I was born and brought up in Assam, my father, grandfather and my grandfather's grandfather (all these people lived in same village of Assam) all was born and brought up in Assam, all we speak Assamese, its our mother language, I love my state my people.....but now I realised there are many people in our state who treat me as a outsiders, they don't want to recognise me as an Assamese, they told my forefathers came to this land from Bengal, some says from Bihar and some says from UP... So as per them I am not Assamese....
News channel ত এইবোৰ আলোচনা খুব কম মানুহে চায়। কম মানুহে চালেও কিন্তু আপোনালোকে এনেধৰণৰ গুৰু গম্ভীৰ অনুষ্ঠান দি থাকিব।। আমি চাওঁ।বৰ ভাল পাওঁ। বহুত নজনা কথা শিকো।
মোৰ মনৰ দৃষ্টিৰে------------ যি কম সঁচা কম ।------------- ভুল অসমীয়া ভাষা সংস্কৃততকৈ পুৰণি নহয় । সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱা হয় । পৃথিৱীৰ আদি ভাষা হৈছে সংস্কৃত ।হাজাৰ হাজাৰ বছৰ নহয় লাখ লাখ বছৰৰ হল সংস্কৃত ভাষা ।
Taradoi toi jodhamurkh a nahoy pagol u. Toi prithit anei buja di nethakibi. Toi sayambhu Iswar Bamun r vori dhua pani khai khai manakhik Gulam hoi he abul tabul bokisa. Tuku kela mar bapere jaunakria kari he janma dise prakritik niom t 9 month 9 din. Manuh bikakhit huake bigyan koy. Manuhe lengta hoi u jiban japan karisil ajirpora 40 hajar basor agot. Manuhr magajur bikahei hol bigyan aru tarei cramabikakh hoi hoi aji ai prjai paise. Iyat kela kuni oisorik sakti uparwalar khel nai.
দেওপাহাৰৰ সমল বিলাকৰ সঠিক ৰূপত গৱেষণা কৰিলে অসমীয়া ভাষা, অসমৰ স্থাপত্য বিশেষ ভাৱে উপকৃত হ'ব। প্ৰাচীন দেওপাহাৰৰ কিছুমান ভাস্কৰ্যত অসমীয়া আখৰ বা লিপি স্পষ্টভাৱে খোদিত আছে। কব পাৰি যে অসমীয়া ভাষা বা লিপি যথেষ্ট প্ৰাচীন।
অসমীয়া ভাষা কিয় মানুহৰ সকলো আদিম ভাষাই সংস্কৃত ভাষাতকৈ পুৰণি। সংস্কৃত মানে সংস্কাৰ কৰি লোৱা এটা ভাষা। সকলো ভাষাত কৈ বিশেষ ভাষা সৃষ্টি কৰি তাক সংস্কৃত ভাষা নাম দিয়া হৈছে।এই ভাষা কেৱল লিখিত ভাষা কথিত ভাষাত ব্যৱহাৰ হোৱাৰ প্ৰমাণ নাই ।
আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগতেই মোৰ পৰম পুজনীয় শিক্ষাগুৰু ৺মানীক বৰগোহাঁই ছাৰ🎉ৰ পৰা এখন ' চকৰীফেটী বুৰঞ্জী' নামক অসম বুৰঞ্জীৰ কথা শুনিছিলো৷ তাত উল্লেখ আছে যে আহোম ৰজাই ৭ জন পুজাৰী ব্ৰাহ্মণ আৰু ৭ জন গণক ব্ৰাহ্মণ যুৱকক কনৌজৰ পৰাই আনি অসমত থাপিছিল ৷ তেওঁলোক যাতে আকৌ কনৌজলৈ উভতি নেযায় সেই কাৰণে আটাইকেইজনকে আহোম ছোৱালীৰ লগত বিবাহ কৰোৱায়ো দিছিল ৷ বৰ্তমানৰ বেছিভাগ ব্ৰাহ্মণ সেইসকলকে সন্তান সন্ততি বুলিব পাৰি ৷ সেয়ে এজনৰ গাতো একেবাৰে বিশুদ্ধ ব্ৰাহ্মণ ৰক্ত নাই ৷ আহোম ৰজাই সেইসকলক বৰপুজাৰী বৰঠাকুৰ বৰকাকতি বেজবৰুৱা বৰদলৈ বৰভাণ্ডাৰবৰুৱা আদি সন্মানিয় আৰু দ্বায়িত্বশীল কামতেই নিযুক্ত কৰিছিল ৷
The most puroni. He is right. Assamese language is not only spoken in the earth , but also in havean in was spoken in the golden age. It is not called Assamese, but Assamese language is call Debo Nagari Debo Nagari is the language spoken all over the world.
ভাস্কৰ বৰদলৈ দেৱৰ লগতে পাথজ্যোতি বৰা দেৱলৈ বহুত বহুত ধন্য বাদ৷ আপোলোকৰ পৰা আকৌ এই অনুস্হান দ্বাৰা জানিবলৈ মন আছে অসমৰ অসমীয়া ভাষা লিখিত আৰু কথিত বেলেগ বেলেগ হয় ৷ কিন্ত ৰাজ্য খনৰ ৰাজনৈতাক প্ৰভাৱ ত প্ৰাণ পাইছে নেকি বাংলা ভাষাবোৰে ? অসমীয়া ভাষা কোৱা লোক অসমৰ কিছুমান জিলাত নগন্য৷ বাংলা ভাষা কোৱা লোক অধিক৷
@@sorbocha484 puroni karon sanskrit aru tamilor puroni historical record ase atiya muk record nibisaribo karon moi archeological experts nahoi ,aru privage jane ai duta bhakha bohut puroni buli ,atiya hothate facts bilak ulta pukta kori assamese bhakhari aikaitat koiu puroni buli kole bisskhak koriboloi tan hoi.
@@abinashsaikia4892 teu tu odhyon kori he koise.. Apuni bisakh nkoribo.. Nijeu odhyon korok.. Teuk source bur bisarok.. Kot paise hudhok.. Facebook t pai jabo manuh jon.. Nam Bhaskar Bordoloi..
Jai Zubeen da. Guwa mahuh bur pandit koi kom nhoi. Ata duta nhoi bohut bhasat Zubeen dai gan gaise, gotike bhasa upor Zubeen dar knowledge ase. Ane kuwa nai. 1950 sonor asomiya movie bur sale gom pabi asomiya sunat kenekuwa asil. Lahe lahe dev hoi he aji roop paise.
