ADRE 2.0 Paper Leaked | আঁচলতে কেনেকৈ হৈছিল ADRE প্ৰশ্নকাকত ফাদিল? সৱিশেষ লৈ Paragmoniৰ আঁৰৰ খবৰN18V

Поділитися
Вставка
  • Опубліковано 8 лис 2024

КОМЕНТАРІ • 727

  • @Anisha-f7n
    @Anisha-f7n Місяць тому +380

    পুনৰ পৰীক্ষা হোৱাটো বিচাৰো । যোগদান কৰক । 👍

  • @saratkalita7685
    @saratkalita7685 Місяць тому +98

    আকৌ পৰীক্ষা হোৱাৰ বাবে অনুৰোধ কৰিলোঁ

  • @dhruvfun
    @dhruvfun Місяць тому +262

    VOTE FOR RE EXAM

  • @monsterassam2672
    @monsterassam2672 Місяць тому +140

    Re exam 😮

  • @artandculturemonalishapbcr9878
    @artandculturemonalishapbcr9878 Місяць тому +19

    চাওঁক, যদি তেওঁ এই কাম সচাকৈ কৰিছে তেনে বাকী চেণ্টাৰৰ পৰীক্ষাৰ্থীয়ে পোৱা নাই বুলি ভাবিব নোৱাৰি। কাৰণ, এজন বা দুজনৰ বাবে তেওঁ কেতিয়াও ইমান ডাঙৰ ৰিস্ক বা ক্ৰাইম কৰিব নাযায়। সেয়ে ভালকৈ তদন্ত কৰক। আগতেও পৰীক্ষা দিও, পেপাৰ ফাদিল হয়,,অলপ দিনৰ পিছত দেখো একো তদন্ত নকৰি ৰিজাল্ট ঘোষণা কৰে।।।

  • @dhirenpathak3488
    @dhirenpathak3488 Місяць тому +73

    প্ৰশ্নকাকতৰ পেকেটটো পৰীক্ষাৰ্থীক সাখী কৰিহে খুলিব লাগে ।

    • @RajuNath-wz3fl
      @RajuNath-wz3fl Місяць тому +1

      Moi diya exam hol tut question paper ata peket khula asil.koise vulote khula goise . sorry koise 😂.aru ama sig loisil😂

    • @SAHIDAKHTAR-ok7qe
      @SAHIDAKHTAR-ok7qe Місяць тому +4

      Amr roomt student r mukhr agt khulise bru

    • @pranjalprotimkonwar4293
      @pranjalprotimkonwar4293 Місяць тому

      ​@@SAHIDAKHTAR-ok7qeamru

    • @Queenpallabisvlogs
      @Queenpallabisvlogs Місяць тому

      হয়

    • @janakirabha9179
      @janakirabha9179 Місяць тому

      আমাৰ ৰুমত 2জন সাক্ষী লৈহে খুলিছিল mirzat

  • @TiKha199
    @TiKha199 Місяць тому +117

    বিজেপি চৰকাৰৰ দিনত এইটোয়েই প্ৰথম নহয়,যিমান বাৰ পৰীক্ষা পাতিছে প্ৰতি বাৰে প্ৰশ্ন কাকত ভাইৰেল হৈছে,,গতিকে চৰকাৰেই চুৰ 😊

    • @MrBig-jt5th
      @MrBig-jt5th Місяць тому +5

      Congress r bikhoye ki koba baru?

    • @bishwajyotigogoi5368
      @bishwajyotigogoi5368 Місяць тому +6

      Congress r keitai BJP r sur😂😂 shirt tu hlalei person change nhoi😂😂

    • @novaprime6394
      @novaprime6394 Місяць тому +1

      record e ase leak exam patar bki nkou😂😂😂😂

    • @karabihatikakoty4299
      @karabihatikakoty4299 Місяць тому +1

      মিঞাভক্ত

    • @putolahazarika3127
      @putolahazarika3127 Місяць тому

      ​@@bishwajyotigogoi5368 right.....sab Congress r manuhei bjp bhori ase

  • @ranjumanirabha-f6k
    @ranjumanirabha-f6k Місяць тому +65

    পুলিচে মিছা চাবিট কৰিব।

    • @knowledgepower9182
      @knowledgepower9182 Місяць тому +2

      Right

    • @Punisher00-n1v
      @Punisher00-n1v Місяць тому

      Hosa kotha case tu luka vo etya,karon nu luka le re exam kora halla hobo , protest hobo abur vhabi case tu lukha bo govt.ah

