КОМЕНТАРІ •

  • @BuddiesProduction2017
    @BuddiesProduction2017 3 роки тому +786

    Link: bit.ly/2WnAhFg
    PromoCode: Buddies

  • @sahinbegum4269
    @sahinbegum4269 3 роки тому +1463

    জীৱনত সেইসকলেই বেছি কান্দে যিয়ে দহজনক নহয়,এজনকেই বহুত বেছি ভাল পায়।😥😥❤❤❤

  • @tenxgamingyt5188
    @tenxgamingyt5188 3 роки тому +478

    প্ৰত্যেকটো কাহিনী য়ে হৃদয় চুই যায় ❤️❤️ আগুৱাই যোৱা দাদা ❤️

  • @pujaboro3550
    @pujaboro3550 3 роки тому +212

    ভালপোৱা চাগে এনেকুৱা .... ❤️
    এৰি যোৱা যনকেই মনে বিচাৰে ❤️
    তোমাৰ সকলো videoi মন চুই যাই ❤️

  • @bahrulislam8504
    @bahrulislam8504 3 роки тому +112

    "দেৱতাই ও নুবুজিলে তোমালোকৰ মন" জুবিন দাই এনেই গোৱা নাছিল! এতিয়া কমেণ্ট ট দুখ কৰি লাভ নাই বন্ধু হত, নাৰীৰ মন দেৱতাই ও নুবুজিলে সেইকাৰণে সদাই single থাকিবি। Always be happy with yourself 😊

  • @PankajDas-wx6rg
    @PankajDas-wx6rg 3 роки тому +44

    পাৰ হৈ যোৱা কিছু স্মৃতি যাক কেতিয়াও পাহৰিব পৰা নাযায়। পপীয়া তৰা এটা আছিল সেইয়া অতীতৰ এটা স্মৃতি হৈয়ে ৰোল। দুখ লাগে কেতিয়াবা যেতিয়া ভাল লগাবোৰ জীৱনৰ পৰা আঁতৰি যায়।

  • @rishusshorts4415
    @rishusshorts4415 3 роки тому +220

    এবাৰ হৃদয় ভাঙিলে আকৌ জোৰা লগাব চেষ্টা কৰিলেও আগৰ দৰে কেতিয়াওঁ হব নোৱাৰে.....

    • @rahulkalita7567
      @rahulkalita7567 3 роки тому +1

      ua-cam.com/video/yans2EHOOYM/v-deo.html

    • @sumitrasharma4443
      @sumitrasharma4443 2 роки тому

      Really wasam

    • @kuldeepgogoi9270
      @kuldeepgogoi9270 2 роки тому

      Hosa nki aji he gom palu 😂

    • @lachitdas4796
      @lachitdas4796 2 роки тому

      Hmm😌❤

    • @DukeyBOi___
      @DukeyBOi___ 2 роки тому

      Dada apunar tat tuition lobo parim nki mne mr prem hoi puwa ni aji loi so 😒😒 apuna loke iman jane Guwahati t nathake 🥺

  • @ahomboy7212
    @ahomboy7212 3 роки тому +50

    Rabbani Daaa or Short Filem or Karone Mur Dore Kune kune bhut wait Kori asel like mara . Love u ❤️ Dada
    👇

  • @rishikeshvlogs9223
    @rishikeshvlogs9223 3 роки тому +157

    লৰা মানুহে সঁচা ভাল পালে অতি সোনকালে পাহৰিব নোৱাৰে।সঁচা ভাল পালে এজনে কান্দিবৈ 🤗

  • @jahnobeekohar8224
    @jahnobeekohar8224 3 роки тому +34

    প্ৰেম পবিত্ৰ কিন্তু অপবিত্ৰ কৰে মানুহে 😍😍 প্ৰত্যেকটো সমন্ধ সুন্দৰ হওঁক 🙏🙏🙏
    যিসকলে মোৰ দৰে প্রেমত পৰি আছে , তেওঁলোকক কৈছোঁ সম্পৰ্কটোত বিশ্বাস কৰিব শিকি লওক , অবহেলা নকৰিব কোনেও 😍😍😍😍😍😍🙏
    Love story tu 🔥🔥🔥✌️
    ❤️

