Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এইজন পুলিচ বিষয়াই মুকলিকৈ লৰা জনক প্ৰানে মৰাৰ ভাৱুকি দিছিল। মামা এই জনক পুলিচ বিভাগৰ পৰা বিদায় দিয়ক।
Yes❤
Hemanta sar Dom nyy ,kak koi ase
Mama noareee,moi Lang ta hoi jam
BJP GOVERNMENT direct উলাই দিব লাগে এই জন পুলিচ ক, আমাৰ BJP GOVERNMENT এইবোৰ দুবাৱ ।
Right bro eak sakorir pora bidyai dibo lge
ইয়াক জেলত ভৰাই দিব লাগে।
অতি শিঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে
গেপ্তাৰ কৰাটো জৰুৰী কাৰণ আদৰ্শ থাকিলেহে মানুহে আদৰ্শ লব
মামাৰ কথাখিনি কাৰ্যকৰী হওক।
খাকী পোচাক পিন্ধিবলৈ পায় গাৰ তেজ উতলি আছিল বাপুৰাৰ।
গ্ৰেপ্তাৰ কৰিব লাগে ভিদিও টো চাই সকলো মাতৃ এ কান্দিচে আজি
৬মাহ আাধা দৰমহা লৈ ঘৰত আৰামত বহি আকৌ চাকৰিত যোগদান কৰিব, ই যদি আইন হাতত লৈ মানুহ মাৰি পেলাম বুলি কব পাৰে ৰাইজে ও ইয়াক টাৰ্গেট কৰি কৰবাত মাৰি পেলাব পাৰে।।।
মুখ্যমন্ত্ৰী ছাৰ আপুনি অকল কথাবোৰ কলেই নহ'ব কামটোও কৰি দেখুৱাক তাক বৰ্খাস্ত কৰক।
চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে
চাকৰিৰ পৰা বখাস্ত কৰিব লাগিৱ
মুখ্য মন্ত্ৰী মহোদয় এওঁক চাকৰিৰ পৰা ঘৰলৈ পঠাই দিয়ক । কাৰণ তেওঁৰ দৰে অসমত বহুত নিবনুৱা যোৱক আছে তেওঁ লোকক চাকৰি দিয়ক ।
মূখ্যমন্ত্ৰী মহোদয়ে পূৰ্বতে দিয়া নিৰ্দেশনা ভিত্তিত অ চি জন কিয় এৰেষ্ট হোৱা নাই?
ভাৰ্গৱ বৰবৰা হাই হাই ।মুখ্যমন্ত্ৰীয়ে যাতে এই অসুটোৰ কায্যক ক্ষমা নকৰে ।কাৰণ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ত্বত আছে ।
অকল অসুৰ বুলি কলে বেয়া হৈ এই গৰু টোক
Yes bro❤
animals are 100 times better than human so please don't say anything bad about animals@@rajdeep.photography
@@RintuMo-i6esorry moi goru sur buli likhi o loisilu
এই লম্পট পুলিচ টোক মিডিয়াত অন কেমেৰাৰ সম্মুখলৈ আনিব লাগে বৰ্তমানৰ তেওঁ মুডটো চাব বিচাৰিছোঁ ।
CM sir নিজৰ জন্ম ভূমিতে অসমীয়া লৰাৰা নিৰাপত্তা নাই, কি হব অনুগ্ৰহ কৰি এইজনক এৰেষ্ট কৰক।
Yes bro ❤
Hemanta sar atia Saba natok,dudin jui jali ase ,Thandi hb
এৰেষ্ট কৰিব লাগে লগতে চাকৰিৰ পৰা আঁতৰাব লাগে।
Thank you CM sirChakuri jabo lage
ইয়াকে কয় সাপ হৈ খুটি বেজ হৈ জৰা
মামা আপুনি ভাৰতৰ আটাইতকৈ শক্তিশালী মুখ্য মন্ত্ৰী। আপোনাৰ আহিন মতে ব্যৱহাত কৰি দিয়ক। নহ'লে আমাৰ ল'ৰা জীৱন জীয়াই থাকিবলৈ বহুত কঠিন হ'ব 🙏🙏🙏🙏🙏
