Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Moju bonam dei 😮😮😮
bonaba😍
খুউব ধুনীয়া লাগিছে 👌👌👌
ধন্যবাদ❤
😮
বৰ ধুনীয়া লাগিছে। ময়ো তেনেদৰে বনাই ল'ম 👌
ধন্যবাদ💕
ভাল লাগিছে
Nice
Thank you❤
বৰ সুন্দৰ লাগিছে
সুন্দৰ vdo❤❤
Hundor hoise ❤
সুন্দৰ
নমস্কাৰ দেই, মই ও এনেদৰে পুৰনি পাটৰ কাপোৰ বোৰ নতুনত্বৰ পৰশ দি দেখিবলৈ এটা বেলেগ ধৰনৰ ভাল লগা কৰিবলৈ চেষ্টা কৰো। মই বেলেগৰ্ প্ৰয়োজন সাপেক্ষে এনেদৰে বনাইও দিও। ধন্যবাদ।
আপোনালৈও ধন্যবাদ❤
Hundor macine to r price kobosun!???
moi loute 13500 rs loisil offer asil bule
Val lagesa ❤
Simple jodiu bhl lagise ❤️
Bohut dhuniya hoise
মোকোটাব লাগিব 😂😂😂
মোকোটাব বুলি কৈ কিয় হাঁহিছে হে.....ভুল কৈছো যেন লাগিছে যদি "আধুনিক অসমীয়া শব্দকোষ" কিতাপখন অলপ মেলি চাব 💓
আপোনাৰ ঠিকনাটো জনাব ।
Dibrugarh
Very nice👌❤
Thank You❤
Dhunia hoise
Val loga nai
Anekoi Val loga nai.
Dhunia hoise❤
Mukutabo lagibo nohoi😂😂😂😂 mutukabo lagibo.... what is ' lolu hole, hol hole ' ??? Lua hole, hol heten/ hol hoi....emman horu horu bhul korene !!😮😮 enekoi moiu bonai loisu
আনৰ ভুল হৈছে বুলি সুধৰাই দিয়াৰ আগতে কৰবাত নিজেও ভুল কৈ পাইছো নেকি চাই লবলৈও আপোনাৰ সময় নাই নে? মোৰ ভুল হলে যদি কোনোবাই শুদ্ধ কৰি দিয়ে মই বহুত ভাল পাওঁ । কিন্তু যদি সুধৰাই দিয়াৰ নামত যদি পুনৰ ভুল কয় সেয়া বহুত বেয়া
আপুনি " আধুনিক অসমীয়া শব্দকোষ " কিতাপখন চাব । তাত লিখা আছে.....মোকোট =জাপ; তৰপ(a fold) ভাঁজ ( a bend) মোকটা,মোকোটা - ভাঁজ দে ( to be folded; to bend )
@@StitchAndStyleWithTripti mur kuntu xobdo bhul hoise ???
@@StitchAndStyleWithTripti Hemkosh khon saok.... tat aase ne ???
@@DF1111DM mukutabo tu mutukabo buli koise kio aapuni 😂
Apunar address to jonabo neki
mur ghor dibrugarh t
Moju bonam dei 😮😮😮
bonaba😍
খুউব ধুনীয়া লাগিছে 👌👌👌
ধন্যবাদ❤
😮
বৰ ধুনীয়া লাগিছে। ময়ো তেনেদৰে বনাই ল'ম 👌
ধন্যবাদ💕
ভাল লাগিছে
ধন্যবাদ❤
Nice
Thank you❤
বৰ সুন্দৰ লাগিছে
ধন্যবাদ❤
সুন্দৰ vdo❤❤
ধন্যবাদ❤
Hundor hoise ❤
ধন্যবাদ❤
সুন্দৰ
ধন্যবাদ❤
নমস্কাৰ দেই, মই ও এনেদৰে পুৰনি পাটৰ কাপোৰ বোৰ নতুনত্বৰ পৰশ দি দেখিবলৈ এটা বেলেগ ধৰনৰ ভাল লগা কৰিবলৈ চেষ্টা কৰো। মই বেলেগৰ্ প্ৰয়োজন সাপেক্ষে এনেদৰে বনাইও দিও। ধন্যবাদ।
আপোনালৈও ধন্যবাদ❤
Hundor macine to r price kobosun!???
moi loute 13500 rs loisil offer asil bule
Val lagesa ❤
ধন্যবাদ💕
Simple jodiu bhl lagise ❤️
ধন্যবাদ❤
Bohut dhuniya hoise
ধন্যবাদ❤
মোকোটাব লাগিব 😂😂😂
মোকোটাব বুলি কৈ কিয় হাঁহিছে হে.....ভুল কৈছো যেন লাগিছে যদি "আধুনিক অসমীয়া শব্দকোষ" কিতাপখন অলপ মেলি চাব 💓
আপোনাৰ ঠিকনাটো জনাব ।
Dibrugarh
Very nice👌❤
Thank You❤
Dhunia hoise
ধন্যবাদ❤
Val loga nai
Anekoi Val loga nai.
Dhunia hoise❤
ধন্যবাদ❤
Mukutabo lagibo nohoi😂😂😂😂 mutukabo lagibo.... what is ' lolu hole, hol hole ' ??? Lua hole, hol heten/ hol hoi....emman horu horu bhul korene !!😮😮 enekoi moiu bonai loisu
আনৰ ভুল হৈছে বুলি সুধৰাই দিয়াৰ আগতে কৰবাত নিজেও ভুল কৈ পাইছো নেকি চাই লবলৈও আপোনাৰ সময় নাই নে? মোৰ ভুল হলে যদি কোনোবাই শুদ্ধ কৰি দিয়ে মই বহুত ভাল পাওঁ । কিন্তু যদি সুধৰাই দিয়াৰ নামত যদি পুনৰ ভুল কয় সেয়া বহুত বেয়া
আপুনি " আধুনিক অসমীয়া শব্দকোষ " কিতাপখন চাব । তাত লিখা আছে.....
মোকোট =জাপ; তৰপ(a fold) ভাঁজ ( a bend) মোকটা,মোকোটা - ভাঁজ দে ( to be folded; to bend )