দেউতাৰ নামত থকা মাটি নিজৰ নামত কেনেকৈ আনিব? Mutation By Inheritance উত্তৰাধিকাৰী সূত্ৰে নামজাৰী ।

Поділитися
Вставка
  • Опубліковано 6 лют 2025
  • নমস্কাৰ বন্ধু সকল জ্ঞান জগত চেনেল স্বাগতম জনাইছোঁ।আজি আমাৰ এই video টোত আমি জনিম যে কেনেকৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰী কৰে।আপোনাৰ দেউতাৰ নামত থকা মাটি কেনেকৈ আপোনাৰ নামত আনিব,বা যদি আপোনাৰ ককা দেউতাৰ নামত থকা মাটি কেনেকৈ আপোনাৰ দেউতাৰ নামত আনিব আদি কথা বোৰ জানিবলৈ এই video টো চাব পাৰে।মই এই video টোত যিমান পাৰোঁ সহজ কৈ দেখুৱাব চেষ্টা কৰিছোঁ,আশা কৰিছোঁ মোৰ এই video টো চায় আপোনালোকৰ কষ্ট কিছু অলপ হলেও কমিব।।
    আশা কৰিছোঁ আজিৰ এই video টোৰ পৰা কিছু অলপ নতুন কথা হলেও শিকিব পাৰিলে যদি video টো ভাল পালে তেন্তে like, comment, share আৰু চেনেল টো subscribe কৰি দিব নাপাহৰিব।।
    আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ, আপোনাৰ দিন টো শুভ হওঁক।।
    #mutation #landmutation #mutationbyinheritance #rtps
    follow
    / gyaan-jogot-1041977652...

КОМЕНТАРІ • 176

  • @Bidbeast
    @Bidbeast 10 місяців тому +4

    ও আজিহে জনিলো কিছুমান লোকে ভাবি থাকে আমাৰ মাটি আছে।কিন্তু সেই মাটিৰ কাগজ পত্ৰবোৰ যিকোনো প্ৰকাৰে ধমকি ধুমকা দি হলেও সংগ্ৰহ কৰি জনজালৰ সৃষ্টি কৰা কিছুপৰিমানে জ্ঞাত ।এই বোৰ বেমেজালি সৃষ্টি কৰি সাধাৰণ জনতাক টকাৰ প্ৰলোভান দি হাৰা শাস্তি প্ৰদান কৰা অতিকৈ গঢ়িত কাম। ভাই ভাতৃৰ মাজত মিলা প্ৰীতি বিঘ্নিত কৰিব নালাগে।পৰিয়াল পৰিজনৰ মঙ্গল সমিল মিলেৰে মাটি সম্পতি ভাগ বতৰা কৰা দৰকাৰ।তেতিয়া সকলো শান্তিৰ বাতাবৰণ ৰচনা হব।ধন্যবাদ।

  • @niranjandoley5530
    @niranjandoley5530 2 роки тому +1

    বহুত বহুত ভাল লাগিল আপোনাক

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      অশেষ ধন্যবাদ।এনেকুৱা মন্তব্য ই মোক বহুত উৎসাহিত কৰে।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ মোৰ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।

  • @bidyaengleng5178
    @bidyaengleng5178 7 місяців тому

    Video tu Sai aru honi val lagise vai👌👌👍👍🙏🙏

  • @jyotishkumarpathori2836
    @jyotishkumarpathori2836 11 днів тому

    Ajon manuhor name t maximum kiman mati namjari koribo paribo ?? St(p) category manuh hole ??

