exclusive video,got opportunity to watch Assamese marriage of 1970,,it's a scene of film,perhapes putala Ghar,kashmiri saikia acted as heroin in this film,her first film as a heroin,perhapes made in 1975,76
Suhag raat r dinao aku nokorile... Xeikrnei tu amar axomiya manuh xini population komi jabo dhorise......amar jegat Bangladeshi keitai he population borhai ase
Mur Axom r old video bur sale mur kandibo mon jai😑eman hohos-khorol asil manuhbor....tetia r dinote Jodi jonom lolu hoi.. Atia tu tare 10% tu nai axom r beya lage amar ajir axom k sai..
অন্তৰ পৰশা I নিস্পাপ সৰলতাৰে ভৰা দৃশ্যটি সঁচাকৈয়ে মন চুই যোৱা...
The way she chewed the tamul😄
সম্পুৰ্ণ ছবি খন চাবলৈ মন আছিল
Proud to be an Assamese
Really proud to Adsamese !!
Rajbongshi?
Waiting chowdhury😁
@@matt_baker_101st That would be Pratiksha she is Apeksha, its more like Expectations Chowdhury
Actress joni acting bohut dhuniya, aji kalir so called actress kijoni k bohu gune dhuniya asil.
Beautiful Indian Tradition.
Ai Ahom.Salute.
Thanks for such glorious collection ❤❤❤
সুন্দৰ ❤️
Iman cute acting.
Kom hoi ei dujon actors
বন্দনা চিনেমা হলত চিনেমা খন চাইচিলো ধন্যবাদ
যি সকলে অভিনয় কৰিছিল যদি পাৰে জনাব আশা ৰাখিলো আৰু কোন চনত হৈছিল।
exclusive video,got opportunity to watch Assamese marriage of 1970,,it's a scene of film,perhapes putala Ghar,kashmiri saikia acted as heroin in this film,her first film as a heroin,perhapes made in 1975,76
বহুত ভাল লাগিল ❤️❤️❤️ ।
Life was so simple
Baa danger tamul khaise
Vl lagil sai
Balya bibah😎
সম্পূর্ণ চলচ্চিত্রখন দিব পাৰিবনে ?
সুন্দৰ অভিনয়
বৰ্তমান অসমীয়া মানুহে চিনেমা খন চাই বহুত কথা শিকিব পাৰিব,বাহিৰৰ চিনেমা নকল কৰাত কৈ
Actor was good looking👍
Suhag raat r dinao aku nokorile... Xeikrnei tu amar axomiya manuh xini population komi jabo dhorise......amar jegat Bangladeshi keitai he population borhai ase
Tamul mein 😁👌
Awesome
Mur Axom r old video bur sale mur kandibo mon jai😑eman hohos-khorol asil manuhbor....tetia r dinote Jodi jonom lolu hoi.. Atia tu tare 10% tu nai axom r beya lage amar ajir axom k sai..
সঁচাকৈ ,,, মানুহবোৰ সৰল হোৱাৰ উপৰিও বিৰাট সহজমনা আছিল আৰু ভেটি উছন নিয়া বিধৰ নাছিল ... সুদৃঢ়কৈ অতবছৰে লোকাচাৰ , পৰম্পৰা জীয়াই ৰাখিছিল তাৰে আধাই খিলঞ্জীয়া আৰু ৰাজনীতি য়ে আমাক জুৰুলা কৰিলত বঙালে মাটি ভেটি উছন নিলত আমাৰো এতিয়া গতি এটা ওলায় মানে উলিয়াওঁমানে তেনেদৰেই ৰৈ আছোঁ পোহৰক পম খেদি , কিন্তু এইয়া সঁচাই যে সৰলতাই অসমত বহুগুণে লোপ পাইছে , লয় পাবলৈ হবলা এতিয়া দীৰ্ঘদিনীয়া পৰিক্ৰমালৈ ৰৈ থাকিবৰো সকাম নাই এইদৰে বঙাল সোপাই গৰাহত নিলে আমাৰ অসমখনত , কিন্তু সৰহভাগ জগৰ আমাৰ গাত ,
সচাই কৈছে আপুনি🥺😓
Kasmiri soikya asil neki heroine Joni olop pahori su 👌👌👌
Kashmiri saikia e hoi
full film khn pale val asl.
