ধৰ্ম আৰু ৰাজনীতিৰ পৰা USTM বহু দূৰৈত , গুৱাহাটীৰ বানপানীৰ বাবে তেওঁ কোনো কাৰণতে জগৰীয়া নহয়

Поділитися
Вставка
  • Опубліковано 7 лис 2024

КОМЕНТАРІ • 162

  • @Mrmunali
    @Mrmunali 2 місяці тому +48

    মই ভাৱো এখন শিক্ষা প্রতিষ্ঠানক লৈ ৰাজনীতি কৰি থাকিলে অসমীয়াৰ কোনো লাভ নহয়। যদি অসমীয়াই অসমত মিনাৰ থকা গেট পছন্দ নকৰে, তেন্তে এইখন অসমত টকা পইচা থকা বহুতো অসমীয়া মানুহ আছিল আৰু এতিয়াও আছে, অসমীয়াৰ কথা চিন্তা কৰা এনেকুৱা টকা পইচা থকা অসমীয়াই কিয় এনেকুৱা এখন ডাঙৰ শিক্ষা প্রতিষ্ঠান আজিলৈকে প্রতিষ্ঠা কৰিব পৰা নাই বা নোৱাৰিলে।
    আমি অসমীয়াই লেতেৰা ৰাজনীতি কৰি থাকোতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আমাতকৈ শিক্ষা দীক্ষাৰ ফালেৰে বহুত আগুৱাই যাব আৰু আমাৰ ভৱিষ্যত অন্ধকাৰ হৈ আহিব।
    শেষত, এটা কথা মনত ৰাখিব, শিক্ষাৰ দিশত যিসকলে আগুৱাই যাব, ভৱিষ্যতৰ অসমখনত তেওঁলোকেই শাসন কৰিব।

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      অসমতো আছে ৪ খন দেশৰ ভিতৰতেই অন্যতম ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়।
      শিক্ষাৰ নামত বেপাৰ কৰি শিক্ষা বিভাগটোক ধূলিস্যাৎ কৰিছে । মোগল সাম্ৰাজ্যৰ স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰিছে প্ৰতিটো আন্তঃগাথঁনি , যাতে প্ৰাচ্যৰ বাঃহ ল'ব পাৰে।
      জুৰাবাটৰ ৰাস্তাটোৰ গাতবোৰ দেখিলেই গম পাব কিমান বেছি পানী নামি আহিছে ।।
      এনেকুৱা শিক্ষা অনুষ্ঠান বন্ধ হ'ব লাগে।

    • @indiamylove4833
      @indiamylove4833 2 місяці тому +4

      ​@@Lakhya-sl6xdmughals are great,their architecture are world class...even Rudra Singha includes Mughal culture in Ahom arena

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      @@indiamylove4833 ঐ বাংলাদেশী .... ৰুদ্ৰ সিংহ‌ই কোনতো স্থাপত্য মোগলৰ আৰ্হিত বনালে ....! এটাৰ নাম ক' ৰুদ্ৰ সিংহই ভাৰতীয় সংস্কৃতিৰ প্ৰতি অতি আগ্ৰহী আছিল সেইবাবেই সংস্কৃত টোলৰ ব্যৱস্থা কৰিছিল, ব্ৰাহ্মণ হ'ল দিল্লীলৈ সংস্কৃত পঢ়িবলৈ পঠাইছিল।। যিকোনো কথা এনেই নকবি .....যি মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰিলে , যিয়ে অসমৰ মন্দিৰ ভাঙিলে সিঁহতৰ কোনো অস্তিত্ব অসমত নাই........!!!