  • @jitulmoran6179
    @jitulmoran6179 2 роки тому +1

    Very very nice video

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      অশেষ ধন্যবাদ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।

  • @khagenbhuyanverynicebhuyan6029

    বহুত ভাল লাগিল ধন্যবাদ

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      অশেষ ধন্যবাদ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব

  • @soldiernoba4377
    @soldiernoba4377 2 роки тому +2

    Very very good information broo

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      অশেষ ধন্যবাদ।।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।

    • @soldiernoba4377
      @soldiernoba4377 2 роки тому +1

      Dag number 4 ta knuka boram tat jonabasun

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      আপুনি দাদা দাগ দাগে দেউতাৰ নাম select কৰি আপোনালোকৰ নাম বোৰ ভৰাই যাওঁক।বেছি টান নহয়।
      কৰি যাওক।
      কিবা অসুবিধা পালে মোক insta বা fb ত msg দিব।মই যিমান খিনি পাৰোঁ help কৰিম।।

    • @soldiernoba4377
      @soldiernoba4377 2 роки тому

      Thanks ❤️

    • @soldiernoba4377
      @soldiernoba4377 2 роки тому +1

      Fb t aponar nam tu ki janu asil beya nple kobo kribo ne

  • @Keshabbhai00
    @Keshabbhai00 7 днів тому

    1no - Death certificate
    2no- NOK Certificate
    3no- Khajana receipt dile hobo nee ???
    Please reply 🙏

  • @SobahanAli-wd1kj
    @SobahanAli-wd1kj Рік тому +1

    thank you so much

  • @hemanta2495
    @hemanta2495 Рік тому +2

    Part 2 lage...After receiving receipt ki koribo lagibo

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      Dada..Kagoj khon mandal k dilei hol teu Kam tu kori dibo..

  • @ratulsurjoredsun8530
    @ratulsurjoredsun8530 Місяць тому

    Swearing affidavit xokolukei lagei ne? Nohole nohobo neki?

  • @DulumoniBarman-bs5go
    @DulumoniBarman-bs5go 2 місяці тому

    Dada amr mathikhini kokr namot ase atiya mr deuta namot krile ki kribo lgibo jnabo sun

  • @pallabchoudhury4408
    @pallabchoudhury4408 9 місяців тому

    কোনো লোকৰ দেউতাকে যদি জীয়াই থাকোতেই মাটি খিনি নিজৰ লগতে অন্য পৰিয়ালৰ সদস্যৰ নাম সোমাব বিচাৰে, তেন্তে সেইটো কেনেদৰে হ'ব

  • @Raju-ce5rb
    @Raju-ce5rb Рік тому +1

    Dada aponi je koise mondolor usorot jaboloi ? Anekuwa name jari korile toka poisa kiman lagibo pare kobo please.

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      মণ্ডলৰ সৈতে কথা পাতিব দাদা।।

  • @chandanasasarma25
    @chandanasasarma25 Рік тому +1

    Namjari kora pist receipt ata dea saitu harai gole aku ulabo pari ne please jonabo

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      Oo PARIBO..
      SEWASETU T GOI MY TRANSECTION T CLICK KORI ACKNOWLEDGEMENT RECEIPT TU ULIAI LOBO PARIBO..

  • @unhealthy2024
    @unhealthy2024 2 роки тому +3

    Thank you.... Bhaijan

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      Welcome.. যদি আপুনি চেনেল টো লৈ নতুন কৈ আহিছে তেন্তে অনুগ্ৰহ কৰি subscribe কৰি দিয়ে যেন।।।
      আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।।।।

  • @satishpegu5426
    @satishpegu5426 8 місяців тому

    Father atiyau ase dujon son r logot keneke Nam jari koribo pari please jonabo

  • @kishoredeka1998
    @kishoredeka1998 2 роки тому +2

    Last

  • @ajaydey2977
    @ajaydey2977 Рік тому +1

    Dada amar matir namjari koribo lage kintu ata prablam hoi ase mati jar pora lua hoisile tat dolilot 3 jonor nam ase 2 jon husband wife aru ajon beleg manu khei beleg manu jonor nam dolilot ase kintu joma bondit nai gotike nam jari koribo parim ne nai rply plzz

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +2

      দাদা এনেকুৱা কেছ বোৰ নিজে চালেহে কব পৰা যায় যে কি প্ৰব্লেম হৈ আছে।উপায় এটাই যে মণ্ডল ক লগ ধৰক।।।

