হিন্দু ধৰ্মগ্ৰন্থ অনুসৰি মাংস ভক্ষণ কৰাটো পাপ নে পুণ্য || সাত্বিক ৰাজসিক আৰু তামসিক আহাৰ কোনবোৰ

Поділитися
Вставка
  • Опубліковано 23 січ 2025

КОМЕНТАРІ •

  • @PradipDas-ho9xv
    @PradipDas-ho9xv Рік тому

    Jai sri krishna

  • @mantukalita-ig2dm
    @mantukalita-ig2dm 14 днів тому

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ❤❤❤নিৰ্মিত,আহাৰ।🎉🎉🎉🎉

  • @ikondas8254
    @ikondas8254 3 місяці тому

    বহুত বহুত ধন্যবাদ জয় শ্রীকৃষ্ণ 🙏🏼🌷🙏🏼🌷🙏🏼🌷🙏🏼🌷🙏🏼🌷👍🏼👍🏼👏🏾

  • @bplvdoley8243
    @bplvdoley8243 Рік тому +8

    ৰাম যদি মাংসহাৰি নাছিল তেনেহ'লে চিকাৰলৈ কিয় গৈছিল। উত্তৰ দিয়ক।

    • @phukan123
      @phukan123 14 днів тому

      ৰামে কেতিয়া চিকাৰলৈ গৈছিল।প্ৰথমে ৰামায়ণ পঢ়ি ল, তাৰ পিছত ৰামৰ উপৰত প্ৰশ্ন কৰিবি ।অলপ জ্ঞানৰ পৰিসৰ বঢ়া

  • @pariboruah6694
    @pariboruah6694 Рік тому

    Ranampravu 🙏🙏🙏

  • @jayantakalitavlogs
    @jayantakalitavlogs Рік тому

    ❤❤❤

  • @gopaldaimari6905
    @gopaldaimari6905 Рік тому +1

    Jai Sri ram🙏🙏🙏🙏🙏

  • @nitulgogoi8995
    @nitulgogoi8995 Рік тому

    👍

  • @greenassam9927
    @greenassam9927 Рік тому +3

    জীৱ হত্যা যদি মহাপাপ হয় ,,পূজা পাৰ্বনত কিয় ,,বলি দিয়ে ,, বলি দিলেহে ভগৱান সন্তুষ্ট হয় নেকি,,জনাবচোন

    • @bhakti_kotha_assamese
      @bhakti_kotha_assamese  Рік тому

      এই বিষয়ত অতি সোনকালেই এই video প্ৰস্তুত কৰিম। অনুগ্ৰহ কৰি কেইদিনমান অপেক্ষা কৰিব।

  • @LudraRava
    @LudraRava 7 місяців тому +2

    Gai ajonir powali tuk bandhi manuhe tar makor pora gakhir duwai khowato pap ne punyo....

  • @narayanchetia7538
    @narayanchetia7538 3 місяці тому

    অশেষ ধন্যবাদ থাকিল ভগৱানে আপোনাৰ মঙ্গল কৰক তাকেই কামনা কৰিলোঁ কৃষ্ণ 👏🏻🕉️🪔👏🏻🌹🌹🌲

  • @biswsnatharbuwarianju2330
    @biswsnatharbuwarianju2330 Рік тому

    জয় শ্ৰী কৃষ্ণ

  • @gubiningti9842
    @gubiningti9842 Рік тому

    বিহুত ভাল লাগিল

  • @MridupwonMridupwon
    @MridupwonMridupwon Рік тому

    Really moi aaji buji palu

  • @mrmvlogsl6815
    @mrmvlogsl6815 Рік тому

    om khot guru

  • @bijukalita2999
    @bijukalita2999 Рік тому

    Good

  • @RijumoniChutia-dk6fd
    @RijumoniChutia-dk6fd Рік тому

    Joy srikrishna

  • @lohitbordoloi2689
    @lohitbordoloi2689 Рік тому

    জয় শ্ৰীকৃষ্ণ

  • @gaurikalita4976
    @gaurikalita4976 Рік тому

    XunDor hysa

  • @mantudeka5690
    @mantudeka5690 Рік тому

    Xundar lagil ami asolote mangkho bhuji nohoi tu kintu mamarhe utpat barhise rokha tole goi asu

  • @SanjayDas-qf2cf
    @SanjayDas-qf2cf Рік тому +1

    Wow bohut bhal lagil

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 Рік тому +1

    মাংসৰ কাৰণে জীৱ বধ কৰাটো পাপ বুলি গণ্য কৰিব পাৰি। লগতে পাপৰ মুক্তিৰ বাবে প্ৰাণী বধ কৰাটো উচিত নে?