হয়তো তেওঁ ঘোচত চাকৰিটো পাইছিল। চাকৰিৰ পৰা বৰ্খাস্ত কৰক, অসমত বহুতো সক্ষম যুৱক আছে যিয়ে সততাৰে সেৱা আগবঢ়াবলৈ সাজু
গুৱাহাটী পাণ বজাৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া অ চি ভাৰ্গব বৰবৰা প্ৰকৃতাৰ্থত আৰক্ষী বিষয়া হয়নে ? এগৰাকী ভাৰ প্ৰাপ্ত বিষয়াৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব লাগে সেই খিনি একেবাৰে অভিজ্ঞতা নাই। অ পদাৰ্থ অযোগ্য হয়। আইন প্ৰণয়নৰ ক্ষমতা সকলোৰে বাবে আছে। ইয়াত সৰু ডাঙৰ বুলি প্ৰশ্ন নাহে। ইমান অধিককাৰ কত পালে। কটন বিশ্ব বিদ্যালয়ৰ এগৰাকী ছাত্ৰক নিৰ্মম ভাৱে প্ৰহাৰ কৰিছিল। ডেলিভাৰী বয় হিচাপে কৰ্ম জীৱন চলাই আছিল। গতিকে এই গৰাকী দাদা গিৰি অ চি ভাৰ্গব বৰবৰাক যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগে।
Smart আৰক্ষীৰ নমুনা এয়াই নেকি...?????
চাকৰিৰ পৰা বিদাই দিব লাগে
মামা অতি সোনকালেই বৰ্খাস্ত কৰিব লাগে ভাৰগব বৰবৰাক
আইন সকলো ৰে বাবে সমান । প্ৰমাণ হ'ব বুলি আমাৰ বিশ্বাস আছে।
ক্ষমতাই মুৰত উঠাসকলক উচিত পুৰস্কাৰ দিয়াটো ভাল।
বৰ্খাস্ত কৰিব লাগে।
thankyou হিমন্তু চাৰ
গ্ৰেপ্তাৰ হলে কব পাৰিম যে The gate CM Assam
চাকৰিৰৰ পৰা চিৰ বিদায় দিব লাগে 😅
Arrest korok hunkale
Good decision ❤ nirdukhi manuh ajonok eman beyakoi marise thank u so much CM Sir♥️
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কঠোৰতা অৱলম্বন কৰি এই কাৰ্যৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিলে আমি সাধাৰণ কষ্ট কৰি পৰিয়াল পোহপাল দিয়া মানুহ খিনিয়ে বহুত ভাল পাম ।। আশীৰ্বাদ সদায় দিম ।।🙏🙏🙏🙏
মোৰ সন্দেহ হৈছে এই পুলিচৰ ওপৰত ভালকৈ তদন্ত কৰিব লাগে
মুখ্য মন্ত্ৰী মহোদয় এনে আৰক্ষী বিষয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰ্হন কৰক
অসমত এতিয়াও ভাল ব্যৱহাৰ, নম্ৰ স্বভাৱৰ বহুত শিক্ষিত ল’ৰা আছে যি বিলাকে চাকৰি পোৱাৰ যোগ্য সেইসকলক চাকৰি দিব লাগে ৷ অযোগ্য ঘোঁচ দি চাকৰি লৈ দালালি কৰি ফুৰা যিমান অভদ্ৰ পুলিচ আছে সকলোকে বৰ্খাস্ত কৰিব লাগে ৷
এই চইটান পুলিচতাই ৰাইজক বহুত উৎপত কৰি আহিছে ইযআক এবাৰ জো তা কুব মাৰিব পালে মন খানট হব
Khub val hoise,,, roikhok nohoi voikhok
এইজনে শাস্তি পালেহে শান্তি পাম কৃষ্ণ
এখেতক বৰ্খাস্ত কৰি মুখ্য মন্ত্ৰী মহোদয়ে নিজৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিব লাগে। এতিয়াও এই বিষয়া জনে ব্ৰিটিছৰ যোগত চাকৰি কৰি থকা বুলি ভাবিছে চাগৈ