    • @katirambarman8297
      @katirambarman8297 Місяць тому

      @@Punisher00-n1v yes

  • @ChumkiBora
    @ChumkiBora Місяць тому +78

    Re exam

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Місяць тому +12

    পুনৰ পৰীক্ষা হ'ব লাগে🙏🙏🙏

  • @kinaramdas5198
    @kinaramdas5198 Місяць тому +9

    দাদা আপুনি যি কৈছে ঠিকেই আছে ইয়াৰ বাদেও টলাটো খোলাৰ পিচত দুজন পৰীক্ষাৰ্থী সন্মুখত আৰু সেই পৰীক্ষাৰ্থীয়ৃ এখন পট্ৰত চাক্ষৰ কৰা পিচতহে প্ৰশ্ন কাকতৰ পেকেতটো খুলিব পাৰিব কিন্তু তেনে বাধ্য বাধকতাৰ পিচটো এনেকুৱা হোৱাটো যদি প্ৰশ্ন কাকত ফাদিল হৈছে তেন্তে এই পৰীক্ষা এক ভেকো ভাওনা বাদে একো হ'ব নোৱাৰে আৰু চাকৰিত নিযুক্তি দিয়া নামত মুখ্য মন্ত্ৰীয়ে অসমীয়া নিবনুৱা যুবক যুবতি সকলক মুৰ্খ সজাবলৈ চেষ্টা কৰিছে।

  • @dipikaregon1411
    @dipikaregon1411 Місяць тому +1

    আপুনি সঁচা কৈছা জানো
    Paper A b c d e sob same viral হৈছে

  • @i___am___susanta__1253
    @i___am___susanta__1253 Місяць тому +18

    আগবেলাতে ফটো তুলিছে পিছবেলা তোলা হলে কলমৰ চিয়াঁহী টিক চিন থাকিলে হয় ,,,,কাৰণ মইও পৰীক্ষা দিছোঁ প্ৰথম পেপাৰ চাই শুদ্ধ ভুল বিচাৰ কৰি টিক চিন দিহে omr filup কৰো,,বহুত বেয়া লাগিছে কষ্ট বোৰ অথলে গল😕

    • @rajdeepgamer9268
      @rajdeepgamer9268 Місяць тому

      Tick mark asei English keitat... UA-camr bure dise,

  • @DhirajRoy-c4s
    @DhirajRoy-c4s Місяць тому +71

    চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে উৰা মৰা উৰাজাহাজখনত ৰমলাৰ ভাগিনীয়েক আহি গ্ৰীণলেণ্ডৰ ৰাষ্ট্ৰপতিক শপতবাক্য পাঠ কৰোৱাই থাকোতে সাগৰৰ তলত ছুনামী আহে। তাৰ ফলত সিংহ আৰু বাঘৰ গঁড়াল কেইটা ৭ মিটাৰ আঁতৰে আঁতৰে এণ্ডিজ পর্বত পায়। কথা বিষম দেখি ৰাজ্যসভাৰ অধ্যক্ষই মিচন বসুন্ধৰাৰ জড়িতে ভাৰতৰ একেবাৰে পশ্চিমে থকা ৰাজ্য খনত লুণীয়া পানীৰ সোৱাদ পোৱাৰ বাবে অসম ৰাজ্যক দুখন দেশৰ লগত ভালুকপুঙত আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰে। ইমানবোৰ ঘটনা দেখি আমেৰিকা ৰাষ্ট্ৰপতি জ' বাইদেনে ৰঞ্জু হাজৰীকাদেৱৰ প্ৰকৃত নাম বিছাৰি বিষুৱৰেখা, মকৰক্ৰান্তি আৰু কৰ্কটক্রান্তি পাৰহৈ যোৱা বাবে যুৱ দলটোক সংসদত য'তে ত'তে বহাই থয়। মাইচুৰ সিংহ টিপু চোলতানে মাজতে ক্রছ দি চুইজাৰলেণ্ডৰ পতাকা প্ৰস্তুত কৰি বৰাইল পৰ্বতত বাঁহৰ টকাৰে বাজনা বজাই অলকানণ্ডা গায় গায় আন্তজার্তিক কুল্লু দশেৰা পালন কৰে।

  • @cricketlover1234-x
    @cricketlover1234-x Місяць тому +14

    হিমন্তৰ কাৰ্যকালত বিদ্যা প্ৰতিটো পৰীক্ষা এনেকুৱাই

    • @kaushikha.1
      @kaushikha.1 Місяць тому

      আগতে কোনখান চৰকাৰে নিকা exam patise?

