এদিন মহাত্মা, এদিন ছোনীয়া, আজি ৰাহুল। ৰাহুল গান্ধীক কৰা জাতি অপমানে ভষ্ম কৰিব বিজেপিৰ চক্ৰব্যুহ?

Поділитися
Вставка
  • Опубліковано 19 жов 2024
  • এদিন মহাত্মা, এদিন ছোনীয়া, আজি ৰাহুল। ৰাহুল গান্ধীক কৰা জাতি অপমানে ভষ্ম কৰিব বিজেপিৰ চক্ৰব্যুহ?
    The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
    #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

КОМЕНТАРІ • 77

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 2 місяці тому +35

    মানুহ জাতিৰ কলঙ্ক এই ঠাকুৰ মোদী আৰু ইয়াৰ সাঙ্গ পাগ্ঙ ক মানুহেই শিক্ষা দিব।

  • @nirmalhazarika
    @nirmalhazarika 2 місяці тому +3

    কোৱাজন যেনেকৈ হাৰামি পিছফালে হাঁহি থকাকেইজনো কম নহয় ! এইয়াই ভাৰতীয় গণতন্ত্ৰ !

  • @bhabendoley6151
    @bhabendoley6151 2 місяці тому +2

    ৰাজীৱ গান্ধী দেশী,সন্তান ৰাহুল গান্ধী,বিদেশী,ই কি যুক্তি? অনুৰাক ঠাকুৰ, ইওটো নাপিত জাতি ,তেওঁলোকৰ মতে নিজ জাত।

  • @digantagogoi1868
    @digantagogoi1868 2 місяці тому +5

    অনুৰাগ ঠাকুৰৰ আৰু বিজেপিৰ দৰে মানুহবোৰৰ বাবেই এসময়ত ভাৰতত ফুলন দেৱীৰ জন্ম হৈছিল।

  • @DilipChaudhury-qi9ge
    @DilipChaudhury-qi9ge 2 місяці тому +7

    BJP দলৰ নেতা হোৱাৰ কাৰণে লিখা পঢ়াৰ দৰকাৰ নাই , গান্ধী পৰিয়ালক গালি পাৰিব লাগিব , মুছলমান জাতিক গালি পাৰিব লাগিব এই দুটা qualification থাকিলে তেওঁ BJP দলৰ ডাঙৰ নেতা হব পাৰিব লগতে মিছা কথা কব পাৰিলে তেন্তে আৰু ডাঙৰ নেতা হব পাৰিব

  • @minahazarika7578
    @minahazarika7578 2 місяці тому +14

    মুডী কিজাতি মাক মৰোতে চুলি নাইখুৰোৱা

  • @rakashdas9087
    @rakashdas9087 2 місяці тому +12

    হা হা হা আজিৰ দিনতো জাতি ধৰ্ম ভাষক লৈ ৰাজনিতি কৰে লাজ লাগে আজি চীন দেশে আধুনিক প্ৰযুক্তিতিৰে আমেৰিকাৰ দৰে দেশকো চেৰ পেলাইছে আৰু আমি জাত পাত ধৰ্মক লৈ ৰাজনিতি কৰি আছো আজি দেশৰ 40কৌতি মানুহে এখাজ খাই এখাজ লঘনে থাকে দেশৰ জনতাই কৰ কাটলৰ বোজা আৰু কিমান সহিব ৰাইজে পৰিবৰ্তন বিছাৰিছে

  • @TulikaboraKkp
    @TulikaboraKkp 2 місяці тому +27

    সোণ পুৰিলে উজ্জ্বলহে হয় ?আনৰ জাত কুল বিচাৰি থকা নৰেন্দ্ৰ মোডী কোন জাতৰ মানুহ যি জনে মাতৃ বিয়োগতো দাড়ি চুলি সনাকাটিলে ??

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 2 місяці тому +2

    We are always with ৰাহুল গান্ধী।

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 місяці тому +5

    সংসদত দেশৰ উন্নতিৰ হকে ভাষণ দিয়ে নে কোন কি জাতি বিচাৰি খোৱা কামোৰা লাগে ? এইবোৰ দেশৰ নেতা নে দেশদ্ৰোহী ?কেনেকৈ ৰাজপাট খাম তাৰেই ধান্দা ।সংসদৰ বাতৰিবোৰ চালে এনে লাগে যেন সা-সতিনীৰ মাজত হে কাঁজিয়া লাগিছে ।আমি দেশৰ সাধাৰণ নাগৰিক হ'ব পাৰো তথাপি এই নেতা সকলৰ দৰে নিলাজ নহয় ।আমি বহুমূলীয়া ভোটটো দি দেশৰ কি উন্নতি কৰিছো ?ৰাজনিতীৰ ক্ষমতাৰ লালসাত খোৱা -কামোৰা কৰি থাকোটেই দেখুন সময়বোৰ যায় ।জণসাধাৰণৰ কথা ভাবি ব কেতিয়া ? জাত-পাত/হিন্দু-মুছলনমান এইবোৰ কৰিবলৈ আমি ভোট দিয়া নাই । দেশৰ উন্নতি কৰক জণসাধাৰণৰ কথা ভাৱক ।নহলে গাদীবোৰ এৰক ।