    • @Mrmunali
      @Mrmunali 2 місяці тому +5

      @@Lakhya-sl6xd শিক্ষাৰ নামত বেপাৰ কৰিব পৰা অসমীয়া অসমত নাই নেকি? যদি মিঞা সকলে অসমত শিক্ষাৰ নামত বেপাৰ কৰি নিজে লাভবান হোৱাৰ লগতে নিজৰ জাতিটোকো আগুৱাই নিবলৈ ইচ্ছুক তেন্তে আমি অসমীয়াই কিয় শিক্ষাৰ নামত বেপাৰ কৰি নিজে লাভবান হোৱাৰ লগতে জাতিটোক আগুৱাই নিবলৈ অনিচ্ছুক।
      আজি NEET, NET, APSC, UPSC ইত্যাদি পৰীক্ষাৰ ফলাফল ঘোষণা হলে Social media আৰু Television Channel ত কেৱল আজমলৰ নাম।
      ইয়াৰ পৰা এটা কথায়ে বুজা যায় যে আমি অসমীয়া আজি ধৰ্ম, জাত-পাতৰ ৰাজনীতি কৰি আছো যাৰ ফলত ৰজাঘৰীয়া লাভবান হৈ আছে আৰু আমি ধ্বংসৰ পিনে গৈ আছো। আনফালে মিঞাসকলে শিক্ষাৰ ৰাজনীতি কৰি আছে যাৰ ফলত মালিকৰো লাভ হৈ আছে আৰু নিজৰ জাতিটোকো শিক্ষাৰ দিশেৰে আগুৱাই লৈ গৈ আছে।

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      @@Mrmunali অসম অসমীয়াৰ মেঘালয়ত সেইবাবেই USTM .....অসমত বিশ্ববিদ্যালয়ৰ অভাৱ নাই.....!
      এতিয়া টকাৰ জোৰেৰে সিহঁতে PHD প্ৰদানৰ ব্যৱস্থা কৰিছে , ই কিমান ভয়াবহ....! এনেকুৱা শিক্ষা ব্যৱস্থা কেতিয়াবা অনুকৰণীয় নহয় ...!

  • @infividsgaming
    @infividsgaming 2 місяці тому +53

    Actually HBS is promoting USTM, it's a secret deal between MH and HBS 😂

  • @utpaldas794
    @utpaldas794 2 місяці тому +25

    এনেকুৱা সমালোচনা কৰি থাকিলে Student খিনিৰ মনত কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব সেই কথাতো এবাৰ ভাবি চাব লাগে ।

  • @the7.123
    @the7.123 2 місяці тому +20

    USTM❤👍

  • @tahirulislam1007
    @tahirulislam1007 2 місяці тому +31

    Mama to pagol hoice

    • @madhurjyabh3670
      @madhurjyabh3670 2 місяці тому

      Nai hua ........ Tekhete beleg r issue koise

  • @pgoswami5378
    @pgoswami5378 2 місяці тому +49

    গুৱাহাটীৰ বানপানীৰ অচিলা লৈ
    এই শিক্ষানুষ্ঠানখনক বদনাম কৰা
    হৈছে নেকি বাৰু?

  • @aminulhaque8087
    @aminulhaque8087 2 місяці тому +8

    Let the CM OF MEGHALAYA comments on this ... Getting an National Ranking . It looks great .

  • @ITZSARA6
    @ITZSARA6 2 місяці тому +18

    Shameful comment by Chief Minister of Assam to blame an Institution for his government’s failure to control Guwahati’s food!! But what can you expect from a BJP government 😅

  • @SehnazBegum-z2g
    @SehnazBegum-z2g 2 місяці тому +15

    June June koi ase Minar or kotha.. btw Architecture buli eta kotha ase ... Aru USTM ot Saraswati Puja, biswakarma Puja etc sob pata hoi... Moi nijei tar ex student hoi

    • @arifazom7864
      @arifazom7864 2 місяці тому +1

      এক ঘেয়ামী কিছুমান আছে বুজাব নোৱাৰি

    • @akumamao684
      @akumamao684 2 місяці тому +1

      Is ustm good college for bpharm?

  • @bantidas2403
    @bantidas2403 2 місяці тому +2

    এই ক্ষেত্ৰত এটাই অণুৰোধ থাকিল অলপ ভাৱক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজৰ কাৰণে গুৱাহাটী মহানগৰৰ খন অকলে এজন দুই জনৰ নহয় কোনো ক্ষেত্ৰত কোনো কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ অ অকলে মাননি য় মুক্ষ মন্ত্ৰী ডাঙৰিয়াৰ চাৰ ৰ নহয় সকলোও ক্ষেত্ৰত সকলো কৰ্ম ধৰ্ম ক্ষেত্ৰত অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজে হয় কিন্তু এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত শক্তি থাকিলে জে সকলোও হৱ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ অলপ ভাৱক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজলৈই এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল কৰ্ম ধৰ্ম ক্ষেত্ৰত জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত নমস্কাৰ কৰিছো ও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত হাপৰেবাপ 100ভাগৰ 90ভাগ ভাৱক মৃত্যু সময়ত কোনোও কতোও লগত লৈই নাজাই মোৰ কলিজা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল মোৰ কলিজা