  • @rimpigogoi1509
    @rimpigogoi1509 3 роки тому +137

    সুন্দৰ কাহিনী দাদা হৃদয় চুই গৈছে🙏 আৰু আগুৱাই যোৱা 👍❤️

  • @ritamonideka5586
    @ritamonideka5586 3 роки тому +387

    বিশ্বাস কৰা🥺🥺মোৰ এনেকুৱাই হ'ল 😭😭😭💔
    ৰাতি ৰাতি মা পৰা লুকাই লুকাই kandibo লগা হয় 💔😭
    বহুত কষ্ট হয় 💔💔

    • @assamxyt8067
      @assamxyt8067 3 роки тому +4

      😁😁 hoinki dada, tut deka Lora kandily bohut beya de K nakandibha mur jaan 😃

    • @akibhussain7324
      @akibhussain7324 3 роки тому +5

      Me to 🥺 bro

    • @_shining_star_09
      @_shining_star_09 3 роки тому +5

      Ohh yrr so sad dada😂🥺😂

    • @Babu..Lyricxzz
      @Babu..Lyricxzz 3 роки тому +4

      😭😭❤️

    • @Hiranya5vlog
      @Hiranya5vlog 3 роки тому +8

      Xosa kotha koisa de lukai lukai konda bohut dukh lage agr kotha vabile 🙂

  • @AbdulMalik-mz7pl
    @AbdulMalik-mz7pl 3 роки тому +95

    RABBANI DAR KARONE ETA LIKE PLZZZZ👍👍❤️❤️❤️

  • @dutta22
    @dutta22 3 роки тому +238

    *অধীৰ অপেক্ষাত আছিলোঁ ককাই❤️😍curfew বুলি ঘৰৰ ভিতৰ সোমাই boring খাই আছিলোঁ😴আৰু তেনেকুৱাতে তোমাৰ ভিডিঅ' হঠাৎ আহি মন প্ৰাণ শীতল কৰি তুলিলে*

  • @ankurchaudang3775
    @ankurchaudang3775 3 роки тому +159

    কিছুমান মানুহ কপালত নহয়, হৃদয়ত চিৰজীৱন থাকি যায় 💔

  • @rdridip
    @rdridip 3 роки тому +281

    ভাল লাগে, যেতিয়া নিজৰ শব্দবোৰ নতুনকৈ জী উঠে...! সুখী হোৱা সকলো❤️

  • @mr_pol_tamuli8015
    @mr_pol_tamuli8015 3 роки тому +40

    কাহীনিটো বহুতৰ জীবনৰ লগত মিল আছে bro🤣🤣

  • @_shining_star_09
    @_shining_star_09 3 роки тому +69

    বহুত অপেক্ষাৰ পিছত আজি পালোঁ ❤️🌸🥀
    RB daa 😍❤️💦 jui 🔥
    Bhut vl lge 😍❤️🥀
    Luv from NAGAON 😌🥀🤞

    • @pitmalvlogs3015
      @pitmalvlogs3015 3 роки тому +1

      বা Subscribe কৰি দিব।!।

    • @_shining_star_09
      @_shining_star_09 3 роки тому

      @@pitmalvlogs3015 subscribe krisilu 2 tmk agte😊

    • @mkcreativesassam
      @mkcreativesassam 3 роки тому +1

      Muru video sabo dei abar please🙏🙏🙏

  • @drarifulariyan3856
    @drarifulariyan3856 3 роки тому +189

    Bro tumk log pabo Besarisu aru kunubai asa neki like kora😚😍🌍🌼

  • @sayodmumshadali3405
    @sayodmumshadali3405 3 роки тому +271

    মোৰ সৈতে কাহিনীটো মিলিছে অলপ,, পাৰ্থক্য মাথো মোৰ জনীয়ে বেলেগৰ লগত বিয়া হৈ গুছি গ'ল যোৱা তিনিমাহ আগত 🙂

  • @a.d.seditz8556
    @a.d.seditz8556 3 роки тому +27

    এবাৰ বিশ্বাস ভাগি যোৱাৰ পাছত দ্বিতীয় বাৰ কাৰোবাক বিশ্বাস কৰাটো টান হৈ পৰে....

