Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
❤ মন ভৰি পৰে
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
These melodius songs should not let to be lost. They're enriching the treasure of Assamese music.
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
"বহাগ ধুনীয়া জোনালী পৰতশুকুলা কপৌ পাহি।চেনাই আহিব সন্ধিয়া পৰতমুকুতা-মালা গাঁঠি।" 5:28
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
Evergreen Assamese songs.. thanks for upload1. Dubhag Rati sung by Sulekha Deka5. Riniki O' Riniki sung by Pahari Saikia
বৰ ধুনীয়া
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Nothing to comments old is always purest gold for ever and ever
Hasakoi bohut vl lagise
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
Dhonyobad sir
Assamese old song hune baut vl lg
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
I love all assames old songs. Old is Gold.
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai Gd Song
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
❤❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Very nice evergreen assamese song.
Very sweet❣️👍❣️❣️❣️❣️
🙏
♥️💚♥️👏👍
Romantic evergreen songs are very nice. 💞💞💞
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো ।
Ggyhuaad
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
Ever green song❤
Bohag dhunia mur ati prio geet
Thank you
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
Bahut val lage ai purani git bur
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
Nostalgic !!! Awesome Songs.
❤❤❤❤❤❤
I love all Assamese old songs is gold🌹🌹🌹
Very nice ok🌹🌹
Thank you! Cheers
এই গীতবোৰ চিৰ যুগমীয়া
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Happy . Thanks ❤ from andharpradesh.
Ever green assamese song
Very very thans👍❣️❣️❣️❣️
Osm👌👌👌
সদায় দি থাকিব❤❤❤❤❤❤
Bahut prio geet for me
শুনি আমনি নলগা
Old is. Gold❣️❣️❣️🌹🌹
সুন্দৰ
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
Old is gold ❤
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
So good. So. Nice❣️❣️❣️❣️🌹😊
Very. Nice. Song
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
❤❤❤❤moja
Very very nice song ❤️
ধন্য়বাদ
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
Old is gold
Old is Gold 🥇
I❤
Moja😂
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
Very. Good
Ei geetbur mur bohut bhal lage.
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
প্ুৰনি গীত শুনিলে শুনি থাকিবৰ মন যায়
Moro ase ati sundar redio ki je val lage huni huni
Mon ura mari gol tahanidinoloi
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
old is always gold so donot forget past
Mojja .👌❤🥰
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Bohut kiba kibi monoloi ahe.
,old is everyday gold n there is no advertising* as like Janata Sabin !
Aru dibo plz
BAYA LOGA NAI
সচ
নষ্টালজিক হৈ পৰিলো ।
Old is gold 🪙
Agor kotha monot pore
Assam.f.s.
P
Xorute eta gaan xunisilu....Etia loike bisari pua nai gaantu
❤❤❤❤❤
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
❤ মন ভৰি পৰে
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
These melodius songs should not let to be lost. They're enriching the treasure of Assamese music.
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
"বহাগ ধুনীয়া জোনালী পৰত
শুকুলা কপৌ পাহি।
চেনাই আহিব সন্ধিয়া পৰত
মুকুতা-মালা গাঁঠি।"
5:28
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
Evergreen Assamese songs.. thanks for upload
1. Dubhag Rati sung by Sulekha Deka
5. Riniki O' Riniki sung by Pahari Saikia
বৰ ধুনীয়া
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Nothing to comments old is always purest gold for ever and ever
Hasakoi bohut vl lagise
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
Dhonyobad sir
Assamese old song hune baut vl lg
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
I love all assames old songs. Old is Gold.
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai
Gd Song
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
❤❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Very nice evergreen assamese song.
Very sweet❣️👍❣️❣️❣️❣️
🙏
♥️💚♥️👏👍
Romantic evergreen songs are very nice. 💞💞💞
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো
।
Ggyhuaad
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
Ever green song❤
Bohag dhunia mur ati prio geet
Thank you
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
Bahut val lage ai purani git bur
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
Nostalgic !!! Awesome Songs.
❤❤❤❤❤❤
I love all Assamese old songs is gold🌹🌹🌹
Very nice ok🌹🌹
Thank you! Cheers
❤❤
এই গীতবোৰ চিৰ যুগমীয়া
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Happy . Thanks ❤ from andharpradesh.
Ever green assamese song
Very very thans👍❣️❣️❣️❣️
Osm👌👌👌
সদায় দি থাকিব❤❤❤❤❤❤
Bahut prio geet for me
শুনি আমনি নলগা
Old is. Gold❣️❣️❣️🌹🌹
সুন্দৰ
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
Old is gold ❤
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
So good. So. Nice❣️❣️❣️❣️🌹😊
Very. Nice. Song
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
❤❤❤❤moja
Very very nice song ❤️
ধন্য়বাদ
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
Old is gold
Old is Gold 🥇
I❤
Moja😂
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
Very. Good
Ei geetbur mur bohut bhal lage.
ধন্য়বাদ
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
প্ুৰনি গীত শুনিলে শুনি থাকিবৰ মন যায়
Moro ase ati sundar redio ki je val lage huni huni
Mon ura mari gol tahanidinoloi
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
old is always gold so donot forget past
Mojja .👌❤🥰
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Bohut kiba kibi monoloi ahe.
,old is everyday gold n there is no advertising* as like Janata Sabin !
Aru dibo plz
BAYA LOGA NAI
সচ
নষ্টালজিক হৈ পৰিলো ।
Old is gold 🪙
Agor kotha monot pore
Assam.f.s.
P
Xorute eta gaan xunisilu....
Etia loike bisari pua nai gaantu
❤❤❤❤❤