নিৰ্দলীয়ই অংক জটিল কৰিব নেকি মিত্ৰজোঁটৰ? "সিদ্ধান্ত" (দ্বিতীয় খণ্ড)

Поділитися
Вставка
  • Опубліковано 22 жов 2024

КОМЕНТАРІ • 4

  • @NirmolRay1996
    @NirmolRay1996 Годину тому

    কংগ্ৰেছে মূৰ্খৰ দৰে কথা কৈ আছে।আগতে আমি কংগ্ৰেছৰ দিনত অসমৰ চাকৰি ওলাই নে নোলায় গমেই নাপাও।কেৱল শুনিছিলো টকা দিলে চাকৰি পায়।কিন্ত কত বা দিব লাগে।আমি বিচাৰ কৰিছিলো।বহুতেই যাকে তাকে টকা দি এনেই মাৰআ গৈছে।কিন্ত এতিয়া আমাৰ গাওতে প্ৰায় 18 জন মান লৰা ছোৱালীয়ে এপ্লাই কৰি আছে।গতিকে কংগ্ৰেছ নাইবা অখিলে কি ভাৱে সেই দিনত নিৱনুৱা নাছিল নেকি???মূৰ্খৰো এটা সীমা থাকে।।।গতিকে এনেকুৱা ফাল্টু কথা ৰাইজে বুজি পায়।ভৱিষ্যতেও কংগ্ৰেছ আৰু 10 বছৰ আহিব নোৱাৰে অসমত।ভাষাৰ ভিত্তিত ৰাজ্য গঠন হলে বৰাকৰ ভাষা অসমীয়া নহয় তাৰমানে বৰাকখন অসমৰ পৰা বাদ দিব লাগিব??? অসমৰ প্ৰতিটো প্ৰান্তত ভাষাৰ পাৰ্থক্য আছে তাৰমানে কংগ্ৰেছে বিচাৰিছে যে সকলোবোৰ এখন এখন ৰাজ্য হওক।

  • @prasannakumar9373
    @prasannakumar9373 7 годин тому

    B j p vut nidiba

    • @NirmolRay1996
      @NirmolRay1996 Годину тому

      তুমি নিদিলেও বিজেপি চৰকাৰ আহিছিল।