    • @gitanjalidutta
      @gitanjalidutta 3 роки тому

      ua-cam.com/video/zlSsRmRhdzI/v-deo.html

  • @mithuvlogs9837
    @mithuvlogs9837 3 роки тому +134

    একদম মোৰ লগত কাহিনীটো মিলিছে।অলপ দিনৰ আগত এনেকোৱা হৈছে।মনৰ কথা কলা দাদা😭😭😭😭

    • @proshiftersumu7169
      @proshiftersumu7169 3 роки тому +4

      Trazady fali lav nai.. Career bonuwa swali tymot pai jba

    • @MOSTAFAKAMAL_PARA
      @MOSTAFAKAMAL_PARA 3 роки тому +3

      @@proshiftersumu7169 Absultly Right Speaking Brother

    • @hirakdeka3306
      @hirakdeka3306 3 роки тому +1

      Jetiya ai2 xopun boli gom Palo tetiya mor mon2 bohut beya lagi goisil😭😭😭 xsakoi Robbani Da 2mar video bore mon soi jai❤️

    • @riyaborah5186
      @riyaborah5186 3 роки тому

      Muru hoi goisa dada ankoa kio Kora bru suali bura

    • @ashimneelmusical1140
      @ashimneelmusical1140 3 роки тому +1

      Mur lg2 milisa bro

  • @JanRabha307
    @JanRabha307 3 роки тому +58

    তোমাৰ কাহানি মোৰ দৰে কেনেকে হব পাৰে 🙂 প্ৰতিটো চিন মোৰ দৰে 😨 মোকো তাই এৰি যোৱা ৪ মাহ হব আৰু ।। সপোন পাও কেতিয়া ঠিক এনেদৰে 😔 তোমাক বহুত ভাল পাও অ গিতীমা 😭 মোৰ জীৱনত ঘূৰি আহা যেন তাকেই কামনা কৰো 😪🙏

  • @Me-de8ci
    @Me-de8ci 3 роки тому +63

    This 9 min clip has expressed thousands of Incomplete love🙂💔...

  • @kangkanb.b4488
    @kangkanb.b4488 3 роки тому +91

    Love from baksa ❤ Single khokole ata Like kori Dibo________🤩🤩🤩

    • @tsrahul7466
      @tsrahul7466 3 роки тому +1

      Same bro. Your village name

  • @babuyoutube8953
    @babuyoutube8953 3 роки тому +56

    দাদা...❤️ কি বনাই ছা তুমি
    ❤️ ...অন্তৰ চুই জাই...দাদা...
    তোমাক লগ পাম নিশ্চয়... এদিন ❤️

  • @PRN_Riderz02
    @PRN_Riderz02 3 роки тому +43

    Rabbani daa tmr sob video mur bht vl ooo.......💓💓💓💓💓💓Rabbani ata ktha kou you are my crush❤......... And you are my favorite & will last forever 😍😘

  • @farhins_Henna
    @farhins_Henna 3 роки тому +18

    It's really heart touching❤️you are amazing Rabbani da👍❤️

  • @krishnadas-bo8vu
    @krishnadas-bo8vu 3 роки тому +110

    ভাল পালে যে কব লাগিব 😖
    তেনেকুৱাটো কতো লিখা নাই ন 😘
    প্ৰকাশ নকৰাকৈতো ভাল পাব পাৰি😍
    Rabbani Daaa

  • @pritomkonwar5152
    @pritomkonwar5152 3 роки тому +78

    মোৰ লগতটো এনেকুৱা হৈছে । তাই যতে আছে ভালকৈ থাকক তাই মোৰ নহয় কিন্তু বহুত ভাল পাওঁ এতিয়াও

    • @mayuresh2307
      @mayuresh2307 3 роки тому +7

      ভাল লাগিল তুমি যে তাইৰ কথা এতিয়াও একো বেয়া কৰি কোৱা নাই😊তোমাৰ ভালপোৱা সঁচা আছিল।