তামিল আৰু সংস্কৃত ভাষা দুটাই আদি ভাষা বুলি জানো । আমাৰ ভাষাতো মহাভাৰতৰ যুগতে হৈছিল নেকি ? আপুনি দেখুন ৰামায়ণ মহাভাৰত নোহোৱা কৰি পেলালে । কি যে হ'ৱ !!!?
My doubt is who are the descendents of Bedanidhi who went to Dwarka to meet Sri Krishna as a messenger of Rukmini. I myself think as a discendent of Bednidhi and not a descendent of Brahims from Knnouj. Will be glad to be enlightened in this regard
Jean-Baptiste Tavernier, a 17th-century French traveler and merchant, believed that the use of gunpowder in China originated in Assam..eitu uporot prakakh diye jaate
Stop all these caste related talk-shows. Why are you trying to divide the Assamese Hindu society on the basis of caste? Are you not aware about the current population growth of Bangladeshi muslim in Assam? If you have that much courage, bravery, then start a talkshow about this thing.
Caste is always prevalent in Assam. It’s just we try to hide it. Ki Likha , amar maanuh khini enekuwa nohoi etc. are usual colloquially used phrases. I have met so called Human born out of Brahma’s head that they don’t want to get Treatment from a Bodo Doctor cause they are Obhong & Ugraah. When a specific caste commits crime like rape he is defended amar maanuh nohoi saage enekuwa koribo nuware etc.
Bodo Language is 5000 years old I hope you understand. Bodo are the original inhabitants of Assam. If we look at the history of Ahom, They came and occupied Bodo kingdoms in 1228 AD, then how can we agree that Assamese is the oldest language of Assam?
Monubadi brahmonbadi a Bharatk Hindurastra bonuar agote Assam t akhon Hindu gaon bonI dekhaok. Jikhon Gaon t OBC/ST/SC aru GENERAL r muth 6252 ta jati akeloge bakh kora akhon gaon bonaok. Ji khon gaon t Brahmon/Khatria/Baishya/ Shudra nethake, jot kebol 6252 jati ekjoot hoi kebol Hindu parisay diye, jikhon gaon t Uch/nich, Chua/Choot, Jat/pat nethake. Jikhon Gaon t Mondirar pujari Khskalue habo pare.
Dhemaji zilar habungt uddhar hua copper plate khon sabo gom pai jabo. Ahom axomoloi ohar 300 year agotei orthat 9 tn century t pala Dynasty r king ratnapala e brahmink habungt hongsthapon disil.eyar purbe habungt kunu jatir manuh bakh kora proman nai. Gotike habung r first inhabitants buli kole Brahmin hokolk buja jai. Tumi Google search korileu gom pai jaba. First inhabitants of habung. Answer ahibo brahmin buli. Tumi madhav kandali,ananta kandali ,bhattadev etc brahmin ponditor naam Huna nai neki teuluk 14 th century likhok asil. Eibur kunu kalponik kotha nohoi upojukto proman. Nidhanpur copper plate t 400 AD orthat ahum hokol axomoli ohar 800 years agotei brahmin hokolk pushya varman e mati dan diyar kotha ullekh ase. Eyar pisotu aru ki proman lage. Pouranik kahini buror mote tu Brahmin hokol axomot adim kalor porai ase. Pragjyotishpur name tu ortho hoise ji thait Brahmin hokole hokolutkoi agote jyotish sarcha korisil hei Thai pragjyotishpur namere Jona jai. Eibur kahini kalponik hobo pare kintu uddhar hua copper plate t ullekh thoka tothyo bur ketiyau misa hobo nuare. Nidhanpur copper plate r tothy homuh Jodi sau tente Brahmin hokol axomot 1600 years agor porai axomot ase.
@@J_boruah. Toi buronjit poha nai sage kunuba nalbari falor dhekeri sage . Ahom ohar agor bamun aru Ahome 17 xotikat ona brahmon ase . Kamakhya mandir t Ahom Roja Siva singhai Krishnaram Bhattacharjee k thai disile jihokol origin west bengal r asile namonir brahmon hokol khilinjiya hoboi nuare .
Ji dharmai manuh k nich buli koy kheitu Dharma ne Adharma. Prtibir vitarat ataitkoi maratmok khingkhatmok adharmik hol Monubadi/Brahmonbadi jatibadi jehadi.
খুব ভাল লাগিছে । আমাৰ ভাষাটোৰ বিষয়ে এনেকুৱা ইতিবাচক চিন্তা ধাৰাৰ আলোচনা শুনিলে মনলৈ অলপ আশা আহে ।
অসমীয়া ভাষাৰ এচাম গবেষক নতুন প্ৰজন্মৰ পৰা যে ওলাই আহিছে সেয়া জাতিটোৰ বাবে শুভ লক্ষণ। ভাস্কৰ বৰদলৈ ডাঙৰীয়াৰ পৰা অসমীয়া ভাষা সংস্কৃতি , প্ৰাচীন বুৰঞ্জীৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰি ভাল লাগিছে। তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো।
ভাস্কৰ বৰদলৈক বহুত ধন্যবাদ ৷ তেখেতক এই চিন্তা বা ধাৰণালৈ অনা প্ৰতিজন মহান ব্যক্তিকে ধন্যবাদ জনাইছোঁ
বৰ্তমানৰ মান্য অসমীয়া ভাষাৰ মূল হৈছে কামৰূপী ৷
আৰু উজনি অসমীয়া আধুনিক ভাষাৰ বিষয়ে কি কব ডাঙৰীয়া।
অসমীয়া ভাষা 2400 বছৰ পূৰণি কথাষাৰ শুদ্ধ নহয় বুলি ভাৱো। অসমীয়া ভাষাৰ পৰা আৰম্ভ কৰি আৰ্য গোষ্ঠীয় ভাষাৰ উৎস সংস্কৃত ভাষা। ভাৰতবৰ্ষৰ আৰিয়ান ভাষাৰ বৈশিষ্ট প্ৰায় মিলে। অসমীয়া ভাষা আটাইতকৈ মিল থকা ভাষা হল বঙালী আৰু উৰিয়া ভাষা । অলপ সুক্ষ্ম ভাৱে অধ্যয়ণ কৰিলে দেখা যায় অসমীয়া আৰু উৰিয়া ভাষাৰ কিবা এটা সম্পৰ্ক আছে। নহলে শব্দৰ ইমান মিল কেনেকৈ হব পাৰে। আমাৰ ধাৰণা, অসমীয়া ভাষা বিৱৰ্তনৰ ফলত পূৰ্ণাঙ্গ হোৱা ভাষা। অসমীয়া ভাষা ইমান পূৰণি হয় যদি কিয় শ্ৰীমন্ত শঙ্কৰদেৱে কীৰ্তন আৰু বৰগীত ব্ৰজাৱলী ভাষাত লিখিলে। সম্ভৱত আহোম ৰাজত্বৰ পিছৰ পৰাহে অসমীয়া ভাষা বিকশিত হবলৈ আৰম্ভ কৰে। তাৰ পিছৰ ব্ৰিটিছ শাসনৰ পিছৰ ফালে ভাষা আন্দোলন কৰিব লগা হল। সেইবোৰ কথা আলোচনা কৰিলে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ আবাহ পোৱা যায়।
@@gamukkutum1482 উৰিষ্যাত কামৰূপৰ বৰ্মন ৰাজকুমাৰ এজনে শাসন কৰিছিল, তেওঁৰ বংশটো পিছত কামৰূপৰ ভৌম বংশৰ নামেৰেই ভৌমকৰ বংশ বুলি জনা যায়। আপোনাৰ সন্দেহ অমূলক নহয়। আৰু ব্ৰজাৱলীৰ ক্ষেত্ৰত নিজেই ভাবক, আপুনি ঘৰত কবিতা লিখাৰ দৰে কথা পাতে নেকি?