  • @radhikagowala7930
    @radhikagowala7930 2 роки тому +1

    Thank you dada

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      Welcome..এনেকুৱা ধৰণৰ video চায় থাকিবলৈ চেনেলটো subscribe কৰি দিব নাপাহৰিব।।।

  • @prafullapegu9005
    @prafullapegu9005 5 місяців тому

    একে দাগৰ মাটিখিনি ককাই-ভাইৰ মাজত সমানে ভাগ কৰিবলৈ কেনেদৰে সম্পাদন কৰিব জনালে সুখী হম ।

  • @lijasvlog2404
    @lijasvlog2404 2 роки тому +1

    Dada..amr Mati khni mur kaka nmt ase bt kaka dhukal deutau dhukl atya deuta nmt anib prim ne ni dirct ma namoloi anib lgb...pls rply..bt jomabondit kakar nam he ase father nm ni...kiba prblm hb nk pls jonabo

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      বাইদেউ প্ৰথমে মাটিখিনি আপোনাৰ দেউতাৰ নামত আনি লব লাগিব,তাৰ পিছত আপোনাৰ বা আপোনাৰ মাৰ নামত আনিব পাৰিব।।

    • @lijasvlog2404
      @lijasvlog2404 2 роки тому +1

      Thank u so much dada....emn dhunia k bujai dya babe

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      Welcome বাইদেউ।এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 4 місяці тому

    Dear sir we are going to say something you as a request please attention kindly.আমাৰ ৰাজহ চক্ৰ গহপুৰত মানে উওৰাধিকাৰী নাম জাৰি হে কৰে। কিন্তু সলনি সূত্ৰে দান সূত্ৰে অঙশীদাৰ সূত্ৰে দলিল সূত্ৰে দখল সূত্ৰে নাম জাৰি কথা শুধাত ইয়াত অহা নাই বাsystemsটো পিছত আহিব পাৰে বুলি কৈছে। কিন্তু social media বা ম'বাইল ত সম্পূৰ্ণ দিছে। মণ্ডলৰ পুৰণি system টো নেৰিলে নহ'ব নহয়। chief minister ৰে কয় যিভাগে মণ্ডলে কয় বেলেগ ভাগে। নহ'ব নহয় এনে কৈ।

  • @rupamjyotiborah4562
    @rupamjyotiborah4562 2 роки тому +1

    Dada amar matikhini bordeutar namot ase atiya bordeutau nai deutau nai gatike mor namot anibold ki karibo lagibo kobosun karon bordeutaru kunu nai plz jonabo?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      দাদা এনেকুৱা কেছ ৰ বাবে ওৱাৰিছ সূত্ৰে নামজাৰী আছে,কিন্তু বৰ্তমানে এই নামজাৰী সাধাৰণতে নকৰে।আপুনি এবাৰ মণ্ডল ক লগ কৰি লব।

    • @AssameseHealthTv
      @AssameseHealthTv 3 місяці тому

      দাদা, উত্তৰাধিকাৰী সূত্ৰে মাটিৰ নামজাৰী কৰিবলৈ কি কি নথি-পত্ৰ লাগে reply দিবচোন।

  • @kkc3518
    @kkc3518 3 місяці тому

    Amar deutar namot mati khini ata r pora loi ahibo lge. Kin2 ata r death certificate nai, gaon bura likha hole hbo ne?

  • @Raju-ce5rb
    @Raju-ce5rb Рік тому +1

    Dada mur deuta jinda ase date satifiket nai atiya mur babe beleg kiba hubidha ase naki kobo plz

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      মাটি কিনিব লাগিব দেউতাৰ পৰা,মণ্ডল ৰ সৈতে কথা পাতক যদি চিঠা নামজাৰী কৰে তেনেকয়ে কৰি লওক।।

  • @akashchoudhury3
    @akashchoudhury3 8 місяців тому +1

    Biya huwar pasot o suwali kaijonir name uthibo nki...

