41:54 bohut hundor kotha janibo parisu. Aru background ot bebohar kora bahir hurtu moi bojua. Val lagil jitu niki anekua ata videotut khap khuakoi bebohar koribo parise. Krishna
Moi bhabu Khel system tu Ahom Rojar byobostha. Namghoror Organisation Ahom Rajyo aru Koch Rajyor underot hosil. Xei khini kotha manuhe najane hen lageese...
Oti hundor video🙏
Krishna.krishna.sundor
খুউব ভাল হৈছে । সকলো ৰাইজৰ উপকাৰ হব।
সুন্দৰ বিশ্লেষণ
সুন্দৰ।কেৱল LP, UP ৰ ছাত্ৰ ছাত্ৰীৰবাবেই নহয় বহু ডাঙৰেও প্ৰতিটো কথা নাজানে।ধন্যবাদ জনালোঁ আপোনাৰ এই আন্তৰিক প্ৰচেষ্টা।
Veal lagise
Bhut dhunia koi bujai dile horu horu njona kotha dekhuale dhoinobad thakil ...moi namghor uport research kribo loiso apunar video pora bhut ktha janibo parilu ....kishno 🙏🙏
সুন্দৰকৈ কলে চাৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ ৰাম কৃষ্ণ প্ৰভূ ঈশ্বৰপণাম জনাইছো 🙏🙏🙏🙏🙏🙏বহুত বহুত সুন্দৰ ভাল লাগিছে ধন্যবাদ প্ৰভূ কৃষ্ণ কৃষ্ণ
Excellent knowledge exceptable .
কৃষ্ণ , সুন্দৰ পদক্ষেপ | ভাল লাগিল চাৰ |
41:54 bohut hundor kotha janibo parisu. Aru background ot bebohar kora bahir hurtu moi bojua. Val lagil jitu niki anekua ata videotut khap khuakoi bebohar koribo parise. Krishna
আৰু কেইটামান বাঁহীৰ সুৰ দিবচোন
বহুত ধন্যবাদ ছাৰ 🙏
আজি আপোনাৰ এই ভিদিও টো চাই বহু নজনা কথা শিকিবলৈ পালোঁ,আৰু বহুত ধন্যবাদ জনাইছোঁ আপোনাক আৰু এই ভিডিও টো বনাওঁতে আপোনাক সহায় কৰা সকলোকে আমাৰ আগত বহু নজনা কথা আগ বঢ়োৱা ৰ বাবে । আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক আৰু আমাৰ আগত এনে ধৰণৰ ধুনীয়া ধুনীয়া ভিদীও আগবঢ়াব বুলি 🙏🙏
ভাল লাগিল দত্ত
ধন্যবাদ ।
কৃষ্ণ বাপ আপোনালৈ বহুত
বহুত ধন্যৱাদ থাকিল । ছাত্ৰ
ছাত্ৰী ৰ লগতে আমি ও বহু
নজনা কথা জানিবলৈ পালো ।
আগলৈ ও এনে বহু নজনা কথা
জনাব বুলি আশা কৰিলো ।
ধন্যবাদ
ভাল লাগিলে। কিছু নজনা কথা শিকিলোঁ।
কৃষ্ণ বাপ বহুত ভাল লাগিল
Medhi r ki ki kam thake dada bitong bhabe jonabo.
কৃষ্ণ।।লাই শব্দটো তাই ভাষা ৰ শব্দ।ইয়াৰ অথ হল মূল খোটা।গুৰু জনাই নামঘৰ বনাওতে চান্দসাইক লগে পোৱা নাছিল।
নিশ্চয় হব পাৰে । কাৰণ জয়মতীৰ দুই সন্তান লাই-লেচাই । লাই ডাঙৰ ।
ভাল লাগিল!
Bhal lagil
বৰ প্ৰয়োজনীয় ভিডিঅ'আগবঢ়ালে । ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব ।
কৃষ্ণ কৃষ্ণ বাপ ঈছৰে কিপাকৰক
ধন্যবাদ 🙏বহুত নজনা কথা জানিলো
নামঘৰত কি অনুস্ঁঠান কৰিব নালাগে।জনাব নেকি?
বহুতভাললাগিল। ধন্যবাদ।
Aognighror bikhoy olp janibo loga asil
Nice
Real name khagen medhi, birth govindpur Assam
বৰ সুন্দৰ অনুস্থান ভাগ আগবঢ়ালে ইয়াৰ পৰা বহুতো উপকৃত হ'লো বাপ । এনে অনুস্থান আগলৈয়ো পাই থাকিম বুলি আশা ৰাখিলো "কৃষ্ণ।"
নামঘৰৰ বহু কথা শিকিলোঁ ৷
♥️♥️
Moi bhabu Khel system tu Ahom Rojar byobostha.
Namghoror Organisation Ahom Rajyo aru Koch Rajyor underot hosil.
Xei khini kotha manuhe najane hen lageese...
Sir, bor hundor hoisa. Subscribe kori lolu. Parila muk u subscribe koribo buli akha rakhilu.
Gukhai akhonr dia gamusa khon kimn mitar thake jonab sun
মই সিমান অভিজ্ঞ নহয়
মন্তব্য দিয়ক
Sir monikut mane ki moi buji poya nai.kali mor soyalir arth ase monikut bonab dise.Sir plz beya nopoya Jodi Jonali dib.
নামঘৰৰ যি অংশত আসন স্থাপন কৰা হয় বা থাপনা থাকে সেই বিশেষ কোঠাটোক মনিকূট বুলি কোৱা হয় ।
Bor vl palu deiiii Krishna
Ghorot guru asonor vate kaikhap thakebo laga
মই জনাত সাত খলপীয়া আসন কেৱলমাত্ৰ ৰাজহুৱা নামঘৰত থাকে । ঘৰত তিনি খলপীয়া আসনেই বেছি দেখা যায় ।
Ason vag 3 khap hola thuwa vatetu kanakoi bonabo laga
প্ৰভু মই ইমান নাজানিম । কোনো অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰক ।
Val lagil apunar kothabur vogobane mongol korok moi subscribe kori dilu mur vediou sabo sun aru like coment subscribe ata koriba Buli axa korilu