  • @VC_27
    @VC_27 2 місяці тому +5

    Dignified response 👏🏼👏🏼👏🏼👏🏼👏🏼

  • @Jarmin-e7x
    @Jarmin-e7x 2 місяці тому

    We love USTM❤

  • @fightingcontrolling6137
    @fightingcontrolling6137 2 місяці тому +5

    Educational institution should not be victimized by HBS

  • @fanindrabaghlari3326
    @fanindrabaghlari3326 2 місяці тому +1

    সম্পূৰ্ণ জগৰীয়া

  • @nilamd676
    @nilamd676 2 місяці тому +1

    How can CM's personal grudge play with life of students? My God! How can he say that he will not allow Assamese students of ustm to have job in Assam. India r bahirot pohi oha lora suwaliye already sakori kori ase assamot. Aag sthanot aase bivinno institution t,sobore sakori karhi louk tente. Ki biased kam kore nijor personal grudge r karone.

  • @AliAhmed-ij5uc
    @AliAhmed-ij5uc 2 місяці тому +2

    Very👍🙏❤good Sir nd Jonab 👍🎁

  • @bornaliphukan7474
    @bornaliphukan7474 2 місяці тому +1

    Well said with confident this kind of personality is necessary in our nation to dominant a politician or any kind of people who can reply in front of it without any hesitate or afraid

  • @bantidas2403
    @bantidas2403 2 місяці тому

    হয় হয় কথাটোও কিন্তু সচা কথা হয় কিন্তু এটা কথা ক ও মই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত সকলোৱে সকলোও ক্ষেত্ৰত সকলো কৰ্ম ধৰ্ম ক্ষেত্ৰত সকলোৱে নিজৰ কথা কৰ্ম ক্ষেত্ৰত ভাবে কিন্তু আনৰ কথা ভাবি বৰ সময় নাই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত মাননি য় মুক্ষ মন্ত্ৰী ডাঙৰিয়াৰ চাৰ ৰ ক্ষেত্ৰৰ অকলে নিজৰ ক্ষেত্ৰত নিজৰ কাৰণে কোৱা নাই সমাজ আৰু ৰাইজ ক্ষেত্ৰত হে কৱ লগা হৈছে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত অলপ ভাৱক ৰাইজৰ কাৰণে এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই পৃষ্ঠাখন অকলে থাকিম অকলে খাম অকলে জে সকলোও সিদ্ধান্ত লৱ সেই ক্ষেত্ৰত সেই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল কাৰণ এটাই হয় অসম আমাৰ হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @nekibuzzaman5195
    @nekibuzzaman5195 2 місяці тому +1

    USTAM one of the best university,yat jati dharma
    nibihehe dikhya grahan kore.Himantai sukriti nidileo Bedehot sakogi ovab nai.

  • @Jahurakhanofficial
    @Jahurakhanofficial 2 місяці тому +2

    USTM LONG LIVE

  • @rajib3524
    @rajib3524 2 місяці тому +2

    USTM❤❤

  • @Islamichouse-o9b
    @Islamichouse-o9b 2 місяці тому

    Very nice 👍

  • @bantidas2403
    @bantidas2403 2 місяці тому +1

    সঁচা কথা কবলৈ গ'লে কথা কোৱাজনৰে হেভূল বাপৰূবাপ

  • @newclearacademy-98765
    @newclearacademy-98765 2 місяці тому +1

    Right

  • @commenti5459
    @commenti5459 2 місяці тому +5

    electoral bond nikinile neki eibar

  • @bantidas2403
    @bantidas2403 2 місяці тому

    মই কি কম ৰাইজে কি কৱ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ বোৰলবাহাত শিল গোট মাৰাৰ দৰে ভূল দীলে মুক্ষ মন্ত্ৰী ডাঙৰিয়াৰ চাৰ ৰ গাত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ এটা কথা কৱলৈই গ'লে মাকচোদাই মাকছোদাই হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ আকৌ এটা কথা ক ও মই চোৰৰ ক্ষেত্ৰত চোৰে চোৰ কৰি থাকিব কিন্তু ধৰা নপৰালৈকে কিন্তু ধৰা পৰা দিনাহে চোৰ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত ঠিক সকলোও একে হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত চোৰ নিজে আচল কথাত ধৰা পৰিল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত দয়া নাই ক্ষমা নাই মাফ নাই এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @saburuddin6423
    @saburuddin6423 2 місяці тому +1

    Ustm Proud of northeast.