Correct
Apuni ak dom correct koise. Muyu take bhabhu. Axomiya alphabet yu axomot sristi huwa nai. ( Mur biyoktigot motamot )
@gmusic3678 apuni phd korok apunar mota mot loi
100% সঠিক পয্যবেক্ষণ।
অতি গুৰুত্বপূৰ্ণ কথা জানিব পাৰি নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিলোঁ। অশেষ ধন্যবাদ বৰদলৈ আৰু বৰা ডাঙৰীয়ালৈ। সকলো খিনি বিষয় সামৰি গ্ৰন্থ ৰূপে প্ৰকাশ কৰক।
অসমীয়া ভাষাৰ ইতিবৃত্ত জানি ভাল লাগিল।নৱপ্ৰজন্মই অধিক গৱেষণাৰে ভাষাৰ উত্তৰণ ঘটাব আৰু ঘটাইছে। ভাস্কৰ বৰদলৈদেৱলৈ নমস্কাৰ।
সুন্দৰ তথ্য সমৃদ্ধ বিশ্লেষণ, শলাগ জনাইছোঁ।
আলোচনাতো বৰ ভাল লাগিলে। অসমীয়াৰ ওপৰত এক নতুন কথা,এক নতুন বিশ্লেষন পাইছো, আশা কৰো প্ৰত্নবিদ ভাস্কৰ বৰদলৈদেৱে ইয়াক আৰু আগুৱাই নিব পাৰিব।তেখেতৰ তথ্যভিত্তিক আলোচনাই এক নতুন চিন্তাৰ বাট মুকলি কৰিব।
অতি গৌৰৱৰ বিষয়। বৰ্তমান নতুন চামে এই বিষয়ে জনা উচিত।সমগ্ৰ ভাৰতবৰ্ষই অসমীয়াই ভাষাৰ ইতিহাস সম্পৰ্কে প্ৰচাৰ কৰা উচিত।লগতে গৱেষক ভাস্কৰ বৰদলৈ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ।
ভাষাটোৰ নাম প্ৰকৃততে কামৰূপীহে কাৰণ অসম আৰু অসমীয়া শব্দকেইটাৰ উৎপত্তি চতুৰ্দশ শতিকাৰ পাছত হৈছে ৷ লিখিত ৰূপ বা লিপিৰহনামো কামৰূপীহে ৷
আপোনালোকৰ আলোচনা শুনি মনৰ এখন ক'লা পৰ্দা আতৰাই দিলে । অসম মাতৃৰ জয় ।
বৰ সুন্দৰ হৈছে সাক্ষাৎকাৰটো। পাৰ্থজ্যোতি বৰাই বৰ ভাল লগাকৈ প্ৰশ্ন কৰি ভাস্কৰ বৰদলৈৰ পৰা কথা খিনি উলিয়াইছে। দুয়োগৰাকীৰ প্ৰকাশ ভঙ্গী সলসলীয়াকৈ প্ৰকাশ হোৱাত অনুষ্ঠানটো উপভোগ্য হৈছে।
ভাল ভাষা অসমীয়া
I was born and brought up in Assam, my father, grandfather and my grandfather's grandfather (all these people lived in same village of Assam) all was born and brought up in Assam, all we speak Assamese, its our mother language, I love my state my people.....but now I realised there are many people in our state who treat me as a outsiders, they don't want to recognise me as an Assamese, they told my forefathers came to this land from Bengal, some says from Bihar and some says from UP... So as per them I am not Assamese....
প্ৰত্নলিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈৰ গৱেষণা মূলক অনন্য বিশ্লেষণ । তেখেতলৈ অশেষ ধন্যবাদ ।
এতিয়া আমাৰ সন্মুখত এটাকথা স্পষ্ট হৈ পৰিছে যে - সেইবাবেই যুগ যুগ ধৰি বৰ্তমানলৈকে অসমীয়াৰ লগতে অসমীয়া ভাষাক এচামে হেচামাৰি ধ্বংস কৰাৰ চূড়ান্ত পৰিকল্পিত পৰিকল্পনা কৰি আহিছে আৰু এচাম অসমীয়াই অন্ধলা ৰূপত সেই পৰিকল্পিত পৰিকল্পনা কাৰিৰ চামৰ জালত বন্দী হৈ অগৱেষণা মূলক কথাক হয় হয় বুলি কৈ আহিছোঁ ।
অতি দুৰ্ভাগ্যজনক !
