Mur Bipodor Kalot // @Ranjan Chutia // WHPC // Gospel song //
Вставка
- Опубліковано 28 лис 2024
- //world healing prayer centre//
singing : Ranjan Chutia
compose : Manik Chutia
Mix/Master : Swapnajyoti Moran
video edit : Abhijeet Phukan
praise the lord 🙏💐
Probhu moi bahut Miss kotha Koisu aru নকবলৈ hikim প্ৰভো tumi muk দৈয়া কৰিবা প্রভো। এতিয়া লৈকে যিমান মিছা কথা কৈছোঁ কোনোদিনে ধৰা nprilei হল আৰু প্ৰভু । Amen
Thankyou for everthing God. Praise the Lord
Praise the lord 🙏mind blowing song♥️
ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰাৰ্থনা গীতটি শুনি ভাল লাগিল লগতে গুৰুদেউতালৈ অশেষ ধন্যবাদ জনালোঁ।আমেন।
ঈশ্বৰৰ প্ৰশংসা হওঁক । হালেলুইয়া হালেলুইয়া। গুৰুদেউতা প্ৰণাম । আৰু সুন্দৰ সুন্দৰ ঈশ্বৰৰ গীত আমাক আপোনাৰ যোগেদি যিহোৱাই আমাক দিয়ক । আমেন ।
🙏ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত সশ্ৰদ্ধে সেৱা জনাইছো ❤️🙏🙇হে প্ৰভূ তুমি আমাৰ সকলো দুখ-বিপদত সাহস দি থিৰে ৰাখিলা এইদৰে শেষলৈকে আমাক ধৰি ৰাখিবা
প্ৰভূ আমেন❤️❤️🙏🙏🙇
ঈশ্বৰৰ প্ৰশঙসা হক গুৰু দেৱ আৰু গুৰু মালৈ হিয়া ভৰা ওলগ জনালোঁ, আমেন হালীলুইয়া।
ঈশ্বৰক ধন্যবাদ জনাইছো আৰু লগতে পিতাইকো ধন্যবাদ জনাইছো, সুন্দৰ গীত সদাই যেন শুনিবলৈ পাওঁ। ঈশ্বৰৰে পিতাইক কূশলে ৰাখক । হাল্লেলূইয়া, আমেন🙏🙏
ঈশ্বৰৰ প্ৰসংশা হওক ✝️🙏 প্ৰভূ আমাৰ গুৰু পিতাক সদায় কৌশলে ৰাখিবা অসীম শক্তি প্ৰদান কৰিবা। এনেদৰে তোমাৰ প্ৰসংশাৰ সুন্দৰ সুন্দৰ গীত গান গুৰু পিতাৰ দ্বাৰা যে আমি শুনিবলৈ পাওঁ । ধন্যবাদ প্ৰভূ ধন্যবাদ গুৰু পিতা 🙏🛐✝️
ঈশ্বৰৰ প্ৰশংসা হওঁক 🛐 বহুত সুন্দৰ গীত ভাল লাগিল 🛐🛐
সৰ্ব প্ৰথমে প্ৰভু ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টি কৰ্তা ঈশ্বৰৰক ধন্যবাদ জনাইছো।হে প্ৰভু পবিত্ৰ আত্মা ওচৰত শতকুতিবাৰ সেৱাহে জনাইছো। আমাৰ সকলোকে ৰুগৰ পৰা, সমস্যা পৰা উদ্ধাৰ কৰিব।আমেন, আমেন।
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏
হে প্ৰভু তুমি আমাক সকলো বিপদৰ পৰা
ৰক্ষা কৰি আহিছা আৰু শেষৰলৈকে আমাক ধৰি ৰাখিবা হে প্ৰভু তোমাৰ পবিত্ৰ
চৰণত সেৱা জনাইছো 👏👏👏👏
Praise the lord haleluya Amen 🙏🙏❤️❤️ isoror isore hohay kore dhoino jisu haleluya
🙏 ঈশ্বৰৰ প্ৰঙ্খসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ মোৰ কৌটি কৌটি প্ৰণাম 🙏🙏 সকলো কৰে ঈশ্বৰে আশীৰ্বাদ কৰক 🙏 আমেন 🙏🙏
পিতাই সেৱা জনাইছো।
মোৰ বিপদৰ সময়ত মোক সহাই কৰিলা পিতাই।
ঈশ্বৰে আপোনাক সদায়ে কুশলে ৰাখক👏👏👏🙏🙏🙏🙏
হে প্ৰভু যীচুপিতা গোটেই পৃথিৱীত তোমাৰ মহিমা হওক তোমাৰ জয় হওক।
Praise The Lord, Hallelujah hallelujah hallelujah amen, Thank you Jesus.
