পৱিত্ৰ মাৰ্ঘেৰিটা ভাষণ,টাই আহোম ছাত্ৰসন্থাই কি দাবী কৰি আহিছে বসন্ত দেৱে কি প্ৰশ্ন সুধিল মন্ত্ৰী জনক

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • পৱিত্ৰ মাৰ্ঘেৰিটা ভাষণ,টাই আহোম ছাত্ৰসন্থাই কি দাবী কৰি আহিছে বসন্ত দেৱে কি প্ৰশ্ন সুধিল মন্ত্ৰী জনক

КОМЕНТАРІ • 113

  • @guneswarbharali2349
    @guneswarbharali2349 Місяць тому +14

    কামনাই আপোনাৰ ।

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +16

    ছয় জনগোষ্ঠীক জনজাতিকৰন কৰক, অবিচি সকলক অনুসূচীত জাতি কৰক।

  • @highlighteditin
    @highlighteditin Місяць тому

    সুন্দৰ কৈ প্ৰশ্ন উত্তৰ দিলে পবিত্ৰ মাঘেৰিটা ডাঙৰীয় আটাইতকৈ ভাল ।

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +19

    মাৰ্ঘেৰিটাই অসমীয়া জাতিৰ কাৰণে, আহোম কীৰ্তিচিহ্নক বিশ্ব স্বীকৃতিৰ কাৰণে একোৱেই কৰিব নোৱাৰে।

  • @K-N-legend-qz5gb
    @K-N-legend-qz5gb Місяць тому +8

    গৌৰৱ গগৈ, লুৰুন জ্যোতি, অখিল গগৈক কিয় মতা নহ'ল তাই আহোম জনজাতি ছাত্ৰ সন্থাই,

  • @manjubarman1855
    @manjubarman1855 Місяць тому +11

    তেল মাৰি মন্ত্ৰীত্ব লোৱা মানুহ কি কৰিব পাৰিব।মাথোন মুখ্যমন্ত্ৰী আৰু মোদীক তৈল্য মৰ্দ্দন কৰি থাকিব।

  • @pabindas6525
    @pabindas6525 Місяць тому +5

    পবিত্ৰৰ আপবিত্ৰ।কথা শুনি এনে লাগে তেওঁৰ।কথা।বোৰ কিছুমান মূৰ্খ লোকে শুনি থকা যেন লাগে । চয় জন গোষ্ঠীক কেতিয়াও জনজাতিৰ মৰ্যদা নিদিয়ে

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv Місяць тому +8

    যোৱা ১০ বছৰ কাল শাসনত থাকিও বিজেপি চৰকাৰে ৬ জনগোষ্ঠীক জনজাতিকৰন কৰিব নোৱাৰিলে। এতিয়া বিধান সভাৰ নিৰ্বাচনৰ বাবে প্রায় দেৰ বছৰমান আছে। যোৱা ১০ বছৰে কি ঘোঁৰাৰ ঘা কাতি আছিল নেকি বিজেপি চৰকাৰে। নিৰ্বাচন অহা বাবে ভোটৰ অংকত এয়া নিৰ্বাচনী টোপ।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Місяць тому +40

    এইজনে জনজাতিকৰণৰ কাৰণে কিবা কৰিব পাৰিব বুলি বিশ্বাস নহয়।

  • @namratadutta1840
    @namratadutta1840 Місяць тому +20

    বেৰে চালে কোবোৱা কথা

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +12

    মাৰ্ঘেৰিটাই গালে বালে খোলাকটি তাল।খোলাকটিৰ তাল ভাগি চুৰমাৰ হৈ গ'ল।

  • @pabitraprandutta2497
    @pabitraprandutta2497 Місяць тому +5

    জয় আই অসম,ভাল লাগিল।❤️🙏

  • @user-kf6sm4rn8q
    @user-kf6sm4rn8q Місяць тому

    Sudur vai valka ans da apobitra margarita

  • @akashdowari3479
    @akashdowari3479 Місяць тому +4

    এইটো পাবত গজা নেতা সি একো কৰিব নোৱাৰে

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Місяць тому +6

    এইজনাই 6 জনগোষ্ঠীৰ জনজাতীয়কৰনক লৈ spostokoi একো কব নোৱাৰিলে, কাম নাই এইজনাৰ । খালি মামা‌‌মোডীৰ নাম‌ লৈ ৰাজনীতি ....