[ জয়তু অসমীয়া ভাষা ]
News channel ত এইবোৰ আলোচনা খুব কম মানুহে চায়। কম মানুহে চালেও কিন্তু আপোনালোকে এনেধৰণৰ গুৰু গম্ভীৰ অনুষ্ঠান দি থাকিব।। আমি চাওঁ।বৰ ভাল পাওঁ। বহুত নজনা কথা শিকো।
Bamun konouj r porai oha jiman mediat tetu falileu
❤❤❤❤❤❤❤❤❤❤
@chowlengdonahom1105 ৪২৩ চনত পুষ্যবৰ্মাই কামৰূপত বামুণক বসবাস কৰাইছিল তামৰ ফলিত লিখা আছে। বামুণ নাথাকিলে কাক দান দিলেহেঁতেন? বুৰঞ্জী কেইখনেই একমাত্ৰ ইতিহাস নহয়।
@@chowlengdonahom1105মানুহ আফ্ৰিকাৰ পৰা অহা কোনো গাজৰৰ নিচিনা মাটি ফুটি ওলোৱা নাই
@@chowlengdonahom1105aru ulum gutro bur kor pora aha
ধন্যবাদ জনালোঁ
মোৰ মনৰ দৃষ্টিৰে------------
যি কম সঁচা কম ।-------------
ভুল অসমীয়া ভাষা সংস্কৃততকৈ পুৰণি নহয় । সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱা হয় । পৃথিৱীৰ আদি ভাষা হৈছে সংস্কৃত ।হাজাৰ হাজাৰ বছৰ নহয় লাখ লাখ বছৰৰ হল সংস্কৃত ভাষা ।
Taradoi toi jodhamurkh a nahoy pagol u. Toi prithit anei buja di nethakibi. Toi sayambhu Iswar Bamun r vori dhua pani khai khai manakhik Gulam hoi he abul tabul bokisa. Tuku kela mar bapere jaunakria kari he janma dise prakritik niom t 9 month 9 din. Manuh bikakhit huake bigyan koy. Manuhe lengta hoi u jiban japan karisil ajirpora 40 hajar basor agot. Manuhr magajur bikahei hol bigyan aru tarei cramabikakh hoi hoi aji ai prjai paise. Iyat kela kuni oisorik sakti uparwalar khel nai.
@@taradoi7957 তই আকৌ ক'ৰ ওপৰৰ পৰা সৰি পৰা পন্ডিত ওলালি । জধামুৰ্খ তোৰ হাতত কিবা তথ্য প্ৰমাণ আছে নেকি যে সংস্কৃত ভাষা লাখ লাখ বছৰ পুৰণি ? ক'ৰ পৰা ওলাই অ' এইবোৰ অলগৰ্ধ পন্ডিত !!
Ak dom correct. Bises ogya jone aru study kora dorkar ase.
😂😂😂😂😂😂😂😂😂😂😂😂😂😂Andbbakt
Xosa kole Ahom bure beya beya kotha kuwa bahire aru ki kobo. Gome napai nijor je bhasa asil axomoyot. Ji ki nohok. Sangkrit atait koi puroni
ধন্যবাদ ভাস্কৰ ভাইটিলৈ
এইটো এনেকৈয়ে ভবা হয় যেনকৈ কিছুমানে ইংৰাজী মাধ্যমত পঢ়ি(কিছু সাদৃশ্যৰ বাবে যোৰা লগোৱা হৈছে) অসমীয়া ভাষা নাজানো বুলি মন্তুব্য আগবঢ়ায় ।
দেওপাহাৰৰ সমল বিলাকৰ সঠিক ৰূপত গৱেষণা কৰিলে
অসমীয়া ভাষা, অসমৰ
স্থাপত্য বিশেষ ভাৱে উপকৃত
হ'ব। প্ৰাচীন দেওপাহাৰৰ কিছুমান ভাস্কৰ্যত অসমীয়া আখৰ বা লিপি স্পষ্টভাৱে খোদিত আছে। কব পাৰি যে অসমীয়া ভাষা বা লিপি যথেষ্ট প্ৰাচীন।
অসমীয়া ভাষা কিয় মানুহৰ সকলো আদিম ভাষাই সংস্কৃত ভাষাতকৈ পুৰণি। সংস্কৃত মানে সংস্কাৰ কৰি লোৱা এটা ভাষা। সকলো ভাষাত কৈ বিশেষ ভাষা সৃষ্টি কৰি তাক সংস্কৃত ভাষা নাম দিয়া হৈছে।এই ভাষা কেৱল লিখিত ভাষা কথিত ভাষাত ব্যৱহাৰ হোৱাৰ প্ৰমাণ নাই ।
Yes
Good conversation
ধুইৎ
No doubt Ahom aru Axom mile. Axomot sab jati jonojatire nijor nijor bhasa ase. Ahom hokol 1200 sanot oha buli buronjit likhito ase. Tar agote Kachari hokolor tu kachari bakhai asil, atiyao ase. Gotike ahom hokole ahi axomiya kobo loisil jodi 1200 pora 2000 atiya loi 800 boxor hoise 🙏
অনুষ্ঠান টো চায় বৰ ভাল লাগিল , বহুত নজনা কথা জানিব পাৰিলো , দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ , আগলৈ
সত্য কথা, অসমীয়া ভাষাৰে ঠাল ঠেঙুলি
বৰ ভাল লাগিছে অসমীয়া ভাষাৰ ইতিহাস বোৰ জানিব পাৰি।
Compering is nice and impressive
Bah .yahi huyeena baat.
Bahut dhanyabad.
উত্তৰ ভাৰতৰ পৰা নাহি কি অসমতে মাটি ফুটি গজিছিল নেকি?? অদ্ভুত কথা কৈ পাৱাৰ লব নিবিচাৰিবি।
@@konchenggogoi1392 তহঁতো অসমত মাটি ফুটি গজিছিলি নেকি ? জধামুৰ্খ, পন্ডিতগিৰি চেলাবলৈ আহে।
Ak dom correct ❤
Alochanatu juktipurna hoise, bhal lagil. Ei bikhoyot aru gobekhonar proyojon ase. Mohabharatot ullekh thoka puroni kamrupkhon akhomot asil ne uttar pachim bharotot punjab-sindh anchalot asil hei kotha bhalkoi gobekhona korar proyojon ase. Matra abegot amar akhomotei asil buli kole mani lobo pora najai.
Interesting eye opener analysis with proof. Fantastic. Superb.
Brilliant Discussion
এইজনে কোৱা মতে, আৰ্য্য-মহাভাৰত-আৰ্য্যবৰ্ত্ত এইবোৰৰ মানে কোনো অস্তিত্ত্ব এ নাই ছোন😂
উত্তৰপুৱ আদিৰে পৰা বিভিন্ন মংগোলীয় জনগোষ্ঠীৰ ভুমি। আৰু অসমীয়া হ'ল আৰ্য্য ভাষা।
ক'ৰ পৰা নতুনকৈ ওলাইছে এইজন মক্কেল।
মংগোলীয় সকল মংগোলীয় দেশৰ পৰা অহা। মংগোলীয় দেশৰ পৰা চীন,তিব্বত আদি দেশত আহিল আৰু শেষত অসমত প্ৰবজন কৰে।
@@J_boruah.মংগোলীয় মানে মংগোলীয় দেশৰ পৰা নহয় বোৰবক। মংগোলীয় দেশৰ পৰা অহা বোৰক মংগোলীয়ান বুলি কয়। বাকী গোটেই এছিয়ান মানুহখিনিক Mongoloid বুলি কয়
সকলো নাটক বিহাৰী, বঙালীমাৰোৱাৰী ব্ৰাহ্মণ সকল যাক বৰ্তমান ভাৰত বুলি কৈ সকলো চুকে কোণে@@J_boruah.Isolated ঠাই বোৰত সোমাই মন্দিৰ মূৰ্তি নিৰ্মাণ কৰিছিল। যাতে অন্য মানুহে ভাবে হিন্দুৰ ইতিহাস বহুত বিশাল, বিকাশ
মহাভাৰত কালৰ কামৰূপৰ ৰজা ভগদত্তৰ শাসনকালৰ পিছতহে মঙ্গোলিয় সকলে তিব্বতৰ পৰা আসমলৈ প্ৰবজন কৰে।
@tulashinath379 আৰ্য সকল কৰ পৰা আহিছিলে সেই কথা তুমি জানান নাই?
আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগতেই মোৰ পৰম পুজনীয় শিক্ষাগুৰু ৺মানীক বৰগোহাঁই ছাৰ🎉ৰ পৰা এখন ' চকৰীফেটী বুৰঞ্জী' নামক অসম বুৰঞ্জীৰ কথা শুনিছিলো৷ তাত উল্লেখ আছে যে আহোম ৰজাই ৭ জন পুজাৰী ব্ৰাহ্মণ আৰু ৭ জন গণক ব্ৰাহ্মণ যুৱকক কনৌজৰ পৰাই আনি অসমত থাপিছিল ৷ তেওঁলোক যাতে আকৌ কনৌজলৈ উভতি নেযায় সেই কাৰণে আটাইকেইজনকে আহোম ছোৱালীৰ লগত বিবাহ কৰোৱায়ো দিছিল ৷ বৰ্তমানৰ বেছিভাগ ব্ৰাহ্মণ সেইসকলকে সন্তান সন্ততি বুলিব পাৰি ৷ সেয়ে এজনৰ গাতো একেবাৰে বিশুদ্ধ ব্ৰাহ্মণ ৰক্ত নাই ৷ আহোম ৰজাই সেইসকলক বৰপুজাৰী বৰঠাকুৰ বৰকাকতি বেজবৰুৱা বৰদলৈ বৰভাণ্ডাৰবৰুৱা আদি সন্মানিয় আৰু দ্বায়িত্বশীল কামতেই নিযুক্ত কৰিছিল ৷
কলিতা সকলৰ ওপৰত আলোচনা কৰিব পাৰিলে কৰিব । 19:45
আহোম আৰু কোচ ৰজাৰ যুদ্ধৰ সময়ত লগুণ পিন্ধাই গৰুৰ ওপৰত ওঠাই পঠোৱা সৈনিক বিলাকৰ নিজৰ কুল নাইকীয়া হোৱাত কলিতা জাতিৰ সৃষ্টি হয়।
কনৌজৰ পৰা কলিতা সকল আহিছিল। I am proud to be a Kalita.
ক'ত পাইছে? ক'ত লিখা আছে?
আমাৰ মানুহ হে ইয়াৰ পৰা গৈছে।
এনেয়ে ক'লেই বিশ্বাস নকৰোঁ। তথ্যসহ প্ৰমাণ দিয়ক ।
@@rb7471-c9rRight
মূৰ্খ। কলিতা অসমৰ প্ৰাচীন অধিবাসী। পদ্মনাথ গোহাঞিবৰুৱাৰ অসম বুৰঞ্জী পঢ়িব গম পাব। নৰক, ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা সকল কলিতাৰ পূৰ্বপুৰুষ আছিল বুলি তেওঁ উল্লেখ কৰিছে। কালিৰাম মেধিৰ মতে অসম হৈছে কলিতা সকলৰ নিজা ভূ খণ্ড,অসমীয়া সভ্যতা মূলত কলিতা সভ্যতা। পিছত অসমলৈ প্ৰবজন কৰা জাতি সমূহে কলিতা সকলৰ সকলৰ পৰম্পৰা অনুসৰণ কৰে। কনৌজৰ পৰা কায়স্থ সকল আহিছিল। কায়স্থ আৰু কলিতা পূৰ্বতে বেলেগ আছিল যদিও পিছত কলিতা সকলৰ সংস্কৃতি গ্ৰহণ কৰাৰ বাবে বৃহৎ কলিতা জাতিৰ অংশ হৈ পৰিছিল। শঙ্কৰদেৱ,মাধৱদেৱ গুৰু দুজনা কায়স্থ আছিল আৰু তেওঁলোকৰ পূৰ্ব পুৰুষ কনৌজৰ পৰা অহা কিন্তু কলিতা সকল কানৌজৰ পৰা অহা নাছিল। কলিতা সকল প্ৰাচীন কালৰ পৰাই অসমত বাস কৰি আহিছে। মই কলিতা নহয় যদিও কলিতা সকলৰ বিষয়ে যথেষ্ট জ্ঞান আছে কিন্তু আপুনি কলিতা হৈও নিজৰ জাতিৰ বিষয়ে নাজানে। আপুনি চাগে কায়স্থ হয়, সেই কাৰণে তেনেকৈ কৈছে,কাৰণ কায়স্থ সকল অসমলৈ কনউজৰ পৰা অহা,কিন্তু কলিতা সকল অহা নাছিল। পিছে সকলোতকৈ ডাঙৰ কথা হল যে কায়স্থ সকল অসমলৈ আহোম সকলতকৈ আগত আহিছিল। আহোম সকল অসমলৈ অহাৰ আগলৈকে কায়স্থ সকলৰ এটা শাখা ভূঞা সকলৰ মধ্য অসমত নিজা ৰাজ্য আছিল।
Bordoloi' Dev,k xeya jonalu , 🎉🎉🎉🎉🎉
Pradip kalita toi tu khewa janabi a. Toi tu Bamunr litikai pakhana safa kora sakor he.
jai ai asom 🙏🙏
The most puroni. He is right. Assamese language is not only spoken in the earth , but also in havean in was spoken in the golden age. It is not called Assamese, but Assamese language is call Debo Nagari
Debo Nagari is the language spoken all over the world.