  • @HridayanandaMedhi-nn4us
    @HridayanandaMedhi-nn4us 2 місяці тому

    আমাৰ ঘৰৰ মাটি খিনি ককাৰ নাম আৰু ডাঙৰ সন্তান টোৰ নামত মানে মোৰ বৰদেউতাৰ নামত আছে মোৰ দেউতা ও ককাৰে সন্তান আছিল। ইটা দেউতাৰ নামত মাটি খিনি কৰিব হলে কি কৰিব লাগিব

  • @debajitborah6983
    @debajitborah6983 2 роки тому +2

    দাদা 20 বছৰ আগতে মাটি কিনা নিজৰ নামলৈ আনিব পৰা হব নেকি। জনাব চুন।

  • @mrlakkhyavlogs5911
    @mrlakkhyavlogs5911 2 роки тому +1

    ৰাজমালি মাটিৰ partition কৰিবলৈ কি কৰিব লাগিব।

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      এই ধৰণৰ মাটিৰ পত্তাৰ ঢেৰ ভেজাল থাকে, নুচোৱালৈ কব নোৱাৰি।।

  • @gunjangogoi8704
    @gunjangogoi8704 2 роки тому +1

    Kiman din time lage

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      মণ্ডলে বিচাৰিলে একেদিনাই কৰিব পাৰে,বা ৩ মাহৰ ভিতৰত কৰি দিব লাগিব।।

  • @createwithkrishnaa8488
    @createwithkrishnaa8488 2 роки тому +2

    Online apply korar kiman din pasot kam tu hoi..

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      নিয়ম মতে গাওঁৰ কামৰ বাবে ১৫ দিন আৰু চহৰৰ কামৰ বাবে ৬০ দিনৰ ভিতৰত মণ্ডলে কামটো কৰি দিব লাগে।
      আপুনি এনেকুৱা ধৰণৰ video চায় থাকিবলৈ এই চেনেল টো subscribe কৰি দিব নাপাহৰিব।।।।
      আপোনাৰ বহুমূলীয়া সময় উলিয়াই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।।।

  • @natungaming2172
    @natungaming2172 Рік тому +1

    Online fess kiman dibo lagibo

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      আপুনি নিজেই কৰিলে ১০ টকা।।

  • @karunasanjib2632
    @karunasanjib2632 2 роки тому +1

    Dada mur namat touji mati ase mai kenekoi sabo parim online

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      দাদা আপুনি নিজে জানিলেহে চাব পাৰিব।কিন্ত ইয়াৰ বাবে আপুনি মণ্ডলক লগ ধৰিব পাৰে ।।।।।

  • @jyoti.5372
    @jyoti.5372 Рік тому +1

    Kina mati naamjari koribo loi self declaration form lage .aponar logot ase neki.

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      Self declaration form খন আপলোড নকৰি আপুনি দলিল কেইখনো আপলোড কৰি দিব পাৰে।।একো প্ৰব্লেম নহয়

    • @jyoti.5372
      @jyoti.5372 Рік тому +1

      @@gyaanjogot.8452 self declaration khon dibo lagibo star mark dia ase

    • @jyoti.5372
      @jyoti.5372 Рік тому +1

      @@gyaanjogot.8452 thank you for your valuable Msg

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      SELF DECLARATION খনৰ জেগাত দলিল কেইখন আপলোড দি দিয়ক।।

  • @rinakalandi9717
    @rinakalandi9717 Місяць тому

    মাটি নিজৰ নামত ম্যাদী
    কৰিবলৈ বিয়া হব লাগিব নিকি কব জলদী

  • @munsurali1713
    @munsurali1713 2 роки тому +1

    NOC টো কৰপৰা download কৰিম...ক'ত পোৱা যাব...??

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      NOC খন তেতিয়াহে লাগিব যদি কাৰোবাক মাটি নালাগে তেতিয়া হাতেৰে লিখি আপলোড দি দিলেই হল।।

  • @nurhussain8011
    @nurhussain8011 Рік тому +1

    Pdf 2 mb saij kene koi bonam dada

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      APUNI GOOGLE T GOI PDF COMPRESSOR BULI SEARCH KORILEI HOL,TAT DHER WEBSITE PAI JABO TAT GOI FILE TUR SIZE KHORU KORI LOBO PARIB..

