বন্যাৰ্তৰ মাজত বিত্তমন্ত্ৰী, শিশুক দিলে শীঘ্ৰে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি
Вставка
- Опубліковано 1 жов 2024
- দিনজোৰা কাৰ্যসূচীৰে আজি বন্যাৰ্ত ৰাইজৰ মাজত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাঢ়নী পানীত কিতাপ পত্ৰ হেৰুওৱাই দুখত ভাঙি পৰা কণ কণ শিশুৰ আঁকোৱালি লৈ মন্ত্ৰীগৰাকীয়ে দিলে আশ্বাস। এটি শিশুৱে ক’লে স্কুললৈ যোৱা দলংখনৰ মেৰামতিৰ কথা। শীঘ্ৰে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী ডঃ শৰ্মাই। বৰপেটাৰ পাঠশালা, বজালী অঞ্চলৰ আশ্ৰয় শিবিৰত থকা প্ৰতিজনৰ লগত মত বিনিময় কৰি সাহায্য অভিযানৰ যাতে হীন-দেঢ়ি নহয়, তাৰ বাবে বিষয়াক দিলে কঠোৰ নিৰ্দেশ।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ডঃ হিমন্ত বিশ্ব শৰ্মা ছাৰ আটাইতকৈ মহান ব্যক্তি৷শৰ্মা ছাৰক আল্লাই নিশ্চয় নিশ্চয় ভাল কৰিব
Great Himanta Bishasarma sir.Long Live sir Allah I Aapunak bhot dhin jiyak rakokh .
Himanta zindabad
Himanta jindabad
হিমন্ত দা মোৰ বহুত প্ৰিয় ৰাজনীতি বিদ
sorker a poisa koros kora aru poisa dia u. kntu kisuman eng. thikadar a poisa bur khai palai. last ot mnu bur or kosto hoi pani hola
Thank you Sir, you are great. Our all blessings to you, May God help you.
Other politician and financial sound people should follow him. Great job Sir, Go ahead.
Ajit Dutta. Ex. AASU
JORHAT
Himanta jindabad
Thank you
গাওঁ ভিতৰুৱা অঞ্চল বিলাকত অলপ কান চকু দিব কাৰণে আপুনালোকৰ চেনেলৰ যোগেদি তেওঁ লোকক জনাব কাৰণ আমাৰ গাওঁ দল্ং ৰাষ্ট্ৰৰ একেবাৰে বেয়া ,
Great. Anekua minister lage amar assam t.Thank u sir. God bless you
সুন্দৰ পদক্ষেপ চাৰ ।
Val lagil
good
Very good
god bless u
Very good
Very Good
thanx sar
👌
Hbs zindabad
মজা
News live ৰ চামচাবোৰ লগত কিয় নিব লাগে
😊
Sir apunak lakh lakh dhonyabad ....you are great man
dhanu dhanu lagise de...babu 2mk..👍👍👍
Himanta sir is great of assam
Good job dada
I think himanta sir is great man
LAHORIGHAT JABO NUWARO
Respect dibo
Dr Biswa sir k raijor sewa koriboloi code sokti diok!!!!!!
Real hero
So nice sir
good
Himonta sir is great
great
good...
Good
Val lagil sar
Hiiiii helo
Mojja sir
👌👌
Great Minestar
God sir