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 місяці тому +12

    ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ বিৰোধী জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া হৈছে ভাৰতৰ গৌৰৱ

  • @rajuassamvlog514
    @rajuassamvlog514 2 місяці тому

    গান্ধী পৰিয়ালক সদায় দোষাৰোপ কৰি থকা সকলে ভাৰতবৰ্ষক বৃটিছৰ শাসন পৰা মুক্ত কৰি স্বাধীনতা আকোঁৱালি লোৱাটো ভাল পোৱা নাছিল। এইসকলৰ মতে ভাৰতবৰ্ষ আজিও বৃটিছৰ গোলাম হৈ থকাটো বিছাৰিছিল।সেই বাবেই এওঁলোকে বৃটিছৰ পৰা দেশ স্বাধীন কৰা সকলক টাগেট কৰি থাকে।

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 2 місяці тому +2

    নৈতিকতা হিন সেই পাসন্দ সকল জন নেতাৰ অয্যোজ্ঞ ব্যক্তি বুলি ভাবো এনেকুৱা ব্যক্টি বিলাক দেশৰ আবৰ্জনা বুলি ভাবো

  • @GoneshPatowary
    @GoneshPatowary 2 місяці тому +3

    বিজেপিৰ অতি ফাটি আছে

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 2 місяці тому +4

    ৰাহুল এতিয়া দেশৰে ভৰষা। অনুৰাগ ঠাকুৰৰ লগত ৰাহুলৰ তুলনা নহয়।

  • @minahazarika7578
    @minahazarika7578 2 місяці тому +7

    মুডী জাতিমাকমৰোতে চুলি দাৰি নাকিতিলে

  • @junbora6693
    @junbora6693 2 місяці тому

    Good news.

  • @munakalita60
    @munakalita60 2 місяці тому +1

    এই পৰিয়ালটোৱাই ভাৰত বৰ্ষ নস্ত কৰি পেলালে&&&

  • @nidhiwx_vlogs
    @nidhiwx_vlogs 2 місяці тому

    Rahul,dada,ap,manb,jatihe,Rahul,dada,zindabad

  • @munakalita60
    @munakalita60 2 місяці тому +1

    ঠিকেই কৈছে৷ জাতি কি নাজানে

  • @Tkindiavlogs
    @Tkindiavlogs 2 місяці тому +23

    Rahul Gandhi zindabad

  • @GoneshPatowary
    @GoneshPatowary 2 місяці тому +4

    ফকতিয়া চাউলৰ বাবে ভোত দে

  • @NishantaNayan
    @NishantaNayan 2 місяці тому +5

    Rahul gandhi r jati ki haito matter nhi ❤ . Rahul gandhi ALL INDIA r king hoi.. 🎉 atiya moi hudhiso anurag bula tur jati ki. He DEKHOR r babe ki korise nu tar nam a huna nai

  • @KamrulBrb
    @KamrulBrb 2 місяці тому +13

    I support Rahul Gandhi zindabad

  • @MoromiGayan-l6k
    @MoromiGayan-l6k 2 місяці тому +2

    Rahul Gandhi Zindabad ❤️❤️❤️❤️

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 2 місяці тому +13

    Rahulji jndabad

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 2 місяці тому

    Anurag thakur is intellectual politician

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому

    Modi go back👍

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 2 місяці тому +2

    Rahul Gandhi jindabad ❤❤❤😊

  • @ChatroGogoi
    @ChatroGogoi 2 місяці тому +4

    ধন্যবাদ

  • @bodonborah2710
    @bodonborah2710 2 місяці тому +4

    Rahul is a hindhu

    • @Gautom-l4y
      @Gautom-l4y 2 місяці тому

      No....Rahul is a muslim...
      Real name Rahul khan

    • @TCF573
      @TCF573 2 місяці тому

      Oi Rahul mooslimei houk hinduwei houk Bhartiya houk . Jati jonogonona r kotha koute BJP r pokor fatile kelei ??? 😅😅😅😅

  • @rimirabha7181
    @rimirabha7181 2 місяці тому

    ৰাহুলক জেগাত দিচে

  • @dilipborah8700
    @dilipborah8700 2 місяці тому +8

    ৰাহুল গান্ধী জিন্দাবাদ

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 2 місяці тому +2

    राहुल गाँधी जिंदाबाद🎉🎉🎉🎉

  • @DulalSaikia-v4y
    @DulalSaikia-v4y 2 місяці тому +7

    ভ্ৰষ্ট সাঙসদৰ নষ্ট পলাপ ।

  • @joyprakashgohain7032
    @joyprakashgohain7032 2 місяці тому

    এইয়া ভন্ড বিজেপি ৰ নষ্ট চৰিত্ৰ !

