Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
মে'ম আপোনাৰ কথা খিনি শুনি মোৰ হৃদয় চুই গৈছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
খুব সুন্দৰ কথা কলে এই গৰাকী বিষয়াই৷আমিও সকলো লক্ষ্য কৰি থাকিম স্পৰ্শকাতৰ বিষয়টো৷
অসমৰ প্ৰথম মহিলা আই পি এছ মাননীয় ভায়োলেট বৰুৱা বাইদেউৰ অতি মূল্যবান বক্তব্যই জনসাধাৰণৰ অন্তৰ জয় কৰিব পাৰে। ও চি ভাৰ্গৱ বৰবৰাৰ দৰে দানৱ, অপৰাধী পুলিচ বিষয়াই শান্তিপূর্ণ সমাজত কেৱল জুইহে জ্বলাব পাৰে। শত শত প্ৰণাম মাননীয় ভায়োলেট বৰুৱা মেডাম ✌✌✌✌✌✌✌✌
প্ৰথম মহিলা IGP
DIG @@JibeswarPhukon
@@JibeswarPhukonboth IPS & IGP.
সুন্দৰ কথা কৈছে মেম
প্ৰথমে ই কেনেকৈ চাকৰি পালে তাৰে investigation হ'ব লাগে, ই নিশ্চয় পইছা দি চাকৰি লোৱা বিধৰ হ'ব। কষ্ট কৰি চাকৰি পোৱা বোৰে চাকৰিৰ মৰ্য্যদা বুজি পায়
Yes 👍
Akdm xosa kotha koic❤
Right
Right madam...
সুন্দৰ বাইদেউ আপোনাৰ দৰে দক্ষ বিষয়া সদায় জনগনৰ কাম্য।
১৫ দিন পিছতে আকৌ চাকৰিত যোগদান কৰিব। বিভাগীয় তদন্ত এক ভেকোভাওনা মাথো
Hoy
Sab ake.. ako nai huwa hey karone kyloi dutyt join karibo ako ake karibo beku vawna sab aybr
25000 toka he hotor 1 din r hajira... bapu@@12pm-5pm
Exactly,,,, bhai
ভাল পালোঁ।কথাখিনি
বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
তেওঁক বৰখাস্ত কৰক ৰাইজৰ ওপৰত বেয়া ব্যৱহাৰ কৰিছে |
ভায়লেট বৰুৱা অসমীয়াৰ মান।মাতৃ হিচাপে তেওঁৰ ভাষ্য অতি মূল্যবান।
বাইদেউ গৰাকীৰ কথাবোৰ খুৱেই ভাল লাগিল শুনি।❤🎉
মেম আপোনাৰ কথা শুনি অন্তৰ চুই গৈছে। সুন্দৰ মন্তব্য আগবঢ়াইছে।ধন্যৱাদ জনালোঁ।
ভায়’লেট বৰুৱা বাইদেউৰ বক্তব্যবোৰ বৰ ভাল লাগিল ৷৷
❤সচাই কথাবোৰ বহুত ভাল লাগিল ❤
আপোনাৰ কথাখিনি শুনি খুউব ভাল লাগিল ।
সন্মানীয় ভায়' লেট বাইদেউৰ মন্তব্য অতি সুন্দৰ। OC উচিত শাস্তি পাব লাগে। তেওঁৰ চাকৰি কৰাৰ যোগত্যা হেৰুৱাই পেলাইছে।
এজন শাসকৰ বহুবোৰ কেচ থকাৰ পিছতো কেনেকৈ মুকলি আকাশৰ তলত আইন চলাই আছে ইমান দিনে বুজি নাপালো
❤ বাইদেউ আপুনি ভাল কথা কৈছে
আপুনি ভাল কথা কৈছে। আৰু যিয়ে এনেকুৱা কাম কৰে police constable লে হক বা ocয়ে হক চাকৰি শেষ কৰি দিব লাগে
Direct service or pora biday db lage, aaru bhutor police sirvece kora jogyta aase
গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ আপুনি, ধন্যবাদ জ্ঞাপন কৰিছোঁ
Right khota koisa Baidu
Strong Speech. Thank you so much ma'am.
