@@DhrubajyotiLaskar-es1nxaku fotuwa nhoi pagol😅
Hobo pare
@@SubrataRoy-lz8dz tuk kune kole🤔
কে কে চাৰ,মোহন, আৰু প্ৰীতম চাৰ,আগৰ মানুহ খিনি আনিব লাগে বুলি ভাবো সকলোৰে কি মত❤❤❤❤
Si sire acting valke korise anekoi korithak❤❤❤
Sii sir jon or acting bohut vall lagil xargoriya sir or dore carecter bur ake khi lakh ake. Notun sirk jar jar val lagise like ata korok comment ot
Aro kisu din lagibo
হাজাৰ হাজাৰ
দুখ- যান্তনাৰ মাজতো
হাঁহি-হাঁহি জিয়াই আছোঁ
জীৱন জিন্দাবাদ 😢
Same bro😢😢😢😢😢
Notun si sirjon dhuniya dei 👌❤❤❤❤
ৰিচাক বহুত ভাল লাগে দেই
Kk aru mohonor logota si saroku miss koru logota joba baidauk ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ
❤❤❤
ৰাশেছ দা আপোনি বৰ পইচা পাগল দেই❤❤❤❤
Natun sir jon kar kar Val lage ❤agor si sir miss you 😢
Singh sir perfect hansome ❤❤❤❤❤
miss you Pritam sir aru kumkum ba 😢😢
১০০০ জন si sir আহিব কিন্তু প্ৰীতম ছাৰৰ সমান কোনো হ'ব নোৱাৰে। প্ৰীতম ছাৰ main ❤❤❤
Richa baa❤❤❤❤
Pritom sirk Kune Kune miss kora like kora👍
Lahe lahe notun SI sir jonok val loga hol.....❤ from borduwa
Equily Richa mem your a so sweet lookking very Beautiful I like you mem 👍❤️❤️❤️❤️
Bhut ধুনীয়া laga beharbari
Kk da aru mohon da nathakile baharbari khn sai val nalage❤
নতুন SI ছাৰক অতি সোনকালে বিদায় দিয়ক, তেখেতৰ SI চৰিত্ৰই দৰ্শকৰ মন আকৰ্শন কৰিব পৰা নাই।
এতিয়া Beharbari Circus Stage বুলিহে কবৰ মন যায় |
বেহাৰবাৰী আউটপুটৰ দৰ্শকৰ পৰিয়ালৰ বোৰ বেহাৰবাৰী চিয়েল খনৰ দৰেই হৈছে ।
Mojja
Apunar subscriber ata komile aaji by by ru bbop viewer atat u
Miss you kk da
Aji kali bhbop sabole mon ai najai Miss u kk mohon and si sir
Hoi dayy
সৰু সৰু কথা লৈ কোনে বাৰু থানা যায়। ফটোৱা মানে......
মনি বৌ চাহৰ দোকানখনৰ কাৰণেও অলপ ভাল লাগিছে চাবলৈ
সুন্দৰ।
কুমকুম আৰু বসুদাক মিছ কৰিছো।
নতুন মানুহবোৰক ভাল লাগে কিন্তু আগৰ মানুহসকলৰ ঠাই কোনেও পুৰাব নোৱাৰে।কেকে দা,মোহন,বিউটি,প্ৰিতম চাৰ,লতা গাভৰু মেম এই সকলৰ অবিহনে বেহাৰবাৰী আধৰুৱা ।।।
😢4 soldier died respect for soldier to her scafifies for nation
কুমকুমক কিয় নেদেখা হলো??ভাল অভিনয় কৰাবোৰক আতৰায় দিয়া হয় নেকি?ৰিছা আৰু তৰাতকৈ কুমকুমৰ অভিনয় বহুত ভাল।
ভাল লাগিছে 😢😮😊
Kk da aru mohon da nathakile beharbari khn sai val nalage
এইবাৰৰ চাৰ অলপ চঞ্চল
Real t o new SI bilak chanchal
কোনে কোনে bbop এৰিম বুলি ভাবিলেও এৰিব পৰা নাই...
Beharbari outpost ❤❤❤❤
Sir jonk koisu hekhot dom tu dibo aru lastot mone mone hahibo tetiya sai aru mojja lagibo jodi hoi like kribo miss you pritom sir🎉🎉🎉
মনি বৌৰ চৰিত্ৰটো অদৰকাৰী,বাদ দিব লাগে, আমনি লাগিছে ।
Mojja🎉🎉🎉
13 suscribe 🎉🎉
Plz suscribe 😢
Mr sir jonok bht vl lgse❤❤😂
নতুন ছাৰজন ভালেই লাগিছে ❤
Tiwari is coming
Aji kali val nalage sai
Moja
Notun sir main ❤️🎉notun sirr babe BOT sai su
ৰিচা আৰু ৰাকেশৰ প্ৰেম হৱ লাগে,
Mojja😅😅
Sir hole anekui he hobo lage ..lotube sing sirok hokolo kothai khuli kole vhal ashil .rakesh tenekuiai
Sirjon vhal dei 👌👌👌👌💕💕💕💕💕
Pritam sir, KK sir and Mohan we all are miss you so much 🥺and we can never forget you! 😢
পৰিচালক মহোদয় পেহী ক আকৌ আনিব লগতে ভাল লগা পুৰণি মানুহ বোৰ আনিব লাগে পূৰ্ণদা হাজৰিকা বাইদেউ ক অতি সোনকালেই লৈ আনক
Richa baa aru Rakesh daa r full love story lage❤😊
Kk sir muhon 😢nai aku Val nai loga 🥺♥️
Si sirk hasakai police Jan lage❤❤
Val lagise episode to aaru si sirok
S I Sir beauty ba k k sir Mohan da সকলোকে বহুত Miss কৰি আছো
BOP আগতকৈ ফুটুৱা হৈ গৈছে 😊
আগৰ অভিনেতা বিলাক টো গ'লেই লগতে Script বিলাকো লৈ গ'ল যেন পাইছোঁ। আচলতে মানুহক ৰস দিবলৈ হ'লে কাহিনী টোৰ ওপৰত গুৰুত্ব দিয়াটো জৰুৰী।
বেহাৰবাৰী আউট পোষ্টৰ বিজুলী মেম কত গল....
