Cutting of papaya . মতা অমিতা গছত কেনেকৈ অমিতা লগাব পাৰি I

Поділитися
Вставка
  • Опубліковано 11 сер 2022
  • Thanks for watching the vidio ...🙏
    মোৰ vidioটোত আপোনালোকক মতা অমিতা গছত কেনেকৈ অমিতা লগাব পাৰি তাক দেখাবলৈ চেষ্টা কৰিছো I (good cutting of papaya )
    উপযুক্ত সাৰ পানী পোৱাৰ পিছতো এজোপা অমিতা গছত অকল ফুল ফুলিলে আমি তাক এনেকৈ Cutting কৰি অমিতা লগাব পাৰো বুলি মোৰ বিশ্বাস I
    এই Cuttingটো ঠাণ্ডা Season কৰিব নালাগে I কিয়নো ঠাণ্ডাত গছ বিলাক কমকৈ বাঢ়ে I
    মোৰ Channel টো Subscribe কৰি মোক অলপ আগবঢ়ায় দিয়াৰ লগতে মোৰ কিবা ভূল হলে আঙুলিয়াই দিবলৈ আপোনাক হাতযোৰ কৰিছো I ধন্যবাদ....
    #অমিতা খেতি
    #Papita kheti
    #পেপে গাছত ফল
    #Papaya
    #Indian framer
    #CURIO
    #Desh ki Jaan Hamare kisan
    #Farming Leader
    #Kheti kisan
    #Indian Farm Rover
    #Ravizone Farming
    #agriculcuter Technology
    #EXPLORE YRS
    #অসমৰ খেতি
    #MR.RBG

КОМЕНТАРІ • 9

  • @putulburagohain23
    @putulburagohain23 Рік тому

    Val lagil

  • @newdreams4507
    @newdreams4507 Рік тому +2

    Nice

    • @Mr.RBG83
      @Mr.RBG83  Рік тому

      Thank you

    • @Mr.RBG83
      @Mr.RBG83  Рік тому

      আপোনাৰ Channel টো Dideo কেইটা চালো I চাই ভাল লাগিল কাৰণে Subscribe কৰি ৰাখিছো I আৰু আগুৱায় যাবলৈ আপোনাক মোৰ ফালৰ পৰা সুভকামনা জনালো I ধন্যবাদ

  • @Mr.RBG83
    @Mr.RBG83  Рік тому

    মোৰ Video টো চায় যি সকলে Cutting কৰিছে অমিতা তেওঁলোকলৈ অনোৰুধ...Cutting কৰা ঠায়খিনিৰ পৰা ২-৩ ইঞ্চি মান গেলি যোৱা নিচিনা হৈ যায় I তাক লৈ ভয় নাখাব বা আকৈ গেলি যোৱা ঠায়খিনিত কাতি নিদিব I নিজে-নিজে ঠিক হৈ যাব I
    ধন্যবাদ

  • @Mr.RBG83
    @Mr.RBG83  Рік тому

    Thank you

  • @Mr.RBG83
    @Mr.RBG83  Рік тому

    মোৰ Videoটো চাই যি সকলে Cutting কৰিছে তেওঁলোকলৈ অনোৰুধ কৰিছো.... Cutting কৰা ১০-১৫ দিন

  • @mousumigogoi8643
    @mousumigogoi8643 Рік тому +1

    Mur 2 jupa asi. Korisam baru

    • @Mr.RBG83
      @Mr.RBG83  Рік тому

      প্ৰথমে আপোনালৈ স্বাগতম জনালো I আহিন মাহৰ ভিতৰত কৰে যদি কৰি দিয়ক Cutting তেনেকৈ I কাতি মাহৰ পিছত নকৰিব I কিয়নো কাতি মাহৰ পৰা ঠান্দা আৰম্ভ হব I ঠান্দাত গছ বিলাক বাঢ়িব নোখোজে I মাঘ মাহৰ শেষৰ ফাললৈ Cutting তো কৰি দিব I
      ধন্যবাদ