ঈশ্বৰৰ প্ৰশঙখা হওক , কোটি কোটি বাৰ প্ৰণাম জনাইছো গুৰুজনাক , আমেন 🙏 হালেলুইয়া 🙏
ইশ্বৰ প্ৰশংসা হক মোকআৰু পত্নীক উদ্ধাৰ কৰা প্ৰভূ(বেমাৰ অজাৰ পৰা)
Praise the lord ✝️🛐🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 Hallelujah
Praise the lord . Thank you gurudev .
🙏 প্ৰভু যিশু মোক বিপদ পৰা ৰক্ষা কৰক 🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক, দেউতা লৈ মোৰ সেৱা জনাইছোঁ 🙏🙏🙏 আপোনাক ঈশ্বৰে আৰু অধিক শক্তি দিয়ক । আপোনাৰ গীতৰ মাজেৰে আমাৰ সকলো ঈশ্বৰৰ দাস দাসীক আশীৰ্বাদ কৰক আৰু দেউতাৰ সু-স্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
Loki..iiki.,j,mm ..
ঈশ্বৰ প্রশংসা হওক, এই গীতৰ যোগেদি সকলোকে কুশলে ৰাখক তাৰেই কামনা কৰিলে৷ ধন্যবাদ প্রভূ পিতা 🙏🙏🙏🙏🙏
Praise the lord Amen
@@chaitanyakalita1687 , to ,, aa ke r SE A of uu hi y , লৈ হ'ব মহা ভো
Porishmitakoya😊🤗🤗😘🥰🥰🥰✨✨✨🌄🌌🌌🌌🦚🦩🕊️🏆🏆🌫️🌬️
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😊😅😅😅😅😅😅😅😅😅😅😊😊😊😊😊😊😅😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😊😅😊😊😊😊😊😊😅😊😊😅😅😅😅😅😅😊😊😅😅😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😅😅😊😊😊😊😊
Praise the lord...pabhu jihuai amak bipodar kal hdai hongi hoi....amen
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পিতা তুমি মোৰ বিপদৰ বন্ধু আজি লৈকে চম্ভালি ৰাখিছা তেনে আগলৈও ধৰি ৰাখিবা পিতা সদায় তোমাৰে জয় জয় হওঁক 🙏🙏💗💗
Praise the Lord, Thank you Jesus, Thank you so much pitai, Amen 🙏🙏🛐🛐
Praise the lord 🙏🙏🙏 amen hallelujah
All glory and praise be to God. God bless you.
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️
ঈশ্বৰে গুৰুজনাক আশীৰ্বাদ কৰক আমেন ✝️🙏
Yes amen
Thank you Lord Jesus Christ 🙏
In the name of Jesus 🙏
Praise the lord Jesus 🙏
Hallelujah hallelujah hallelujah 🙏 amen
God bless you father always 🙏
ইশ্বৰৰ প্ৰসংশা হওঁক❤
ঈশ্বৰৰ প্ৰশংসা হওঁক প্ৰভু যীশু জয় হওঁক গুৰুদেউতাআৰু গুৰুমাক সেৱা জনাইছো
He probho muk hontan ati diba.pitai Heua jonaiso. Probho jesu karone aji mo hahokh pau.voi vab nalage .rokhya koriba hodai.probho.praise the Lord. Amen
Praise the lord jay jesus jay mahan guru jona jay hok🙏🙏🙏✝👏
Praise the Lord 🛐🛐🛐
Mind blowing song 🎶🎶🎶💖💖💖🙏🙏🙏
Praise the Lord Amen
ঈশ্বৰৰ প্রশংসা হওঁক
গুৰুজনা চৰনত সেৱা জনাইছোঁ🛐 এই অমূল্য বাক্য গীতটি শুনিবলৈ বহুত বহুত ভাল লাগিলে ,ঈশ্বৰে এনেকৈয়ে নতুন নতুন গীত- গান গাবলৈ গুৰুজনাক আশীর্বাদ কৰক, আৰু এই গীতৰ জৰিয়তে আমাক সকলোকে জ্ঞান শক্তি আৰু আশীর্বাদ কৰক ধন্যবাদ🙏 🛐🛐🛐🛐🙏
Praise the lord jesus provu joi hoke 🙏 halleluya 🙏 amen 🙏 🙏🙏🙏🙏❤️❤️❤️🙏❤️❤️❤️🙏❤️❤️🙏
Jibomkoya🕊️🥰🤗💝💖💞✨✨✨
ঈশ্বৰৰ প্ৰসংশা হওক 🙏✝️ ধন্যবাদ প্ৰভু 🙏✝️
গুৰুজনাৰ জয় হওক 🙏 ধন্যবাদ গুৰূপিতা 🙏 এই গীতৰ যোগেদি সকলোকে ঈশ্বৰে আৰ্শীবাদ কৰক 🙏✝️
Praise the lord. Hallelujah
Dhanyabad probhu Jesu dhanyabad hundar geet bhal lagise god bless you Amen
Praise the lord , 🙏.praise the lord.praise the lord 🙏 praise the lord 🙏🙏🙏
Praise the Lord. Amem. ..