  • @mr.eagle..5600
    @mr.eagle..5600 2 місяці тому

    I think people should understand that if the elected government starts dirty politics against education sector or other basics instead of supporting then it's a serious matter and we should give a second thought whom we are electing

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 2 місяці тому

    The cruelty and revainging attitude of a CM towards USTM is unfortunate n shameful too.

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr 2 місяці тому +1

    Good

  • @bahubalistarkusha3662
    @bahubalistarkusha3662 2 місяці тому +1

    Geda Kla 😂

  • @kripanshu-r4q
    @kripanshu-r4q 2 місяці тому

    মেঘালয় চৰকাৰে কমিছন লৈ পাহাৰ বোৰ শেষ কৰী এইবোৰ প্ৰতিষ্ঠান বনাব permission di আছে। গ্ৰীণ ভেলী মেঘালয় শেষ হৈ গল ।

    • @ABSLIVE-z8i
      @ABSLIVE-z8i 2 місяці тому

      Prothostan❎ university✅

  • @kangkan10
    @kangkan10 2 місяці тому +1

    E a responisible ghy banpani karne kio uttar nedile bhalke

  • @kutubuddinmazumder1360
    @kutubuddinmazumder1360 2 місяці тому

    ❤❤❤❤❤

  • @mintusaikia8875
    @mintusaikia8875 2 місяці тому +9

    স্বত্বাধিকাৰী জনে কৈছে যে ৰাজনীতি আৰু ধৰ্মৰ পৰা সদায় USTM আঁতৰত থাকে,তেন্তে মক্কাৰ আৰ্হিত gate কিয়?

    • @ManabMedhi-b8m
      @ManabMedhi-b8m 2 місяці тому

      ,,, ইহঁতৰ মুখত এটা পেটত এটা

    • @bherbheribazar5679
      @bherbheribazar5679 2 місяці тому

      Guwahati engineering college get khon saba

    • @Picolo221
      @Picolo221 2 місяці тому +2

      Bohut college, university r gate burot dekhun Hindu architecture r design ase. Xeibilak kio gusai nedie?

    • @ManabMedhi-b8m
      @ManabMedhi-b8m 2 місяці тому

      @@Picolo221 Hindustan ot sob hindur....... Islam or lagile kiba beleg islamic country aase tate jabi

    • @Picolo221
      @Picolo221 2 місяці тому

      @@ManabMedhi-b8m Tor bapere constitution khon lilkha nai

  • @abhijitbarua9596
    @abhijitbarua9596 2 місяці тому

    Big hill cut down and build their, so it's definitely impact. Government should analysis how it's impact with renowned expert.

  • @simantasaikia4369
    @simantasaikia4369 2 місяці тому +1

    Jodi dhormo aru rajniti pora atori thake USTM tetiya hole akhon college ot mosjid kiyo aru main gate ot Islamic minar kiyo . Kiman toka lole atiu news dibole USTM or pora

  • @prodeepdas9024
    @prodeepdas9024 2 місяці тому +6

    Tente gate khon kihor protik religious Dharm r ne culture 😮😮😮😮

  • @AjmolHoque-g4k
    @AjmolHoque-g4k 2 місяці тому

    Apuni chinta nokoribo

  • @uttamkumardey5180
    @uttamkumardey5180 2 місяці тому

    Funding কৰ পৰা হৈ আছে

  • @amarh9566
    @amarh9566 2 місяці тому +2

    Gate khon ekebare religious nohoi 😂

  • @ashiqueikbalaliahmed7291
    @ashiqueikbalaliahmed7291 2 місяці тому

    Royal global ot student kom huwar babe amar cm sir or matha nosto sage

  • @Parbin_sultana_aziz
    @Parbin_sultana_aziz 2 місяці тому

    Nxt election r ktha pahori gyse mamai 👏CM r ata gun o jd thkil hy tew r body t takei klu hyy

  • @dhanurajdoley3604
    @dhanurajdoley3604 2 місяці тому

    USTM founderok loi proud feel korisu. Kya muslim kya hindu.. education se jyada majhab bada nahin hai..