  • @gh12138.
    @gh12138. 2 місяці тому +2

    Anurag k istifa lobo lage🙏

  • @NishantaNayan
    @NishantaNayan 2 місяці тому +4

    Anurag thakur r jati ki😅

  • @nawanitapator3572
    @nawanitapator3572 2 місяці тому +3

    প্রধান মনত্রী দাবীদাৰ গৰাকী বিষয়ে সকলোৱে জনা দৰকাৰ. গতিকে তেওঁ নিজৰ পৰিচয় দিয়াত আপত্তি কিহৰ???

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 2 місяці тому +3

    Gaurav gogoi jindabad ❤❤❤

  • @gakuldeka4608
    @gakuldeka4608 2 місяці тому

    Resarvation system is black page of indian constitution.....

  • @jyotishmoikakoty8452
    @jyotishmoikakoty8452 2 місяці тому +2

    Which community he belongs.

  • @kabitabhuyan545
    @kabitabhuyan545 2 місяці тому +1

    Racism in India

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому

    Aini bisar lage

  • @Kamaljj7xz
    @Kamaljj7xz 2 місяці тому +3

    জাতিগত গনণাৰ কথাটো কংগ্ৰেছৰ ফালৰ পৰাই উত্থাপন হৈছে আৰু ৰাহুল গান্ধীয়েই জাতিগত গনণাৰ কথা কৈ আহিছে তেনেস্থলত ৰাহুল গান্ধীৰ জাতি কি প্ৰশ্ন উত্থাপন হোৱাটো একো ভুল হোৱা নাই... ৰাহুল গান্ধীয়ে কৈ দিলেই হ’ল যে , মোৰ জাতি ভাৰতীয়... আধা হিন্দু, আধা মুছলিম আৰু আধা খীষ্টিয়ান... ৷

  • @TCF573
    @TCF573 2 місяці тому

    Fulon devi k ai thakur jatei dhorkhon. Korisil..

  • @TCF573
    @TCF573 2 місяці тому

    Jatijonogonona korile bjp r mookha khon ulai poribo 😅😅

  • @mahimuddinlaskar4939
    @mahimuddinlaskar4939 2 місяці тому +1

    Progressive minded chai
    For the development of India.

  • @hDas-qc1mj
    @hDas-qc1mj 2 місяці тому

    Congress miya parthi

  • @sarmahs2859
    @sarmahs2859 2 місяці тому +1

    It is an unfortunate situation in the sacred parliament l had ever seen

  • @TCF573
    @TCF573 2 місяці тому

    Modi je ohikhyot tar kamotei ulai pore si si ... 😅😅😅Modi toi nomoro kiya..????

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому

    Rahul Gandhi zindabad
    Modi Sarkar kam nai 2026-000000000000000000⁰😂000000000😂😢😅

  • @TCF573
    @TCF573 2 місяці тому +1

    Onorag thakur tur bongkhadhor burei sage fulon devik dhorkhon korisil no ?????

  • @TCF573
    @TCF573 2 місяці тому +1

    Anurag tuk je mar bapere hadhron histasarkonu hihikale 😃😃😃

  • @ShajironNessa-b7f
    @ShajironNessa-b7f 2 місяці тому

    Manhanie kas korok

  • @dijuhazrika3882
    @dijuhazrika3882 2 місяці тому +1

    maksudur e kar jator kotha koise,tur ki jati

  • @binod.sri.vastav7631
    @binod.sri.vastav7631 2 місяці тому

    😅😅😅😅😅😅

  • @dijuhazrika3882
    @dijuhazrika3882 2 місяці тому +1

    kopalot fut lolei toi maksudur hindu nohoi

  • @UpenDeka-t9r
    @UpenDeka-t9r 2 місяці тому

    ✋✋✋✋✋✋👍👍👍👍🙏🙏🙏🙏❤️

  • @santaramdeka3015
    @santaramdeka3015 2 місяці тому

    Anurag thakur ne kukur?

  • @gyandipdas5089
    @gyandipdas5089 2 місяці тому

    MP hoke jat pat par larte ho saram nahi ata ap logo ko ha.
    North east ko avi v bohot bhartiya desh ka hissa tak nahi mante hai
    Yaha ake dekho sare mil jhul k rehte hai savi jat k savi cast k
    ek MP hoke jat k liye parliament par larte ho saran ana chahiye ap logo ko
    parhe likhe hoke v anparh garav ho doubt hota hai app loge k Degree par

  • @jigyashu9266
    @jigyashu9266 2 місяці тому +1

    Kela news dbo ahso manipulate kri

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 2 місяці тому

    Right katha koise Anurag thakore

  • @BashistaHajang
    @BashistaHajang 2 місяці тому +1

    Jis deski Pradhan mantri agyani us deski montri keise ghyyani ho sakte hai.