বিহুৰ কালেকচন, Assamese Comedy Video By Black And White
Вставка
- Опубліковано 2 кві 2021
- বিহুৰ কালেকচন, Assamese Comedy Video By Black And White
এইটো এটা ধেমেলীয়া ভিডিও। ইয়াৰ কাহিনী সম্পূৰ্ণ কাল্পনিক। ভিডিও টো চাই কেনে পালে কমেন্ট বক্সত জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ক্ষমা কৰি দিব।
#blackandwhite
#kolaboga
যদি আপুনি আমাৰ লগত Connect হৈ থাকিব বিছাৰে, তেন্তে আমাৰ Facebook Page "Black_and_white" Follow কৰি লওক।
Camera: Hirak Baishya
Story: Bikash Das
ত্ৰিদীপ দা miss you ....বিকাশ দা আপুনি আগুৱাই যোৱা ।
O partha dhiraj 🔥 hahi rokhaba para nai😂😂🤣🤣🤣
বহুত বহুত ভাল লাগিল
bikash da aru tridip da akeloge nathakile video to adhuruwa hoi jai..miss u tridip da
Miss you bhai tridip
Mjaaaa lagise dei video 2
বিহুৰ কাৰনে আমাৰো তেনে 😂😂
Miss you Tridip......😭😭😭
Miss u bhai.... Tridip
মজা মজা বিকাচ দা ফালি দিছো।।
Bihu bale bikash dada thanks sowe mast ❤❤❤❤
Tridip da thkile ru Moja lgil hoi..miss u..
বঢ়িয়া, আগুৱাই যোৱা ।।
Miss you trideep da
Mojja😂😂
Bihu savesa thakel bikash Dada ❤❤❤❤❤❤❤❤
Bohut miss korisu tridip da but nice video
বহুত বহুত ভাল লাগিলে ভিডিওটো চাই ❤️
সময়ে সকলো শিকাই ,সময়ে সকলো বুজাই। সময়ৰ বকোচাত জীৱনৰ ৰং সলনি হয়। ত্ৰিদিব-বিকাশৰ যুগলবন্দীৰ অভিনয়ৰ সফল অধ্যায়ৰ সমাপ্তি নহয় যদিও কৰ্মসুত্ৰে বিধাতাই কাক কলৈ ঠেলি দিয়ে ঠিকনা নাই।ত্ৰিদিব অবিহনেও ভিদিওবোৰত ৰস পাব দৰ্শক সমাজে এয়া মোৰ দৃঢ় বিশ্বাস। বিকাশৰ কষ্ট আৰু সাহসক আৰু আগলৈ লৈ যাওঁক তাৰে কামনা কৰিলোঁ।
Love from Mumbai