টীয়কৰ দুই কন্যাই লাভ কৰিলে সফলতা

Поділитися
Вставка
  • Опубліковано 6 лют 2025
  • আজি ঘোষণা হোৱা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত জিলিকিছে দৰিদ্ৰ পৰিয়ালৰ বহু যুৱক-যুৱতীয়ে ৷ টীয়কৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পৰিশ্মিতা শইকীয়া আৰু ৰাজশ্ৰী বৰাই লাভ কৰিলে সফলতা ৷
    News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
    𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
    𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    𝐊𝐨𝐨: www.kooapp.com...
    𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates

КОМЕНТАРІ • 46

  • @Miduldutta
    @Miduldutta 2 роки тому +14

    এই অভিযোগ কৰা কথাটোক লৈ
    বহুত বেয়া শব্দৰে দুহাৰি থৈছোঁ অভিযোগ কৰা ভিক্টৰ দাসৰ নামৰ ৰাজনীতি কৰা মানুহ তুক আৰু আপৰ গু খোৱা নেটা বোৰক ,
    আমাৰ বিশ্বাস আছিল এই টো
    ইয়াত ৰাজনীতি কৰিছে ,
    আৰু ভাল মানুহে বেয়া কাম আমি জানো
    আজি ভিক্টৰ সাৰাম জাতা ক'ত ক'ত গ'ল ,
    ভাল লাগিছে বৰ্তমান লৈকে যি সকলে চাকৰি লাভ কৰিছে
    তেওঁৰ লোকৰ বাবে ধন্যবাদ জনালো,
    আমি নিজে একো কৰিব নোৱাৰিলো
    কিন্তু আন মানুহে যদি কষ্টৰ বিনিময়ত কিবা এটা পায় শান্তি লাভ কৰো ,
    ধুনীয়া বহুতো ধুনীয়া বিশ্বাস দিছে আমাৰ মূখ্যমন্ত্ৰী জনে,,
    জয় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম

  • @polkakati9020
    @polkakati9020 2 роки тому +6

    এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈও। ভাল কৰ্মৰ স্বীকৃতি সদায় প্ৰসংসিতই হয়। এনেবোৰ প্ৰংসাৰ কথা শুনিলে আপোনালোকৰ ওচৰত শিৰনত হৈ যায়। সদায়েই যেন এনে কামৰ মাজেৰে আশীৰ্বাদ তথা সুনাম অক্ষুন্ন ৰাখে যেন।

  • @abhijitgogoi16
    @abhijitgogoi16 2 роки тому +5

    শুভেচ্ছা জনালো।ভাল লাগিছে মেধাৰ ভিত্তিত চাকৰি পাইছে, যেনেকৈ স্বচ্ছতাৰে চাকৰি পাইছে আগলৈও যাতে নিকা স্বচ্ছ তাৰে কাম কৰি যায় কামনা কৰিলো।

  • @kanakrabha3239
    @kanakrabha3239 2 роки тому +7

    বহু দুখীয়া লৰা ছোৱালী চাকৰি পালে বহু ভাল লাগিছে আজি পৰীক্ষা নিকা হৈছে যেন পাওঁ

  • @kirangogoi4748
    @kirangogoi4748 2 роки тому

    সুন্দৰ, এটা সময় আছিল টকা নিদিয়াকৈ চাকৰিৰ কথা দুখীয়াই ভাবিব নোৱাৰিছিল । ধন্যবাদ অসম চৰকাৰ ।

  • @bababorah9085
    @bababorah9085 2 роки тому +10

    আখিল, কংগ্ৰেছ ,আপ, লুৰিণ , তৃণমূলৰ OTP ৰিপুণ বড়া আৰু বাওঁ তহঁতে চকুমেলি চা ॥ লগতে চেলেকা চেনেলৰ সাংঘাতিক কেইটা ॥ দুখীয়া মানুহে চাকৰি পাইছেনে ॥ অভিনন্দন ॥

  • @mrjobola2170
    @mrjobola2170 2 роки тому +1

    একাংশ মেডিয়াৰ প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্ন হয় যে দুখীয়া বুলি চাকৰি পাইছে নে আৰ্থিক ভাৱে দুৰ্ৱল ঘৰৰ লৰা-ছোৱালীয়ে নিজৰ যোগ্যতাৰ বলত চাকৰি পাইছে।
    যোগ্যজনক যোগ্যতাৰ হিচাপত সন্মান কৰক ইয়াত ধনী-দুখীয়া, ধৰ্ম-জাত-পাত, গাঁও-চহৰৰ কথা নাহে।

  • @dipupatangia9860
    @dipupatangia9860 2 роки тому +1

    অতি সুন্দৰ।

  • @ajoyborah9072
    @ajoyborah9072 2 роки тому +1

    অভিনন্দন জনালো দুয়োজনী ভাগিনলৈ।

  • @pushpadhardeka6071
    @pushpadhardeka6071 2 роки тому +3

    Toomalokar safalatar babe aami bahut hukhi. Thank u bhanti.