  • @ruponmazumder7928
    @ruponmazumder7928 Місяць тому +11

    Bohut lodai koise teulukor centre t bule question paper unseal aasil aaru tar krotipoxoi koise mistake hoise 100 %leak hoise aaru ata kotha 10/15 bojat khulibo dise kintu 9/30 t kenekoi😢😢😢 aamar exam vaal hoise kintu tar kintu value nathake tente plz re-exam lage

  • @biswajitsaikia6447
    @biswajitsaikia6447 Місяць тому +13

    যি বুজিলো ৰক্ষকেই ভক্ষক... 😅

  • @samarjitkakati3919
    @samarjitkakati3919 Місяць тому +6

    Internet নাকাতিলে পৰীক্ষা শেষ নহওঁতেই ওলাল হয় পেপাৰ তেতিয়া কব একো নাথাকিল‌ হয় প্ৰশাসনৰ । এতিয়া বাহানা দিব পাৰিব । center ভিতৰত মোবাইল কাৰো অনুমতি নাই মানে বাহিৰৰ লগত একো সম্পৰ্ক নাই । বাহিৰৰ internet কতা টোৱে বুজাই পেপাৰ পৰীক্ষা ৰ ২ ঘন্টাৰ আগতে দিছিল কৰোবাক ।সেইবাবে 7.30 internat কাতি দিছিল

  • @westernwarrior3956
    @westernwarrior3956 Місяць тому +17

    If question paper leak thn we need re exam

    • @bishaldekavlogs
      @bishaldekavlogs Місяць тому +1

      এতিয়ালৈকে seba ই কোনো notice public কৰা নাই

  • @BipulKardong-xb7ci
    @BipulKardong-xb7ci Місяць тому +10

    If question papers has been leaked, I want reexam.

  • @meghalisaikia1863
    @meghalisaikia1863 Місяць тому +1

    মূল culprit চৰিফুল বোলা ফটোগ্ৰাফাৰ জন। গতিকে পিছৎৰ পৰীক্ষাত চৰিফুল,তৰিফুল,মকিবুল- এইবোৰক কোনো দায়িত্ব দিব নালাগে।

    • @RhisanGaming
      @RhisanGaming Місяць тому

      Akonman kothabur bhabi kobo ... Protitu kothatei hindu muslim nanibo.... Roja amar montri amar tothapio jodi enekua hoise bhul korubat nohoi korubat amarei...

  • @manashsaikia2991
    @manashsaikia2991 Місяць тому +37

    Question paper packing asil.. 10:15 paper pack tu open korise .. student r agot.. tetia hole 9:30 keneke homvob hbo viral hua .. aikhon paper bohut agotei photo mari rokha hoisil sage ..bohut kosto kora lora suwali kosto enei jabo ..

    • @amnztube
      @amnztube Місяць тому

      @@manashsaikia2991 agote viral korise

    • @ujjalchakraborty9410
      @ujjalchakraborty9410 Місяць тому

      Thik koise.photo valke dekhile bhuja jai j photo tu rati tulise

    • @RajuNath-wz3fl
      @RajuNath-wz3fl Місяць тому +1

      Ama centre 2 tut kintu khula ahise vulote khula gol buli koise😊

    • @amnztube
      @amnztube Місяць тому +3

      @@RajuNath-wz3fl tetiyai kio police k jonowa ni,, kenekoi vulote khula jay

    • @manashsaikia2991
      @manashsaikia2991 Місяць тому +2

      @@RajuNath-wz3fl tetia duplicate hua tu khatang

  • @hksdigivlog
    @hksdigivlog Місяць тому +1

    অকল কেমেৰামেনৰ নাম যে কৈ আছা, Centre Incharge নাম কিয় কিৱা নাই কেলা।। Centre incharge জন মুছলমান নহয় নেকি??