অসমীয়া ভাষা খ্ৰীঃপুৰ্ব তৃতীয় শতিকাতকৈ পুৰণি বুলি বাংলাদেশৰ মহাষ্ঠান গড়ৰ শিলালিপিৰ পৰা জনা গৈছে।যি এতিয়া কলকাতাত আছে।
The inscriptions found in modern Bangladesh, which was written in BRAHMI script.
thank you so much
ভাস্কৰ বৰদলৈ দেৱৰ লগতে পাথজ্যোতি বৰা দেৱলৈ বহুত বহুত ধন্য বাদ৷
আপোলোকৰ পৰা আকৌ এই অনুস্হান দ্বাৰা জানিবলৈ মন আছে অসমৰ অসমীয়া ভাষা লিখিত আৰু কথিত বেলেগ বেলেগ হয় ৷ কিন্ত ৰাজ্য খনৰ ৰাজনৈতাক প্ৰভাৱ ত প্ৰাণ পাইছে নেকি বাংলা ভাষাবোৰে ? অসমীয়া ভাষা কোৱা লোক অসমৰ কিছুমান জিলাত নগন্য৷ বাংলা ভাষা কোৱা লোক অধিক৷
যেতিয়া গাৱে গাৱে শিক্ষা প্ৰসাৰৰ প্ৰসংগ আহিছিল কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালৰ পৰাই সত্ৰ বা গাঁৱৰ নামঘৰৰ ভিত্তিত ব্ৰাহ্মণ প্ৰয়োজন হয় তেতিয়া কিছুমান ব্ৰাহ্মণ বিভিন্ন গাঁওত সংস্থাপিত কৰিছিল। তেতিয়া কামৰূপ ৰাজ্যৰ কৰতলীয়া ৰাজ্য কাশ্মীৰ পৰ্যন্ত আছিল।
ভাল লাগিল ধন্যবাদ।
এই বিশ্লেষণ সেই সকলে চাব লাগে যিসকলে অসমীয়া ভাষা ২০০ বছৰো পুৰণি নহয় বুলি কয়।
@@narayansarmah4951 সেই সকলৰ ইমান মগজু নাই অ' ! গান গাব জানে আৰু টেটুৰ গুৰিলৈ মদ খাই পাগলামি কৰিব জানে ।
Axomiya bhakha puroni hobo pare kintu sanskritot koi puroni nahoi
Kune kot prothome koise enke?
@sorbocha484 sanskrit aru tamil besi puroni
@abinashsaikia4892 kele puroni.. Proman tu ki? Kiba proman ase karone he koise?
@@sorbocha484 puroni karon sanskrit aru tamilor puroni historical record ase atiya muk record nibisaribo karon moi archeological experts nahoi ,aru privage jane ai duta bhakha bohut puroni buli ,atiya hothate facts bilak ulta pukta kori assamese bhakhari aikaitat koiu puroni buli kole bisskhak koriboloi tan hoi.
@@abinashsaikia4892 teu tu odhyon kori he koise.. Apuni bisakh nkoribo.. Nijeu odhyon korok.. Teuk source bur bisarok.. Kot paise hudhok.. Facebook t pai jabo manuh jon.. Nam Bhaskar Bordoloi..
"অসমীয়া ভাষা দুইশবছৰেই হোৱা নাই"--------জুবিন গাৰ্গ।।
মদাহীয়ে মদ খাই আল বাল বকে। গায়কহে, পণ্ডিত নহয়।
Andho bhokto hoi follow korile enekuwai gyan puwa jai....as a singer is good but shouldn't try to frame as a schooler.
@@Nirmalkumarray2000 তেওঁ এজন গায়কহে । পন্ডিতটো নহয় ।
@@rb7471-c9rkisuman murkhor karone ponditai nohoi, Bhagwaan
Jai Zubeen da. Guwa mahuh bur pandit koi kom nhoi. Ata duta nhoi bohut bhasat Zubeen dai gan gaise, gotike bhasa upor Zubeen dar knowledge ase. Ane kuwa nai. 1950 sonor asomiya movie bur sale gom pabi asomiya sunat kenekuwa asil. Lahe lahe dev hoi he aji roop paise.
😢এই বিশ্লেষণ সমূহৰ কিতাপ আকাৰে প্ৰকাশ হলে আমাৰ দৰে পাঠক সকল উপকৃত হ'লহেতেন ।
Ekebare hosa kotha, kintu eta kotha kou je tamil vakhatkoi axomiya vakha ru purona, hunkale discover korib lage, Ram hita, krishno Rukmini vogodotto, Norokakhur, Baan roja, citrolekha, ukha hokolubur axomiya, tetiya r vakhatu axomiyai asil, mane axomiya hovyota hanskriti dhormo bharat r vitorot hokolutkoi purona eytu10000000000000000 % hosa kotha, moyu kom, axomiya eta mohan jati, Hankardeve u breehot axomiya jati gothon kora kothatu iyate ulai pore, ajir axomiyai nijoke sini pabor hol, apunaluk r ey group tut moyu humab bisaru, hekhot duyujonoloike bohut bohut dhonyobaad♥️♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏🙏
হয় টো প্ৰমান নহলে কেনেকৈ হব । 👍👍👍 আমাৰ বিহু হুচুৰি ত ৰামৈ ৰাম ভৰাই দিলে , যোৱা বছৰ কৰ্ৱাচত ভৰাই দিব চেষ্টা চলাইছিল ।
So interesting
আমি ভাগ্যবান
হয় । অসম তথা উত্তৰ পূৱ ভাৰতৰ জনজাতি সকলহে কনৌজৰ পৰা অহা ।😂😅
তামিল আৰু সংস্কৃত ভাষা দুটাই আদি ভাষা বুলি জানো । আমাৰ ভাষাতো মহাভাৰতৰ যুগতে হৈছিল নেকি ? আপুনি দেখুন ৰামায়ণ মহাভাৰত নোহোৱা কৰি পেলালে । কি যে হ'ৱ !!!?
তুমি পন্ডিত নে তেওঁ পন্ডিত ?
আপুনিও অধ্যয়ন কৰক।
Proman tu main ..proman napalei ramayan Mahabharat kot thakibo
কামৰূপ দেশৰ ৰজা ভগদত্তই মহাভাৰতৰ যুজঁত যুদ্ধ কৰিছিল। গতিকে অসমীয়া ভাষাৰ পৌৰাণিক ৰূপ কামৰূপৰ ভাষা ৰূপত আৰু প্ৰাগজ্যোতিষপুৰৰ ভাষা হিচাবে ৰামায়ণ কালৰ সমান পুৰণি।
ৰামায়ণ কাল কিমান হ'ল জানেনে ।
Mahasay apunak kouti kouti namashkar🙏🙏
@@darshanandhereverythingbhu7996 "কৌটি" নহয় হ'ব লাগে "কোটি" । কৌটি মানে প্ৰকাৰ আৰু কোটি মানে এশ লাখ । ধন্যবাদ।
অবিজ্ঞানসন্মত। আধুনিক অসমীয়া ভাষাটো আগৰ বহু ভাষাৰ মিহলি। আধুনিক অসমীয়া ভাষা বেছি পুৰণি নহয়। 🛑
@@MammaToy আলোচনাটো ভালদৰে চাওঁক। বুজি পাব ।
Akhetor mote Nodir Pani xagorot najai, xagoror pora he nodi Pani ahise.
