বিচনাত শোৱাৰ সময়ত এই ৫ টা কথা পৰমাত্মাৰ সৈতে পাতক || তাৰ পিচৰ চমৎকাৰ চাওঁক || law of attraction ||

Поділитися
Вставка
  • Опубліковано 11 жов 2024
  • বিচনাত শোৱাৰ সময়ত এই ৫ টা কথা পৰমাত্মাৰ সৈতে পাতক || তাৰ পিচৰ চমৎকাৰ চাওঁক || law of attraction ||
    #motivational #assamese #god
    About This Video
    ৫টা কথা শোৱাৰ সময়ত সদায় ভগৱানৰ সৈতে পাতক।তেতিয়া আপুনি যি বিচাৰে তাকেই পাব। এই ৫টা কথাত এনেকুৱা অদ্ভুত শক্তি আছে আপুনি জানিলে আচৰিত হৈ পৰিব। এই ৫টা কথাৰ মাজেৰে আপুনি ভগৱানৰো দৰ্শন লাভ কৰিব। কোন ৫টা কথা প্ৰতি নিশা ভগৱানৰ সৈতে পাতিব লাগে সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো।
    Your Queries :-
    পৰমাত্মাৰ সৈতে পাতক ৫টা কথা
    ভগৱানৰ সৈতে পাতক ৫টা কথা
    শোৱাৰ পূৰ্বে ভগৱানক কি কব
    যি বিচাৰে তাকেই পাব
    প্ৰাৰ্থনা কিয় কৰিব লাগে
    অসমীয়া প্ৰাৰ্থনা জুবিন
    geeta path assamese
    parthona assamese video
    parthona assamese zubeen
    পৰমাত্মা কি
    অসমীয়া ভিদিও
    assamese video new
    assamese motivational video
    assamese amrit bani
    morning night prayer
    morning evening prayer
    ভগৱানৰ কাহিনী
    দুখ কষ্ট দূৰ কৰাৰ উপায়
    #motivation #krishna #krishnavani #krishnabhuyan #motivationalspeech #motivationalvideo #motivationalquotes #motivationalstatus #motivationalspeaker #motivationalvideos #inspiration #bhagwan #bhagwankrishna #prayer #pray #prayers #morningprayer #eveningprayer #nightprayer
  • Розваги

КОМЕНТАРІ • 2,7 тис.

  • @UttamKhanikar
    @UttamKhanikar 6 місяців тому +9

    কৃষ্ণ গুৰু প্ৰভূত ভগৱান মোক এই ৰোগত ভূগী থকা দেখি অনেকেই ঘিন কৰে তেওঁলোকক মই মোৰ হাতেৰে একো নকৰো সকলোকে আপোনাৰ হাতত গতাই দিছো প্ৰভূত তেও লোকক আপুনি আশীৰ্বাদ কৰক কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @deepalideka6509
    @deepalideka6509 4 місяці тому +18

    বহুত সুখী হলো নিয়মটো জানি লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো কৃষ্ণ🙏🙏

  • @ranjandas1158
    @ranjandas1158 11 місяців тому +12

    অতি সুন্দৰ ।উপকৃত হ'লো ।ভগৱানে আপোনাকো কুশলে ৰাখক ।

  • @RumiDas-z8k
    @RumiDas-z8k Місяць тому +1

    কৃষ্ণ প্রভু

  • @sabitasarma1546
    @sabitasarma1546 2 місяці тому +2

    হে‌ প্ৰভু কৃষ্ণ নাৰায়ণ এই প্ৰাথনাই যেন আমি বোৰ সকলোকে কৃপা দৃষ্টি ৰাখা । যিজনে মানে সেই জন কৃষ্ণ ভূঞাই ভগৱানৰ প্ৰাথনা বোৰ ইমান সুন্দৰ ভাৱে ভিদিও দৰ্শন কৰালে সচাকৈয়ে অতি প্ৰসন্ন হলো। আপোনাৰ ভিদিও সদায় চাও। আপোনাৰ বুজনি অতি সুন্দৰ, সৰল, কথা কোৱাৰ ৰস, কণ্ঠ এই ‌গুণবোৰ প্ৰদান কৰাৰ বাবে ভগৱানক শতকৌটি ধন্যবাদ জনাইছো। আকৌ ‌ভাল ভিদিও দৰ্শন পাবলৈ আশা ৰাখি অশেষ ধন্যবাদ জনাইছো। আপোনাক কুশলে ৰাখক

