অসম সাহিত্য সভাত প্ৰচণ্ড মাৰপিট

Поділитися
Вставка
  • Опубліковано 16 січ 2025

КОМЕНТАРІ • 40

  • @ProbalKhataniar
    @ProbalKhataniar 19 днів тому +7

    সাহিত্য সভাৰ ঐতিহ্য আৰু বিশেষত্ব কেতিয়াবাই লুপ্ত হৈছে অ😮😮

  • @ArupBora-td6wc
    @ArupBora-td6wc 19 днів тому +9

    টকাৰ টোপোলা যতেই থাকিব তাত শনি থাকিবই।

  • @pradipgoswami669
    @pradipgoswami669 18 днів тому +2

    অসম সাহিত্যসভা গেলিলে।

  • @commenti5459
    @commenti5459 19 днів тому +2

    সৰ্বনশীয়া সভা

  • @nabajyotichetia51
    @nabajyotichetia51 19 днів тому +4

    অজিৎ শৰ্মাক টোল গেটৰ মূখ্য কালেক্টৰ হিচাপে চৰকাৰে নিযুক্তি দিব লাগে।চৰকাৰক ভাল কালেক্টচন দিব পাৰিব।তাৰ দম চাওক।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 18 днів тому +2

    আজি কালি মাৰপিট, কাজিয়া কৰিব নোৱাৰিলে অসম সাহিত্য সভাৰ সভাপতি-সমপাদক হব নোৱাৰি বুলি তেও নাজানে নেকি? হয়তো দুই এবছৰ পিচত মুকলি ভাবে ৰেচলিং প্ৰতিযোগিতাত অংশ লৈ জয়ী হ'লেহে সম্পাদক-সভাপতি হোৱাৰ যোগ্যতা অৰ্জন কৰিব । গতিকে ভাবী প্ৰাৰ্থি সকলে খোৱা লোৱাত জোৰ দি শৰীৰ চৰ্চাত লাগি যাওঁক ।

  • @MonuranjanPhukan-c2e
    @MonuranjanPhukan-c2e 19 днів тому +3

    এই শমা বোলাটো দেখিলেই গুন্দাগিৰি যেন হয় ।

  • @intajulzaman4393
    @intajulzaman4393 19 днів тому +2

    Bahut lav hoi kijani

  • @bishnuramrabha4714
    @bishnuramrabha4714 19 днів тому +1

    Axom Sahitya Sobha hol Paikhana Swarup dei...

  • @mbharali2627
    @mbharali2627 18 днів тому +1

    শিক্ষিত সমাজৰ বাবে সাহিত্য সভা। শিক্ষিত মানে শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিলেই শিক্ষিত বুলি গণ্য কৰা শুদ্ধ নহয়। শিক্ষানুষ্ঠান শিক্ষা যিমানেই নকৰক, সাধাৰণ জ্ঞান যদি নাথাকে এনে ধৰণৰ অনুষ্ঠানত অংশ ল'বলৈ সুযোগ দিয়া উচিত নহয়। শিক্ষানুষ্ঠানৰ শিক্ষাৰ লগতে সাধাৰণ জ্ঞান থকা সকলকহে শিক্ষিতৰ মৰ্যদা দিয়া উচিত।

  • @pabinsarma2989
    @pabinsarma2989 18 днів тому

    অসম সাহিত্য সভাৰ গৰিমা নাই শেষ হৈছে,, ৰাজনীতি য়ে শেষ কৰিলে অসম সাহিত্য সভা

  • @girishchtalukdar2574
    @girishchtalukdar2574 19 днів тому +4

    Shame on Assam sahita sobha

  • @9667-j4f
    @9667-j4f 19 днів тому +2

    আজিৰ তাৰিখত অসম সাহিত্য সভা এটা অৰ্থহীন অনুষ্ঠান ৷

  • @JyotiDutta-f4w
    @JyotiDutta-f4w 19 днів тому +2

    শিক্ষিত লোকৰ ইমান অসভালি লাজৰ কথা আপোনাৰ লোকৰ নিজৰ লৰা চোবালিক কি শিক্ষা দিব

  • @brothersglobe5706
    @brothersglobe5706 19 днів тому

    আজিৰ সাহিত্যিকৰ প্ৰকৃত চৰিত্ৰ,,,,

  • @mainudavi9510
    @mainudavi9510 19 днів тому +1

    সাহিত্য সভাত হিনদী লবিৰ ৰাজনীতি নেতা সোমাল।

  • @NandeswarChutia-tk1rm
    @NandeswarChutia-tk1rm 18 днів тому

    সাহিত্য সেৱা কৰিবলৈ সাহিত্য সভাখন অতি প্ৰয়োজনীয় হয় নে নহয় সেইয়াহে নাজানো।

  • @boikunthanathsaikia654
    @boikunthanathsaikia654 18 днів тому +1

    Asom sahitya sobha is a private property.Hihotor kunu asom prem nai.Focus lage.