সকলো সচেতন নাগৰিকে এনেকুৱা গুণ্ডাগিৰি পুলিচৰ. মুখাবোৰ খুলি দিব লাগে । সাধাৰন জনতাৰ একো নিৰাপত্তা নোহোৱা হৈছে ।
বহু পুলিচৰ ধন সম্পত্তি হিচাব ল'ব হ'ল। অগাধ সম্পত্তি থকা পুলিচ আছে।
Thankiu cm sir.chakore jabo lage
Good Massase To Police Dept. From CM Sir
ধন্যবাদ আমাৰ জালুকবাৰী দাদা উচিত ব্যৱস্থা লোৱা বাবে
অতি শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত।
CM SIR 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏HOSAI VAL LAGISE
Great job mama jai ho jai ho ❤❤
আমি জনাত পাণবজাৰ থানা খন অসমৰ ভিতৰতে ডাঙৰ থানা । তাৰ ওচি জনৰ আগৰ কুকৰ্ম বোৰ গৃহ মন্ত্ৰী হিচাপে মূখ্যমন্ত্ৰীয়ে নিশ্চয় খবৰ পায় । এইবাৰ আৰক্ষী জনে ৰাষ্টাৰ ওপৰতে এজন নিৰীহ ফুদ দেলিভাৰী কৰা ল'ৰাক সামান্য দোষতে যিধৰণে মাৰধৰ আৰু গালি গালাজ কৰি মাৰি পেলোৱাৰ ভাবুকি দিয়া সাধাৰণ অপৰাধ হবই নোৱাৰে । ছাত্ৰ সমাজ জাগৃত হব লাগে আৰু অপৰাধী আৰক্ষীৰ বিৰুদ্ধে জন জাগৰণ আনিব লাগে। মূখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি কি ধৰণে পালন কৰে তাৰ ওপৰত কঢ়া নজৰ ৰাখিব লাগে।
আপোনীগৰমনহলেসিহতৰসাহসবাঢ়িযাব।ঠিখমামানেৰিব।এটাভালকথানকয়।মাকবাপেককধৰিগালিদিয়ে।নিতিচুকিয়াতবেছি।প্ইচাদিলেইদোষীসাৰিজাই।
কি হাস্যকৰ এইখন অসমত..নিলম্বন হল..মানে free salary..case টো জিকিবই..OC জনে..
দন্ন বাদ মুখ্যমন্ত্রী ডাংঘরীয়া
CM God bless you take necessary action in this situation
sakori jbo lge sonkle ✊✊✊
দেখিলেহে মানিম। এতিয়া একো নকওঁ।
খালী কলহৰ গোমগোমনী এনেয়ে বেচি।বৰ্তমান অসমত পুলিচ আৰু মন্দলে কাৰো কথাকে কেৰেপ নকৰে
Dr Himanta bishwa sarma assam C M SADAY HOI THAKOK
Great...utpat bht besi ..kisumn policr......traing aru dibo lage
এনেকুৱা পুলিচ আমাক নালাগে বহিস্কাৰ হ'ব লাগে
Smart police hol Assam police
মুখ্য মন্ত্ৰী ডাঙৰীয়া 🙏 কঠোৰ ব্যৱস্থা লওক অন্যথা ৰাইজে ভাবিব সংশ্লিষ্ট পুলিচ জনৰ হাত দীঘল 🦾 @ দিছপুৰলৈ 😋😋😋💯💯💯⁉️⁉️⁉️
Immediate arrest koribo lagey police jonok
Ai police tuk jail t pothabo lage
একাংশ পুলিচ বিষয়াই পোছাকযোল পিন্ধাৰ পাছত নিজকে বেলেগ গ্ৰহৰ প্ৰাণী বুলি ভাৱে ! তেওঁলোকে পাহৰি যায় যে পোছাকযোৰ খোলাৰ পাছত তেওঁলোকো এইখন সমাজৰে এজন ।🙏
It's only o .ooo1% guilty of police.
