Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সঁচা হলে বহুত সুখী হম
এইবোৰৰ কথা বহুত শুনি লো কাম ত নাহে দাদা 😭😭😭😭😭
সঁচা হ'লে বহুত সুখী হ'ম ।
কথা টো শুনি সঁচাই ভাল লাগিলে ।আৰু মুখ্য মন্ত্ৰী মহোদয় লৈ মোৰ ফালৰ পৰা আৰু অসমৰ মহিলা সকলক তেওঁ যে বুজি পাইছে আপোনালৈ ধন্য বাদ থাকিলে ।আপোনাৰ আগন্তুক দিন বোৰ উজ্বল হক তাৰ কামনাৰে।
ভাল লাগিছে খবৰটো শুনি।
সচা হ'লে আমি বহুত ভাল পাম । লগতে মামা আৰু তোমালৈয়ো ধন্যবাদ দিছো এই খবৰটো ৰাইজক দিয়া বাবে।
Very good news
খবৰটো শুনি ভাল লাগিল
ঘোষণাটোশুনি সুখী হৈছোসচাঁ!কিন্তু যিদিনা পাছবুকত পইছা সোমাব তেতিয়াহে কব পাৰিম!
কথাটো ভাল লাগিছে সচা হলেই হয়।
Thank you sir 👍
বহুত ভাল খবৰ
Thankyou.
Thank. You for. the Good News
ভাল লাগিল খবৰটো পাই। কিন্তু যিদিনাহাতত পৰিব সেইদিনা কম।মামা ভাল।আমাৰ দুখ বুজিলে
মুখ্য মন্ত্ৰীয়ে কোৱা ভিডিঅ টো লাগে
যদি সঁচা হয় মামাক দিবলৈ আমাৰ হাতত একো নাই কিন্তু ডগৱআনৰ ওচৰত নিবেদন কৰিম তেওঁ ৰ বাবে
Aponar news tu khosa buli Akha thakil. Thank you . God bless you.
এটা ঠিক যে এজন সাংবাদিকে মিছা নকয় ১০০%ই সছাঁ কব মোৰ বিশ্বাস আছে৷
Jodi xosa hoi bhut vll news 🎉🎉🎉
Good.news.val.lagil
সঁচা হ'লে ভাল হয়
Good
সচাকৈ কৰাটো যদি সঁচা বহুত ভাল লাগিব কাৰণ আমি 500 টকাৰ মাননিৰ পৰাই কাম কৰি আছোঁ
Good luck
অহ! বৰ ভাল খবৰ। বহুত ধন্যবাদ থাকিল তোমালৈ। আৰু ভাল খবৰ পাম বুলি আশা কৰিলো❤❤
Good news huni Val lagil
Thanks you so much sir.. helper 10000
Good News
সঁচাই কথাটো শুনি বহুত বহুত ভাল লাগিছে ধন্যবাদ
সুন্দৰ বাতৰি
পূজাৰ আগত পালেহে বিশ্বাস কৰিম 🙏
দিলেহে বিশ্বাস কৰিম ভাইটি এতিয়াও নিশ্চিত নহয় আমি।এহাতে কিবা উপহাৰ আনহাতে মুখ্যমন্ত্ৰী ক শত কোটি আশীৰ্বাদ। ধন্যবাদ।
সচা হলে বহুত বহুত সুখী হম
সঁচা হ'লে বহুত সুখী হম।
দেখিলে হে লেখিম।বিশ্বাস হোৱা নাই দাদা।💯 %
যদি সঁচা হয় বহুত বহুত সুখী হম
Good news.
মামা কথাটো সচা হলে ভাল লাগিছে
কথা টো শুনি ভাল লাগিছে।
Good news Thankyou
Always welcome, thank you for sharing
Thak you mama
Thank you
আপোনাৰ বাতৰিতো যদি সচাঁ হয় বহুত সুখি। আপোনাৰ বাতৰি বিশ্বাস কৰো। যি দিনাই হাতত পাম সেই দিনাই মন্ত্রী মহোদয়ক পৰি পৰি আশিবাদ দিম আৰু এটা জনম মন্ত্রী হওক ।
ধন্যবাদ ভাইটি
আশা কৰিছো ভাল খবৰ য়েন পাওঁ
আগন্তুষ দূৰ্গা পূজাৰ ওলগ জনালোঁ চাৰ।
Good newg
সঁচা কৈ ভাল খ বৰ পামনে
মানে হেমন্ত মামাক আৰু বিশ্বাস নহয় ।
right
খবৰ টো ভাল লাগিল । কিন্তু কিমান বৃদ্ধি কৰিব খুব 500
Thank You. Brother With Best wishes.
ভাল খবৰ শুনি ভাল লাগিল । Positive news দিয়াৰ বাবে আপোনাক ধন্যবাদ।
News tu val lagil
Good. Neus. ,
Pale xoxake bohut bohut sukhi homm
Good news Val lagil
আপোনাৰ কথা খিনি সঁচা হ'লে ভাল
Xuni val lagil thanks
নোপোৱালৈকে বিশ্বাস কৰিব নোৱাৰিম
khosakoy CM sir apni val
সঁচা কথা ক'লে মিছা আশ্বাস দিলে তাকেহে বুজি ল'ব নোৱাৰিলোঁ
Khune val lagel cm sir kthito jode khasi hi good news
এনেকোৱা বহুত শুনিছো ।কিন্তু পায়হে পোৱা নাই ।
সময়তহে গম পাম মূখ্যমন্ত্রী জনৰ কথা।
সচাঁ হয় যদি বহুত ভাল খবৰ।
মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বঢ়াই ফটো সহ দি ভিডিঅ' দেখিবলৈ পাব লাগে।নে ধন ঘটাৰ উপায়।
Verry good❤❤❤
Good News ❤
সঁচা হ'লে বহুত বেছি সুখী হ'ম
Good News Sir
Nice News
ভাল লাগিল
ভাল খবৰ
Bohot bohot val khobor news to Sai jodi account t humai hosa buli vabim
Thanku brother
Val kotha.
ধন্যবাদ
Good news huni val lagil
Bhal khobor , 🙏🙏🙏🙏🙏
❤❤ Good news
Waiting for the good news.🙏♥️
Sir bohut ,bohut dhoinobad
Akdom khasha katha hole Nothai Aanandit hom.God bless you 🙏🙏🙏
শুনি ভাল লাগিল
News tu vl lagil..dormohatu bahilei hol
Good news jodi f l s e nohoi
Good news Tq
দুগ সুজাতা দিলে বহুত ভাল পালোঁ হৈ শুনী ভাল লাগিল দাদা বহুত ধন্যবাদ
Aponaloi bahot dhinyabad .
Jodi hosa news hoy tenehole bohut bhal kotha
সঁচা হ'লে সুখী হম
Xhosa বুলি ভাবিব নোৱাৰি ভাল হলে ভালেই মামাই আশীৰ্বাদ পাব
পালেহে সুখী হ'ম
Hosai palehe buji pab Himanta mamar kotha
Very. Good video.
Tanks u
Val lagila huni thanks
সচাকৈ কৈছিল নে , নে অজন্তা নেওগৰ দৰে ফালৰি কাটি মন্তব্য নিদিয়েটো ।
সঁচা হলে বহুত সুখী হম
এইবোৰৰ কথা বহুত শুনি লো কাম ত নাহে দাদা
😭😭😭😭😭