কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ আহিছে লক্ষাধিক লোক
Вставка
- Опубліковано 9 лют 2025
- ▶️ এজন শিল্পী ৰাইজৰ কিমান আপোন হ'ব পাৰে তাৰে প্ৰমাণ হ'ল শদিয়াত! কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ আহিছে লক্ষাধিক লোক। দৃশ্য দেখিলেই অনুমান কৰিব পাৰি কিমান মৰম, আদৰ প্ৰয়াত শিল্পীজনলৈ।
এই দৃশ্যই পমাণ কৰে যে মানবতা আজিও জীয়াই আচে। 🙏🙏🙏🙏
জীয়াই থাকোঁতে সিমানখিনি সন্মান দিব লাগিছিল । অসংখ্য লোকে জীয়াই থাকোঁতে তেওঁক চিনিয়ে নাপাইছিল । মৰাৰ পাছত সন্মান দি লাভ নাই । 🙏
ৰাজীব অমৰ হওঁক ।
এজন সঁচা দেশপ্ৰেমিকক জাতীয়ে হেৰুৱালে ।
ৰাজীব শদিয়ালৈ শ্ৰদ্ধাঞ্জলি যাচিলো ।
শতকৌতি প্ৰণাম
সঁচা কৈ ৰাজীৱ সন্ধিয়া বৈকুণ্ঠগামি হল।
🙏🙏🙏
Tinsukia dibrugarh shivsagar jilat hai prakit jatiyotabad jiyai aase yaar janatar majot.
Joi aai axom
আমিও ৰাজীব শদিয়ালৈ শ্ৰদ্ধাঞ্জলী যাচিলো দেই।
❤
ইতিহাস হৈ ৰল
Tekhet ake aachorit khokkti aachil
খাবলৈ পালে বহুত আহে😅
ভাল পাগল তই
@basantabora1272 কোন পাগল জনা আছে
Aapunar manokhikota khaboloi pala ha oha r bidhor bulia sob tanakua nohoi 🙏🙏
Sob manuh aka nohoi....nijor uporot bhitti kori manuhok judge nokoribo
@@Mitakgn আপুনি যদি তেনে মানসিকতা ৰ নহয় তেন্তে গাত পাতি লাভ নাই , মই তেনে লোকক হে কৈছোঁ
Toi popiya😂😂@@debajithokai4731
❤❤❤
Rasivhadiaamareaha