Tumi Nathakile By Kussum Kailash || Deeg Diganta || Nitun Kalponik || New Assamese Song 2021
Вставка
- Опубліковано 1 жов 2021
- Song - Tumi Nathakile
Singer- Kussum Kailash
Lyrics/Composition - Deeg Diganta
Music/Mix/Mastered- Nitun Kalponik
Guitar - Kaifi Hamza Ahmed
Flute - Minal Bodo
Recorded at - Studio Fusion by Rajiv Sarmah
Poster GFX Design - Partha Jit Hira
Lyrical Video- Biman Boruah Axomiya
Digital Market & Media Director -
Junaak Milon ( @DhwaniMusic )
Special Thanks
Daisy Kailash Mohon
Manuranjan Monmeet
Riju Saikia Baruah
Rimhjim Baruah
Papu Chetia
#Kussum_Kailash#Tumi_Nathakile#Deeg_Diganta#Nitun_Kalponik#AssameseSong
ধুনীয়া হৈছে Kussum দা ❤️
tumiii nathakile
একে একে দুই কুসুম দা তুমি জুই.......❤️😁🔥🔥
সুন্দৰ উপহাৰ কুসুম দা,
লগতে আপোনাৰ প্ৰতিষ্ঠানৰ সমূহ সদস্যলৈও অভিনন্দন জনালোঁ...
Finnely কুসুম দাৰ নতুন গীত এটি শুনিবলৈ পালোঁ ❤️✌️ ।। এনেকৈ আমাক ধুনীয়া ধুনীয়া গীত উপহাৰ দি যাব 🙏
ঔ কি কম।মন চুই গৈছে দাদা।এইবাৰ আপোনাৰ এইটো গীতত বেলেগ কৈ বুজাই মন প্ৰাণ চুই গৈছে।।।।বিশেষকৈ মই বহুত ভাল পাইছোঁ।।।বহুত ভাল হৈছে। আশা কৰোঁ সকলোৱে ভাল পাইছে।
আপোনাৰ প্ৰতিটো গীতে
মোৰ প্ৰিয় কুসুম দা।❤️😍
কৈলাশ কাই গানটো ভাল হৈছে দেই, দীগ দীগন্ত সুন্দৰ... সংগীত সুন্দৰ...বহু শুভকামনা💐💐💐
Jui🌸
Kali pora kune kune wait kori asile 🤔
Kar kar fav. Kussum Da Hoi like koribo👍👍
মই কালিৰে পৰা ৰৈ আছোঁ
গোলাঘাটৰ পৰা মৰম যাচিলো। 💕💕💕
নতুন নতুন সোৱাদ । বৰ ধুনীয়া হৈছে ককাই।
ভৰত মৃন্ময়
Moja lagisa apunar bohut dinor murot Paisu huni bohut val lagisa
Kusum da apuni axomr legend 🔥❤❤❤🔥
Waiting ❤️❤️❤️❤️
সমীৰে গোপনে আহি কয় -
'' মধুময় জোনাকত
আছা মাথোঁ তুমি
হৃদয়ৰ কাননত
ফুলি ৰোৱা তুমি
হেঙুলী সুভাসত
ভাঁহি ৰোৱা তুমি । ''
ইমান যে মৰমলগা লাইন 🥰
ইমান এটি সুন্দৰ মৰমলগা গীত আগবহুৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ ।
🥰
Wow Music khon khupppp val lagise dei...thanda thanda vab lagi gol music khon khuni
সুন্দৰ ককাইদেউ 😍💖💖
কুসুম দা, আপোনাৰ প্ৰতিটো গীতেই বহুত ভাল লাগে শুনি, আপোনাৰ লগত আছো আমি সদায়।
ককাই দেও বহু অপেক্ষাৰ সামৰণি পৰিল।।।
মই ভাল পোৱা এটি গীত , কি সুন্দৰ লিখিনি আৰু সুৰ , সংগীত নিভাঁজ আমেজ । গীতটোৰ সৈতে জড়িত সকলো ব্যক্তিক মৰম আৰু ভালপোৱা যাছিলোঁ।
ধুনীয়া হৈছে ককাইদেউ.. শুনি শুনি হেপাহ পলুৱা নাই ❤️❤️❤️
