Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Thanks.bohut upokrito holu
Val lagil 😊
Thank u bohut kotha hikilo🙏🙏
Thanks
ভাল কথা কৈছে কাটিং মই লগাছিলো শিপা গজালি ওলোৱা নাই কেনেকৈ কৰিব লাগে জনাৱ
৪৫-৬০ দিনত ৰুব পৰা হ'ব। পুলিটো কেৱল সাধাৰণ মাটিত ৰুব। প্ৰথমতে সাৰ নিদিব।
গোলাপ ফুলৰ কাটিং কেতিয়া কৰিব পাৰি জনাবছোন ।
Ajeliya ketiya katting Kora hoi ? Aru kene dharanor soil mix loy ,janale bahut hukhi hom ,,,
কামিনী কাঞ্চন কাটিং হবনে
নিশ্চয় হ'ব
ফুলৰ যতনৰ বিষয়ে হমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ জনালোঁ আপোনালৈ ।
🙏🙏
ভাল Rooting hormone আৰু fungicide ৰ নাম কব চোন
মই Saaf fungicide আৰু Rooton , rootex আদি rooting hormone ব্যৱহাৰ কৰোঁ। বজাৰত আৰু বেলেগ ভাল ব্ৰেণ্ডৰো পোৱা যায়।
কাটিং বাগান ভেলিয়া ৰ পাত নো হোৱাকৈ কেনেকৈ ফুলে জনাব ছোন
ভালকৈ ফুলিলে পাতৰ পৰিমাণ নিজেই কমি যায়। বিশেষকৈ বেছি ৰ'দত থকা গছবিলাকৰ এনেকুৱা হয়। পাতবোৰ নিজেই সৰি গৈ কেৱল ফুলখিনিহে থাকে।
Thanks🙏