  • @DebanandaKaman
    @DebanandaKaman Місяць тому +7

    এখনো ভালকৈ পৰীক্ষা পাতিব পৰা নাই।ডাঙৰ ডাঙৰ লেকচাৰ।😂😂😂😂।

  • @Phonkore-r1l
    @Phonkore-r1l Місяць тому +6

    চৰকাৰৰ বহুত দোষ আছে ইয়াত

  • @devdas8542
    @devdas8542 Місяць тому +32

    😂পৰীক্ষা বোৰ আচলতে... ঠাণ্ডা দিনত পথাৰত ডাঙৰ পেণ্ডেল বনাই একেলগে পাতিব লাগে ... শংকৰ সংঘৰ অধিবেশন যেনেকৈ পথাৰত ডাঙৰ ডাঙৰ ঘৰ বনাই পাতে তেনেকৈ এটা ঠাইত এ সকলোকে একেলগে বহুৱাই.... পাতিলে হে ঠিক হব 😂😂😂

  • @nanaswood2579
    @nanaswood2579 Місяць тому +45

    The most unstrict,unfair Competitive exams in India. In the exam hall, 3 persons sitting in one bench 😮 , can share each others. The Paper is leak or not leak i don't care. The exams was not fair at all.

    • @kishoredekaofficial5393
      @kishoredekaofficial5393 Місяць тому +2

      Exactly

    • @kishoredekaofficial5393
      @kishoredekaofficial5393 Місяць тому +5

      And they didn't give the permission to bring that paper to home after finishing the exam

    • @LutfaBegum-u4n
      @LutfaBegum-u4n Місяць тому +2

      Hoi class 4,5 porikha nisina koi

    • @artandculturemonalishapbcr9878
      @artandculturemonalishapbcr9878 Місяць тому +1

      হয়, এখন বেঞ্চত তিনিজন সম্ভৱ নহয়,, য'ত এজনে আনজনৰ প্ৰশ্ন আৰু উত্তৰবোৰো পঢ়িব পাৰে।। ইয়াৰ উপৰিও উৎকট গৰম।।।

    • @peacegamer3779
      @peacegamer3779 Місяць тому +1

      But in our room it was only 1 person per bench and student was only 13 😂 and invigilator was strict no chance to talk to anyone

  • @ijutdowarah
    @ijutdowarah Місяць тому +1

    মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাতে প্ৰশ্ন কাকত ফাদিল হৈছে, ইমান ডাঙৰ এটা পৰীক্ষাৰ প্ৰশ্ন ফাদিল নহব তাৰ কি বিশ্বাস আছে 😢😢

  • @TrishnaThenaturegirl
    @TrishnaThenaturegirl Місяць тому +10

    এইবিলাকে পৰীক্ষাৰ্থীৰ মনোবল হ্ৰাস কৰে ।

  • @krishnanarzary5291
    @krishnanarzary5291 Місяць тому +30

    Reexam😢😢😢

  • @simantabanikya1391
    @simantabanikya1391 Місяць тому +22

    দিন ৰাতি এক কৰি পঢ়িছিলোঁ ,137 নম্বৰ কৰিছিলোঁ 😢😢😢😢, আৰু গোটেই কেইটা শুদ্ধ হৈছিল সেইকাৰণে মই বাকী খিনিত টোক্কা নামাৰিলো 😢😢

    • @ppb234
      @ppb234 Місяць тому

      Xei Miya dale koti mari dile, bhal ke porha lora-suwali buror 😢

    • @bupdhanbania2131
      @bupdhanbania2131 Місяць тому

      😢

    • @asrafulhussain5823
      @asrafulhussain5823 Місяць тому

      ​@@ppb234miya nohoi bodo asil

    • @jintudeka8766
      @jintudeka8766 Місяць тому

      141 right hoisile anei gol 😢😢😢

  • @কালীদাসঃ
    @কালীদাসঃ Місяць тому +1

    পুনৰ পৰীক্ষা হব লাগে । কিয়নো broadband চলি আছিল। পৰীক্ষা হলে CBT পদ্ধতিত হব লাগে। কিমানটো সঁচা নাজানো কিন্তু ১২ দিলে প্ৰশ্ন কাকত পোৱা কথা কৈছে। ইমান তল মাটি উপৰ হোৱাৰ পাছত আকৌ পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰিছো।

  • @5elgamer933
    @5elgamer933 Місяць тому +1

    পুনৰ পৰিক্ষা পাতিব লাগে

  • @sncreations8936
    @sncreations8936 Місяць тому +12

    Eman dhuniya k apuni kothabur uposthapon korise..... Amar monor gutei doubt bur apuni point ot loi aanise...... gotike pure investigation hobo lage....
    Aru ejon sangbadik hisape apunalukor power tu o raijor hoke dekhuwabo lage....
    Val lagil apunar point bur.... 👍🏻👍🏻