  • @PBG-555
    @PBG-555 18 днів тому

    মাৰপিত তাত হয়,য'ত টকাৰ প্রসংগ আহে।

  • @azizulhoque3872
    @azizulhoque3872 18 днів тому

    হাহি উঠিছে প্ৰভুসকল

  • @phanidharthakuria588
    @phanidharthakuria588 18 днів тому

    সাহিত্য সভাত এতিয়া রাজনিতি দলৰ নিচিনা হৈছে

  • @Digantahazarika-v5h
    @Digantahazarika-v5h 19 днів тому +1

    অসম সাহিত্য সভা এতিয়া কিছুমান মানুহৰ মানসিকতাৰ বাবে নিঃশেষ হৈ যাৱ নেকি৷পদৰ লোভবোৰ পৰিহাৰ কৰি অনুষ্ঠানটোক জীয়াই ৰাখিবলৈ সকলোৱে হাতে কামে লাগক৷এইয়া সাহিত্য সেৱাৰ পিলেটফম হে..কাৰোবাৰ glamorous বা আভিজাত্য প্ৰসাৰ কৰা পটভুমি নহয়৷

  • @rameshdeka6603
    @rameshdeka6603 18 днів тому

    Taka lutibalaihe sahitya savat jai

  • @studyhour4
    @studyhour4 18 днів тому

    সাহিত্য সভাত সাহিত্যিক আছেনে politician ৰ অংগো পাংগো আছে ? সন্মান বিচাৰি বিচাৰি যাই।

  • @rakeshbiswas1568
    @rakeshbiswas1568 19 днів тому +3

    Bepari

  • @asomiaasom6008
    @asomiaasom6008 19 днів тому +1

    অজিত প্ৰসাদ শৰ্মা মানুহনে জানোৱাৰ ?কি প্ৰাণী অজিত প্ৰসাদ শৰ্মা ? অসম সাহিত্য সভাত প্ৰধান সম্পাদকৰ প্ৰাৰ্থী এটাই এজন কাৰ্যকৰী সভাত প্ৰহাৰ কৰিব পাৰেনে ?অসম সাহিত্য সভাৰ কাম কাজে বুজাইছে সাহিত্য সভাত মানুহ আতৰি অসুৰ সোমাইছে ।

  • @promudborgohain7920
    @promudborgohain7920 18 днів тому

    ইয়াত কৈ লাজৰ কথা কিবা আছেনে??? হায় অসম সাহিত্য সভা।

  • @BabulBorah-j5n
    @BabulBorah-j5n 18 днів тому

    Asomia samajkhonor karone Bor lajor kotha.

  • @pranpratim6487
    @pranpratim6487 19 днів тому

    Sarma mahanta aiburor bahire beleg nai neki axomot

  • @robinsaikia5347
    @robinsaikia5347 18 днів тому

    যি জনে সম্পাদকৰ দাবিদাৰ বাবে বা অন্যান্য বিষয়ৰ দবিদাৰ নিমন্ত্ৰন নী নেপাই যি অভিযোগ কৰিছে তেওঁৰ নিজা বিষয় কিন্তু তেওঁ মুখত অসমীয়া ভাষাতো সঠিক হোৱা নাই নেকি বাৰু

  • @Mimbrangboro4589
    @Mimbrangboro4589 19 днів тому

    Khahityo khobhat khahitor aalochona nohoi jen laagise.

  • @tayejali2216
    @tayejali2216 18 днів тому

    Private company

  • @Bnb717
    @Bnb717 18 днів тому

    😂😂😂

  • @msm747
    @msm747 18 днів тому

    ki j hb akhomr....eman mohan anusthantu ane....laz nai

  • @jupango460
    @jupango460 19 днів тому

    🤣🤣🤣🤣🤣🤣🤣😂😂😂😂😁😁