  • @hirendeka312
    @hirendeka312 11 місяців тому

    Keidin lge namjari haute

  • @assammusicofficialtrailer5750
    @assammusicofficialtrailer5750 11 місяців тому

    Ai2 xomvob nki..?

  • @beautyhaloi6210
    @beautyhaloi6210 2 роки тому +3

    দেউতাক জীয়াই থাকিলে সন্তানৰ নাম উঠাব পাৰি নে ?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      তেতিয়া আপুনি মাটি খিনি দেউতাৰ পৰা কিনা দেখুৱাব লাগিব।।।

    • @jrsassam
      @jrsassam 2 роки тому

      Eitu reply hothik nohoi

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      @@jrsassam APUNAR MOTE KUNTU RPLY HOTHIK HOBO BARU????

    • @jrsassam
      @jrsassam 2 роки тому +1

      @@gyaanjogot.8452 ei khetrat gift deed/will NOC dibo pare, bhul tathya kenekoi dibo?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      @@jrsassam দান সূত্ৰে ও নামজাৰী কৰিব পাৰে,অংশ দখল কৰিব পাৰে কিন্তু এইবোৰ কৰোঁতে মাটি কিনা বেচা কৰাই দেখুৱাব লগা হয়।।।।

  • @kishoredeka1998
    @kishoredeka1998 2 роки тому +1

    Dada sucessful to kokar namot hobo na Dautar namot

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      দেউতাৰ নামত আহিব দাদা

    • @kishoredeka1998
      @kishoredeka1998 2 роки тому +1

      @@gyaanjogot.8452 kokar namot ahiasa ja kiba problem hobo neki

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      চাওঁক মাটি খিনি যাৰ নামত আছে তেওঁৰ পুতেক জীয়েকৰ নাম ভৰাই দিলেই হল।যদি ককাৰ নামত মাটি আছিল তেন্তে আপোনাৰ দেউতাৰ নাম ভৰাব লাগিব,যদি আপোনাৰ দেউতাৰ নামত মাটি আছিল তেন্তে আপোনাৰ দাদা বাইদেউ আৰু আপোনাৰ নাম ভৰাব লাগিব। আৰু আপুনি যাৰ নাম ভৰাব তেওঁৰ নামতেই মাটি খিনি হৈ যাব।

    • @puspendradas4413
      @puspendradas4413 2 роки тому +1

      @@gyaanjogot.8452 .

  • @AllinOne-th6yi
    @AllinOne-th6yi Рік тому +1

    দলিল সূত্ৰে namjari হয় নেকি? দেউতাই মাটি কিনিছিল দলিল কৰি কিন্তু দেউতাৰ নামৰ মাটি বেচোতাৰ লৰাৰ নামত কৰি দিলে মানে namjari হৈ গল । এতিয়া কি অনলি দলিল সূত্ৰে মোৰ দেউতাই কিনি থকা দলিল সূত্ৰে দেউতাৰ নামত namjari হবনে?

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      দলিল আছে যদি দলিল খন মণ্ডল ৰ ওচৰত লৈ যাওক,আৰু নামজাৰি কৰাই লওক।।

    • @AllinOne-th6yi
      @AllinOne-th6yi Рік тому

      ​@@gyaanjogot.8452লৈ গৈছিলো কেৰানিয়ে ৫০০০০হাজাৰ টকা লাগিব বুলি কলে।। আমি গৰিব মানুহ কৰপৰা অনিম ইমান টকা

  • @dhirajdeka1566
    @dhirajdeka1566 2 роки тому +2

    দেউতাকৰ নাম ভূল থাকিলে মৃত্যু হোৱাত হৱনে এনেকৈ কৰিলে

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      নিজৰ সুবিধাৰ বাবে প্ৰথমে নামটো শুদ্ধ কৰি লওক,নহলে নামজাৰি পিছতো দেউতাৰ নাম টো ভুল হৈয়ে থাকিব।।

