বিপ্ৰ দামোদৰ আখ্যান | Bipro Damudar Akhyan | Sishu bhaona Competition Morongi
Вставка
- Опубліковано 8 лют 2025
- বিপ্ৰ দামোদৰ আখ্যান
সন্মিলিত শিল্পী সমাজ আধাৰ সত্ৰ গোলাঘাট জিলা
Bipro Damudar Akhyan Bhaona
Sishu bhaona
Sishu bhaona morongi
Sishu bhaona Competition Morongi
Vauna
Assamese vauna
Vawna
বৰ সুন্দৰ হৈছে
সুন্দৰ
প্ৰথম চাবলৈ লৈছোঁ
ভাল লাগিল চাই
❤❤❤❤
❤
Dol tur naam ki , bor hundor hoise
সন্মিলিত শিল্পী সমাজ আধাৰ সত্ৰ গোলাঘাট
❤🙏🏻 moi u asu
Betupon da mor video to di deba moi bedur roth loi selu
🙏🏻
Eman bhul huar pasot u aitu dol a puroskar loi gol jikhone pabo lagisil heikhonok nidile😂manisu🙏
Bhogoban ase saba ru🙏
আপোনাৰ মতে কোনে পাব লাগিছিল আপুনি vip ভাউৰীয়া যেন হয় অনুভব।
@@purnasaikia6037 মই VIP নহয় বাৰু কিন্তু সাংস্কৃতিক জগতৰ লগত জড়িত কিন্তু সাধাৰণ দৃষ্টিৰেও সকলোৱে ভিডিঅটো পৰ্য্যবেক্ষন কৰিলে নিশ্চয় ভূলবোৰ গম পাব,প্ৰকৃততে পুৰষ্কাৰৰ যোগ্য হয় নে নহয়। ভাৱৰীয়াৰ ভাওনা প্ৰৱেশত তৰুৱালত ভৰিৰে গোৰ মৰা দৃশ্য টোত মহাপুৰুষীয়া ভাওনাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিল।আপুনিও ভালদৰে এবাৰ ভিডিঅ টো পাৰিলে চাব🙏
কিয় জলিয়ে নেকি আপোনি😂
@@mukuldutta4953জ্বলিবলৈ কি আছে, শুদ্ধটোহে কৈছোঁ। আপোনালোকৰ দৰে মানুহৰ এনে মানসিকতাৰ বাবে নৱপ্ৰজন্মই ভূলপথে আগবাঢ়ি গৈছে। আচলতে পুৰষ্কাৰ টো ডাঙৰ নহয়, অশুদ্ধটো শুদ্ধ বুলি বিবেচিত হৈ পুৰষ্কাৰ লোৱাটো হে বিচাৰ্য্য বিষয়।আজিৰ সংষ্কৃতিৰ পথাৰ খন কলংকিত কৰা আপোনালোকৰ নিচিনা মানুহ বোৰেই।
জলিচে যেন আপোনাক অনুভব হৈছে ।।
@@mukuldutta4953
ভাল লাগিল চাই