১০০% শুদ্ধ বাইদেউ, ভাৰ্গৱ বৰবৰা পুলিচ বিভাগক কলংক কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰাই বৰ্খাস্ত কৰিব লাগে।
সেই বিষয়া জনক তাৎক্ষণিক ভাবে চাকৰিৰপৰা বৰ্খাস্ত কৰিব লাগে।।
Camera kora jonok o dhanyabad 🎉🎉🙏🙏🙏
Hundhar kotha koise baidew joni❤❤❤
Memor kotha bilak bohut val lagil .
এবাৰ সেই পুলিচ ৰূপী গৰুটোৱে শুনক ভাৰ্গৱ গৰু 😅😅 শুনক..
বৰুৱা বাইদেউ আগতেও সাক্ষাৎ চাইছো বৰ সুন্দৰ কথা কৈছে
ভাল polic officer বোৰ মই বৰ ভাল পাওঁ, কিন্তু ভাৰ্গব গৰুৰ দৰে assam police ত বহুত officer আছে এনেকুৱা officer ক assam police ত ৰাখিবই নালাগে..
Police nohoi oi, police namot tai atai kuku hoi,, Amar nisina manuhok gat hat di sabai tai pasot gom pabai tu nisina kuku atak ki koriem ,,
আপুনি মোক গালি কিয় দিছে মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিছোঁ আপুনি মোক পিতিম কলে যে
বাইদেউ জনসাধাৰণ আৰু আৰক্ষীৰ সম্পৰ্ক উন্নত কৰাৰ উপাই আমি উলিয়াৱ লাগিব। এই কামতো অত্যন্ত গুৰুত্বপূৰ্ণ।
স্পষ্টভাবে কথা খিনি কৈছে। ধন্যবাদ।
একদম জগাত দিছে নিজকে Hero বুলি ভাবি পুলিচত চাকৰি পায় ৰিলচ বনাই 😂😂😂😂😂
এজন পুৰুষৰ মূৰব্বী তকৈ ভায়োলিনা বাইদেউ ৰ দৰে সু গুণী জ্ঞানী মহিলাই অসমৰ দায়িত্ব ল'লে জনসাধাৰণৰ বাবে মঙ্গল জনক লগতে তেওঁৰ দীৰ্ঘায়ু কামনাৰে
আপোনাৰ কথাত সকলোৱে নতশিৰ কৰিব ।যদিহে বিষয়া জনে চৰম শাস্তি পাই।
চাকৰি পৰা হেইজন পুলিচক বৰ্খাস্ত কৰিব লাগে
বাইদেউ আপোনাৰ কথা খিনি শুনি খুব ভাল লাগিল।সছাই আপোনালোৰ দৰে ব্যক্তি বাবে এই পৃথিৱী খন চলি আছে।সত্য সদায় জয়। আপোনাক দূৰ পৰা সেৱা জনালোঁ।
Ma'am has set a very good example of how a respectable police officer should be. Hats off
Good job mam.... The country needs more people like you. You are an inspiration an voice for aam aadmi
Xosaai baideo goraki bohut bhalkoi kotha koise.....thanks to you...