  • @putulsaikia9244
    @putulsaikia9244 11 місяців тому +35

    অতি সুন্দৰ। শুনি উপকৃত হ'লো। পৰমপিতা পৰমেশ্বৰে সকলোকে কৃপা কৰক।

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 11 місяців тому +14

    Jai shree krishna

  • @rinurecipe
    @rinurecipe 2 місяці тому +3

    বহু ত ভাল কথা কৈছেআপুণি। ভগবাণক সত কুস্তি প্ৰণাম যণাইচু

  • @LipikaDev-b9d
    @LipikaDev-b9d Місяць тому +1

    Jay shree Narayan joy shree Krishna

  • @BeautyBora-i9g
    @BeautyBora-i9g Місяць тому

    Jai shree krishna

  • @rumiborahlekharu7707
    @rumiborahlekharu7707 2 місяці тому +4

    বহুত ভাল কথা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা সকলো সুখেৰে থাকক । কৃষ্ণ ।

  • @prachikashyap5866
    @prachikashyap5866 4 місяці тому +5

    অতি সুন্দৰ। বহুত ভাল লাগিল। ভগৱানে সকলোকে ভালে ৰাখক🙏🙏

  • @dharmenhajong8594
    @dharmenhajong8594 11 місяців тому +7

    Joy Shree Krishna

  • @junusmitabharali8628
    @junusmitabharali8628 3 місяці тому +1

    Jai Shree Krishna 🙏🙏

  • @PranabDas-lj3un
    @PranabDas-lj3un 3 місяці тому +1

    Jai shree Krishna ❤

  • @trishnaphukon6686
    @trishnaphukon6686 5 місяців тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @DIPAKALITA-e3y
    @DIPAKALITA-e3y 6 місяців тому +11

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @RanjitKalita-z9j
      @RanjitKalita-z9j 4 місяці тому

      মই সদায় ৰাতি পুৱা ৫/৬বজাত টোপনিৰ পৰা ওঠো।প্ৰথমে বিছনা তে প্ৰভু ক সেৱা কৰি বিচনা একো। তাৰ পিছত মাটিত ভৰিখন দিয়াৰ আগতে আই বসুউমতিক সেৱা কৰি লও।তাৰ পিছত গা ধুই গোঁসাই ঘৰত মুচি চাকি ধুপ দি নাম লও প্ৰাথনা কৰো।তাৰ পিছত গোতেই দিনতো কিষনগোৰোৰ নাম লৈ থকো।ৰাতি শোৱাৰ আগতে ৫ মিনিত নাম ওল। দিনতো হৈয় যোৱা কামবোৰ ভগৱানে ওচৰত ক ও। মোৰ গধুলি সময়ত হে চাকি দিয়া নহয়। কাৰন মই বেৱসায় কৰো সময়তো নিমিলে।জয় krishno guru

    • @LabanyaHazarika-b7z
      @LabanyaHazarika-b7z 4 місяці тому

      Thunku o God

    • @anjansaikia9035
      @anjansaikia9035 3 місяці тому

      Jai shree Krishna

  • @musicvideostatus5016
    @musicvideostatus5016 11 місяців тому +13

    মোৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে সকলোৰে কৃপা কৰা প্ৰভূ।সকলোকে সুমতি দিয়া সু-স্বাস্থ্য দিয়া। 🙏🏽 কৃষ্ণ শুভ ৰাত্ৰী

  • @kakolikalita3307
    @kakolikalita3307 4 місяці тому +1

    সকলোকে আশীৰ্বাদ কৰিবা হে পৰমপিতা পৰমেশ্বৰ

  • @riturj8824
    @riturj8824 4 місяці тому +1

    Joi shree krishna

  • @Barnali12
    @Barnali12 4 місяці тому +3

    অতি সুন্দৰ ❤❤হৰ হৰ মহাদেৱ❤ দয়া কৰিবা বাবা🙏

  • @riturajdutta2997
    @riturajdutta2997 11 місяців тому +5

    Om namah shivaya 🕉️🔱🙏

  • @karabisaikia8378
    @karabisaikia8378 11 місяців тому +6

    Jai Shree Krishna🙏

    • @kalpanadas2237
      @kalpanadas2237 5 місяців тому

      বৰ ভাল লাগিল শুনি ধন্যবাদ আপোনালৈ 🙏

  • @srimontanagar-1golaghaturb889
    @srimontanagar-1golaghaturb889 4 місяці тому +1