Full movie khon kot pam kunubai kobo nki ..
5:18 xiyal r voice tu mukhere disil sage
❤️
Tamul main
Full movie khon ase nke??
Wow
plzz full movie upload .......
Bhaigya mor Tetiyare Salositro aji Dekhibo priso
Movie khon upload kora hole val asil
Plz upload the full movie
Full movie khn lge
Xorute sowa monot pori gol Bhu bsoror murot
Ki dhul bojaise kunubai dhoribo parisane????amr fale atiau ai dulor seu bojau bhala ghort
আজি কালি প্ৰথম দিনাতে ফালি দিয়ে.....নিদিলে আকো সিপনৰ পৰাও সমস্যা....দিলও বিপদ নিদিলেও বিপদ....
Agar dinar biyar katha ji Ananda asil seibor atiar biyat sei madakata powa jainebaru?
movie khn full koi lgisil.
Original marage
Indra baniya actor
কি তামোল খাইছি
দৰঙীয়া বিয়াত পৰম্পৰা সমূহ দেখুৱাবলৈ যত্ন কৰিছিল খ্যাতিমন্ত পৰিচালকজনে , ফলশয্যাৰ নিশাই এনেদৰে তামোল চোবোৱা , গাখীৰ খোৱা , মান ধৰা , ভৰি মছা পৰম্পৰা আছে আমিবোৰৰ , দৰঙীয়া কোঁচ ৰজাসকলে সৈতে কঢ়িয়াই অনা হৈছিল এইসমূহ পৰম্পৰা আৰু তেওঁলোক আহিলত দৰঙত বাৰেৰহণ চৰিছিল আৰু অসমৰ সাংস্কৃতিক ৰাজধানী লৈ ৰূপ সলাইছিল দৰং নগৰখনে
Suli a vori musa logic2 ki.....
আগৰ দিনৰ স্বামী-স্ত্ৰীৰ সম্পৰ্কত বয়সৰ ব্যৱধানটোলেও লক্ষ্য কৰিবা ... এইটোলৈ সেই দৃষ্টিভংগীৰে নেচাবা , এইটো এটা অতি অন্তৰঙ্গপূৰ্ণ ক্ৰিয়া ... স্বামী-স্ত্ৰীক কাষলৈ বুলি অনাব পৰাকৈ নিয়মবোৰৰ সৃষ্টি হৈছিল .. ভাৰতত এনে নিয়ম নাই , বঙ্গৰ কেইঘৰমান ঘৰতো দেখা যায় , তেনেস্থলত এই নিয়মৰ গুৰি অসমতে বুলি ভাবিবৰ থল আছে ... মূলতঃ অষ্ট্ৰিক Austro-Asiatic এটা মাতৃ তান্ত্ৰিক সমাজ য'ত নাৰীসকলৰ সন্মানেই সৰ্বাধিক পিছে প্ৰকৃতিৰ নিয়ম মতে নাৰীৰ নমনীয়তাহে পুৰুষলৈ আকৰ্ষণীয় , যিটোৱে দুয়োৰে হৃদয়বাহী শক্তি হিচাপে ক্ৰিয়া কৰে ... আৰু স্বামী বা গিৰি মানে হ'ল দেৱতা আৰু আমাৰ লোকাচাৰত দেৱতাক দেহাৰে সাকোঁ পৰা বা চুলিৰে ভৰা মচা , এনেবোৰ উক্তিৰে শ্ৰদ্ধা-ভক্তি আৰু সন্মান যচা হয় , তেনেকেও ভাবিব পাৰি ... ধন্যবাদ 🙏
@@kamruptourism4992 thankyou.....👌👌
চুলিৰ সমান আয়ুস হোৱাৰ কামনা