সুন্দৰ বক্তব্য। পুলিচৰ মানসিকতা সলনি কৰিব লাগিব।
সুন্দৰ মন্তব্য আগবঢ়ালে মেডাম, এনেধৰণৰ আৰক্ষীৰ সকলক অতি সোনকালেই অৱসৰ দিব লাগে।
সুন্দৰ বাইদেউ আপোনাৰ দৰে এগৰাকী দক্ষ বিষয়া জণগৰ বাবে খূবেই প্ৰয়োজন।
সুন্দৰ বাইদেউ, সছা পূলিছ অছিল।
বাইদেউ সঠিক কথা কৈছে।
Great 👍👍
ভাল লাগিছে কথাগিতা
Mam is saying right
শ্ৰদ্ধাৰ বাইদেৱে কোৱাৰ দৰে চৰকাৰে কাম কৰিলে নিশ্চয় আৰক্ষী বিভাগটো ভাল হ'ব।
বহুত।বহুত। ধন্যবাদ।বা
Baa.kotha.Right.bohut.val.lagil❤
Absolutely right
বাইদেউ, এটা কথা বুজি নেপালো, ল'ৰা জনক প্ৰহাৰ কৰি থকা অৱস্থাত ৰাষ্টাইদি বহু মানুহ অহা-যোৱা কৰি আছিল। কিন্তু এজন কাপুৰুষৰো এটা মাত মাতিবলৈ সাহস নহল। সকলো মানুহ সচেতন হ'লে এনেকুৱা ক্ষমতাৰ বলিয়ান মানুহ নোহোৱা হৈ যাব।
চৰকাৰী প্ৰশাসন যন্ত্রটোৱে বৰ্বৰ। মানুহে প্ৰতিবাদ কৰিলে পুলিচ বাহিনীয়ে নিষ্ঠুৰভাবে দমন কৰিব।
এনেকুৱা পুলিচক নিলম্বন কৰিব লাগে।
জীৱনত এনে অসুৰ দেখাটো ভাগ্যবান সকলোৰ বাবে ।
Moi dekhiso darrang district t
বাইদেউৰ কথাখিনি ভাল লাগিল,,, মামাই ভাল এটা Decision লৈ সোনকালে Terminted কৰিব বুলি আশা কৰিলো,,,
Thanq baidew 🙏🙏🙏
পুলিচ টোৰ ওচৰত সাংবাদিক সকলে জাৱ পৰা নাই নেকি। পুলিচ টোৰ ভিদিয় দেখা নাই।
বেয়া বোৰক বহিষ্কাৰ কৰি ভাল বোৰক নিয়োগ কৰিব লাগে।
good voice madam
Bor vl lagil baido🎉🎉
Hundor mem,Thanks
Thanks Mem
Baidew r kothakini bhal lagil, dhanyabad 🙏🙏🙏
Thank 😊you mem
Khub sundor advice mem
Veri. Good
thank you mam
বাইদেউৰ কথা খিনি ভাল লাগিল 🙏
Bohut val lagile baideu apunar kotha bur
Hundr kotha koise
Thank you ma'am
Well said baideu apuni right kotha koi se and Very important to check mentally first
Many many thanks Baidew.
সিংঘমে দুখীয়া নিচলাক অত্যাচাৰ কৰা নাছিল এই চৰিত্ৰহীন পুলিচ জনৰ দৰে , বৰঞ্চ সহায়হে কৰিছিল।
Right koise ma'am ❤
Tq you mam apunar dore officer assame policet dorkar
Thanks to Madum Violet Baruah
Salute to you Ma'am 🙏
Good mem
You are right
Ma'am apunar kotha bur bor vaal lagil huni
Aap bahut achhi baat boli 🙏
Ma'am bhut hundorr vabe aponi kothabur jonhadharonk jonaise,tar babe dhanyawad aponak,aru Police k manuhe respect kore aponalok jonohadharone morom kore kintu iar motlob aitu nohi je jiti koribo..
তেওঁৰ হোম গাডʼ হোৱাৰ যোগ্য।
Kukur r nej sidha nahoi ...
Home guard r Taro joggo nai neki
মানুহ গৰাকী যিমান ধুনীয়া তাতকৈ বেছি ধুনীয়া তেওঁ কোৱা কথাকেইষাৰ❤❤❤❤❤❤
Khub dhunia kotha koise ma'am,,,,,aapunar kotha khuni bor vaal laagise 👍🏻❤️❤️
Thanks A Lot SISTER 💎🙏
Goalpara murder case reopen hobo lagay
Goalpara r bohut case ase but kob nukhuje karn police hoy
Right kotha koise
Home gaurd huaru jugya nohoi
Dear Madam you rightly said so I am very happy. Thanks.