    Jai Shree Krishna

  • @diptidas4859
    @diptidas4859 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DilipRaj-nc5vw
    @DilipRaj-nc5vw 11 місяців тому +4

    জয় কৃষ্ণ

  • @bishnupriya7262
    @bishnupriya7262 11 місяців тому +14

    কৃষ্ণ কৃষ্ণ । সকলোকে কৃপা কৰা প্ৰভূ ।

  • @simakalita2234
    @simakalita2234 10 місяців тому +6

    হে প্ৰভু মোৰ ঘৰখনক সদায় ভালে ৰাখিবা প্ৰভু সকলো বেমাৰ আজাৰ ৰ পৰা ৰক্ষা কৰিবা .আহি থকা দিন কেইটা ভাল হয় তাৰে কামনাৰে.. হৰে কৃষ্ণা ❤❤🙏🙏

  • @dipshikhaduwarah9865
    @dipshikhaduwarah9865 3 місяці тому +1

    ❤❤Jai shri krishna❤❤

  • @rupjytigogoi1855
    @rupjytigogoi1855 3 місяці тому +1

    Joy sri krishna

  • @utjolphukon3221
    @utjolphukon3221 11 місяців тому +20

    হে কৃষ্ণ সকলোৰে কৃপা কৰা 🙏❤️🥰

    • @kamalkumarideori7968
      @kamalkumarideori7968 11 місяців тому +1

      he krishna hokoluke kipa korok

    • @purnimadevi2563
      @purnimadevi2563 6 місяців тому

      Zzউগzz৺zউউউউউউউzzzz1উউzzz1z11z11z1zzzzzzzzzউউউউউউ৺zzউzzzzzzzzউউউউউzzzz11zzzzz1zzzzউউ৺zউউউউউzzzzz11zz111zzউউউউউউউউউ11❤

    • @pompiroy3575
      @pompiroy3575 6 місяців тому

      Krishna krishna

  • @himalayanwolf6461
    @himalayanwolf6461 10 місяців тому +5

    বৰ সুন্দৰ ভক্তিমূলক প্রেৰনা। ধন্যবাদ।

  • @bhumitakalita1474
    @bhumitakalita1474 11 місяців тому +4

    ভগৱানে সকলোৰে ভাল কৰক🙏🙏🙏

  • @Miki...12345arjina
    @Miki...12345arjina 4 місяці тому +1

    Krishan krishan😊

  • @bhupengogoi4465
    @bhupengogoi4465 2 місяці тому +1

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @bornaliborahgogoi5733
    @bornaliborahgogoi5733 4 місяці тому +1

    Om Shanti porom pita poramatma.

  • @mongaonkhowa8922
    @mongaonkhowa8922 4 місяці тому +1

    Krishna

  • @rumichoudhury5328
    @rumichoudhury5328 2 місяці тому

    ভাল লাগিল ।ম ই সদায় মহাদেৱক আপুনি কোৱাৰ দৰে ক ও।ভাবিছিলো ভাল নে বেয়া এতিয়া ভাল লাগিল।হৰ হৰ মহাদেৱ।🙏🌿

  • @KumaritithiGogoi
    @KumaritithiGogoi Місяць тому

    ,,,Bar Sundar. Radhe Radhe Gobind

  • @PRITAMDAS-kd6lf
    @PRITAMDAS-kd6lf 3 місяці тому +1

    Jay porampitapormeshr pranam

  • @kadambagogoi8689
    @kadambagogoi8689 4 місяці тому +1

    Very good, I always thanks to God for his kindness towards our family members Thanks

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 4 місяці тому

    অতি সুন্দৰ। মই সদায় এই প্ৰাৰ্থনা জনাও ।অভয় চৰণত শৰণ ললো । পৰমপিতাৰ কূপা লাভ কৰিছোঁ। ওম শান্তি ❤❤❤

