Sister Masala presents "Mur Pakghar - Season 2" EP- 13

Поділитися
Вставка
  • Опубліковано 31 гру 2024

КОМЕНТАРІ • 85

  • @binuprabhagogoi4621
    @binuprabhagogoi4621 2 роки тому +2

    বহুত ভাল লাগিল চাই ‌। আমাৰ সকলোৰে অতি মৰমৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু মৰমৰ কণ্ঠ শিল্পী মাল্লবীকা বৰা বাইদেউক দেখিবলৈ পায় । সুন্দৰ পাগঘৰৰ আসলে ৰূপত শুৱগা চৰাইছে । নিশিতা গোস্বামীলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ❤️❤️❤️💐🙏

  • @rinadutta4602
    @rinadutta4602 7 місяців тому

    অতি সুন্দৰ বহুত ভাল লাগিল অনুষ্ঠান টো চাই👌👌

  • @diptidutta1058
    @diptidutta1058 2 роки тому +1

    মৃদুলা বাইদেউ আৰু মালৱিকা বাইদেউৰ অনুষ্ঠানটো চাই খুব ভাল লাগিল ।

  • @kankanadevideka5283
    @kankanadevideka5283 2 роки тому +5

    বহুত ভাল লাগিল চাই। মৃদুলা বাইদেউ প্ৰিয় অভিনেত্ৰী।মালবিকা বাইদেউ ৰ গান প্ৰিয়।আৰু ব্যঞ্জন দুইবিধ বনাম। লগতে নিশিতা বাৰ এই প্ৰগেম তোৰ যোগেদি বহুত ৰান্ধি বলৈ শিকিছো। ৰন্ধা ত মোৰো চখ আছে। বহুত ভাল লাগিল দেই

  • @kanakapanging6679
    @kanakapanging6679 8 місяців тому

    মজা ,বাইদেউ দ্ধয় দেখি ভাল লাগিল আৰু।

  • @reempathak50
    @reempathak50 2 роки тому +5

    One of the best episode 👏👏🌷 Three beautiful great artist 💗

  • @stranger5780
    @stranger5780 2 роки тому +1

    আমাৰ শৈশৱৰ প্ৰিয় মানুহ কেইগৰাকী 🥰

  • @kalpanaborah3219
    @kalpanaborah3219 2 роки тому +1

    অ' মা ! মৃদুলা বা আৰু মালৱিকা বা একেলগে ! আাজি বহু দিনৰ বিৰতিত দুয়োকে দেখা পাই মনটো ভাল লাগি গ'ল দেই। মৃদূলা বাক অসুস্থ যেন দেখাইছে, কিবা হৈছে নেকি? 

  • @meghalisaikia1863
    @meghalisaikia1863 2 роки тому +1

    দুয়ো গৰাকী শিল্পী ক মই গোলাঘাটৰ পৰা মৰম যাচিছো।

  • @junrajkonwer4567
    @junrajkonwer4567 2 роки тому

    অতি সুন্দৰ কবলৈ ভাষা নাই বহুত ভাল লাগিল চাই

  • @monikabori2301
    @monikabori2301 2 роки тому +1

    Nishita ba luhar kerahitut Koi mati kerahitut besi val Lage.

  • @kalpanaborah3219
    @kalpanaborah3219 2 роки тому

    এটা সময় আছিল, মৃদুলাবাৰ ছবি বুলি জানিলে পাগল হৈ চাইছিলো। আৰু মালবিকা বাৰ গান শুনি টোপনি গৈছিলো। তেওঁ যে দেহাটো এতিয়াও লাহী হৈয়ে আছে। নিশিতাতো ধুনীয়াই।

  • @mrinalisarmah6876
    @mrinalisarmah6876 2 роки тому

    আমাৰ মৰমৰ নিশিতা বা জুটিলগা খাদ্য খাই শকত নহব দেই ৷ আলহীতকৈ আপোনাকহে বেছিকৈ চাইছোঁ ৷ইমান সহজতে কৰিছে কামবোৰ ৷ভাল লাগে চাই ৷

  • @mrkitchenmrvlogsmrkmrv8125
    @mrkitchenmrvlogsmrkmrv8125 2 роки тому +1

    খুব সুন্দৰ পদক্ষেপ ।মৃদুলাবা, মালবিকাক ভাল লাগিল ।খৰিৰ জুইত ৰন্ধাত নিশিতা ওস্তাদ হৈ গৈছে। বনাই থাকোঁতে কেমেৰাৰে ভালদৰে দেখাবলৈ চেষ্টা কৰিলে অনুস্থানটি আৰু সোনতে সুৱগা হব।