  • @goutamnath243
    @goutamnath243 Місяць тому +5

    OMR t student r name roll no photo sb ase wah ki mja kotha,,,, agt ketiao dekha nai dei

  • @HITEEDU
    @HITEEDU Місяць тому +1

    Re-exam korabo lage nohole cut off mark dibo lage

  • @anupamkalita6151
    @anupamkalita6151 Місяць тому +26

    Again Patok exaam please 🥺🙏🏻

  • @chimpineog6730
    @chimpineog6730 Місяць тому +9

    Punor porikha hok nahole soboke pass deok vaivat dekha jabo

  • @ainulhoque6028
    @ainulhoque6028 Місяць тому +9

    Adre পরিখা গরিব মানুহর বাবে নহ য়

  • @jacksblog5570
    @jacksblog5570 Місяць тому +1

    If paper is leak then Re exam should be done...... thank you 🙏🙏

  • @DipikaSinha-z3n
    @DipikaSinha-z3n Місяць тому +2

    Yes Sir please re- exam

    • @bishaldekavlogs
      @bishaldekavlogs Місяць тому +1

      Seba ই একো notice দিয়া নাই

  • @Monowar-l7k
    @Monowar-l7k Місяць тому +2

    অতি কম দিনৰ ভিতৰতে অৰ্থাৎ ২৯ চেপ্তেম্বৰৰ ভিতৰত আকৌ নিখুঁত ভাবে পৰীক্ষা অনুষ্ঠিত কৰক চৰকাৰে ।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому +9

    মুখ্যমন্ত্ৰী এইবোৰ কৰিবলৈকে গাডীত বহি আছে

  • @AratiChetri-u1e
    @AratiChetri-u1e Місяць тому +8

    Re exam hobo lagibo.

  • @starmediaislam
    @starmediaislam Місяць тому +1

    গো মূত্র খোয়া চারকার সদায় হিন্দু মুসলিম হিন্দু মুসলিম করি থাকে এতিয়া ADRE Exam টু ৰক্ষণা ব্যক্ষণ দিব পৰা নাই কেলাঃ

  • @angkon228
    @angkon228 Місяць тому +3

    Dhemaji simen Chapori, dekapam, telam,Dimow area t internat nathakile o net pai arunachal r pora

  • @NiteshBordoloi
    @NiteshBordoloi Місяць тому +3

    Re exam patile val hobo,,,, amar kostobur othole gol ,,,,,ne ki koi gige

  • @binitasonowal3554
    @binitasonowal3554 Місяць тому +1

    কেলা এই অসমখনত H.S.L.C পৰীক্ষা হলেও প্ৰশ্নকাকত ফাদিল, H.S পৰীক্ষা হলেও প্ৰশ্নকাকত ফাদিল মুঠতে অসমত যিকোনো পৰীক্ষা হলেই প্ৰশ্নকাকত ফাদিল,, দায়িত্বজ্ঞান নথকা

  • @eyebeesvlogs4544
    @eyebeesvlogs4544 Місяць тому +3

    Assam government, Police, administration all are a big joke 😂😂

  • @RafiqulIslam-uz2sd
    @RafiqulIslam-uz2sd Місяць тому +11

    আৰু এটা কথা হ'ল যে পৰীক্ষাৰ OMR Cheet ত কিয় নাম লিখিব লাগে?

    • @pahibaishya4004
      @pahibaishya4004 Місяць тому

      Kot likhib lage moi to likhib loga howa nai
      Rool nurhaba o likhib nalage

    • @JustKeepingMemories
      @JustKeepingMemories Місяць тому +1

      Agotei likhi thoise ....take kio likhibo lage .....take koise sage teo

    • @manashjd3365
      @manashjd3365 Місяць тому

      ​@pahibaishya4004 Apuni upror maal nilikhileo hb Sbe cini pai😂

    • @fail_but_never_quit
      @fail_but_never_quit Місяць тому

      ​@@pahibaishya4004keloi omr sheet t tumak likhibo nidila neki?

  • @KalyanBorgohain-u5j
    @KalyanBorgohain-u5j Місяць тому +10

    SEBA means Mistake every big achievement.

  • @ranjibborah3274
    @ranjibborah3274 Місяць тому +6

    কি হল মামা ? তোমাৰ কাম নাই ! Resign immediately.

  • @LakhiRamDas-qt7uc
    @LakhiRamDas-qt7uc Місяць тому +1

    Appears to be making. Very rare chances of happening of such an incident. Still Wait and see in which direction the wind blows. Let us hope for the best. Regards.