আপোনাৰ গানসমূহ বেলেগতকৈ বহুত বেলেগ হয় সেইকাৰণে ভাল লাগে আপোনাৰ প্ৰতিটো গীত ❤️❤️❤️😘😘😘👌👌👌
Bohut vl lagil sngtu huni Kusum da🙂🙂🙂
💚✨Kusum da maghar bihut bojabole new song lage magh bihu gorom koribole 😍🤩
Bohut Val lagise dai 😍😍dada aru dithakibo apunar song bur bohut Val lage 😍😍😍😍 Love you kussum Da😘😘
বহুত সুন্দৰ হৈছে গীতৰ কথা, সুৰ আৰু কণ্ঠ। আগলৈ এনেকুৱা আৰু গান আশা কৰিলোঁ।
😍😍 val lagel dada
Tumeie main
সঁচাকৈ বহুত বহুত ভাল লাগিছে গানটো শুনি ইমান সুন্দৰ গান আৰু ইমান সুন্দৰ সুৰ সঁচাকৈ বহুত বহুত ভাল লাগিছে ।
Rabha vlogs frnd hba mur logot.back korim
Moromloga gaan❤️
বৰ ধুনীয়া হৈছে❤️
Apunar hokolu song ai bohut val laga... Ai new song tu and tar music tu bohuuttt val lagisa... 😘😘
সুন্দৰ লাগিল কুসুমদা👌👌👌👌❤️
সুন্দৰ ককাইদেউ 👌👌
গীতটিৰ পৰা নতুন সোৱাদ পালো দাদা 😍 আপোনাৰ লগতে গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ 🌸❤️ আশাকৰোঁ আগলৈকো এনেদৰে ধুনীয়া ধুনীয়া আমাক গীত উপহাৰ দি যাব ❤️🌸
Good good good
Moja de
U r ossom my big brother
Bohut Bohut val lagise aanekuya song aaru ketiyaba ketiyaba gabo sun
দাদাৰ প্ৰতিটো গানতেই নতুনত্ব পোৱা যায় বহুত ভাল লাগিল গীতটি ।
ৱাহ কুসুম দা নতুন সুৱাদ😍 গাড়ীত দুৰ ভ্ৰমণত বিভোৰ হৈ গৈ থাকোতে কাণত মৃদুকৈ বৰষিবলৈ সুমধুৰ গান এটা উপহাৰ দিলে..
HELLLO KUSUM DAAA সদাই new গানৰ বাবে rokhi থাকো।Love 😘 FROM লখিমপুৰ নাৰায়ানপুৰ।।
Bihpuria
Narayanpur
Moi narayanpur
Same here
Kussem da 2mi 🔥🔥🔥🔥🔥🔥
Love from dhemaji ❤️❤️❤️
Bht vl lgise dada ❤️❤️❤️
Big fan
Dhuniya dada ❤
ধুনীয়া লাগিলে ❤️❤️❤️
Finally ! আহি গল ।
Eagerly waiting for thish song......😍😍😍😍 ❤️❤️ Love from naharkatia
Realy osmmmmm
Bohut vl kusum Da❤❤❤❤❤💓💓💓💓💓💓💓💓💓
Uff...কি সুন্দৰ গীত ধুনীয়া হৈছে
Kussum Koilash Daa Assam Rock star ✨✨⭐. Always Favourite Singer 😘😘.Apunar Ahibologia Ganor Babe Hodai Opekya Kori Thaku . Love You Kussum Daa😘. Love From Sivasagar 💞🍁💞
Nice song dada
*Wow 😍romantic song kokai*
Mza bhut vl lagil dada
Waiting for this song 🤩❤️. kusum da❤️
Dhunia hoisa kussum da 🥰🥰🥰🥰
Mza mzah mzaaaahhhh...😍😍😍🤟🤟
opekkhar onto poril 💫🥳
Koilash daa apunar gaan huni thakiye mon jai😘😘❤️❤️
বিহু গীত,ৰোমান্টিক গীত,ৰেপ চং,দিহা নাম-হৰি নাম, দেশ প্ৰেমমূলক গীত,
আদি
সকলো গাব পৰা আৰু লিখিব পৰা মানুহজনেই হ'ল Kusum Koilash Daa😍