  • @sumanborah9605
    @sumanborah9605 Місяць тому

    CAA আনি বহুত ভাল কাম কৰিলে বিজেপিয়ে অসম শেষ কৰা এইখন চৰকাৰ

  • @sumanborah9605
    @sumanborah9605 Місяць тому

    এইবোৰে পলুভণ দিয়া বাহিৰে একো কৰিব নোৱাৰে বিজেপিয়ে শেষ কৰিব অসম যিবোৰ দিছে একো কাm nai

  • @aparajitatamuli7273
    @aparajitatamuli7273 Місяць тому +1

    অসমীয়া জাতি থাকি বগৈনে ,অসমীয়া জাতি জনগোষ্ঠীৰ ইতিমধ্যে জন্ম ৰ সাৰ তেণেই নিম্ন গামি হৈছে ,ৰাইজে উপলব্ধি কৰিছে

  • @debajitkonwar1407
    @debajitkonwar1407 Місяць тому +3

    এই ডালে, নিজৰ উপাধী লেখিব‌ নোৱাৰে, ঘটিটো আহোমক জনজাতিকৰন কৰিব। এই ডালক সুধিব লাগে যে আহোমৰ কোন ঠাল বা ফৈদত মাঘেৰিতা উপাধী আছে?

    • @DineshNath-fd3je
      @DineshNath-fd3je Місяць тому

      Gogoi hoi sge title Tu.... Karubar mukhot xunisilu... Margheritar mnh asle henu teu heikrne bule namtur lgt mnhe margherita buli mate

  • @purnanandagogoi7264
    @purnanandagogoi7264 Місяць тому +7

    আচল উত্তৰৰ পৰা ফালৰি কাতিগল নেকি? ST লৈ আৰু কিমাদুৰ ।

    • @bkp9774
      @bkp9774 Місяць тому +1

      নেপাৱ st, কাৰণ অহা ছয় মাহত BJP চৰকাৰ ভংগ হব ।

  • @debenhandique9958
    @debenhandique9958 Місяць тому +19

    মাৰ্ঘেৰিটায়ে ভূলতো একো ডাল ফালিব নোৱাৰে।

  • @mridulkonwar7476
    @mridulkonwar7476 Місяць тому

    আহোমে নিজৰ ৰাজনৈতিক দল গঠন কৰাৰ বাহিৰে বেলেগ উপাই নাই। একো চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কাস্মিনকালেও নকৰে।

  • @Smart8hd-ds1pm
    @Smart8hd-ds1pm Місяць тому

    Pobitra Margeritai ekukoribo nuware Gaurav Akhil r uporot hope ashe

  • @gogoiaircel1386
    @gogoiaircel1386 Місяць тому +3

    কাম দিয়ক লৰা আৰু ছোৱালীকখিনীক এইবোৰ কৰি থাকক কৰ্ম দিয়ক, অৰ্থ নাবহিলিহে জীবন কৰ পৰা চলিব।

  • @user-fi7to9sb8c
    @user-fi7to9sb8c Місяць тому

    বহুত বেছি তেলিয়া।

  • @TarunGogoi-zt2ox
    @TarunGogoi-zt2ox Місяць тому +1

    এইজনক আমি আমাৰ নিচিনা আহোম সকলে মাতিবলৈ অধিকাৰ দিয়া নাই। নিমন্ত্ৰণ কৰা সকলে সকলো আহোমক প্ৰতিনিধিত্ব নকৰে।

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym Місяць тому +3

    এও ৰাইজৰ ভোটত মন্ত্ৰী হোৱা গতিকে তেওঁ ৰাইজৰ কাম কিয় কৰিব

  • @highlighteditin
    @highlighteditin Місяць тому

    শিৱসাগৰ হলেহে চুকাফা প্ৰতিমূৰ্ত্তি ভাল হব?