বাইদেউ কিয় এৰেছ কৰা নাই
Ba.kotha.to.Mojja(Right)100'/'
Good Baideo ❤❤❤❤❤
Val kotha koise mam 🙏🙏🙏
Bahut bahut val kotha koise Enekua police officer thakile eku tension nai 🙏🙏🙏🙏🙏
Bahut dhunia val katha koise Baidow grakiye.😊
Thanks! ma'am 👍
We want justice #deliverylimited#deliveryTake an action🎬 delivary company
মে'ম আপোনাৰ কথা খিনি শুনি মোৰ হৃদয় চুই গৈছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
খুব সুন্দৰ কথা কলে এই গৰাকী বিষয়াই৷আমিও সকলো লক্ষ্য কৰি থাকিম স্পৰ্শকাতৰ বিষয়টো৷
অসমৰ প্ৰথম মহিলা আই পি এছ মাননীয় ভায়োলেট বৰুৱা বাইদেউৰ অতি মূল্যবান বক্তব্যই জনসাধাৰণৰ অন্তৰ জয় কৰিব পাৰে। ও চি ভাৰ্গৱ বৰবৰাৰ দৰে দানৱ, অপৰাধী পুলিচ বিষয়াই শান্তিপূর্ণ সমাজত কেৱল জুইহে জ্বলাব পাৰে। শত শত প্ৰণাম মাননীয় ভায়োলেট বৰুৱা মেডাম ✌✌✌✌✌✌✌✌
প্ৰথম মহিলা IGP
DIG @@JibeswarPhukon
@@JibeswarPhukonboth IPS & IGP.
সুন্দৰ কথা কৈছে মেম
প্ৰথমে ই কেনেকৈ চাকৰি পালে তাৰে investigation হ'ব লাগে, ই নিশ্চয় পইছা দি চাকৰি লোৱা বিধৰ হ'ব। কষ্ট কৰি চাকৰি পোৱা বোৰে চাকৰিৰ মৰ্য্যদা বুজি পায়
Yes 👍
Akdm xosa kotha koic❤
Right
Right madam...
Right
সুন্দৰ বাইদেউ আপোনাৰ দৰে দক্ষ বিষয়া সদায় জনগনৰ কাম্য।
১৫ দিন পিছতে আকৌ চাকৰিত যোগদান কৰিব। বিভাগীয় তদন্ত এক ভেকোভাওনা মাথো
Hoy
Sab ake.. ako nai huwa hey karone kyloi dutyt join karibo ako ake karibo beku vawna sab aybr
Right
25000 toka he hotor 1 din r hajira... bapu@@12pm-5pm
Exactly,,,, bhai
ভাল পালোঁ।কথাখিনি
বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
তেওঁক বৰখাস্ত কৰক ৰাইজৰ ওপৰত বেয়া ব্যৱহাৰ কৰিছে |
ভায়লেট বৰুৱা অসমীয়াৰ মান।মাতৃ হিচাপে তেওঁৰ ভাষ্য অতি মূল্যবান।
বাইদেউ গৰাকীৰ কথাবোৰ খুৱেই ভাল লাগিল শুনি।❤🎉
মেম আপোনাৰ কথা শুনি অন্তৰ চুই গৈছে। সুন্দৰ মন্তব্য আগবঢ়াইছে।ধন্যৱাদ জনালোঁ।
ভায়’লেট বৰুৱা বাইদেউৰ বক্তব্যবোৰ বৰ ভাল লাগিল ৷৷
❤সচাই কথাবোৰ বহুত ভাল লাগিল ❤
আপোনাৰ কথাখিনি শুনি খুউব ভাল লাগিল ।
সন্মানীয় ভায়' লেট বাইদেউৰ মন্তব্য অতি সুন্দৰ। OC উচিত শাস্তি পাব লাগে। তেওঁৰ চাকৰি কৰাৰ যোগত্যা হেৰুৱাই পেলাইছে।
এজন শাসকৰ বহুবোৰ কেচ থকাৰ পিছতো কেনেকৈ মুকলি আকাশৰ তলত আইন চলাই আছে ইমান দিনে বুজি নাপালো
❤ বাইদেউ আপুনি ভাল কথা কৈছে
আপুনি ভাল কথা কৈছে। আৰু যিয়ে এনেকুৱা কাম কৰে police constable লে হক বা ocয়ে হক চাকৰি শেষ কৰি দিব লাগে
Direct service or pora biday db lage, aaru bhutor police sirvece kora jogyta aase
গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ আপুনি, ধন্যবাদ জ্ঞাপন কৰিছোঁ
Right khota koisa Baidu
Strong Speech.
Thank you so much ma'am.