My doubt is who are the descendents of Bedanidhi who went to Dwarka to meet Sri Krishna as a messenger of Rukmini. I myself think as a discendent of Bednidhi and not a descendent of Brahims from Knnouj. Will be glad to be enlightened in this regard
Jean-Baptiste Tavernier, a 17th-century French traveler and merchant, believed that the use of gunpowder in China originated in Assam..eitu uporot prakakh diye jaate
Oxomot khaar ba baarood or proyug pun prothom e tsutiya xokole korisile
True
@@raunakabbas6183শুদ্ধ কথা
Newton-Einstein Axom re asil😂
Gun power 10th century t china t abiskar hoisil o goru.
প্ৰাচীন কামৰূপৰ সীমা তক্ষশিলাৰ পৰা বা্্লাদেশৰ ৰঙপুৰহৈ অসমৰ প্ৰাচীনতম ডিমাছাৰাজ্যৰ ডিমাপুৰলৈকে থকাৰ তথ্য অধ্যয়ন কৰি এই অঞ্চলৰ বুৰঞ্জী লিপিবদ্ধ কৰিব লাগে।
নাথযোগী সকল কামৰূপী লিপি ভাষাৰ প্ৰাচীন কামৰূপৰ মূল হোতা কাণ্ডাৰী ।
Brahman pratham aisil possim r pora
@@neeldiarystudio3307কামৰূপৰ পুৰণি নাম যোগীহাতী আছিল
@@neeldiarystudio3307 (অসমীয়া)কামৰূপী ভাষা লিপিৰ প্ৰাচীন নিদৰ্শন চৰ্যাপদ ৰচোতাসকল সিদ্ধাচাৰ্য যোগী ঋষিমুনি সকল ।
সকলোৰে সমান অৱদান আছিল
@@neeldiarystudio3307 Hindu bongal
I am an Assamese and proud to be called an Assamese. The figures and explanation he has given are laughing stock material.
ইতিহাস নিজে সৃষ্টি হয়।লিখিবলৈ গ'লে বেমেজালি হয়।
ভাস্বৰ বৰদলৈয়ে বহু কথা মুকলি কৰিছে ।❤❤❤❤
Stop all these caste related talk-shows. Why are you trying to divide the Assamese Hindu society on the basis of caste?
Are you not aware about the current population growth of Bangladeshi muslim in Assam?
If you have that much courage, bravery, then start a talkshow about this thing.
Caste is always prevalent in Assam. It’s just we try to hide it. Ki Likha , amar maanuh khini enekuwa nohoi etc. are usual colloquially used phrases. I have met so called Human born out of Brahma’s head that they don’t want to get Treatment from a Bodo Doctor cause they are Obhong & Ugraah. When a specific caste commits crime like rape he is defended amar maanuh nohoi saage enekuwa koribo nuware etc.
Assamese is not a religion based nation... Goru
Metarial proof ase je tamil besi puroni
আমাৰো আছে।
আমাৰ এইচামে নিজৰ ভাষাতকৈ আনৰ ভাষাক বেচি সমিহ কৰে যেন পাইছো।নে কি কোৱা।
@@bolinkhataniar5821 হয়
@bolinkhataniar5821 apuni kowk boro xokolor boro bhakha, ahomor Tai bhakha ,kos xokolor rajbonshi bhakha, enekoi xokolorei nija nija bhakha ase , tente axomiya bhaxa to kar asil Jodi imanei prachin
@@bolinkhataniar5821 enekoi nokobo je xokolor gosthire milito bhakha asil karon iman bor gosthi ek howte bohut xomoy lagsil
Bodo Language is 5000 years old I hope you understand. Bodo are the original inhabitants of Assam. If we look at the history of Ahom, They came and occupied Bodo kingdoms in 1228 AD, then how can we agree that Assamese is the oldest language of Assam?
আৰ্য্য নামৰ কোনো জাতি কোনোদিনে নাছিল। আৰ্য্য মানে "উচ্চ চৰিত্ৰৰ ব্যক্তি" ই কোনো জাতিবাচক শব্দ নহয়। যি কোনো উচ্চ চৰিত্ৰ সম্পন্ন ব্যক্তিয়ে আৰ্য্য।
Good analysis 😂😂
Kor pora ahise tenehole?? Bamun Manipur tu khilonjiya, Nepal tu khilonjiya, panjab, gujrat sobote khilonjiya!!
@@muktarali5892 সেইবোৰ জানিবলৈ যথেষ্ট পৰিমাণে অধ্যয়ন কৰিব লাগিব অ' !!
🙏🙏🙏🙏🙏
অসমীয়া ভাষাহে আন ভাৰতীয় ভাষাৰ মাতৃ হবপাৰেনেকী ?
হয়েই
@@sorbocha484 proman kot ?
ইতিহাস নিজে সৃষ্টি হয়।লিখিবলৈ গ'লে বেমেজালি হয়।শংকৰদেৱ গুৰুজনাই কি ভাষাত বিদ্যা লাভ কৰিছিল?
হয়,ফলতকৈ গুটি ডাঙৰ।
🤣👍
As we heard and have evidence Brahmins didn't come from Kanauj, Kaayasth came from Kanauj. They were scribes in the palace of the king.
ষষ্ঠ শতিকাতে ডাক মহা পুরষ জন্ম হৈছিল কামরূপ রাজ্যত তেতিয়াই অসমিয়াত ডাকৰ বচন লিখিছিল
যীশু খ্ৰীষ্ট জন্ম হৈছিল 4
BC,, তাৰ পৰা হিচাপ কৰিলে,,জানিব পৰা যায়।
ওলো
আপোনি ওলো নেকি,,
ইমান দিনে পণ্ডিত সকলে দি থৈ যোৱা
তথ্য বোৰ মিচা হ'ল !
Monubadi brahmonbadi a Bharatk Hindurastra bonuar agote Assam t akhon Hindu gaon bonI dekhaok. Jikhon Gaon t OBC/ST/SC aru GENERAL r muth 6252 ta jati akeloge bakh kora akhon gaon bonaok. Ji khon gaon t Brahmon/Khatria/Baishya/ Shudra nethake, jot kebol 6252 jati ekjoot hoi kebol Hindu parisay diye, jikhon gaon t Uch/nich, Chua/Choot, Jat/pat nethake. Jikhon Gaon t Mondirar pujari Khskalue habo pare.