  • @devimedhi629
    @devimedhi629 2 роки тому

    মৃদুলা বা আৰু মালবিকা বাক একেলগে দেখি বহুত বেছি ভাল পালোঁ । দুয়ো গৰাকীয়ে আমাৰ সময়ৰ প্ৰিয় শিল্পী ।ৰেডিঅ ত মালবীকা বাৰ গান শুনিবলৈ আৰু দেওবাৰে মৃদুলা বাৰ চিনেমা চাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ । সেই দিনবোৰ আকৌ ঘূৰাই পোৱা হেঁতেন !!!

  • @Remy4556
    @Remy4556 Рік тому

    Elegant and beautiful Assamese women...!!!

  • @basantiboro4314
    @basantiboro4314 2 роки тому +3

    নিশিতা ভনী যিয়ে কথকী কিন্তু আজি উপায় নাই যি হে তু মৃদুলা বাইদেউ য়ে কথা কম কয় সেই হে নিশিতা ভনী য়ে অলপ বেক ৰাখিব লগিয়া হৈছে। ভনী বেয়া নাপাবা দেই মই তোমাৰ গুনমুগ্ধ।

  • @anjudutta4109
    @anjudutta4109 2 роки тому +1

    আজিৰ অনুষ্ঠানটো সচাকৈয়ে বহুত ভাল লাগিল । দুয়োগৰাকী মোৰ বৰ প্ৰিয় । বহুত ধন্যবাদ জনালোঁ ❤️❤️❤️🌹🌹🌹

  • @anamikadevi1538
    @anamikadevi1538 2 роки тому +1

    Bor val lagil

  • @dipabhuyan2805
    @dipabhuyan2805 2 роки тому +2

    ধুনীয়া অনুষ্ঠান। চিলভাৰ পেপাৰত ৰন্ধা খাদ্য খোৱা খুবেই বেয়া। কেঞ্চাৰ ৰোগৰ বাহক। কলপাত খনৰ গুৰুত্ব নোহোৱা হৈ গৈছে, কলপাতৰ যথেষ্ট উপকাৰিতা আছে। সহজ কৰিবলৈ গৈ ভুল কৰিলে। আগলৈ সুষম আহাৰৰ ক্ষেত্ৰত সচেতন হ'ব।

  • @jaanrajkonwar542
    @jaanrajkonwar542 2 роки тому +1

    নিশিতা বা বহুত বেছি আপ্লুত হ'লো আজিৰ এই অনুষ্ঠানটো উপভোগ কৰি। এই ধৰণেৰে পুৰণি শিল্পী সকলৰ সৈতে আৰু অনাগত দিনত উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ। দুয়ো গৰাকী শিল্পীৰ সু স্বাস্থ্য কামনা কৰিলো।

  • @suravispakghor4443
    @suravispakghor4443 2 роки тому

    মৃদুলা বৰুৱা বাইদেউ আৰু মালবিকা বৰা বাইদেউক দেখি আজি খুব ভাল লাগিছে। আগতে মোৰ আতাইতকৈ প্ৰিয় এক্ট্ৰেচ আছিল মৃদুলা বাইদেউ, তেওঁৰ চিনেমা নচোৱাকৈ থাকিব পৰা নাছিলোঁ।❤️

  • @bobyborah28
    @bobyborah28 2 роки тому

    মৃদুলা বৰুৱাই ইমান কম কথা কয়। বাকী অনুস্থান টো ভাল লাগিল।

  • @Rmistha157
    @Rmistha157 2 роки тому +1

    Bhut besi bhal lagil.. Aji show tu..

  • @kalpanarai77M
    @kalpanarai77M 2 роки тому

    Wow video sai Val lagil my favorite 😍

  • @rumisaikia6242
    @rumisaikia6242 2 роки тому

    Bahut bhal lagil

  • @samarjyotiborah6316
    @samarjyotiborah6316 2 місяці тому

    ইমান কম্পিলিকেটেড কৈ মাছৰ টেঙা বনুৱা আজি প্ৰথম বাৰ দেখিলোঁ!