Please CM sir...take action immediately
আইন নাজানে আৰক্ষীয়ে,,, o c of panbajar ps,,, shame,,,
Ocjonok jetya nilombon hbo tetiyahe gom pam mamaye korise
Such type of behavior by any police officer is not acceptable.
Arreste korib lage .he Police nhoi he Ata Moha Makkel. Sur Dhorib Nuware Innocent Public r uprt Harass kora fl2.
Sakorir pora bidai dibo lage tak
ভেকো ভাওনা ।
এনেকুৱা ঘটনা আজি কালি বহুত হৈ আছে।
চাকরির পরা বখাস্ত করিব লাগে ,,, Nonsense Police এই জন
আমি যদি কাৰোবাক হাত দিও তেন্তে আমাক পুলিচে লুই যায় কিন্তু যদি পুলিচে এনেকুৱা হাত দিয়ে
লৰাটোক বুজাবও পাৰিল হলে, fine কাতিবও পৰিল হলে, নহলে গ্ৰেপটাৰো কৰিব পাৰিল হলে ইয়াত কৈ এজন আৰক্ষীৰ ডাঙৰ পৰা সৰু এ কিয় নহওঁক আইনে ক্ষমতা কোনো এজন আৰক্ষীক দিয়া নাই। আৰক্ষীক খাকী পোছাক যোৰ ৰাইজক নিৰাপত্তা ৰ বাবেহে দিয়া হৈছে নিজৰ মানু্হ খিনিক বাহুবল দেখুৱাবলৈ দিয়া নাই।
Dhaynabad
Rendar Powalik jailt vorai diyok Gundak
পোছাকৰ গৰমে কৰিছে তেও কৰা নাই ।
Mamar kotha khini karjokari hole vl Pam,Raijor surakhar babe arokhi r prayojon kintu arokhiye jodi anekua Kam kare Raije kak biswas t labo.
Terminate kori diok.. suspension korile ki hbo
Good.Chif Minister mohudoi apunak dhinobad
Amar CM SIR NISINA KUNU HOBO NUAREY SIR AIBILAK ISSUET KHOMA NOKORE CM SIR HIMANTA SIR JINDABAD WE ALWAYS LOVE YOU SIR
চৰকাৰে কয় অসমৰ যুবক সকল কৰ্মমূখী হব লাগে কিন্তু দূখ লাগিল বাতৰি দেখা পাই
Right
অসমত শিক্ষিত নিবনুৱাৰ অভাৱ নাই। চাকৰি লাগে, চাকৰি পাইছে। ক্ষমতাৰ অপব্যৱহাৰ, বাহাদুৰি, এই জন বাবুক চাকৰিৰ পৰা নিলম্বন কৰা উচিত। কাৰণ এওঁৰ ব্যৱহাৰ ভাষা জ্ঞান নাই বা নাজানে।
Good ❤❤
CM sir please strict action immediate dismiss from service
Grepter hoboneki nohoi grepter koriboi lage
C M has been given right 100% right speech. Service dismiss with as per law that kind of police person get major punishment.Bhargav is not Hero State hero C M. Cm has done wel
ভাল কথা এনে হবে লাগে
Katha mane velu nai c m aako sakari paba bhagav
এই আৰক্ষী বিষয়া জনক চাকৰিৰ পৰা একেবাৰে বখাস্ত কৰি জেলত ভৰাৱ লাগে ।
ভাগৱ বৰবৰাৰ ঠাইত কটনৰ ছাত্ৰ, ডেলিভাৰি বয় জনক appointment দিয়াৰ ব্যৱস্থা কৰক মামা। কাৰণ লৰাজনৰ উপযুক্তাতা আছে। 🙏
মামা thanku
Kisuman manuhr Nijor bibhag tu Uporote control Nai Aru Rajya khon Paribone Control koribo.......Big Question ❓
Atiya nakot tel akon di huoi takak oc sahab 😂😂😂😅😅
Mama plz west bengal CM nisina nohobo sakorir pora barkhast karok 🙏
Thanku very good oti hunkale grepdar koribo lage.😢
Anekua cm hobo laga

Thank you CM sir
Chakuri jabo lage