    • @karunasanjib2632
      @karunasanjib2632 2 роки тому +1

      Dada deutar name to bhol hoise bnabo parim ne

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      পাৰাত পাৰিব,কিন্তু মোৰ মতে প্ৰথমতে দেউতাৰ নাম টো প্ৰথমে শুদ্ধ কৰি লওক

    • @Raju-ce5rb
      @Raju-ce5rb Рік тому

      Dada mur deuta dinda ase mora nai atiya moi date satifiket kor pora anim ? Atiya mur kiba beleg hubida ase naki kobo plz

  • @bharat7020
    @bharat7020 Рік тому +1

    মোৰ আইতাৰ নাম ত আছে দেউতা ধুকালে দেউতা নাই,, মাৰ নামত মাটি নামজাৰি কৰিবলে কি কৰিব লাগে

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      প্ৰথমতে আপুনি মাটি খিনি আপোনাৰ দেউতাৰ নামত আনিব লাগিব,তাৰ পিছত হে আপোনাৰ নামলৈ আহিব।।

  • @inpasgrill7009
    @inpasgrill7009 Рік тому +1

    Baa ba bhanti e deutar mati pab ne

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      তেওঁলোকে যদি বিচাৰে,নিশ্চয় পাব

    • @inpasgrill7009
      @inpasgrill7009 Рік тому

      @@gyaanjogot.8452 Bea hua jodi

  • @namitabarman7518
    @namitabarman7518 Рік тому +1

    Makr namt mati ase .jikhini mor husbndk vag dise...atya xikhini kankki husbndr namt koribo prim..

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      উত্তৰাধিকাৰী সূত্ৰে নামজাৰী কৰি দিলেই হৈ যাব।

    • @namitabarman7518
      @namitabarman7518 Рік тому

      @@gyaanjogot.8452 poisa kimn khsr pore dada.

  • @officialopanaoogupitpegu9306
    @officialopanaoogupitpegu9306 2 роки тому +2

    Deutar namot keibigha ase kenekoi sam

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      ইয়াৰ বাবে মণ্ডল ক লগ ধৰিব পাৰে বা চিথা বহী চালে ইয়াৰ উত্তৰ পাই যাব।

  • @adibasiboy5058
    @adibasiboy5058 2 роки тому +1

    2ta dag number akeloge keneke vram

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      এটা এটা কৰি কৰিব লাগিব দাদা।।।একেলগে কৰিব নোৱাৰিব

  • @nill5m418
    @nill5m418 2 роки тому +1

    দাদা দেউতা জীয়াই আছে তেতিয়া কি দিব নাগিব?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      চাওঁক দেউতা যদি জীয়াই আছে,তেন্তে আপুনি দেউতাৰ পৰা মাটিখিনি কিনা দেখুৱাব লাগিব,অৰ্থাৎ permission কৰিব লাগিব।আগতে এনেকুৱা ধৰণৰ কেছ ৰ বাবে অংশ দশল সূত্ৰে নামজাৰী বা চহী নামজাৰী আছিল যদিও বৰ্তমানে বন্ধ হৈ আছে,তথাপিও আপোনাৰ মাটি যদি গাওঁত হৈ তেনেতে মণ্ডল ক লগ ধৰিব পাৰে এইটো বিষয়ক লৈ ।

  • @deviupadhyaya6653
    @deviupadhyaya6653 2 роки тому +1

    Deuta jiai thakote xalani nahay ne ki?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      নহব।। আপুনি দেউতাৰ পৰা মাটিখিনি কিনা বেচা কৰা দেখুৱাব লাগিব। কিন্তু গাওঁৰ মাটি হয় যদি, মণ্ডল ৰ সৈতে কথা পাতক।

    • @pradipkrrabha1900
      @pradipkrrabha1900 День тому

      Mor deutar mati patta....Atiya moi separate hol...matikhini mor namot koribo parim ne....?