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Місяць тому

    Go... Back

  • @user-fu3bt4wj9x
    @user-fu3bt4wj9x Місяць тому

    উওৰ নিদি আবোল তাবোল কথাক লে।

  • @NilutpolKhound
    @NilutpolKhound Місяць тому

    ফুলজাৰি পবিত্ৰ মাৰ্ঘেৰিটা

  • @monjulahon7712
    @monjulahon7712 Місяць тому +1

    মাৰ্ঘেৰিটাৰ কথা বোৰ নেগুৰ টনা কথা , গৌৰৱ গগৈয়ে হে জনজাতীয় কৰণত কাম কৰিব , এওঁ হিমন্ত মোদীৰ তেল নামাৰিলে নেচেল , নিজস্ব একো নাই ।

  • @Rana-hg8hg
    @Rana-hg8hg Місяць тому +2

    অসমৰ জনগোষ্ঠীয় লোক সকলে ভূল নাযাব এই সমূহ 26ৰ ললিপপ হে

  • @rupnillmusical6580
    @rupnillmusical6580 Місяць тому +2

    কেৱল আহোম হোৱা বাবে আহোমৰ বাবে ৰাইজৰ পইচা খৰছ নকৰিব।ৰাইজৰ হৈ কাম কৰক অসমৰ অসমীয়া বাবে কাম কৰক।

  • @karunamahanta8674
    @karunamahanta8674 Місяць тому

    প্রশ্ন কৰিছে ছয় জনগোষ্ঠী ৰ তথা আহোম সকল ৰ জনজাতিকৰণৰ বিষয়ত। উত্তৰ দিছে মৈদাম সমুহ বনাই গোতেই সামগ্রী ক উন্নয়ন কৰিছে বুলি। আৰু ইমান খৰকৈ শলশলীয়া বক্তব্য দিছে। শৰাইঘাটৰ পৰা কলীয়া ভোমোৰা হৈ লাচিত মৈদামেদি শিৱসাগৰ পালেহি আচল উত্তৰটো স্পষ্ট ৰূপত প্ৰকাশ নাপালে কিন্তু।

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Місяць тому

    🎉kulutu..

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Місяць тому

    Hllllll.....

  • @Mynagogoi123
    @Mynagogoi123 Місяць тому +1

    St status tot vle ke dese ..bjp 😂😂😂😂😂
    Eh bar erevo nuware..nahoi st status nahoi Ahomland state

  • @prakashtalukdar5565
    @prakashtalukdar5565 Місяць тому

    ভাল লাগিল

  • @HopunorKareng-ih3ln
    @HopunorKareng-ih3ln Місяць тому +1

    ভাল লাগিলে

  • @biswajitgogoi8383
    @biswajitgogoi8383 Місяць тому +2

    Apunaloka.aru manuhbesarinepalai.ei gharutok pale

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 Місяць тому

    Aedalar... Cam.. Nai....

  • @handbim51
    @handbim51 Місяць тому +1

    এই জন সাংসদ বা মন্ত্ৰীয়ে আহোমৰ বা অসমীয়াৰ কিবা উন্নতি কৰিব পাৰিব মোৰ বিশ্বাস নহয়। এও আজি কালি ফেচবুকত পস্ট দিয়াতহে পাৰ্গত। এওঁ যদি নিবনোৱাক চাকৰি দি সহায় কৰিব পাৰে তেতিয়াহে শলাগ লয়।

  • @Dhaanishka1
    @Dhaanishka1 Місяць тому

    Tahotor katha sunile atia sangsarot atia asanti bahe

  • @user-qm5mp2hi8x
    @user-qm5mp2hi8x Місяць тому

    এইটোৱে চালে বেৰ্ কোবাইছে…নাটকৰ সংলাপ বকিছে

  • @PapuPapu-t9c
    @PapuPapu-t9c Місяць тому

    Aku karibo noare

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv Місяць тому

    10bosore nuwarile, agoloi paribo buli asha korise ne?
    Nuware xeitu khatang

  • @bijitkonwar8086
    @bijitkonwar8086 Місяць тому

    Marghati katiyao eaibur kaam koriboi nuwara congras sarkarah aahilaha eaibur kaam hoob eaitu a nai boloki aacha