  • @dilipsaikia4922
    @dilipsaikia4922 2 місяці тому +1

    This person is BANGLADESHI .

  • @jyotsnabegum8810
    @jyotsnabegum8810 2 місяці тому

    Fatua kotha koi manuhar mon anfale divert korai amar cm r Kam .
    Ei bilak kotha bad diok aru Assam khonor Devolopment r kotha vabok plz

  • @merapyarabharat1385
    @merapyarabharat1385 2 місяці тому

    University of Lahor , islamist republic of Paxtan

  • @invisibledreams8466
    @invisibledreams8466 2 місяці тому

    Ustm gole masjid jua jen lage..

  • @DreamAhmed-dm5un
    @DreamAhmed-dm5un 2 місяці тому +1

    Himanta mama k Chanda dianai ustm r porai aru ustm r head jon muslim xeikarone emn al faltu boki ase😊

  • @mohabbatkhan9664
    @mohabbatkhan9664 2 місяці тому

    Guys please open your eyes ye sab sirf 2026 ke election ke liye hai ye sab 🙏

  • @RahulKar-j7t
    @RahulKar-j7t 2 місяці тому

    Dharma r pora jodi aatori thake tetiya kele Masjid eta ase vitorot

  • @imtiyazhussain3360
    @imtiyazhussain3360 2 місяці тому

    Mama r shandy institute r students kom hoise sage😂😂😂😂

  • @mrsafi.allrounder23
    @mrsafi.allrounder23 2 місяці тому +1

    Zyada baat karne se log pagal ho jaatein hain...proof kardiya godi CM himanta bishwa sharma ne!😂

  • @manuranjan_deuri08
    @manuranjan_deuri08 2 місяці тому

    Marketing level 😂

  • @Boraanshu
    @Boraanshu 2 місяці тому

    Nejanu aru Jani bujia advertising hoise ne.. sob dosti dosti

  • @tebithmsangma9235
    @tebithmsangma9235 2 місяці тому

    CM jealous

  • @rupamapathak3099
    @rupamapathak3099 2 місяці тому

    Okay apunar kotha manilu, apunar mon tu jodi iman nikah, gate khonot islamor tomb tinita kiyo bonaise aru Atanu Bhuyan e koise je apuni bule campusor premisesot eta masjid bonaise, xaitu kio bonaise, akaman bijai kok.

  • @thenasim37
    @thenasim37 2 місяці тому

    Ustm promotion korara ninja technique 😂

  • @PareshNath-i5b
    @PareshNath-i5b 2 місяці тому

    Tetiwa hole tat kiwa Majid bonaisa..

  • @Birkhangbrahma-g5m
    @Birkhangbrahma-g5m 2 місяці тому

    Paharor pani voyamot nami ahiboi kot balot paharar pani paharot thakibo

  • @AbdulBasit-kz2sq
    @AbdulBasit-kz2sq 2 місяці тому

    Hi

  • @montazali7139
    @montazali7139 2 місяці тому

    Moi ustm ot admission lom aru

  • @invisibledreams8466
    @invisibledreams8466 2 місяці тому

    Dharmor pora atorot thake jodi gate khon kio Islam dharmiyo arhit bonuwa hoise

  • @jupango460
    @jupango460 2 місяці тому +5

    Why Minar at Gate ?

    • @AhaduzzamanKhan
      @AhaduzzamanKhan 2 місяці тому

      Why minar in Parliament house ..and president house etc ..go and search 🔍

    • @hasanurrahman9365
      @hasanurrahman9365 2 місяці тому +7

      Why hindu poem in Assam hostel?
      Why mandir in college?
      Why western design in government University or college?

    • @indiamylove4833
      @indiamylove4833 2 місяці тому +3

      His will......toi mandir bonai guvar khai thak,kune badha dise

    • @jituhussain9744
      @jituhussain9744 2 місяці тому

      Tar university, tar issa khi gatet ki die.. Poha hunat tu beya kora nai.. So problem ki?