Si sir mojja sir dhuniya
মনি বৌক আজিকালি থানালে মানুহক অনাৰ নতুন দায়িত্ব দিলে নেকি,,প্ৰতিটো কেছ অকল মনি বৌয়ে আনে যে😮😮😮
❤❤❤❤❤❤❤🎉🎉
Notun si sir ok val lage... But pritam sir I really miss you
😂😂
Mohan r dukan khn miss korisu 😢❤
Anjel kumkum kot gol
Biuty ba, si sir, kk da, Bosumotary sir bohut miss kori asu khihot ketiya ahibo aakou 😢😢😢
মই নাচাও বুলি ভাবিছিলো কিন্ত মণি বৌ ৰিছা বাই তৰামাই বাই লুতুকণ ৰাকেশ এই লোকৰ বাবে আহিলোঁ
Hoi cinemar hiroino likhi ya ❤🎉🎉 😂😂
Richa upper side body he film koribole paribo jen lage.
বেহাৰবাৰী ৰ মনোজ ভাই ডিৰেকচন কোৱালিটি আপডেট কৰ।
আজি long distance walking view watch carefully😅😅😅😅😅
Mojjaa ❤❤
Love from moran
❤
যিমানে ভাল লগা মানুহ কিজন আতৰি গৈছে সিমানে বেহাবাৰি কাহিনী নাইকীয়া সৈগৈছে ভাল লগা নাই
Richa aru SI ছাৰ ৰ love story hob lage
New sir so cute❤❤❤❤
Singhsirperfecthansome❤❤❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
কেকে দাদা আৰু মুহন কেতিয়া আহিব😊
Moja ❤❤❤🎉🎉 gan tumoja lagilo 🥰🥰🥰🥰😍😍
Rakesh Richa Moni bou jiyai rakhise serial khon
ধন্যবাদ
আশা কৰাৰ দৰেই ভাল হৈছে👌
Risha ba so beautiful ❤
Nice episode
বেহাৰবাৰী আগৰ অভিনেতা কেই জন ভাল যেনেকৈ গাৰ্গ দা গদাধৰ দা কেকে দা মোহন দা আৰু এতিয়া প্ৰীতম ছাৰ কিয় জানো ভাল ভাল অভিনেতা কেইজন গুচি যায় 😢😢😢😢
Rakes da aru Richa bar love story lage ❤
প্ৰীতম বৰুৱাৰ গাম্ভীৰ্য নতুন জনৰ গাত দেখা নাই । হয়তো আহিব লাহে লাহে ।
BOPক লৈ কিবা এটা আবেগ আছে বাবেহে চাই আছো।কিবা এটা কৰক প্ৰযোজক ডাঙৰীয়া,পুৰণা মানুহ বিলাকক আনক।
কুমকুমো গ'ল চাগে।লুতু কুমকুমৰ প্ৰেম কাহিনীটোও কিবা এটা ভাল লাগিছিল
কি হ'ব যে গৈ আছে এইখন
Hei j gavini da... Tew jodi s.i hoi ahil hoy moja pagile hoy
Mojja beharbari outpost ❤❤❤❤❤
Rakesh aru Richa love story lge 😂😂
Tiwari dak ulale akebare Val nalage
Airtel sim Card চলোৱা সকলে এটা লাইক কৰা।👍👍
Jio Fan be like 😅
BSNL t put korim aru
Moi tu BSNL solau
😂😂@@MoromiBaruah-nf2hk
কিয় airtel sim Card চলোৱা সকলে এটা like কৰিলে ৰিচাৰ্ছ নকৰিলেও হ'ব নেকি
Notun sir jon val lagise
It will take time to welcome the new si sir.. but I really miss khargharia sir.. I saw the video of him saying GD bye ... I want to hope to see you again.I wanted to see Jaba wedding with him ❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😍🌈♥️😘🌟🤩💟☺️🥳💗💙👍🌞⭐🌟💫✨⚡💫⭐🌟✨⚡💦🎉🎊😻❤️🧡💛💚💙💜🤎🖤♥️💘💝💖💗💓💞💕💌💟❣️🫂👍👏🤜🤛🤝👊✌️✌️👌