ডিব্ৰুগড় সদৰ থানালৈ লৈ অনা হৈছে মহাপ্ৰৱঞ্চক চুমিক
Вставка
- Опубліковано 16 вер 2024
- ডিব্ৰুগড় সদৰ থানালৈ লৈ অনা হৈছে মহাপ্ৰৱঞ্চক চুমিক। সাংবাদিক কোনো প্ৰশ্ন উত্তৰ দিয়া নাই চুমিয়ে। আৰক্ষীয়ে টানি-আজুৰি লৈ যোৱা হৈছে থানাৰ ভিতৰলৈ।
#PratidinTime #SumiBorah #tarkikBorah #assam #Fraud #DibrugarhPolice
ধন্যবাদ মিডিয়া আৰু ধন্যবাদ আপোনাকো। এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিবই লাগিব। নহলে অপৰাধত সমাজ ধ্বংস হ'ব চোন।
Right
এইজনীক অসমীয়া ছীনেমাৰ পৰা বাহিৰ কৰী দিব লাগে অসমৰ ৰাইজক অকৰা বনাব আহিছে😠
Tik tak kori phura jonik kyo cinema jogotot jorito korise surunik.
Thik koise
@@boonsaikia8526 baal acting tair ekhon cinema ki koril nijok actress vabe Tai nijok...taiitu belegor ganot cover video bonaihe viral hua manuh
ধুৰন্ধৰ দুটা ক'ৰবাত ছাগে গাঁতত হে লুকাই আছিল। এতিয়া অতি সোনকালেই ইহঁতৰ সম্পত্তিবোৰ জব্দ কৰিব লাগে ।
ইমান দামী গাড়ীত কিয় আনিব লাগে।চোৰক চেনণ্ডেলৰ মালা পিন্ধাই খোজ কঢ়াই আনিব লাগিছিল।
সৰু চোৰ হোৱা হলে চোঁচৰাই নিলে হয় ডাঙৰ চোৰ
শিল্পী সমাজৰ প্ৰতি এইয়া এক জটিল কৰোনা ভাইৰাছ😮
ধেত্ত তাৰ্কিক টো, বেচেৰা,কি পাল্লাত পৰিল।
অসম সাংস্কৃতিক জগতখনত যদি তেওঁক আকৌ আঁকোৱালী লোৱা হয় তেতিয়া বুজিম এটাই টকা লৈ যি টি মানুহক কাম কৰিব পাৰে ।।
😂😂😂😂 Apuni kot asile kouk kot asile apuni😂😂😂😂😂
sumik bishale sumi sumi sudi sudi xekh kori pelale
অতদিনে এই দৃশ্যটো চাবলৈ অপেক্ষা কৰি আছিলোঁ 🤓 হয়
Duijon k kom se kom 20 bosor jail t tho 😡😡😡.... Manuh poisa khai aissh kori
প্ৰশ্নটোৰ উত্তৰ দিবলৈ অলপ কঠিন যে লাগিছে। কাৰণ ই কত কত লুকাই আছিল এইটো আপোনালোকক উত্তৰ দিওঁতে কমচেকম ৫ মিনিটমান লাগিবগে।চুমিৰ হাতত ইমান সময় নাছিল এইকাৰণে একো কোৱা নাই তেও😢।
চুমিয়ে ইমানে ভাল মনৰ মানুহ যে তেওঁ চোৰ কৰিও আজি যে হয় মই চোৰ কৰিছো বুলি স্বীকাৰ কৰিছে এনেকুৱা ভাল মনৰ মানুহ পোৱাটো টান।😅
লাডেনে ইমান দিনে পাকিস্তানত লূকাই আছিল গম নোপোৱাকৈ কিন্তু আৰু আমাৰ চুমিয়ে বেচেৰা কাকো ইমান কষ্ট নিদিওঁ বুলি আজি ওলাই আহিছেগে ধন্যবাদ 😅😅😅😅
এইক চিনেমা জগতৰ পৰা বহিষ্কাৰ কৰক অতি সোনকালে এইক মুখ বন্ধ কৰিবলৈ কোনোবাই কৈছে চাগে নিশ্চয়
Kot cinema korile???
বহুত ডাঙৰ অপৰাধিক ধৰিলে অসমত আজি ।
Corruption and bribery in Top level
এতিয়া তেওলোকে কথা বিলাক খোলাকে কব লাগে।
কোনে, কোনে হিচাপৰ পইচা investment কৰিছিল আৰু কোনে কোনে black money investment কৰিছিল।
আমি জানিব আগ্ৰহী।
Super
দালা bodi গাৰিৰ পিছফালে ওঠাই আনিব লাগিছিল,
Encounter nkre kiy
Ajihe bhat haj bhalkoi khaisu sumik bisari nupueat montu ekdom beya lagi asil, smart policek dhanyawad
Mask pindhi mukh lukuwai ki laav
Surni jonia mukh khon dhakise sa ako 😂😂😂😂
Sumi is a big craminel
What about her brother and sister-in-law?
Billa
Mooja
Apuni kot asil kouk 😂
Sumi borah r HIV test korauk, nohole AIDS ah mohamarir rup lobo
Nortoki
Koli jugor Rombha, Menoka
ফাঁচী দিব লাগে
Proper investigation is required.
Suroku Imn safety
Atya sehera dhaki lv ase jnu😅
😂😂😂
Khakalu khampaty sis karak aru kha dharan manuhar dhan ghuray deba lage 😮😮😮
Sumi kotha najanu bishal tu moril aru😅
হাতত একো লগোৱা নাই যে ? অপৰাধিক অপৰাধী হিচাপে নিব লাগে কিহৰ এইবোৰ নাটক
Kot ba lukai asil😂😂😂😂
😢😢😢
Jeman manuhor poisa khai se sobok mati deuk sumir usorot
Serenkoi lagile
Jil dibo lga
Mukh dhaki ahibo ...aru PARTHA SARATHI MAHANTA k dile jeyiya sesei ....😂😂😂😂😂 Sumi Tarkik basi gol diok ......asol police jonokei dise😂😂😂😂😂EHOTOK SAMAJIK ..SANGSKIRIT XOKOLU KHANDAR PORA BAHIR KORIBO LAGE ..BOYCOTT TOTALLY....SARI JABO EKU NOHOY ..KARON KUNU CASE RUJU NOHOY SIHOTOR AGAINST t ..jona kotha ...
Thu he ulai
Dhule dogore adori ana nai j kio
Bonori
Kantoliya sar diya.takar bahaduri dekhaise.
Tai je অলপ u জ্ঞান aha ny o ....kotha kua style tair...
😂😂😂
Scorpio t onaat koi police van ot aanibo laagisil criminal hoi gotike haatot rosi logaai
Sumi u tu polai sil
বেয়া লাগে
Kihor beya chorok dhori tika fali dibo lage.
Nijor nam sekh khori dilag .
Ki dal naam?? Prostitute hoi
😂😂😂