  • @OmarAli-w9x
    @OmarAli-w9x 2 місяці тому +1

    Dah thayeet panii jama hoy, darmio hankhalagu hol dah thai, jot hokoloye dance kori ase, ami aallahar uporath varokha kori thakim,

  • @rinabharali454
    @rinabharali454 2 місяці тому

    Poisa dele mone mone thakim 😅. Paisa puwa nai moi. Ustm r pora. Buja nai 😂

  • @NripenThakuria
    @NripenThakuria 2 місяці тому +2

    ধৰ্ম আৰু ৰাজনীতি যদি নকৰি গেটৰ তোৰণটোৱে কি বুজাইছে ?

  • @SivaPayeng
    @SivaPayeng 2 місяці тому

    Gate tu saok
    darmor logot joritha,, 😂😂

  • @basingofficial6757
    @basingofficial6757 2 місяці тому +1

    বন্ধ কৰিব লাগে

  • @jogenkalita4268
    @jogenkalita4268 2 місяці тому +1

    সকলোবোৰ তোৰ মূখ মণ্ডলৰ পৰা ভাহি অহা যেন লাগে বাবা ।

  • @brahma_chari_27
    @brahma_chari_27 2 місяці тому

    Jehad biyopabo ahiso kela axom ot sudurbhai

  • @abidurrahmanbappu3399
    @abidurrahmanbappu3399 2 місяці тому

    BAAD DIYA HAI HINDHU MUSLIM LOI POLITICS

  • @emransardar4533
    @emransardar4533 2 місяці тому

    BJP r politics okol dhormo loi baki akow ru kam nai😂

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 2 місяці тому

      Miyar okhoibho soritro domon koribo lagileh Hindu Muslim koriboi lagibo Pakistan Bangladeshot jenekuwa hoiseh tenekuwa koribo lagisil kintu nai kora Hantire Jiyai ahxe heitu ehh dhoinobad dehh

  • @a.mrijuwan2769
    @a.mrijuwan2769 2 місяці тому

    Bolod CM

  • @জিৎঅসম
    @জিৎঅসম 2 місяці тому +1

    গেইটখন মিনাৰৰ ।কথা কব আহিছে

  • @bantidas2403
    @bantidas2403 2 місяці тому +1

    বাপৰেবাপ অলপোও জেন একো নাই ভূল নিজৰ গাট কথা দেখোন পানি নখৰা কথা বাপৰেবাপ জিৱন এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম ক্ষেত্ৰত একো কটোও ভূলে নাই জিটোও দেখিছোও মাননি য় মুক্ষ মন্ত্ৰী ডাঙৰিয়াৰ চাৰৰে ভূল অলপ ভাৱক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজলৈই এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল কৰ্ম ধৰ্ম ক্ষেত্ৰত জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @ManchesterUnited535
    @ManchesterUnited535 2 місяці тому +1

    Dharmar pora atore kintu Gate khon Masjid shapr bonai....

    • @sikhadas695
      @sikhadas695 2 місяці тому

      লগতে টুপি নুগুছে

    • @Rahmed2028
      @Rahmed2028 2 місяці тому

      Glory hunter spotted 🤡

  • @izajulhoque8642
    @izajulhoque8642 2 місяці тому

    Balar mama

  • @pranabdeka9527
    @pranabdeka9527 2 місяці тому +1

    তেতিয়া হলে মিনাৰ চিনাৰ কিয় বনাই লৈছে

  • @bhupenboruh8959
    @bhupenboruh8959 2 місяці тому

    Tur tupi yu khlu kotha kobi

  • @nindaruwa5985
    @nindaruwa5985 2 місяці тому +1

    টুপি আৰু দাৰিত দেখিছু

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi 2 місяці тому +5

    মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয়।
    Google Earth ত চালে গম পোৱা যায় যে, মুখ্যমন্ত্ৰীয়ে যি কৈছে সচাই কৈছে।