১০০% শুদ্ধ বাইদেউ, ভাৰ্গৱ বৰবৰা পুলিচ বিভাগক কলংক কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰাই বৰ্খাস্ত কৰিব লাগে।
সেই বিষয়া জনক তাৎক্ষণিক ভাবে চাকৰিৰপৰা বৰ্খাস্ত কৰিব লাগে।।
Camera kora jonok o dhanyabad 🎉🎉🙏🙏🙏
Hundhar kotha koise baidew joni❤❤❤
Memor kotha bilak bohut val lagil .
এবাৰ সেই পুলিচ ৰূপী গৰুটোৱে শুনক ভাৰ্গৱ গৰু 😅😅 শুনক..
বৰুৱা বাইদেউ আগতেও সাক্ষাৎ চাইছো বৰ সুন্দৰ কথা কৈছে
ভাল polic officer বোৰ মই বৰ ভাল পাওঁ, কিন্তু ভাৰ্গব গৰুৰ দৰে assam police ত বহুত officer আছে এনেকুৱা officer ক assam police ত ৰাখিবই নালাগে..
Police nohoi oi, police namot tai atai kuku hoi,, Amar nisina manuhok gat hat di sabai tai pasot gom pabai tu nisina kuku atak ki koriem ,,
আপুনি মোক গালি কিয় দিছে মই মোৰ মনৰ ভাৱ ব্যক্ত কৰিছোঁ আপুনি মোক পিতিম কলে যে
বাইদেউ জনসাধাৰণ আৰু আৰক্ষীৰ সম্পৰ্ক উন্নত কৰাৰ উপাই আমি উলিয়াৱ লাগিব।
এই কামতো অত্যন্ত গুৰুত্বপূৰ্ণ।
স্পষ্টভাবে কথা খিনি কৈছে। ধন্যবাদ।
একদম জগাত দিছে নিজকে Hero বুলি ভাবি পুলিচত চাকৰি পায় ৰিলচ বনাই 😂😂😂😂😂
এজন পুৰুষৰ মূৰব্বী তকৈ ভায়োলিনা বাইদেউ ৰ দৰে সু গুণী জ্ঞানী মহিলাই অসমৰ দায়িত্ব ল'লে জনসাধাৰণৰ বাবে মঙ্গল জনক লগতে তেওঁৰ দীৰ্ঘায়ু কামনাৰে
আপোনাৰ কথাত সকলোৱে নতশিৰ কৰিব ।যদিহে বিষয়া জনে চৰম শাস্তি পাই।
চাকৰি পৰা হেইজন পুলিচক বৰ্খাস্ত কৰিব লাগে
বাইদেউ আপোনাৰ কথা খিনি শুনি খুব ভাল লাগিল।সছাই আপোনালোৰ দৰে ব্যক্তি বাবে এই পৃথিৱী খন চলি আছে।
সত্য সদায় জয়। আপোনাক দূৰ পৰা সেৱা জনালোঁ।
Ma'am has set a very good example of how a respectable police officer should be. Hats off
Good job mam.... The country needs more people like you.
You are an inspiration an voice for aam aadmi
Xosaai baideo goraki bohut bhalkoi kotha koise.....thanks to you...