  • @tonihazarika1823
    @tonihazarika1823 Рік тому

    Patot Diya mass khub testy hoisil moi bonai khaisilu khuri

  • @darsanasaharia3577
    @darsanasaharia3577 2 роки тому +1

    আজি বেছি ভাল লাগিছে বা চাই আৰু মিদুলা বাইদেউক বহুত বহুত মৰম দিছোঁ

  • @paharisaikiadutta5920
    @paharisaikiadutta5920 2 роки тому

    Khub sundar anushtan

  • @narayanchilakala22
    @narayanchilakala22 2 роки тому +1

    আজি বহুত ভাল লাগিল দেই নিশিতা বা ❤️👍

  • @mondirabezborah9457
    @mondirabezborah9457 2 роки тому

    Nishita aji Bahut bahut Bhal lagile, duiogaraki baideo k dekha pai.

  • @reetamonidutta7306
    @reetamonidutta7306 2 роки тому

    দুয়ো গৰাকী মহীয়সীলৈ বহুত বহুত মৰম আৰু ভালপোৱা জনাইছো 💐❤️🙏

  • @manalishadas2421
    @manalishadas2421 2 роки тому +1

    আজিৰ খণ্ডটো চাই বহুত ভাল লাগিল নিশিতা বা ❤

  • @dhunumai1912
    @dhunumai1912 2 роки тому

    Bohut val lagil sai

  • @BobiPhukan
    @BobiPhukan 2 роки тому

    Best ❤❤❤ episode

  • @hrsmarttip8201
    @hrsmarttip8201 2 роки тому

    আজি অনুস্থানতে বৰ ভাল লাগিল নিশিতা বা।

  • @pridejorhat4261
    @pridejorhat4261 2 роки тому +2

    মৃদুলা বাইদেউ আৰু মালবিকা বাইদেউ দুয়োগৰাকীক এই অনুষ্ঠানতিৰ জৰিয়তে এনেদৰে দেখিবলৈ পাই বহুত ভাল লাগিল।

  • @anupambaruah2125
    @anupambaruah2125 2 роки тому +1

    Mridula baidew my all time favorite actress...imn thanda dekhile mon tu val lgi jai

  • @sushilkonwar7012
    @sushilkonwar7012 2 роки тому

    নিকিতা তোমাৰ হাতৰ ৰন্ধা যি কোনো খাদ্যবস্ত বুলি কলে দুখেই লাগে।

  • @kangkantalukdar2995
    @kangkantalukdar2995 2 роки тому

    আজি খণ্ড টো খুব ভাল লাগিল আতাইকৈ বেচি ভাল

  • @sanjib9618
    @sanjib9618 2 роки тому

    মজা আপোনালোকৰ show ছাই বহুত ভাল লাগে
    জুবিন দাক মাতিবা ছোন plz মোৱা মাছা হালধি পাতত দিলে মজা গোন্ধ উলিয়াই গতিকে হালধি পাতত দি সাবা

  • @simasaikia8325
    @simasaikia8325 2 роки тому

    Mudula bak dekhi aji bohut vl lagil

  • @pallabitalukdar6529
    @pallabitalukdar6529 2 роки тому +1

    Bahut val lagile baa

  • @priyasaikia3075
    @priyasaikia3075 2 роки тому

    Bht val lagil sai..

  • @tapanbaruah1006
    @tapanbaruah1006 2 роки тому

    Bohut Sundor onusthan.

  • @HarshitaBhattacharjyaOfficial
    @HarshitaBhattacharjyaOfficial 2 роки тому

    Bor val lagil dekhi baidew

  • @krishnahazarika6391
    @krishnahazarika6391 Рік тому

    👍👍👍

  • @Nrityangana6784
    @Nrityangana6784 2 роки тому

    Evergreen beauties 💕

  • @biswajitgoswami5631
    @biswajitgoswami5631 2 роки тому

    Evergreen Mridula baa

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 роки тому +2

    Very very very happy watching Mridula ba and Malabika ba together. Mridula ba is our heartthrob. Our most popular, beautiful and gorgeous actress. And Malabika ba's all songs are golden and heart touching. Day to day Nishita's hosting is going to next level. It's incomparable. Her every small small work during the show is perfect. We can see she is actually perfect not only during the show. Lots of love to you dear Nishita. Lots of love and respect to Mridula ba and Malabika ba. Awesome episode really.