  • @diptimonidas1564
    @diptimonidas1564 4 місяці тому

    Bahut vl lagile krishna krisnha

  • @navanitabhattacharyya5202
    @navanitabhattacharyya5202 4 місяці тому +2

    hei prabhu..karunamii tumi daya koriba🙏🙏🙏❤❤❤

  • @DipikaBaruah-mu2jd
    @DipikaBaruah-mu2jd 16 днів тому

    Krishno krishno .apuni eman val kotha koi Mur khuni bohut val lage

  • @pijubaishya8618
    @pijubaishya8618 4 місяці тому +1

    সুন্দৰ মন লৈ শুনিলো।❤❤ শান্তি, শান্তি।❤❤❤

  • @dulumaninath8881
    @dulumaninath8881 4 місяці тому +1

    কৃষ্ণ

  • @DipaliDas-y3t
    @DipaliDas-y3t Місяць тому

    Bhatt val lagil krishna kridhna

  • @kanbhaixnwl9568
    @kanbhaixnwl9568 10 днів тому

    হে পৰমাত্মা মোৰ গাত যি অপায় অ মঙ্গল আছে সকলো দূৰ কৰা প্ৰভু ।মোক সকলোৱে লগত মিলি খাই বৈ থাকিবলৈ শক্তি দিয়া প্ৰভু, শক্তি দিয়া 🙏🙏🙏

  • @sabitadss9705
    @sabitadss9705 4 місяці тому +1

    Oti xundor,dhanyabad

  • @sayanikalahon7301
    @sayanikalahon7301 4 місяці тому +1

    🙏🙏🙏

  • @bhabanideka8184
    @bhabanideka8184 12 днів тому

    Joy shree krisna pronama❤🎉

  • @padumpathak7
    @padumpathak7 4 місяці тому

    Bohut xundor. Krishna

  • @ratanikhakholary6440
    @ratanikhakholary6440 День тому

    Joi Sree Krishna Apunar Kothai muk Ho Phal korise Thank

  • @sudhirbarman6675
    @sudhirbarman6675 День тому

    Jai shree krishna, Jai shree radhe krishna

  • @KumaritithiGogoi
    @KumaritithiGogoi Місяць тому

    Bar Sundar Radhe Radhe Gobind

  • @maikanchoudhury9289
    @maikanchoudhury9289 4 місяці тому

    Bahut bhal lagil. pranam. ❤. 🎉🎉🎉

  • @MonomatiDas-o7w
    @MonomatiDas-o7w 3 місяці тому

    Jay sree krishana

  • @gojanboruah2342
    @gojanboruah2342 2 місяці тому +1

    Krishna 🙏🙏🙏 Krishna

  • @NikunjaBiswas-zs9ke
    @NikunjaBiswas-zs9ke 4 місяці тому

    Joy guru apunak bahut dhannaybad khub hundar kotha koise

  • @pradipkakati1237
    @pradipkakati1237 4 місяці тому

    Krishna Krishna prabhu, khud sundor upadekh.

  • @manomatikalita4131
    @manomatikalita4131 4 місяці тому

    Krishna pravu vidio tu bahut val lagil

  • @gamingaxom8082
    @gamingaxom8082 Місяць тому

    Joy Shree krisna

  • @JunaliMedhi-qi6zh
    @JunaliMedhi-qi6zh Місяць тому +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @bobitahazarika2907
    @bobitahazarika2907 2 місяці тому

    Bhohut hukhi holu.krishana🙏🙏🙏

  • @GitaMahantakalita
    @GitaMahantakalita 3 місяці тому

    Joi sreekrishna

  • @binabaishya4923
    @binabaishya4923 3 місяці тому +1

    অতি সুন্দৰ ভগৱানে সকলোকে ভালে ৰাখক ধন্যবাদ

  • @juthilan9164
    @juthilan9164 4 місяці тому +1

    Radhe krishna

  • @pranitadas6394
    @pranitadas6394 4 місяці тому

    Oti xundor 🙏🙏

  • @TribeniBora-i3o
    @TribeniBora-i3o 4 місяці тому

    Bohut xundor kotha palu bht bht val lagil

  • @nijumborah1737
    @nijumborah1737 3 місяці тому

    Bohut val lagil , Doyamoy porompitak pronam jonaisu

  • @udangsriboro3649
    @udangsriboro3649 2 місяці тому

    Jai sri Ram,Jai sri radhe Krishna.... radhe radhe 🌷

  • @LambudharBasu
    @LambudharBasu 3 місяці тому

    Val lagil probhu dhaynabad

  • @Gitanjalidas-k2w
    @Gitanjalidas-k2w 4 місяці тому

    বহুত সুন্দৰ ভক্তিমূলক প্ৰেৰনা ধন্যবাদ

  • @mamoniborah5904
    @mamoniborah5904 3 місяці тому

    Hundor video share korile Joy krishna guru 🙏 moi aji tuponi jabo pora nai...ketiyaba hoklu kotha niym janiu nojona hoi jau apunar video tu sai upokito holu apunak akhekh dhonnbad 🙏