    • @girinsonowal1629
      @girinsonowal1629 3 роки тому +4

      তোমাৰ ভালপোৱা ক ম‌ই চেলিওত দিছোঁ ।

    • @mentorrajapro5120
      @mentorrajapro5120 3 роки тому +1

      Bad d bht gf Rak kla

    • @suriyaBegum173
      @suriyaBegum173 3 роки тому

      Hey ..moi aitu notun kou channel khulisu (Life Uncut ~ sweety) fr entertainment.Apuni jodi itcha kore abar sabo aru cmmt & subscribe kri dibo jodi val lage aru hohuwabo sesta korim val quality loi agbarim ..apunaloke o aguwai juwat khohai koribo❤

    • @barnalitalukdar4717
      @barnalitalukdar4717 3 роки тому +2

      Xosa val poy ajio jiy ase ❤️❤️dada

  • @hirakjyotibhuyan783
    @hirakjyotibhuyan783 3 роки тому +214

    ৰব্বানি দা আপুনি vidio বোৰ ইমান দেৰিকে দিয়ে।
    আমি সদায় ৰৈ থাকোঁ আপোনাৰ vidio লৈ। পাৰিলে আপুনি অলপ সোনকালে দিবা vidio বোৰ।

  • @nehaarisf
    @nehaarisf 6 місяців тому +1

    Apunr video sai bhut val lage dada aguwai juwa 💗🌍

  • @itsmahinurfacts1481
    @itsmahinurfacts1481 3 роки тому +235

    এনে বহুত ছোৱালী আছে এজনৰ লগত ভাল নালাগে...ভুল কৰি পিছত আগৰ জনলৈ মনত কৰে..মা কছম এনেকুৱা ছোৱালীক কানতলীয়া মাৰিব মন যায়

  • @merrydas8694
    @merrydas8694 3 роки тому +30

    The way i'm in love with this 😩🤚🏻
    Songs, visuals, storyline 💓 damn perfect!!

  • @bigdog1331
    @bigdog1331 3 роки тому +44

    নিজৰ জীৱনত আধাৰিত কাহিনী 🥀🥰✨ কিন্তু ভালপোৱাত এটাই বুজি পালো প্ৰতিশ্ৰুতিয়ে কৰে কেতিয়াবা প্ৰতাৰণা 😴

  • @arafathussain2364
    @arafathussain2364 2 роки тому +1

    Hopun tu jen moi dekhi asilu anka lagi asil 😍 btw ata ata story bukut lagi juwar dore ❤️❤️

  • @moinulhoque5648
    @moinulhoque5648 3 роки тому +67

    আমাৰ গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ এজন অভিনেত্ৰী ❤️💚🔥

  • @sayed_hannan_ullah
    @sayed_hannan_ullah 3 роки тому +37

    At the end, what you have is the beautiful memories that you’ve made that are broken pieces now and the only choice you have now is to being strong and love her secretly as true love never demands of love in return and betrayal on love doesn’t make your love for her disappear! Anyways good work bruh❤️

  • @sankarisangeet3898
    @sankarisangeet3898 3 роки тому +59

    It's beautiful❤️
    the music❤️
    the acting❤️
    the voice❤️
    It's perfect❤️

  • @BonomaliDas-rr3wx
    @BonomaliDas-rr3wx 5 місяців тому +1

    Love from Dibrugarh ❤❤❤❤❤❤❤tumar film Sai bohut Val lage❤❤❤❤❤❤❤❤❤love you all ❤❤❤❤❤❤❤

  • @jupitoradas8403
    @jupitoradas8403 3 роки тому +26

    Ufffff 🥺
    RB daa lotss of love for u 💕😍.
    Amazing choreography 👍

  • @angitagogoi4607
    @angitagogoi4607 3 роки тому +18

    এবাৰ মৰহি যোৱা ফুলপাহ আকৌ সতেজ হৈ উঠিব জানো🌺🥀🥀 । সচাই কাহিনীটোৱে হৃদয় স্পৰ্শ কৰি গ'ল 🥺