Axomor rockstar🎸⭐️ kusum da ❤❤
Moja lagil dada ❤️❤️❤️❤️❤️❤️👍👍
Mojjjaaaa hse song tuuuu kusum daa....❤💖👌👌
Kusum Da....is comfort in every Zoner❤️❤️❤️He is an artist
ধুনীয়া ❤️
আহ! এশ বাৰ শুনিলেও আমনি নলগা এটি গীত 🙏💓
Kusum দা💞💞💞💞 আপোনাৰ গানটো বৰ ধুনীয়া
বহুত ভাল লাগিল গানটো শুনি
বাৰে বাৰে শুনি থাকিবলৈ মন গৈছে ❤🙏
ওফ বাঁহী🔥সঁচাকৈ মন চুই গ'ল 😊👌kusum daa ❤
Thank you dae😍
💙🥀
@@fluteminal538 wlcm 🥰
কুসুম দা কাৰনে এটা লাইক।
সুন্দৰ হৈছে দিগন্ত দা আৰু কুসুম দা ❤️❤️❤️❤️👍🏾👍🏾👍🏾👍🏾
Great composition, sweet music
Thanks ❤️
Lovely songggg
ধুনীয়া গান কুসুম দা
Wow dada mojja ❤️❤️❤️
🥰🥰🥰 কুসুম দা নাথাকিলে উকা মোৰ জীৱন 🥰🥰🥰
Dhuniya 😍😍😍😍🥰
বহুত সুন্দৰ হৈছে কুসুম দা ।
শুনি মনতো কিবা আনন্দিত হৈ গ'ল।
অতি সুমধুৰ ককাইদেউ
আৰু নতুন গান আশা কৰিছোঁ।
Beautiful song❤️
ককাই বহুত দিন অপেক্ষা কৰালে কিন্তু । 😍😍😍😍😍😍
Mozaa hoise Kailash kai
#NITUN_KALPANIK DAA APUNI সঁচাকৈ জুই❤️😍💥
Thanks vai ❤️
@@nitunkalponik9122 Welcome Kokai❤
After long time waitingrr pasott 🥰 kussum Da
Love it 🤗 brdr
Love From 👇
#rockyraietc
Love from Dibrugarh 🌸❣️🌸
Wao 😍😍 vll lagise kusum da...apunar gaan bur xosakoi anotkoi bohut beleg ... dhunia 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
Eagerly waiting for this song ❤️ Lots of love from Gohpur ❤️
lovely song nahorkatyi
@@babyhandique9020 he🤔 ki English bhai?
❤❤❤❤
Gohpur kuntu side pura koiso tumi bhai
Same thai diya 🙂
সুন্দৰ কণ্ঠ কুশুম দা 😍❤️❤️
Hunodr bht vl lagise dada 😍
Bhut mojja song
দিগ দিগন্ত ককাইৰ কথা Uff ❤️
কুসুম কৈলাস দাৰ কন্ঠত তুমি নাথাকিলে ❣️
আগুন 🔥
We always wanting for your Songs Kussum da. ❤️ From Sibsagar ❤️❤️
খুবেই সুন্দৰ দাদা
Deeg deganta mane jui....
Dhuniya lagise Kusum dada😍❤️
Love this song kussum da❤️❤️
ভাল হৈছে, এয়াহে হব লাগে । জয় দা, শংকুৰাজহঁতৰ পৰা এনেকৈ শিকি যাওক
Nice song kokaideu bohut val lagil huni 💞😘👌👍
বহুত ভাল লাগিল গীতটি শুনি ❤️❤️❤️
Such a beautiful song that once I heard it filled my mind, I really liked what I would say That's great ❤️✨
বহুত বহুত ধুনীয়া
কিন্তু কিছু কিছু ঠাইত উচ্চাৰণে গীতটিত থকা মাদকতা হ্ৰাস কৰিছে
আগলৈ ভাল হ'ব বুলি আশা ৰাখিলো ।
ধন্যবাদ
কুসুম দালৈ ❤️❤️
ককাইদেউ বহুত দিনৰ মূৰত আপোনাৰ নতুন গান । বৰ ভাল hoise
Sooo beautiful