Amen..,.
Hallelujah....
.
He pita prmeswar tumi j amar hklu bipdr pra hdai je dre parthona kru hei drei rkhya kri ahisa pita. Je bisaru takei disa provu. Tumar hridoyt amak thai diya pita. Amen amen amen. Haleluyah
Praise the lord,s Amen.❤❤❤
Praise the Lord Jesus Amen pita🙏🙏🙏✝️✝️✝️
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে আমাক বিপদৰ পৰা উদ্ধাৰ কৰোঁতা প্ৰভু তোমাক সহস্ৰ কুতিবাৰ সেৱা আৰু ধন্যবাদ জনাইছো🙏হে প্ৰভু তোমাৰ সকলো নতুন নতুন গীতৰ যোগেদি ঈশ্বৰৰ জীৱন্ত বাক্যবোৰ প্ৰকাশ কৰি আমাক আত্মিক জীৱন লৈ আগুৱাই যাবলৈ যি সহায় কৰিছা প্ৰভু তোমাক হৃদয়েৰে ধন্যবাদ জনাইছো। হে প্ৰভু এই গীতবোৰৰ যোগেদি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁক🙏আৰু গোটেই পৃথিৱীত তোমাৰ মহিমা প্ৰকাশ হওঁক🙏🙏 ঈশ্বৰৰ নাম যুগে যুগে চিৰ কাললৈকে ধন্য হওঁক।আমেন🙏🙏❤️
🕊️🕊️🕊️ praise the Lord 🙌👏🕊️🕊️🕊️🕊️
ঈশ্বৰৰ প্রশংসা হওঁক🛐
গুৰুজনা জয় হওঁক🛐🛐
হে প্রভু মোক শক্তি দিয়া🛐😭😭😭🛐
Praise the lord.amen
ঈশ্বৰৰ প্ৰশংসা হওঁক ।গুৰু দেউতা চৰণত সেৱা জনাছোঁ ।গীত টি যেন আশীবাদ দিয়ে আমেন
Praise the Lord,আমাৰ বিপদৰ কালত পিতা তুমি আমাৰ মাজত থাকি আমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰি আহিছা আৰু আগলৈও আমাৰ লগতে থাকিবা পিতা ,গুৰুপিতাই গুৰুমাৰ চৰণত ইয়াৰে পৰাই সেৱা জনাইছোঁ ,তোমাক কোটি কোটি বাৰ ধৈন্যবাদ পিতা🙏🙏🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক। ঈশ্বৰক শতকোটি ধন্যবাদ জ্ঞাপন কৰিলো। হে যীচুপিতা ইমান অৰ্থপূৰ্ণ গীত।আমাৰ পৰম পূজনীয় গুৰুদেৱৰ কন্ঠত সুন্দৰ গীতেৰে আমাৰ মন আনন্দিত কৰি তুলিলা। তোমাক শতকোটি প্ৰণাম ধন্যবাদ জনালো।হে পিতা শক্তি দিয়া গোটেই জীৱন তোমাৰ পথত চলিব পাৰো।আমেন আমেন আমেন প্ৰভু যীচুৰ জয় হওক 🙏🙏🙏💐🙏🙏🙏
Pitai mor pitai, Bajali Bhawanipur Balarjan 😭🙇🙏
ঈশ্বৰৰ প্রশংসা হওঁক🛐
গুৰুজনা এই আত্মাৰ গীতটী যোগেদি আমাক বহুত বহুত শক্তি দিয়ে সেই বাবে সকলোৱে আশীর্বাদ পাব ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐
ঈশ্বৰৰ প্ৰশংসা হওঁক !