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      ua-cam.com/video/CCCN6VFJgiU/v-deo.html

  • @ratneswarroy877
    @ratneswarroy877 3 роки тому +8

    বহুত অপেক্ষাৰ পিছত আজি আৰু আপোনাৰ ভিদিও পালোঁ ৰব্বানি দা । চাই বহুত ভাল লাগিল আজি আৰু যাতে এনেকুৱা ভিদিও পাওঁ তাৰে আশা থাকিল ৰব্বানী দা ।

  • @harshajyotitamuli7815
    @harshajyotitamuli7815 3 роки тому +1

    গভীৰ সম্পৰ্কবোৰো কেতিয়াবা স্মৃতি হিচাপে ৰৈ যায়।।। 💔💔💔
    Nice video👍👍

  • @kumuddihingia4320
    @kumuddihingia4320 3 роки тому +28

    কিছুমান কথা ভাবিবহে পাৰি কিন্তু বাস্তবত তাক পোৱাটো সহজ নহয়। 😥😥

  • @banashreeboro4588
    @banashreeboro4588 3 роки тому +41

    Finally after long time... Lots of love❤️ to the whole team..

  • @krishnalikonwar8389
    @krishnalikonwar8389 3 роки тому +8

    Yeahhh.... It's really heartouching one!! Love can never end for someone!!! Love is unlimited.... Rabbani brother ..... Go ahed.... I love all your videos... It's just amazed 😍🥰... Stay safe and take care brother 😍..... U always shine and your videos are just 🤩💖

  • @shafajhamidtalukder4035
    @shafajhamidtalukder4035 3 роки тому +28

    এজনক ভাল পাই আন জনৰ লগত লিলিমাই কৰা লৰা বা ছোৱালীক কুঁহিয়াৰৰ মেচিনেত সোমাই ওলাই দিলে ভাল লগিল হেঁতেন ।

  • @ankitaxaikia740
    @ankitaxaikia740 3 роки тому +14

    ভাল লাগে যেতিয়া লৈ সপোনবোৰ দেখি থকা যায় আকৌ সাৰপালে এয়াই বাস্তৱ 😌😌

    • @Vardasvlog
      @Vardasvlog 3 роки тому

      ua-cam.com/video/CCCN6VFJgiU/v-deo.html

  • @mohimvlogs9605
    @mohimvlogs9605 3 роки тому +6

    নৱ প্ৰজন্মক ভাল উপহাৰ দি থকা তুমি বহুত বেছি ভাল লাগে তোমাৰ love story বোৰ সকলোবোৰে মন মতলীয়া কৰি তুলিছা Rabbani

  • @lakimaniahmed2201
    @lakimaniahmed2201 3 роки тому +20

    Bohut dhunia ❤️heart touching story 😢❤️

  • @trishnasarma1073
    @trishnasarma1073 3 роки тому +6

    হৃদয় চুই যায় দাদা তোমাৰ প্ৰতিটো কাহিনীয়ে। ❤️ভাষাৰে বুজাব নোৱাৰি আৰু।
    জীৱন এখন মায়াবী পৃথিৱী আৰু সপোন এটি অসম্ভৱ বাস্তৱতা । জীৱনৰ প্ৰতিটো আঘাতেই একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই তোমাক সফলতা দিব। প্ৰেমৰ পিছত লাগি থকা সকলে এদিন ভাঙি যায়। কোনোবাই যদি তোমাক অকলশৰে এৰি থৈ আঁতৰি গৈছে ভাঙি নপৰিবা, কাৰণ তোমাৰ জীৱনৰ আটাইতকৈ ভাল সিন্ধান্ত তোমাৰ বাহিৰে আন কোনোও ল'ব নোৱাৰে।।
    সফলতাৰ পথত সদায় আগুৱাই যোৱা তুমি দাদা ।।🔥❤️🙏
    বহুত মৰম তোমালৈ🔥❤️