@@mukulbaruah1833 পাগলৰ দৰে কাৰ মুৰ বলকিছ । বিষয়বস্তুৰ লগত সামঞ্জস্যই নাই দেখোন।
Brahmon hokol kaunoj pora ketia ahisile gom pua najai kintu 17 xotikat Ahom rojai west bengal r pora kisuman brahmon anisile buli ullekh ase .
Hai hokolok guwahatit thitapi lobo disil . Upadhi analysis korile chakraborty , bhattacharya adi upadhi bengal r hoi ai hokol brahmon axomoloi oha 250 bosor hai hoise .
Dhemaji zilar habungt uddhar hua copper plate khon sabo gom pai jabo. Ahom axomoloi ohar 300 year agotei orthat 9 tn century t pala Dynasty r king ratnapala e brahmink habungt hongsthapon disil.eyar purbe habungt kunu jatir manuh bakh kora proman nai. Gotike habung r first inhabitants buli kole Brahmin hokolk buja jai. Tumi Google search korileu gom pai jaba. First inhabitants of habung. Answer ahibo brahmin buli. Tumi madhav kandali,ananta kandali ,bhattadev etc brahmin ponditor naam Huna nai neki teuluk 14 th century likhok asil. Eibur kunu kalponik kotha nohoi upojukto proman. Nidhanpur copper plate t 400 AD orthat ahum hokol axomoli ohar 800 years agotei brahmin hokolk pushya varman e mati dan diyar kotha ullekh ase. Eyar pisotu aru ki proman lage.
Pouranik kahini buror mote tu Brahmin hokol axomot adim kalor porai ase. Pragjyotishpur name tu ortho hoise ji thait Brahmin hokole hokolutkoi agote jyotish sarcha korisil hei Thai pragjyotishpur namere Jona jai. Eibur kahini kalponik hobo pare kintu uddhar hua copper plate t ullekh thoka tothyo bur ketiyau misa hobo nuare. Nidhanpur copper plate r tothy homuh Jodi sau tente Brahmin hokol axomot 1600 years agor porai axomot ase.
@@J_boruah. Toi buronjit poha nai sage kunuba nalbari falor dhekeri sage .
Ahom ohar agor bamun aru Ahome 17 xotikat ona brahmon ase . Kamakhya mandir t Ahom Roja Siva singhai Krishnaram Bhattacharjee k thai disile jihokol origin west bengal r asile namonir brahmon hokol khilinjiya hoboi nuare .
@kriyangshu6400 tur WhatsApp University knowledge huni mur bom hahi uthise 🤣🤣🤣
@@kriyangshu6400 axomot thoka hokolu bamun ahom rozar dinot oha nai. Bohut bamun hazar hazar bosor agor porai axomot ase jibur hoise khilonjia axomiya bamun.kisuman bamun ahom rojai west bengal, uttar pradesh ( kanauj) r pora anisil. Heibur bamun pisot oha kintu eyar agor porai axomot bakh kori thoka bamun u ase. Hokolutkoi dangor kotha jihetu pisot oha bamun bur jihetu 1826 r agot oha gotike hokolu khilonjia hoi.
@@J_boruah. Kaunaj khini Ahom rojai ona nasile 9th , 10th century t ahisile northindiar pora . Brahmon hokole jote goisile tate sign hisape mandir ba tenekua dhoronor kiba bonuaisile .
Ujoni axomot 17 xotikat ha brahmon provab porisile tar pasotei Siva dol , jai dol , bishnu dol nirman koruaisile .
Ujonit Siva dol bahire kunu puroni mandir ostito pua najai .
Habung t brahmon thitapi ha loisile chutia hokole hindu huar pora . Chutia hokol bikhekhoi northlakhimpur , dhemaji , tezpuror kisu oncholot hakhon korisile haibabe hindu huar pora brahmon hokolok nimontron korisile.
1600 son loike kamrup jilatei himabodh asile . Lahe lahe gutei axomot biopi poril .
Axomot okol Ahome nohoi baki horubor kaibatsu jati hindu nasile . Kintu bakiburor history nai , likha mela kora nasile haibabe proman nai .
Ahome likha mela korisile haibabe vua kotha koi thogibo nuare . Ondhobiswakh , tontro montro , norokakhur , omuk , tomuk okhur adi kahini Ahome biswakh nokore hotyo kahini aru date , time thoka kothatu ha universal. Mone hojja kahini vittihin .
Misa...
Tamil bure e mani noloi je sanskrit pura hoi buli... Karon solid evidence nai aru eta death language
Kitapot likhile nohob, North East regional area.sabo lagibo
বহুত সুন্দৰ ,ধন্যবাদ
Ami miah muslim hokole Assamese as mother language mani loichu 1951 re pora
ঢেকেৰী শমা´,ঠাকুৰ বেছি ভাগেই নাপিত সম্প্ৰদায়ৰ ধুত´বিহাৰী আছিল...
original bamun nai ni axomot?
@@jobbyclassesase... Mix hoise
@jobbyclasses আহোম সকলে ৯ ঘৰ আনিছিল...পব´তীয়া গোঁসাই..ৰুদ্ৰ সিংহ অনা খিনি খিনি..বৰঠাকুৰ..বৰকটকী..বৰপুজাৰী..ৰাজগুৰু..
Swarthapr sayambhu Iswar monubadi brahmonbadi a dekhr lagate Assam rokhatole nile.
আৰ্যাৱৰ্ত।
very good discason for us
I do not agree with his speech. It's wrong
Logic vs reality, or establishment of himself. A rock doesn't asks his certificate.
Ji dharmai manuh k nich buli koy kheitu Dharma ne Adharma. Prtibir vitarat ataitkoi maratmok khingkhatmok adharmik hol Monubadi/Brahmonbadi jatibadi jehadi.
😂😂😂😂 researcher logical fallacy used korise.
Assamese ktyo 2400 bosor nohoy. Sanskrit language or 2400 year huwa nai😂😂😂
Which is the oldest book in Assamese?
অসমীয়াৰ সাহিত্য কৃষি রান্ধন প্রনালি জোতিষ ইত্যাদি বিষয়ত লিখা ডাক মহাপুরুষ কিমানে জানো
ভাস্বৰ বৰদলৈয়ে বহু কথা মুকলি কৰিছে ।
😂😂pagol r nisina kotha koi, kor বুৰঞ্জী prile ba
Rock inscriptions and copper plate inscriptions.. Apuni pare pohibo?
@@sorbocha484 eibilak bjp sorkaror agenda আৰম্ভ kori ase gotei india t, sorkar hisape agenda beleg beleg, olp vabi saok buji pabo.