এক বিৰল ঘটনা ঘটিছে পৃথিৱীৰ এখন বৃহৎ মৰুভূমিত.....

Поділитися
Вставка
  • Опубліковано 15 жов 2024
  • মৰুভূমি বুলিলেই শুকান আৰু বালিময় পৰিৱেশ। বৰষুণ বা বৃষ্টিপাত অতি দুৰ্লভ। কিন্তু এনে শুকান মৰুভূমি যদি বৰষুণৰ পানীত প্লাৱিত হয়, তেন্তে সেয়াও নিশ্চিতভাৱেই হ’ব বিৰল ঘটনা। প্ৰকৃতিৰ বাবে তেনে এক বিৰল ঘটনাই ঘটিছে পৃথিৱীৰ এখন বৃহৎ মৰুভূমিত। চাওক আমাৰ এই প্ৰতিবেদন।
    #pratidintime #sahara #desert #india

КОМЕНТАРІ • 5