  • @prabaldas3486
    @prabaldas3486 3 роки тому +12

    Facing the same situation now......
    Kasturi and Rabbani both r 🔥🔥🔥

  • @zgjiteditz470
    @zgjiteditz470 3 роки тому +22

    ভাঙি জোৱা সপোন জানো বাৰু দেখিব পাৰি ।।
    তেনেকুৱা কৈ হেৰাই যোৱা ভাল পোৱা জানো ঘূৰি আহে মাথো ভাল পোৱাৰ এটা নিশব্দ সপোন হৈ ৰৈ ।। ❤️☺️
    Love You Rabbani Da Bht vl lgile sai ❤️❤️🥰

  • @kopil7071
    @kopil7071 3 роки тому +20

    Finally after a long time 🥰❤️

  • @isha1822
    @isha1822 3 роки тому +17

    এদিন যদি তেওঁলৈ মনত নপৰাকৈ থাকি পাইছোঁ।সদায় ঘৰৰ মানুহৰ পৰা লুকাই চকু পানী টুকি দিন পাৰ কৰি আছো🙂 তেওঁ উভতি নাহে বুলি জানিও ঘূৰি অহাৰ অপেক্ষাত আছোঁ।🥺🥀✨🖤

  • @bidyutkalita5807
    @bidyutkalita5807 3 роки тому +202

    Eyat kunoba single aase 😅mane moi single jodi aase ata like kori dibo

    • @Vardasvlog
      @Vardasvlog 3 роки тому +2

      ua-cam.com/video/CCCN6VFJgiU/v-deo.html

    • @rowdysaikia713
      @rowdysaikia713 3 роки тому

      Single mein 😌nlge muk gf

    • @suriyaBegum173
      @suriyaBegum173 3 роки тому

      Hey ..moi aitu notun kou channel khulisu (Life Uncut ~ sweety) fr entertainment.Apuni jodi itcha kore abar sabo aru cmmt & subscribe kri dibo jodi val lage aru hohuwabo sesta korim val quality loi agbarim ..apunaloke o aguwai juwat khohai koribo❤

    • @pankajrabha7500
      @pankajrabha7500 3 роки тому +1

      Single best

    • @moushmitaborah8823
      @moushmitaborah8823 3 роки тому

      Asu

  • @dcruz1031
    @dcruz1031 3 роки тому +14

    U look better with that long hair and macho beard😎 rather than short..
    Keep shinning Rabbani bro🤟🏻✨

  • @gitanjalideka5708
    @gitanjalideka5708 3 роки тому +13

    Its really heartouching 😭. You are amezing RB daa❤️

    • @assamxyt8067
      @assamxyt8067 3 роки тому

      Apunar logotu anykuwa hoise nki mam 😍

    • @rahulkalita7567
      @rahulkalita7567 3 роки тому

      ua-cam.com/video/yans2EHOOYM/v-deo.html

  • @rukshanahoque281
    @rukshanahoque281 3 роки тому +16

    Same here.... Its been 2 years around nd i didnt able to forget him nd when i see this video i totally felt down😭

  • @tinamonisonowal6368
    @tinamonisonowal6368 3 роки тому +16

    আজিও প্ৰিয়জনৰ অপেক্ষাত এটি ফোন coLL বাবে 😥💔 #lakhya পোৱালি ❤️

  • @kasturidutta2874
    @kasturidutta2874 3 роки тому +4

    ইমান ভাল লাগিল😍😍।ৰিদিপ দা কি সুন্দৰ কাহিনী অ'😍

  • @salmabegum3119
    @salmabegum3119 Рік тому +1

    Fast comment 🙂 bohut val lagise

  • @kailashnath5090
    @kailashnath5090 3 роки тому +7

    Sometimes it's happen in life , It is the beauty of life, best wishes to all ,keep spreading love❤️❤️

  • @rupamsaikia4591
    @rupamsaikia4591 3 роки тому +41

    same as like my life 😓 now i feel soo depressed . মোৰ লগতে কিয় এনেকুৱা হয় নাজানোঁ. কিন্ত্ত মই তাইক আজিও সিমানেই ভাল পাও যিমান আগতে পাইছিলো 😭