  • @phuljyotigoswami7232
    @phuljyotigoswami7232 3 місяці тому

    অতি মূল্যৱান বানী যিটো মানুহ মাত্ৰেই কৰিব লাগে।আপোনাৰ সুন্দৰ কণ্ঠই মোক আপ্লুত কৰিলে দেই।ধন্যবাদ আপোনাকো❤

  • @ratanikhakholary6440
    @ratanikhakholary6440 3 місяці тому

    Joi Joi Sree Krishna

  • @jasminebaruti622
    @jasminebaruti622 3 місяці тому

    🙏xalalure Mangal kora pravu 🙏

  • @DipikaBaruah-mu2jd
    @DipikaBaruah-mu2jd 9 днів тому

    He porom pita poromeshor vogoban krishno krishno krishno krisno .logote apunieo bohut val kotha koi voice apunar bohut val

  • @RanjuDas-x1x
    @RanjuDas-x1x 2 місяці тому

    Om shnti baba

  • @NabaDas-p8k
    @NabaDas-p8k 3 місяці тому +1

    😊😊 Thanks ❤

  • @quicklessons3999
    @quicklessons3999 29 днів тому

    Thank you so much.

  • @a.pvlogs8202
    @a.pvlogs8202 3 місяці тому +1

    Krishna Krishna,

  • @kusumgogoi6667
    @kusumgogoi6667 4 місяці тому

    অতি সুন্দৰ ৷উপকৃত হলো ৷আপোনাক ধন্যবাদ জনালো ৷

  • @dipikakumar8290
    @dipikakumar8290 3 місяці тому +2

    হে পৰম পিতা , তোমাৰ সকলো সন্তানক মঙ্গল আৰু কুশলে ৰাখা ।🙏🙏🙏

  • @sangeetadas7267
    @sangeetadas7267 4 місяці тому

    Oti xundor

  • @binoydauka7337
    @binoydauka7337 Місяць тому

    আপোনাৰ ভিডিঅ'ৰ পৰা বহুত ধনাত্মক শক্তি পাওঁ। কৃষ্ণ।

  • @ranjitadas2236
    @ranjitadas2236 3 місяці тому

    Jay shree Krishna 🙏🙏 Radhe Radhe 🙏🙏🙏

  • @bimalabarman9978
    @bimalabarman9978 3 місяці тому

    Krisha Krisna

  • @abhispadas4320
    @abhispadas4320 4 місяці тому

    Krishno krishno 🙏🙏

  • @bhupendas6810
    @bhupendas6810 4 місяці тому

    Krisno krisno Pravu ❤❤❤❤

  • @Chaini-yf3sy
    @Chaini-yf3sy 3 місяці тому +1

    কৃষ্ণ প্ৰভু ।আমাৰ লগতে সকলোকে পৰমেশ্বই কৃপা কৰক।

  • @ffgam13
    @ffgam13 3 місяці тому

    God bless you...

  • @BhabeshDekaBhabeshDeka-cj1zp
    @BhabeshDekaBhabeshDeka-cj1zp Місяць тому

    Xosake bahut santusti lav korilu dada.

  • @PujaTantiPujaTanti-zw6vg
    @PujaTantiPujaTanti-zw6vg 4 місяці тому

    Radhe Radhe 🙏🙏

  • @Aditribailung__0_8
    @Aditribailung__0_8 2 місяці тому

    Om namu bhagwate basu devaya

  • @gobinchandrakalita5056
    @gobinchandrakalita5056 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক তাকে কামনা কৰিলো প্ৰভু ভগৱন্তৰ ওচৰত।

  • @harjisrajkhowa5725
    @harjisrajkhowa5725 4 місяці тому

    Krishno pravu hkoluke kripa koriba

  • @_bot_69
    @_bot_69 4 місяці тому

    Kripa kora prabhu

  • @sujatagogoi9177
    @sujatagogoi9177 3 місяці тому

    Joi. Shree. Krishna❤❤🙏🙏🙏