  • @UMHALLYoutube
    @UMHALLYoutube Місяць тому +1

    আকৌ পাতিব লাগে পৰীক্ষা

  • @jyotiprasaddeuri3036
    @jyotiprasaddeuri3036 Місяць тому +3

    Re exam hbo lage

  • @SusmitaPhukon-b1o
    @SusmitaPhukon-b1o Місяць тому +2

    Re exam nd two students per bench...

  • @rajdeepgamer9268
    @rajdeepgamer9268 Місяць тому +4

    Paper khtn tick kora aase, apunio kio misa maati asse... Tick ase English burot, aaru viral hoise 9:30 ot, natok korise aibur, youtube ot UA-camr kisumane paper khn di thoise sawk , tate English burot tick mark dekhibo logote hator anguli

  • @rahulmandal8350
    @rahulmandal8350 Місяць тому +2

    Sabei pre-planned
    We want re-examination. ✊

  • @gunjansarma399
    @gunjansarma399 Місяць тому +2

    Sarifulok 10 cr fine and 10 yrs jail diyok..

    • @minhar5178
      @minhar5178 Місяць тому

      Right but aru jiman uchya bikhoya kam2 korale hei keijonor ki hobo . Muslim naam ata Huna paisa tate aru ga joli uthise tumar , khobor loi suwa tumare deotak ulabo pisot aru mat Ula nhuwa hoi jabo dey.

  • @super9096
    @super9096 Місяць тому +2

    We want re exam

  • @porie448
    @porie448 Місяць тому +2

    প্ৰশ্নপ্ৰেপাৰবোৰ টো চিল কৰা আছিল। তেনেস্থলত কেনেধৰণে এনো হ’ল

  • @krishnamonibaruah6801
    @krishnamonibaruah6801 Місяць тому +3

    আমাৰ Exam Centre ৰ Videographer জনে Camera লৈ নহয়, iPhone লৈ Video কৰি আছিল।

  • @kulinpegu-uy5is
    @kulinpegu-uy5is Місяць тому +5

    Punar exam hob lage

  • @Reasoning-x1b
    @Reasoning-x1b Місяць тому +1

    পেঁপাৰ খনৰ চিল কেনেকৈ খুলিলে , চিল টো student এ হে খুলিব পাৰে

  • @rahenabegum7373
    @rahenabegum7373 Місяць тому +1

    আকৌ পৰীক্ষা হ'ব লাগে

  • @bolinsarmah1444
    @bolinsarmah1444 Місяць тому

    কেন্দ্ৰ টোৰ লগত দায়িত্বত থকা লোকৰ সন্মান হানি হ'ল।মুঠ কথাত internet বন্ধ কৰাটো শতকৰা ১০০ ভাগ ভাল হ'ল।

  • @pegututor9497
    @pegututor9497 Місяць тому +2

    Re exam should be held

  • @amnztube
    @amnztube Місяць тому +12

    Question Book let number khon val kori check korile hl..kun khon centre rt ai khon booklet pothiowa hoisil.. tetiya olai poribo

  • @pikusaikia5953
    @pikusaikia5953 Місяць тому +24

    মিঞা ভাল মানুহক দায়িত্ব দিছিল

    • @ParvazAkhtar-mx3is
      @ParvazAkhtar-mx3is Місяць тому

      Not Miya ok Don't say miya

    • @ansh_dz5374
      @ansh_dz5374 Місяць тому

      M8y@ is always m86àà😂😂😂

    • @octanesson
      @octanesson Місяць тому

      ​@@ParvazAkhtar-mx3ismiya😂😂😂

    • @Rishi549
      @Rishi549 Місяць тому +1

      Miya miya e aru khedibo lage eigalok sobote okol crime

    • @omm-m8v
      @omm-m8v Місяць тому +1

      @@Rishi549 miya miya khadibo loga hose

  • @MrMDirshad-kt3ti
    @MrMDirshad-kt3ti Місяць тому +1

    Re exam hbo lge moi 110 - 115 number mn pam kintu moi General cutoff clear nohoi exam re hbo lge

  • @tayyeburrahman7362
    @tayyeburrahman7362 Місяць тому +2

    সচা হলে স্কুলৰ |/c জনে সুবিধা কিয় দিলে Mr Anchore Schoo| ৰ inchange জন আপোনাৰ ঘৰুৱা মানুহ নেকি ? তেওঁৰ নামটো কব লৈ লাজ কৰিছে কিয়?