    • @rdridip
      @rdridip 3 роки тому +11

      Brother, কাহিনীবোৰ কেতিয়াবা হঠাৎ ৰৈ যায়...! এনেকুৱা নহয় যে সদায় তোমাৰ ভাল লগা কাহিনীটোৱে তোমাৰ জীৱনৰ কাহিনী হব। জীৱনত বহুত কাহিনী আহিব, কোনোবাটোৱে তোমাক শিকাব, কোনোবাটোৱে তোমাক সাজিব।
      যিটো হৈ গল, গল আৰু। মাথো এইটো মনত ৰাখিবা, যে যদি কোনো জীৱনৰ কোনো এটা বাক্য নভবাকৈয়ে এৰিব লগা হৈছে... তেতিয়াহলে সময়ে তোমাৰ বাবে তাতকৈ বিশেষ কাহিনী এটা লিখি থৈছে।
      Keep smiling❤️

    • @ridipvlogsyt8550
      @ridipvlogsyt8550 3 роки тому

      ❤❤❤❤❤❤

    • @rupamsaikia4591
      @rupamsaikia4591 3 роки тому

      @@rdridip brother tumi kor hoi

    • @rdridip
      @rdridip 3 роки тому

      @@rupamsaikia4591 sarupeta. I am available on Facebook as Ridip Deka . You can message me there... 😊

    • @rupamsaikia4591
      @rupamsaikia4591 3 роки тому

      @@rdridip can you share your number with me .DM me on Instagram

  • @darshanagoswami5006
    @darshanagoswami5006 3 роки тому +5

    Superb superb...congrats to the whole team❤@Kasturi Shivam you did great❤❤Loved it.

  • @taslimakhatun8448
    @taslimakhatun8448 3 роки тому

    Wow ai2 short film t kin2 apunalukok bohut val lagise.real jen lagise suwali jonir konda apunar duk.So sweet

  • @vishnu4633
    @vishnu4633 3 роки тому +17

    Besi e suti hol , story tu long hole ru vl lagile hoi , by the way , bohut val lagil, bohut bohut besi val lagil ❤️❤️

  • @nargish1236
    @nargish1236 3 роки тому +8

    Finally after long time.... Lots of love ❤️ to the whole tham...

  • @besports4896
    @besports4896 3 роки тому +6

    Dada apuni amar sobore hero..bohut wait korale this time❤️
    Hairstyle tu bohut bhal lagise ❤️😘

  • @dhonmonithakuriya9166
    @dhonmonithakuriya9166 2 роки тому +1

    Bhut val lagil agloi aguwai jwa dada ba so ❤❤❤❤❤❤❤❤❤❤mja 😭😭😭😭😭😭😭😭😭😭😭😭

  • @jislam2693
    @jislam2693 3 роки тому +4

    Oh man....u r just osm....
    Tumak log puar bohuuut axa ase....
    Tumr story bure mur ontor sui jai....ankua lge jen saieei thaku hodai...u r just amazing..... keep it up....
    Ami hodai tumr lgt asu ....Anekoi aru bohuuut aguai jua....
    We love u yrr...❣️

  • @shamimakhtar7393
    @shamimakhtar7393 3 роки тому +15

    Seriously this is touch my heart ♥

  • @nabanitapatowary3679
    @nabanitapatowary3679 3 роки тому +7

    সুন্দৰ কাহিনী দাদা..মন চুই গল...❤️❤️❤️

  • @assamashim842
    @assamashim842 3 роки тому +257

    মই ছোৱালীক সন্মান কৰোঁ কিন্তু বিশ্বাস নকৰোঁ🙏🙏🙏🙏🙏

  • @akashvlogs3340
    @akashvlogs3340 3 роки тому +10

    Rubbani dak val Puwa sakale eta like

  • @priyudas9428
    @priyudas9428 3 роки тому +3

    Ultimate love story ❤..
    হয়তো সকলো প্ৰেম কাহিনী বিবাহৰ ৰূপ নাপায়... কিছুমান প্ৰেম কাহিনী স্মৃতি হৈ ৰৈ যায় ।। 😌🥺।।