  • @user-ce9it6dj4b
    @user-ce9it6dj4b Місяць тому +1

    Aijone aku korib nuare gorov gogoiea parib

  • @hirokjyotigogoi2436
    @hirokjyotigogoi2436 Місяць тому

    উপযুক্ত উত্তৰ নাপালো প্ৰশ্ন কৰা মতে, ছালে বেৰে কোবালে😂

  • @himansukonwar191
    @himansukonwar191 Місяць тому

    Kotha t number 1..kam t faki no 1

  • @AbdulKadir-q8i
    @AbdulKadir-q8i Місяць тому

    বাকী কথা কৈ লাভ নাই। তেওঁ একো কৰিহ নোৱাৰে

  • @pranabeducation8019
    @pranabeducation8019 Місяць тому

    😂 আপোনাৰ দ্বাৰা নহয়

  • @sumanborah9605
    @sumanborah9605 Місяць тому

    Magheritai kuch kam Nehi hai

  • @tapangogoi5426
    @tapangogoi5426 Місяць тому

    Kam nai ai dalor

  • @MadhujyaDas-nw8ck
    @MadhujyaDas-nw8ck Місяць тому

    😂😂😂😂😂😂😂😂 350 বছৰ পিছলৈ গল গৈ ছাৰ জনজাতিকৰণৰ উত্তৰ পাহৰাই দিলে কি যে সাধু কয় ৰাজনীতিত,,,মা ৰ সাধু শুনিলে মইনা টোপনী যাই নেতাই সাধু কলে ৰাইজ টোপনী যাই free চাউলে খাই দিলে

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 Місяць тому +1

    HABUNG AHUMAR KINTU ,AHUMAR TAT RAJNOITIK ADHIKAR .... KI ?????

  • @hiranyasaharia8930
    @hiranyasaharia8930 Місяць тому +1

    Kalitak janajatir dignity ketiya diba?

  • @tilokborgohain2041
    @tilokborgohain2041 Місяць тому

    Kam nai ei dalor

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 Місяць тому +1

    BAHIRE RANG .... .. KATHA ... BHITARI ..... BHATARI .

  • @user-fp6ud8ym5k
    @user-fp6ud8ym5k Місяць тому

    Since long time same thing has been told to us and there is no solution.

  • @ishans8633
    @ishans8633 Місяць тому

    Aww ako kun

  • @JantiDevi-de8wz
    @JantiDevi-de8wz Місяць тому

    ভাল লাগিল,কিন্তু সেইবোৰ কৃতি চিনহা চাবলৈ অসমীয়াৰ প্ৰবেশ মাছুল কিয় , প্ৰতেক অসমৰ থান তথা কৃতি চিহ্ন বোৰ দ্ৰষণৰ বাবে মাছুল ৰেহাই হব লগে।

  • @mornigogoi5205
    @mornigogoi5205 Місяць тому

    Akhomor Rajnitit Pobitra Magherita debor khuponi kiman

  • @manjubarman1855
    @manjubarman1855 Місяць тому

    সঠিক উত্তৰ দিব নোৱাৰিলে।

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my Місяць тому

    Asol kothayur pora atori hoise. Ritu ata technic.

  • @user-he1lh1gc4p
    @user-he1lh1gc4p Місяць тому

    Montir pora aku asa nokorai val,aku koribo nuware,nijor podomoijyodar kotha ase,bor lav nohobo..

  • @PapuSadiya
    @PapuSadiya Місяць тому

    Mar sudurvai tuk

  • @goutamtamuli5405
    @goutamtamuli5405 Місяць тому

    উত্তৰটো আৰু অলপ অকাই পকাই দিব নোৱাৰিনে ??? আমি বূৰ্বকহে

  • @rubulgogoi-jf4hg
    @rubulgogoi-jf4hg Місяць тому

    Jitu question hai2 ans dibo lage

  • @Aditygogoi123
    @Aditygogoi123 Місяць тому

    এওঁ কথাৰহে মাষ্টৰ,,,কামত নাই,,,

  • @mohiburrahman2342
    @mohiburrahman2342 Місяць тому

    চাল বাল কোবাই উত্তৰ দিছে!! ২০২৬ চনৰ পিছত এই জাতি জনগোষ্ঠীক ST দিব বিজেপি চৰকাৰে।

  • @Bhaskar.93
    @Bhaskar.93 Місяць тому

    Hoi axomot 27% st qouta hbo lge EWS thakibo nlge ru 7.5 % obc hbo lge

  • @padmaluchanbrphukan5300
    @padmaluchanbrphukan5300 Місяць тому

    KUNUBA MANTI BIDHAYAK HOISE NIJAR KARNE ,AMAR BABE NAHAY .

