বিৰোধীৰ মিত্ৰতাত মহাফাট। উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চত নাথাকে কংগ্ৰেছ

Поділитися
Вставка
  • Опубліковано 29 сер 2024
  • 📌বিৰোধীৰ মিত্ৰতাত মহাফাট। উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চত নাথাকে কংগ্ৰেছ। ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত অকলেই যুঁজিব কংগ্ৰেছে। ইমান অহংকাৰ ভাল নহয় বুলি মন্তব্য অখিল গগৈৰ। অখিল গগৈক উভতি ধৰি ভূপেন বৰাই ক'লে- I DON'T CARE।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 17

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Місяць тому +2

    অসমৰ বিৰোধী দলপতি কেইজনে মইবৰ অহংকাৰত নিজে ধংশ হব!এই কেইজনে খোৱাকামোৰা কৰিয়েই ধংশ হব !এতিয়াও যদি শিক্ষা নাপালে তেন্তে আৰু নহব।

  • @mofidrohman6393
    @mofidrohman6393 Місяць тому +3

    ভুপেন বৰাই কোৱা মতে একো কাম নহয়।হায় কামান আছে।ভুপেনৰ অহংকাৰ বেছি হৈছে। অকলে খেলক আকৌ মুখ থেকেছা খাব।

  • @Randeep-kb1xh
    @Randeep-kb1xh Місяць тому +1

    ভাৰতীয় ৰাজনীতিত/ৰাজনীতিৰ ইতিহাসত কংগ্ৰেছ দলৰ নিজস্ব এটা গভীৰ আদৰ্শ আছে,সত্তা আছে বুলি আজিৰ পৰা কেইবা বছৰ আগতে অসম বিধান সভাৰ মজিয়াত স্বং বৰ্তমানৰ মুখ্যমন্ত্ৰী জনে কৈ থৈছে অন ৰেকৰ্ড 😂😂😂

  • @universefact6309
    @universefact6309 Місяць тому +1

    অখিলৰ দ্বাৰা কংগ্ৰেছ দল চলিব নেকি ?

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 Місяць тому +1

    13 ঘন্টা হ'ল অকল চাৰি হাজাৰ ভিউচ।

  • @dipankardeka5647
    @dipankardeka5647 Місяць тому +2

    News live senile sakori area bhai congress ahile 2026

  • @bidyutphukon4990
    @bidyutphukon4990 Місяць тому +2

    আমি য়ে জিকালো ভূত নিদিয়ে আৰু।

  • @Benudherpegu
    @Benudherpegu Місяць тому +2

    ❤❤❤❤❤❤

  • @user-uq3ss5lz3e
    @user-uq3ss5lz3e Місяць тому +3

    Kela ohongkari hot gadi nupuate eman tu paleba ki hobo aiya raije abar bhabi sauk ,agot ki hobo ?

  • @hemjeet2023
    @hemjeet2023 Місяць тому +6

    Himanta r news বেছি মিছা প্ৰচাৰ কৰে । মিত্ৰতা ফাট যোৱাৰ কথা কোৱা নাই। কি আমি অসমীয়া বুজি নাপাও নেকি

  • @ripunjoygohain8164
    @ripunjoygohain8164 Місяць тому

    Bhupen Borah dangaria it is very bad news, don"t follow Jitendra Singh.

  • @ripunjoygohain8164
    @ripunjoygohain8164 Місяць тому

    Bhupen Borah dangaria Akhil Gogoi dangaria is right, you are wrong.

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Місяць тому +4

    ফিউজ লাইভৰ আৰু বাতৰি নাই |

  • @nibirkhanikarmusical3999
    @nibirkhanikarmusical3999 Місяць тому +2

    Godi media😂😂

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Місяць тому +4

    হিমন্তৰ গু খাই আৰু কি বেলেগ বাতৰি দিব |

  • @abcassociates2283
    @abcassociates2283 Місяць тому +1

    2 nombori news chanel