  • @nibeditasaikia5893
    @nibeditasaikia5893 3 роки тому +5

    Finally❤😘 lot's of love RB daa😘❤from Golaghat❤

  • @rahulbaishya5499
    @rahulbaishya5499 3 роки тому

    বহুত ভাল লাগিল love story tu চাই। সঁচা ভালপোৱা এয়াই

  • @theas21rider89
    @theas21rider89 3 роки тому +15

    Muru same hoisile🙂 but I am happy now with my new one ❤️

  • @rabinaahmed9650
    @rabinaahmed9650 3 роки тому +20

    Heart touching story 🔥🔥

  • @priyan9086
    @priyan9086 3 роки тому +4

    হৃদয় চুই যোৱা কাহিনী। Lots of love Rabbani da❤

  • @gungun8957
    @gungun8957 3 роки тому +1

    Alop long koriba film bur dada..bohut val lage tumar video bur sai🤗❤️

  • @bornaliborah1237
    @bornaliborah1237 3 роки тому +9

    Finally💃 🥳
    Lv from teok😘🥰😍

  • @shyamal3302
    @shyamal3302 3 роки тому +4

    Finally ❤️❤️❤️new video...
    Love from Dibrugarh

  • @catherinegurung6064
    @catherinegurung6064 3 роки тому +24

    I really appreciate ur concept of short love story ♥️🌈✨ keep growing 🙌

  • @abasumatary305
    @abasumatary305 3 роки тому

    Hridoyor pora vaal puwa jonok ketiyao pahoribo nowari vedio tu sai bohut bohut vaal lagise❤❤

  • @Rupjyoti-Adhikary
    @Rupjyoti-Adhikary 3 роки тому +10

    Mizzu bro rocking in the background 💕

  • @DipankarBarmanmusic
    @DipankarBarmanmusic 3 роки тому +11

    Good Stories with Heart Warming Songs . Well-done Buddies 👍🏻

  • @BarashaBJ
    @BarashaBJ 3 роки тому +7

    Best wishes to kasturi & team.
    Really heart touching one💗.

  • @pori..333official2
    @pori..333official2 3 роки тому

    Tumalokr proti2 love story best hokolubur mili jai bohut vl lagee hdaiii anekoi aguwai juwaa

  • @JoThi-r4l
    @JoThi-r4l 3 роки тому +5

    Prem Bhut bar Hoi Se Vl taik hea Paisilo💕 #bht vl Lgil ♥
    🥺

  • @asthasaikia5552
    @asthasaikia5552 3 роки тому +11

    After waiting so long finally worth it❤ mojahhh lagil❤❤ keep growing💫💖

  • @jurinath3582
    @jurinath3582 3 роки тому +19

    Finely ❤️ 🤗
    Lot's of love
    From GOALPARA ❤️
    Keep it up❤️
    Stay safe stay happy n healthy
    bless you ❤️🤗

  • @nilanjanadas1537
    @nilanjanadas1537 3 роки тому +1

    Tumi bohut val acting kora really, u r good actor who touched everyone's heart Rabbani soyam, ur pairing looks best with queen

  • @parbinrasul8635
    @parbinrasul8635 3 роки тому +5

    From morning i'm only waiting for your video Rb..n finally..i always share your video's and pray for you to be more successful in life..lv u 😘

  • @abhijitkishore5204
    @abhijitkishore5204 3 роки тому +15

    মুৰ জীৱনত এনেকুৱা ঘটনাই চলি আছে😭😭😭

  • @lakshyagogoi1
    @lakshyagogoi1 3 роки тому +5

    সচা ভাল পাওঁ আৰু গোটেই জীৱন পাই থাকিম..❣️❣️❣️

  • @poriraniburagohain1073
    @poriraniburagohain1073 3 роки тому +2

    সচাঁকৈয়ে হৃদয় চুই গ'ল কাহিনীটোৱে🥺😌।যিয়ে ভালপোৱা ক্ষেত্রত এনেকুৱা পৰিস্থিতি সন্মুখীন হৈছে তেওঁলোকেহে বুজি পাই কিমান কস্ট হয়🥺

  • @princebishaldas3347
    @princebishaldas3347 3 роки тому +7

    Goosebumps bro❤️.love from your hometown ❤️