সুন্দৰ বক্তব্য। পুলিচৰ মানসিকতা সলনি কৰিব লাগিব।
সুন্দৰ মন্তব্য আগবঢ়ালে মেডাম, এনেধৰণৰ আৰক্ষীৰ সকলক অতি সোনকালেই অৱসৰ দিব লাগে।
সুন্দৰ বাইদেউ আপোনাৰ দৰে এগৰাকী দক্ষ বিষয়া জণগৰ বাবে খূবেই প্ৰয়োজন।
সুন্দৰ বাইদেউ, সছা পূলিছ অছিল।
বাইদেউ সঠিক কথা কৈছে।
Great 👍👍
ভাল লাগিছে কথাগিতা
Mam is saying right
শ্ৰদ্ধাৰ বাইদেৱে কোৱাৰ দৰে চৰকাৰে কাম কৰিলে নিশ্চয় আৰক্ষী বিভাগটো ভাল হ'ব।
বহুত।বহুত। ধন্যবাদ।বা
Baa.kotha.Right.bohut.val.lagil❤
Absolutely right
বাইদেউ,
এটা কথা বুজি নেপালো, ল'ৰা জনক প্ৰহাৰ কৰি থকা অৱস্থাত ৰাষ্টাইদি বহু মানুহ অহা-যোৱা কৰি আছিল। কিন্তু এজন কাপুৰুষৰো এটা মাত মাতিবলৈ সাহস নহল। সকলো মানুহ সচেতন হ'লে এনেকুৱা ক্ষমতাৰ বলিয়ান মানুহ নোহোৱা হৈ যাব।
চৰকাৰী প্ৰশাসন যন্ত্রটোৱে বৰ্বৰ। মানুহে প্ৰতিবাদ কৰিলে পুলিচ বাহিনীয়ে নিষ্ঠুৰভাবে দমন কৰিব।
এনেকুৱা পুলিচক নিলম্বন কৰিব লাগে।
জীৱনত এনে অসুৰ দেখাটো ভাগ্যবান সকলোৰ বাবে ।
Moi dekhiso darrang district t
বাইদেউৰ কথাখিনি ভাল লাগিল,,, মামাই ভাল এটা Decision লৈ সোনকালে Terminted কৰিব বুলি আশা কৰিলো,,,
Thanq baidew 🙏🙏🙏
পুলিচ টোৰ ওচৰত সাংবাদিক সকলে জাৱ পৰা নাই নেকি। পুলিচ টোৰ ভিদিয় দেখা নাই।
বেয়া বোৰক বহিষ্কাৰ কৰি ভাল বোৰক নিয়োগ কৰিব লাগে।
good voice madam
Bor vl lagil baido🎉🎉
Hundor mem,Thanks
Thanks Mem
Baidew r kothakini bhal lagil, dhanyabad 🙏🙏🙏
Thank 😊you mem
Khub sundor advice mem
Veri. Good
thank you mam
বাইদেউৰ কথা খিনি ভাল লাগিল 🙏
Bohut val lagile baideu apunar kotha bur
Hundr kotha koise
Thank you ma'am
Well said baideu apuni right kotha koi se and Very important to check mentally first
Many many thanks Baidew.
সিংঘমে দুখীয়া নিচলাক অত্যাচাৰ কৰা নাছিল এই চৰিত্ৰহীন পুলিচ জনৰ দৰে , বৰঞ্চ সহায়হে কৰিছিল।
Right koise ma'am ❤
Tq you mam apunar dore officer assame policet dorkar
Thanks to Madum Violet Baruah
Salute to you Ma'am 🙏
Good mem
You are right
Ma'am apunar kotha bur bor vaal lagil huni
Aap bahut achhi baat boli 🙏
Ma'am bhut hundorr vabe aponi kothabur jonhadharonk jonaise,tar babe dhanyawad aponak,aru Police k manuhe respect kore aponalok jonohadharone morom kore kintu iar motlob aitu nohi je jiti koribo..
তেওঁৰ হোম গাডʼ হোৱাৰ যোগ্য।
Kukur r nej sidha nahoi ...
Home guard r Taro joggo nai neki
মানুহ গৰাকী যিমান ধুনীয়া তাতকৈ বেছি ধুনীয়া তেওঁ কোৱা কথাকেইষাৰ❤❤❤❤❤❤
Khub dhunia kotha koise ma'am,,,,,aapunar kotha khuni bor vaal laagise 👍🏻❤️❤️
Thanks A Lot SISTER 💎🙏
Goalpara murder case reopen hobo lagay
Goalpara r bohut case ase but kob nukhuje karn police hoy
Right kotha koise
Home gaurd huaru jugya nohoi
Dear Madam you rightly said so I am very happy. Thanks.
বাইদেউ কিয় এৰেছ কৰা নাই
Ba.kotha.to.Mojja(Right)100'/'
Good Baideo ❤❤❤❤❤
Val kotha koise mam 🙏🙏🙏
Right
Bahut bahut val kotha koise
Enekua police officer thakile eku tension nai
🙏🙏🙏🙏🙏
Bahut dhunia val katha koise Baidow grakiye.😊
Thanks! ma'am 👍
We want justice #deliverylimited
#delivery
Take an action🎬 delivary company