  • @PranavaNarzary-e7k
    @PranavaNarzary-e7k 3 місяці тому

    Miadi mati malik mrityu hol mur namot kenekoi anibo parim

  • @jaymatali1953
    @jaymatali1953 Рік тому +1

    Namjari korisu but nam ata bad porise

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      দাদা ইয়াৰ বাবে আপুনি মণ্ডল ক লগ ধৰিবই লাগিব,আপোনাৰ এই কামটো ধৰিত্ৰীত কৰিব লাগিব।।

  • @mamoniborah2537
    @mamoniborah2537 2 роки тому +1

    কিনা মাতি কেনেকৈ নাম উঠাব পাৰি

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      বাইদেউ হেতু এটা বেলেগ system ত হয়।mutation by deed বুলি search কৰিলে পাই যাব ARTPS ত

  • @bhupensingha6424
    @bhupensingha6424 2 роки тому +2

    Father thoka soteo lorar nam koribo parine

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      ইয়াৰ বাবে আপুনি মাটি খিনি কিনা বেছা কৰা দেখুৱাব লাগিব।।

    • @nityanandanath-fn4sw
      @nityanandanath-fn4sw Рік тому +1

      ​@@gyaanjogot.8452 Ki vacovona,Ane krile sb putek mati napab dekhon,mne mne konoba putek kini resistation krib

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      নোৱাৰে,কিনা বেচা কৰিলে বেছা জনৰ সন্মতি লাগে,ঢেৰ কাগজ পাতি লাগে।গতিকে মনে মনে কৰিব নোৱাৰে।।

  • @bhabajitalwayssad2695
    @bhabajitalwayssad2695 Рік тому +1

    ৰ্গাৰ্জেন নেকি

  • @chandraray1265
    @chandraray1265 Рік тому +2

    Aponi skip kori vedio banai kiyo...???

  • @rejuwanmashllahverygood8170
    @rejuwanmashllahverygood8170 2 роки тому +1

    Batwara karile Mondlr sain lagi b neki junabu

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      নালাগে,যদি মাটিত একো বিবাদ নাই,আপুনি যদি মাটিৰ পৰিমাণ জানে তেন্তে আপুনি নিজেই আৰামত বাটোৱাৰা কৰিব পাৰিব।

  • @biswakumarrabha9338
    @biswakumarrabha9338 2 роки тому +2

    দাদা, ককাৰ নামত থকা মাটি দেউতাৰ মৃত্যু হলে নাতি বিলাকৰ নামত আবেদন কৰিব পাৰি নে ?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      নোৱাৰি দাদা।প্ৰথমে আপুনি মাটি খিনি দেউতাৰ নামত আনি লব লাগিব,তাৰ পিছত আপোনালোকৰ নামত আহিব।।

    • @Entertainment.09311
      @Entertainment.09311 Рік тому

      Deuta morila but 1st deauta namot anibo parim na tar pisot mur namot anim atia ko ka namot asa

    • @Entertainment.09311
      @Entertainment.09311 Рік тому

      Plzz reply dibo xun dada 🙏🙏🙏

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      1ST DEUTAR NAMOT ANIBO LGBO..TAR PISOT HE APUNAR NAMOT AHBO..

    • @Entertainment.09311
      @Entertainment.09311 Рік тому

      @@gyaanjogot.8452 deuta moril problem hbo nii

  • @musicdheerbarnamusic8753
    @musicdheerbarnamusic8753 Рік тому +1

    মাটিৰ নক্সা বা মেপ কেনেকৈ উলিয়াব পাৰিম

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      মণ্ডল ক লগ ধৰিব লাগিব ইয়াৰ বাবে।।

  • @debajaneebhattacharyya6963
    @debajaneebhattacharyya6963 10 місяців тому +1

    Amaar deuta dhukale,amaar dada hote deutaar matikhinit nijor namjari korai lole ,sari bosor maan agote,kintu aami suali keijonir nam bhorua nohol,etia ami amaar nam bhoraboloi ki koribo lagibo ,uttoridhikari xutre pamne ki systomot pau details kobonki eta vdo diyoksn,amaar problem hoise

  • @satyajitborahmayur
    @satyajitborahmayur 11 місяців тому

    Mur kakar namot asil matikhini..mur deuta dhukal alop din agot..etia mur namot keneke anim kokar namor pora matikhini??????