  • @user-yg2bd2ud1p
    @user-yg2bd2ud1p Місяць тому

    Jubin ahom satra hantha gan gobo nagale

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Місяць тому

    মডেলিটিজ কি হল মোক লাগে বাকি চব ফাকি

  • @TankeswarGogoi145
    @TankeswarGogoi145 Місяць тому

    Magherita i Aku dal koribo nuware

  • @pankajmili7746
    @pankajmili7746 Місяць тому

    "ST status উপভোগ " কি ক'ব বিছাৰিছে 😂

  • @user-ss5qh6vl8d
    @user-ss5qh6vl8d Місяць тому

    আকেবোৰ কথাকে ঘুৰাই পকাই কৈ আছেজে আচল কথাটো কও ক জনজাতি কৰণ কৰিব নে নকৰে কিয় আবুল তাবুল বকি আছে

  • @dibyagogoi7823
    @dibyagogoi7823 Місяць тому

    পবিত্ৰ আৰু অভিনয় কৰি ল'ৰা খিনিক মিছা আশা নিদিবা। হিমন্তৰ ভৰি মালিছ কৰি ভোটিং নোহোৱাকৈ মন্ত্ৰী হলা । তোমাৰ মাতটোৱে অহংকাৰৰ গুহাৰ পৰা ওলাই অহা যেন লাগে।হেৰ সেই লৰাকেইটাৰ আগত মিছা কথাৰ ফুলজাৰি নামাৰিবা, । তুমিয়েই চোন গোটেই কামৰ খটিয়ানখন সৰু সভাখনতে দি দিলা।কি কি কৰিবা মনত থাকিব নে ।বোপাই ঐ কি ৰাজনীতিৰ বাহাৰ।

  • @user-jf1xs1bj8x
    @user-jf1xs1bj8x Місяць тому

    Ranoj pegu+margherita rakhi thowa guwal=himantar ok.?

  • @darsangohain702
    @darsangohain702 Місяць тому

    Toi jalambota!

  • @biswajitgogoi8383
    @biswajitgogoi8383 Місяць тому

    Bahut knowledge thoka ahom manuah.asil.ei tuk kio matisil

  • @taruntalukdar2776
    @taruntalukdar2776 Місяць тому

    কেই বছৰ পিছত ।

  • @babulsonowalbabulsonowal5888
    @babulsonowalbabulsonowal5888 Місяць тому

    pobritra naam baru maarghearta ki hoi o maalik

  • @JagatSaikia-jo3nu
    @JagatSaikia-jo3nu Місяць тому

    Dayv many ki

  • @jayantadas6771
    @jayantadas6771 Місяць тому

    Jaru Bepari

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my Місяць тому

    Sorkaror joigan eibur, tel mora kotha

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p Місяць тому

    Caa Ani o neki hudhok

  • @user-nz7oi4wf9e
    @user-nz7oi4wf9e Місяць тому

    'Shan State' Myanmaror pora oha hoi Tai-Ahom hokol hai karon Thai, Burmese, Myanmaror aru Laos r logot Tai-Ahom language tu Mil ase. Ahom kintu Chainar pora oha nai. Kintu ata kotha hosa hoi je Yunnan pradesh ' Tai' hokolore bakhostan asil pasot Chainar odhinot Gol. 🗣️Sir parile apuni ai topic tu uporot ata Video bonaok.

  • @chandanbasumatary3718
    @chandanbasumatary3718 Місяць тому

    Aku kamor neta nohoi....faltu kotha koi gol

  • @GoutamSwrgiary
    @GoutamSwrgiary Місяць тому

    Kar logot judo..

  • @mridulassam4425
    @mridulassam4425 Місяць тому

    Gan ga vai bjp gan ga

  • @mridulassam4425
    @mridulassam4425 Місяць тому

    Tar aku okat nai hbs vori salakibo lgbo

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h Місяць тому

    BJPr Pora asha karato kam

  • @mridulassam4425
    @mridulassam4425 Місяць тому

    Fotua

  • @itz_lucius
    @itz_lucius Місяць тому

    পাগল

  • @bkp9774
    @bkp9774 Місяць тому

    হেলমেট কেইটা কৰ পৰা আনিলে অ, বৰ মৰম লগা😊😊😊

  • @nayanhazarika1305
    @nayanhazarika1305 Місяць тому

    😂

  • @prakashtalukdar5565
    @prakashtalukdar5565 Місяць тому

    ভাল লাগিল