Praise the Lord.Amen 🙏🙏🙏💖💖💖
ঈশৰৰ প্রশংসা হওকঁ🙏🙏🙏🛐🛐
গুৰুজনাৰ চৰনত সেৱা আৰু প্রনাম জনাইছো ঈশৰে সকলোকে আশিবাদ কৰক ধন্যবাদ যিচু পিতা🙏🙏🙏🙏
ঈশৰে গুৰুজনাৰ আৰু শক্তি দিয়ক🙏🙏
হালেলুয়া🙏🙏🙏 আমেন🛐🛐🛐
Praise the Lord oh pravu Eshwarr pita dhya kora kripa kora pravu tumi amak gutei pithibi manuhe poritran paok aru Gutei pithibite tumar mohima prakhash hoak dhonyabad 🙏🙏🙏🙏
Praise the lord.Thank you jesus.Amen
Aman 🎉❤✝️
মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল,
কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
20 তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷
তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
21 যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷
মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
22 কিয়নো মই যিহোৱাৰ পথত চলিলোঁ,
আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
23 কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে;
মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷,2,চমুৱেল, 22,19-23
Pitai mor Pitai, Bajali Bhawanipur Balarjan 😭🙇🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক! আমেন 🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 👏👏💖💖।। ঈশ্বৰৰ দ্বাৰা দিয়া হোৱা ৰচিত গীতে সকলোকে আশীৰ্বাদ কৰক, গুৰুজনা আৰু গুৰুমাক সেৱা জনাইছোঁ।। সুন্দৰকৈ সংগীত পৰিচালনা কৰা ধূনৰ লগতে সংগীবৃন্দক ঈশ্বৰে আশীৰ্বাদ কৰক।।আমেন
আমেন প্ৰভু🙏🙏❤️
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
Praise the Lord probhu halleluyah🛐🛐🛐🙏🙏🙏
Praise the lord 🙏
I love you Jesus 🙏
Thank you pitai 🙏 Amen
Praise the lord ❤️✝️
Praise the loard pravu ❤❤❤
Really awesome spiritual song. Be blessed abundantly ahead dada.
Praise the lord 🙏🙏 pothomotay dhoniyabad desu porvuk aru dhoniyabad desu pita aru guru maak .. vul bur jen khoma kore deba porvu .. poruvu amr hokoluk ay jen vl ay rakhay jen .. mur ghr khn aru mur maar ghr khn or logot ay ai pithibt jimna manhu asay hokoluk ay jen bipodor pora udhar koray jen hodai akhibard korebo porvu .. 🙏🙏🙏
Praise the Lord .
Praise the Lord pitai apunak eshore aru arkhibad korok 🙏✝️🛐🙏
Praise the lord 🙏🏻 🙏🏻🙏🏻
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏✝️✝️✝️✝️ আমেন
ঈশ্বৰৰ প্রশংসা হওঁক🙏
গুৰুজনা জয় হওঁক ধন্যবাদ🙏🛐🛐🛐🛐🙏
Praise the lord ✝️🙏💓❤️♥️♥️
Praise the Lord,
ঈশ্বৰৰ প্ৰশংসা হওক 🙏🙏🙏✝️
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏
হে প্ৰভু গুৰুজনাৰ এই আত্মাৰ গীতটি যোগেদি গোটেই
মহিমা হওঁক ✝️✝️🙏🙏
ৰক্ষা কৰা 🙏 প্ৰভু চকু মেলি চোৱা প্ৰভু 🙏 তোমাৰ চৰণত 👏👏 জনালোঁ
Praise the lord pitai ❤️❤️
ঈশ্বৰৰ প্ৰশংসা হওঁক।আমেন🙏🙏🙏✝️
ঈশ্বৰৰ প্ৰশংসাৰ হওক ✝️✝️✝️🛐🛐
Preaise the lord 🙏
পিতাই তোমাক ধন্যবাদ দিছো
ঈছৰে তোমাক আৰু আশীৰ্বাদ কৰক 🙏🙏
ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰু পিতা আৰু গুৰু মা শ্ৰীচৰনত প্ৰনাম জনাইছো।🙏🙏🙏✝️✝️✝️
Praise The Lord Jesus. AMEN. Hallelujah. Thank You And Love You Lord Jesus For Everything.
ঈশ্বৰৰ প্রশংসা হওক আমেন
Praise the Lord pitai hallelujah amen
Praise the Lord Amen ❤️
praise the lord, hee probhu pitai aru guru mar logote gutei porialtuk xanti aru anandare thakiboloi xodai kripa aru axirbad kori thakibo logote amaku xanti dibo , axirbad koribo. amen.
Praise.the.lord
Praise the lord 🙏mur sokolu bemar ajar naikia kori Diya probhu🙏
Praise the lord.mur bipodot rakhya Kariba.
praise the lord jejus, hallilujah, hallilujah, hallilujah amen.
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏
Praise the lord ❤🎉❤amen..
যাতে হে পৰমেশ্বৰ ৰ ওচৰত 🙏 কৰি শাক্ষ দি বলৈপাৰো যেন বিশ্বাস আৰু দুগুণ বঢ়াই তুলিলে কামতো কৰি দিলে পুৰষ্কাৰ হিচাপে কাম কৰিছিল,ময়ো প্ৰস্্সা হওক, ধন্যবাদ জ্ঞাপন কৰিছো যিচু পিতাক
Praise the LORD, THANK YOU JESUS, DHANYABAD GURU PITA, AMEN 😍🤲🙏🔃✝️🛐
Praise The Lord 🙏🙏 love you Jesu🙏🙏
Bor shundor song🙏🏻🙏🏻