  • @radhachura11
    @radhachura11 Місяць тому +5

    Scam scam... Why name & photo on omr sheet😊

  • @akashteton
    @akashteton Місяць тому +1

    কথা তো বহুতেই বেয়া হল মোৰ নিচিনা আৰু লাখ লাখ লৰা ছোৱালী বোৰৰ কি হব এতিয়া

  • @utpalbhowmik9990
    @utpalbhowmik9990 Місяць тому +3

    We want Ree exam 😭😫😫

  • @Chetry-eo7dd
    @Chetry-eo7dd Місяць тому +2

    Dismissed from service all involved staff please

  • @AjayBoruah-ec8ln
    @AjayBoruah-ec8ln Місяць тому +1

    Exam punor patibo lage😢

  • @malobikadutta2235
    @malobikadutta2235 Місяць тому +4

    এই বিলাক মানুহক উচিত শিক্ষা দিব লগে,,,,

  • @rajurabha5165
    @rajurabha5165 Місяць тому +2

    We want Re exam

  • @amitchakraborty3916
    @amitchakraborty3916 Місяць тому +2

    Re examination hobo lage.. 🙏

  • @BanalataDevi-k8b
    @BanalataDevi-k8b Місяць тому +5

    Ki koi ase apuni..... Trunk r pora Q paper r packet he uliyaise..... Packet khulibo 10.20 t. Duta candidate r somukhot invigilator e signature loi he packet khulibo. Tenekua khetrt knke 9.30 t pdf generate kribo paribo..... Apuni eko najana ke ki boki ase

    • @jeshanjohn3769
      @jeshanjohn3769 Місяць тому

      Aapnar comment to highlight hbo lge🎉

    • @ankusmitasvlogamtv8512
      @ankusmitasvlogamtv8512 Місяць тому

      Candidate bure sohi kore kintu sihote najane kio sohi korise...saitu a asol duxh😢

  • @gigakishor
    @gigakishor Місяць тому

    এটা কথা নিচেই আচৰিত যে। এই যুগত এতিয়াও OMR based পৰীক্ষা পাতে। Central Exam বোৰৰ কেতিয়াবাই অনলাইন হৈ গল। অসমখন কেতিয়াও upgrade নহয় ও নহব কাৰণ মই নিজেই এজন অসমীয়া হিচাপে ভালদৰে অনুভৱ কৰোঁ। অসমত জনা মানুহৰ অভাৱ নাই । যিমান দিন OMR based exam পাতি থাকিব এনেকুৱা নানান ধৰণৰ সমস্যাৰ উদ্ভৱ হবই ইয়াক কোনেও ৰখাব নোৱাৰে ও Unemployed লৰা ছোৱালীবোৰৰ জীৱনক লৈ খেলা চলিয়েই থাকিব।

  • @kalpanarabha6047
    @kalpanarabha6047 Місяць тому

    Apunar point bur xuni bohutei val lagil,, iman dhuniakoi uposthapon korise,, monote hoi thoka khukuja bur atori goise,, thank you so much 😊

  • @dipankar348
    @dipankar348 Місяць тому

    প্ৰশ্নকাকত পৰীক্ষাহ’ললৈ মুকলিকৈ নাযায়৷ এটা Sealed packet ৰ ভিতৰত যায়৷ পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগত পৰীক্ষাৰ্থীৰ আগত চীল পেকেট দেখুৱাই দুজন পৰীক্ষাৰ্থীৰ স্বাক্ষৰ লৈ তেওঁলোকৰ সন্মুখত পেকেট খোলা হয়৷ আকৌ প্ৰত্যেক প্ৰশ্নবুকলেট সন্মুখৰফালে আৰু এটা চীল থাকে যিটো পৰীক্ষা আৰম্ভ হোৱাৰ যিটো বেল সেইটো বজাৰ লগে লগে খুলিব পাৰে৷ গতিকে বাহিৰত যথেষ্ট সময়ৰ আগত পেপাৰ লিক হোৱাটো সম্ভৱ নহয়৷

  • @RupaP-yw3dp
    @RupaP-yw3dp Місяць тому +1

    Good discussion..