  • @Anuranan2025
    @Anuranan2025 2 роки тому

    ছোৱালী দুগৰাকী ৰ নাম আৰু গাওঁ খনৰ নাম কোৱা হ'লে বেছি ভাল পালোহেতেন

  • @pankajsaikia6076
    @pankajsaikia6076 2 роки тому +1

    May God bless both of you🙏

  • @sankardas8373
    @sankardas8373 2 роки тому +1

    মুল্য বৃব্ধী হৱ লাগে অসম চৰকাৰ.কাৰন চাকৰী বহুত দি আছে.

  • @globalvillage6416
    @globalvillage6416 2 роки тому +2

    Action speaks louder than words..... moi Qatar t chakori koru gotike moi political party t nai...... ami pora huna kori thoka homoyot AGP aru Congress r rulling t ketiyao dekha nai enekoi chakori howa..... moi nijei SI exam Congress r homoyot pass korisilo kintu durniti kori chakori list t annkunubar he naam homuwale ..... moi bipodot pori ann state loi ahibologa hol .... etia Qatar t asu

    • @karmayt6816
      @karmayt6816 2 роки тому

      Nice bro Qatarot ki kora etia

  • @kalpanadas6707
    @kalpanadas6707 2 роки тому +3

    Congratulations 🎉🎉🥳

  • @manabkonwar423
    @manabkonwar423 Рік тому

    ধন্যবাদ

  • @rekhabora2772
    @rekhabora2772 2 роки тому +1

    Mama jindabad b j p jindabad

  • @jyotismanhazarika3524
    @jyotismanhazarika3524 2 роки тому +1

    congress baa

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 роки тому +1

    ছোৱালী দুগৰাকীৰ নাম প্ৰকাশ কৰিবলৈ পাহৰিলে, নে কিবা বাধা আছে ?

  • @barasharajbangshi719
    @barasharajbangshi719 2 роки тому +1

    শুভেচ্ছা জনালো ।

  • @sanjibgogoi2757
    @sanjibgogoi2757 2 роки тому +5

    Val lagil kintu Alp dinor pisot i phone ata loi reals bonai cammmndo nohoba...👍

    • @ajitdas1862
      @ajitdas1862 2 роки тому +1

      jar jitu gun kheia Jane n .. tmia sage tenekai nki

    • @sanjibgogoi2757
      @sanjibgogoi2757 2 роки тому

      Moi cammmndo nohi nohi🙄

    • @ajitdas1862
      @ajitdas1862 2 роки тому +1

      @@sanjibgogoi2757 tenehole cmmt u nokoribo tenekoi..jar reels dekhe tar reels tur cmmt section tu goi aidore koi ahilei hol

  • @mr.cyclerider162
    @mr.cyclerider162 2 роки тому +2

    Congratulations 💐

  • @loboganju7531
    @loboganju7531 2 роки тому +1

    Great

  • @jibontaye6714
    @jibontaye6714 2 роки тому

    Very good

  • @stylewdwomenia2016
    @stylewdwomenia2016 2 роки тому

    Congratulations

  • @subhadevrabha503
    @subhadevrabha503 2 роки тому

    Good 👍👍👍👍

  • @goneshsaikia9725
    @goneshsaikia9725 2 роки тому +2

    G hakale sakori paise teo lukar gharkhan dakhi hukhi hoisu..hai hakole puatu juktihanmot...aru jugya jan ..abhinandan ...

  • @baloramdeka8021
    @baloramdeka8021 2 роки тому

    Good jab

  • @prasantborah786
    @prasantborah786 2 роки тому

    Etia victor , akhil aru congreess or spokesperson kot ase

  • @sureshsonowal7764
    @sureshsonowal7764 2 роки тому +1

    Moru vnga ghar ata ase

  • @tutumonibrahma9207
    @tutumonibrahma9207 2 роки тому +1

    bjp sarkar jindabat aji dr. himanta bishwa saror karne assomkhn agotke bll hoiisee xo teoo hdaye dirgho jivi hok

  • @Justfeel7999
    @Justfeel7999 2 роки тому

    bik gaya hai ye news
    agar itna hi garibo ko naukri mila hai to plss govt ko kahiye cuttoff dikhaye merit list v dikhaye

    • @Justfeel7999
      @Justfeel7999 2 роки тому

      100 garib ka dikha k 500 seat bechne wali govt yahi karti hai aur media se karwati hai

    • @Justfeel7999
      @Justfeel7999 2 роки тому

      90 seat the female k liye
      80 qualify the
      lekin aap ladko ka v dikhaiye

  • @shiblalsharma5547
    @shiblalsharma5547 2 роки тому

    Birudhi bur

  • @barman4899
    @barman4899 2 роки тому

    Congratulations🥳🎉👏

  • @janborah3220
    @janborah3220 2 роки тому

    Congratulations

  • @pankajsaikia6076
    @pankajsaikia6076 2 роки тому +1

    Congratulations🙏

  • @monjitboruah4813
    @monjitboruah4813 4 місяці тому

    Congratulations