Bidurbhai চাব গলো ||Brahmaputra Riverfront Park ||New Buisness start কৰিছোঁ || 🤞🏻
Вставка
- Опубліковано 9 лют 2025
- Hello Everyone 🤗 BIDURBHAI চালেনে । যদি চোৱা নাই সোনকালে চাব বহুত ভাল চিনেমা হয়।
আমাৰ ৰিয়েল লাইফৰ কাহিনী যেন লাগে অ
Day to Day লাইফৰ কাহিনী হয়
আমি middle class ফেমিলি কিমান পইচা কাৰণে হাহাকাৰ লাগে তাকে দেখায়। সৰু এটা বেমাৰ কাৰণে কিমান যে কন্দিব লাগে।
সকলোৰে চাব চিনেমা খন ।
#birdubhai
.
.
.
.
.
.
.
#assam #guwahati #bidurbhai #brahmaputra_river #riverfrontpark #dolphin #tshirtprinting #dtfprint
Places to visit in Guwahati || Most beautiful places | riverside places