  • @Queenpallabisvlogs
    @Queenpallabisvlogs Місяць тому

    আঙুলিত লিপিছ্টীক নলগাই দেউ

  • @rimaburagohain7596
    @rimaburagohain7596 Місяць тому +2

    Vote for reexam

  • @desihitsinger5670
    @desihitsinger5670 Місяць тому +10

    ভাল বুজাইছে আপুনি

  • @AminulHaque-q6w
    @AminulHaque-q6w Місяць тому +4

    If question paper has been leaked than i want Re exam

  • @parmeswardas2200
    @parmeswardas2200 Місяць тому

    Aponar kotha bor thike ase,kintu aponi hoito najane ba apuni tu exam diya nai ,,,,,ai examot question booklets bilak Peking hoi ahe ....aru Peking bilak exam jetiya arambho hoi orthat 10.30t exam armvo hoise aru hei timot he questioned booklets khula hoisil .Karn moio exam disu.amar agot question booklets r Peking khula hoise....gotike aponar onuhondha himan perfect howa nai kowa mote 9.30 Akhae pakhe virel howar kotha koise.kintu hokolo center t 10.30 t he questioned booklets khula hoise ne ni hoituhe questions....hoitu ai question booklets fake nohole hei centare agote khuli anekuwa 2 numberi kam korise.jito center t pora virel howa kotha kowa hoise tar Candidates hokole vlke janino.hihotr tat keneke question booklets khula hoise ....camera agot aru 10.30 r vitrt neki

  • @TheWhatislife
    @TheWhatislife Місяць тому +3

    Daag mora nathakibou pare karon bohut candidate absent asil

    • @scuttlebutt-India
      @scuttlebutt-India Місяць тому

      Absent candidate r paper seal khulil kune😂,tat seal asil,jodi candidate absent toh seal tu mara thkbo lgsl

  • @Kairavbeta
    @Kairavbeta Місяць тому

    Pdf file tut jikhon qsn booklet pdf kri phtu luya hoisill tat protitu pristhat booklet number ata ase sei booklet khonr numbertu kar sale gm pab. Bookletot thoka nmbrtur pra

  • @bikashgogoi301
    @bikashgogoi301 Місяць тому

    ২০১৬ তে BA পাছ কৰিছিলো, এনেকৈ হৈ থকাৰ কাৰণে exam দিব মন নোহোৱা হৈ আজি দিনটো পালেহি। এনেকুৱা কাম কৰা বোৰক ফাচি দিব লগে। পাছলৈ কোনেও সাহ নকৰে যাতে

  • @samirdas-jt9le
    @samirdas-jt9le Місяць тому +2

    Vote for re exam

  • @mondiramondiraborgohain2151
    @mondiramondiraborgohain2151 Місяць тому

    পুনৰ পৰীক্ষা হোৱাত বিচাৰোঁ

  • @letsfindit207
    @letsfindit207 Місяць тому +12

    janisilu kunuba j miya a thakibo

    • @shyamdas4749
      @shyamdas4749 Місяць тому

      Miya jatitu sur hoi..val nhoi de ai jatitu

    • @minhar5178
      @minhar5178 Місяць тому

      Tumar mon manokhikota je iman beya , kobo nuwara hol , eyateo rajniti loi Anisa hey, Miya2 pisor kotha,miyai 2 aru sob tothyabadhanot nasile Nhy , main manuh khini jodi chance Diya nohle hey ten tatia hole miyai kene koi pale hy.tumar murot kiba ase janu.

  • @biswajitdeka4081
    @biswajitdeka4081 Місяць тому

    Morning star senior secondary school
    GNB road kharupetiyato দায়িত্বত থকা আৰক্ষী সকলে মোবাইল ফোন ব্যৱহাৰ কৰিছিল

  • @Raktim-dx9vi
    @Raktim-dx9vi Місяць тому +11

    Exam e hua ni ako...mass r bojar hoise...sobe discuss kri likhise...sobe halla kri ase...3 ta 3 ta marile...horute ei tenekoi exam d nepalu😂😂😂

  • @edulaldrin6061
    @edulaldrin6061 Місяць тому +1

    Muthor uporit kiba nohoi kiba bemijali hoi a 😢..... Respected CM sir a usit podoxxep lobo lage amak justice lage...

  • @bolinathmili1403
    @bolinathmili1403 Місяць тому

    প্ৰশ্নকাকতসমূহত শুদ্ধ উত্তৰ ✓ নকৰা কাৰণটো কিছুমান পৰীক্ষাথী অনুপস্থিতিৰ(absent students) প্ৰশ্নকাকত হ'ব পাৰে

  • @lalitchbaro1178
    @lalitchbaro1178 Місяць тому

    The name and photo of the candidate should not be given on the OMR Sheet. If it is given, there is doubt to get the job.