    • @luhitsasin8679
      @luhitsasin8679 3 місяці тому +1

      Same problem ki koribo lgibo baru

  • @sanjibnath3135
    @sanjibnath3135 2 роки тому +1

    Noc certificate upload koribo lagey ni

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      যদি কাৰোবাক মাটি নালাগে তেতিয়া তেওঁ লিখি দিব লাগিব যে মোক মাটি নালাগে বুলি,হে খন NOC ত আপলোড দি দিলেই হল

  • @md_hadan
    @md_hadan 6 місяців тому

    মোর পিতা জিয়াই আসে তার মাটি মোর নমঃ করিবো কি দকমিন লাগিব জনালে ভাল আসিল

  • @pranabsaikia8155
    @pranabsaikia8155 Рік тому +1

    NOK certificate লাগিব নেকি?

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      এইখন নিদি গাওঁ বুঢ়া এই লিখি দিলেও হব।।

  • @jutikaphukan4432
    @jutikaphukan4432 2 роки тому +1

    Apuni dia option tu pua nai... Ki koribo lagibo...

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      Mutation by inheritance বুলি থাকিব।।।

  • @souravnath3329
    @souravnath3329 2 роки тому +1

    Aha nai sun

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      আহিব দাদা,প্ৰথমে মণ্ডলে পাছ কৰিব, তাৰ পিছত চক্ৰ বিষয়াই পাছ কৰাৰ পিছত হে কাগজে পত্ৰই আপুনি ভৰোৱা নামবোৰ দেখা পাব ।।।।

  • @lunabora4843
    @lunabora4843 Рік тому +1

    Mur deuta 1984 dhukale..nijor namat atia namjari kribo parim ne

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому +1

      হয় নিশ্চয় পাৰিব।।

  • @biswajitborah8849
    @biswajitborah8849 Рік тому +1

    Dada aapunar number tu dibo neki

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      আপুনি মোক Instagram বা facebook ত msg এটা দি দিব

  • @dsbm9085
    @dsbm9085 Рік тому +1

    Affidavit document koriboi lagiboi ni...

    • @gyaanjogot.8452
      @gyaanjogot.8452  Рік тому

      গাওঁবুঢ়া প্ৰমাণ পত্ৰ,আৰু ডেথ চাৰ্টিফিকেট থাকিলে নালাগে।

    • @chaocheng9076
      @chaocheng9076 Рік тому

      @@gyaanjogot.8452 swali nathikle noc nidileu hbo ne?

  • @sewalideka408
    @sewalideka408 10 місяців тому

    Land partisan nkarile utaradhikari namjari kriba nuwari nki

  • @soldiernoba4377
    @soldiernoba4377 2 роки тому +1

    Ami kokai bhai 4 jon knuka nam boram

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      RTPS ত গৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰী ত আপোনাৰ দেউতাৰ নাম select কৰি আপোনালোকৰ ৪ জন ভাই ককাইৰ নাম ভৰাই দিলেই হল।
      Apply টো কৰাৰ বাবদ আপোনাৰ ১০ টকা এটা যাব চৰকাৰী tax হিচাপে।।

  • @jaymatali1953
    @jaymatali1953 Рік тому +1

    Muk jonai diok

  • @skvilla7266
    @skvilla7266 Рік тому +1

    Atiya online koribo parim ni jonabo data

  • @CooolCraft
    @CooolCraft 2 роки тому +1

    তৌজি মাটিৰ দাগ নন্বৰ কেনেকৈ পাম ?

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому

      ইয়াৰ বাবে দাদা মণ্ডল ক লগ ধৰিব লাগিব।।

  • @luluprasadmusical4680
    @luluprasadmusical4680 2 роки тому +1

    Appunar phone number tu diba neki

    • @gyaanjogot.8452
      @gyaanjogot.8452  2 роки тому +1

      আপুনি মোক Instagram বা ফেচবুক ত msg এটা দি দিব।।