  • @binudutta6537
    @binudutta6537 2 роки тому

    বহত ভালপালো

  • @pranitanath4637
    @pranitanath4637 2 роки тому

    বহুত বহুত ভাল লাগিছে তিনিওকে

  • @jnandabaruah1735
    @jnandabaruah1735 2 роки тому

    Very very nice

  • @prangogoi3470
    @prangogoi3470 2 роки тому +1

    ki vhal lagise mridula baidewk dekhi.kiman din hol .amer purona abhinetri burok nedekha.purobi shorma baidewk matibo 1bar.request thakil

  • @AMARR.JP.13
    @AMARR.JP.13 2 роки тому +3

    Zubeen daak matibo sun Baa

    • @Momissimplelife
      @Momissimplelife 2 роки тому

      Lagote Gorima bou

    • @AMARR.JP.13
      @AMARR.JP.13 2 роки тому +1

      @@Momissimplelife hoi dia lgt Bou thakile ru val lagibo

  • @jayantakalitavlogatoz3648
    @jayantakalitavlogatoz3648 2 роки тому

    মাছত বোলে নিমখে নিদিলে 😬😁😁😆😆

  • @geetanjaleemudoi7500
    @geetanjaleemudoi7500 2 роки тому +1

    Nice , Gayatri mahanta baa k matiba sun .

  • @sunilmili8093
    @sunilmili8093 2 роки тому

    Very nice 👍👌

  • @pegurock421
    @pegurock421 2 роки тому +2

    Both are our legendary artists 🙏

  • @mandeepdas1994
    @mandeepdas1994 2 роки тому

    nishita baa adin vidya rao bak amontron koriba sun

  • @barnali9850
    @barnali9850 2 роки тому

    Bht vl lgil

  • @mirasmixturevlogs7623
    @mirasmixturevlogs7623 2 роки тому

    Mridula baa mor bahut priyo
    Ki kom vasa nai

  • @dimpleborgohain3738
    @dimpleborgohain3738 2 роки тому +3

    As a golaghotia I am proud of you both

  • @prahladray8118
    @prahladray8118 2 роки тому

    I love you so much mridula ba,,,

  • @chandanbora7148
    @chandanbora7148 2 роки тому

    Golaghat or 2 goraki gulapful

  • @trajibdas2329
    @trajibdas2329 2 роки тому

    Bhut vl lagise

  • @pankhiparivlog
    @pankhiparivlog 2 роки тому

    Bht vl lgil 🥰

  • @dipanitasarmavlog4195
    @dipanitasarmavlog4195 2 роки тому

    Gesat banuwa kiyo nedekhai nu ba.kharit bonuwa dekhai j

  • @eeshankalita377
    @eeshankalita377 2 роки тому

    কলপাতকৈ হালধি পাতত দিলে খাবলৈ আৰু সোৱাদ হয় ।খায় চাব চোণ
    । অকণমান কৰাখাৰ দি ল'ব ।

  • @haripriyaborah5484
    @haripriyaborah5484 2 роки тому

    😍😍😍😍😍😍😍😍😍👌

  • @karishmagogoi9995
    @karishmagogoi9995 2 роки тому

    🥰🥰🥰🥰😘

  • @paharisaikiadutta5920
    @paharisaikiadutta5920 2 роки тому

    Mur priyo manuh dugaraki.

  • @manjulashyam1905
    @manjulashyam1905 2 роки тому

    Dibrughr taru phukon dhuniya khana bonai tumar volg ot aaniba

  • @bitupondihingia1587
    @bitupondihingia1587 2 роки тому

    Piyanka bharali baak matiba sun

  • @gariashibaruah8220
    @gariashibaruah8220 2 роки тому

    Sagarika Goswami k apunar juhaloloi anibosun.

  • @rinarajkumari7364
    @rinarajkumari7364 2 роки тому

    কুলাখন অসমীয়া কুলানহয়।

  • @barpetaraapa6993
    @barpetaraapa6993 2 роки тому

    kahor batit tenga thobo nalage

  • @hrsmarttip8201
    @hrsmarttip8201 2 роки тому +1

    যতিন দা আৰু বৌক আনিব বা ।

  • @bikrambarman5090
    @bikrambarman5090 2 роки тому +1

    Aimee boruah matibo sun

  • @AnupDas-vn7ru
    @AnupDas-vn7ru 2 роки тому

    Tini goraki a mur priyo