  • @nabajitpatowary4681
    @nabajitpatowary4681 2 місяці тому

    গেট খনৰ দ্বাৰা গম পায়

  • @Lakhya-sl6xd
    @Lakhya-sl6xd 2 місяці тому +2

    শিক্ষাৰ নামত বেপাৰ কৰি শিক্ষা বিভাগটোক ধূলিস্যাৎ কৰিছে । মোগল সাম্ৰাজ্যৰ স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰিছে প্ৰতিটো আন্তঃগাথঁনি , যাতে প্ৰাচ্যৰ বাঃহ ল'ব পাৰে।
    জুৰাবাটৰ ৰাস্তাটোৰ গাতবোৰ দেখিলেই গম পাব কিমান বেছি পানী নামি আহিছে ।।
    এনেকুৱা শিক্ষা অনুষ্ঠান বন্ধ হ'ব লাগে।

    • @indiamylove4833
      @indiamylove4833 2 місяці тому

      Lindu geda modelot kune building bonai😂😂😂😂

    • @Roster.21
      @Roster.21 2 місяці тому +2

      Jorabat r rasthau ustm e nosto korise😅ki manuh beee. Zhalukbari t pahar Kune Kati ase😂

    • @sikhadas695
      @sikhadas695 2 місяці тому

      ঠিকেই কৈছে। আমাৰ অখিলুদ্দিনে কি তথ্যভিত্তিক অধ্যয়ন কৰিলে।

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      @@Roster.21 জালুকবাৰীত বানপানী হৈছে নিকি

    • @mosudurrahman907
      @mosudurrahman907 2 місяці тому

      @@Lakhya-sl6xd xamata ase jodi bondho kori dekha

  • @Highlightsmusic123
    @Highlightsmusic123 2 місяці тому +4

    Gate tute gom puya jai religion r pora kiman atori thaka 😂

  • @ritulgogoi7626
    @ritulgogoi7626 2 місяці тому

    এইখন মিঞা বজাৰ

  • @dhansengmix9058
    @dhansengmix9058 2 місяці тому +1

    ধৰ্মত যদি নাহে। তেতিয়া হলে গেট টো কিয় তেনেকৈ বনালে।

    • @bkp9774
      @bkp9774 2 місяці тому

      ভিতৰি উদেশ্য অন্য।

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      @@bkp9774 শিক্ষাৰ নামত বেপাৰ কৰি শিক্ষা বিভাগটোক ধূলিস্যাৎ কৰিছে । মোগল সাম্ৰাজ্যৰ স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰিছে প্ৰতিটো আন্তঃগাথঁনি , যাতে প্ৰাচ্যৰ বাঃহ ল'ব পাৰে।
      জুৰাবাটৰ ৰাস্তাটোৰ গাতবোৰ দেখিলেই গম পাব কিমান বেছি পানী নামি আহিছে ।।
      এনেকুৱা শিক্ষা অনুষ্ঠান বন্ধ হ'ব লাগে।

    • @Roster.21
      @Roster.21 2 місяці тому +1

      Haitu taj Mahal uu hoi

    • @Lakhya-sl6xd
      @Lakhya-sl6xd 2 місяці тому

      @@Roster.21 tor skut ar lagise........bangadesi

  • @rakeshbasumatari6142
    @rakeshbasumatari6142 2 місяці тому

    Gate tuh ki tene🤣.... Congress neta ketak sage 10000 di potale😂

  • @Gobin-tg8ti
    @Gobin-tg8ti 2 місяці тому

    Assam aadin Moslem dezhub news kowakitaw moslim

  • @akramblogging1881
    @akramblogging1881 2 місяці тому

    USTM❤

  • @prodeepdas9024
    @prodeepdas9024 2 місяці тому +1

    Tente gate khon kihor protik religious Dharm r ne culture 😮😮😮😮

    • @MiyokoJEE
      @MiyokoJEE 2 місяці тому +2

      Bhay it's a structure only don't act too much 😂😂

    • @hasanurrahman9365
      @hasanurrahman9365 2 місяці тому

      Why there is so many hindu poem recited in every college hostel?

    • @hasanurrahman9365
      @hasanurrahman9365 2 місяці тому +1

      Hindus pukar jolise wow

    • @simantasaikia4369
      @simantasaikia4369 2 місяці тому

      Bangladesh je tohoti​@@hasanurrahman9365

    • @sayaedtaj5777
      @sayaedtaj5777 2 місяці тому

      Naac A+ grade university hol USTM gom e pau nkii ki hoi A+ grade.. sala unemployed