    • @bhakti_kotha_assamese
      @bhakti_kotha_assamese  Рік тому

      এই বিষয়ত ভবিষ্যতে এটা video নিশ্চয় প্ৰস্তুত কৰিম।

  • @BornaliBarmon-el8cy
    @BornaliBarmon-el8cy Рік тому +1

    Thanks বহুত ভাল লাগিল

  • @junali555
    @junali555 Рік тому +1

    Krishna, 🙏

  • @analata6540
    @analata6540 Рік тому

    Niramish ahar

  • @jillborthakur4054
    @jillborthakur4054 Рік тому

    মই নিজেই নিৰামিষ খাও আৰু বৰ ভাল লাগিল।🙏

  • @assamallmixture3148
    @assamallmixture3148 Рік тому +6

    আমি সম্পূৰ্ণ ৰূপে নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ। ভাল লাগিল দেই 🙏

  • @jorhatialoravlogs3962
    @jorhatialoravlogs3962 Рік тому +1

    Val lagil video tu 💕💕💕

  • @anyvideokidschannel9648
    @anyvideokidschannel9648 Рік тому +1

    Aibur sob Misha '/.

    • @Bgmiaccountsellar23
      @Bgmiaccountsellar23 Рік тому

      Tur mankho okoman dibi neki noro khadak toi

    • @phukan123
      @phukan123 14 днів тому

      তোৰ নিচিনা লুভিয়া ম্লেছ ৰ কাৰণে মিছা হব পাৰে, কিন্তু প্ৰকৃততে নহয়

  • @krishnakakaty2624
    @krishnakakaty2624 Рік тому +1

    Joi. Sri. Krißhna

  • @samudraporidas-gs4hc
    @samudraporidas-gs4hc Рік тому +2

    পনিৰ খাব পাৰিনে নাই এটা ভিডিয় বনাব

  • @nandeshwarrabha730
    @nandeshwarrabha730 Рік тому +1

    Thanks

  • @dasnipul69
    @dasnipul69 7 місяців тому

    শাক ছবজি উত্তম

  • @kalpapator3652
    @kalpapator3652 Рік тому

    Niramis

  • @prafullakumar933
    @prafullakumar933 3 місяці тому

    Niramix

  • @gaurikalita4976
    @gaurikalita4976 Рік тому

    Gourl. Kalita

  • @pulakdas2171
    @pulakdas2171 Рік тому +1

    Sunevallagil

  • @dasnipul69
    @dasnipul69 7 місяців тому +1

    জয় কৃষ্ণ, জয়,কৃষ্ণ, জয় কৃষ্ণ ❤

  • @nayankrkakati9561
    @nayankrkakati9561 Рік тому +1

    jai shree krishna❤❤❤🙏🙏🙏🙏🙏

  • @joidulpegu5579
    @joidulpegu5579 Рік тому

    Joon to bostu kaai manuhe pet bore hetu grohon koribo laage joon to bostu kaai more eyak grohon koribo nalage.

  • @bistupegu8700
    @bistupegu8700 Рік тому +7

    Nice video Jay shree krishna🎉🎉🎉🙏🙏🙏🙏🙏

  • @hemantagogoi7483
    @hemantagogoi7483 Рік тому

    জিভাৰ তৃপ্তি কাৰণে ভক্ষণ কৰে ৰঙা কলা দ্ৰব্য দিবলৈ কলে ৰঙা কলা লগা এটা হাঁহ পিটিকা মাৰি মাৰে।

  • @Maniksonowal9999
    @Maniksonowal9999 Рік тому

    Myself vegetarian, not even single eggs also

  • @bijukhanikar
    @bijukhanikar Рік тому

    কৃষ্ণ আমি নিৰামিষ ভোজন কৰো।শি

  • @CrazyAxomOfficial01
    @CrazyAxomOfficial01 Рік тому +2

    মই সদায় সাত্বিক আহাৰ খাই ভাল পাওঁ । জয় শ্ৰীকৃষ্ণ

  • @sasadharkalita2466
    @sasadharkalita2466 Рік тому

    Niram showato usit

  • @arupbailung159
    @arupbailung159 Рік тому +8

    আজি বুজিলো মাছ মাংস খোৱাতো অনুচিত

  • @MithunDas-su1vj
    @MithunDas-su1vj Рік тому +1

    Vejitebul food Jai Shri Khrsna🪔🪔🪔🪔🪔🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏

  • @bijoybaro3565
    @bijoybaro3565 Рік тому

    b

  • @hrishikesh2747
    @hrishikesh2747 Рік тому +1

    Gos adal o jibo .. tene hole gos kota tu o pap....
    Hoy ne jonabosu.....?

  • @manibhadraswargiary1324
    @manibhadraswargiary1324 Рік тому

    Vegetarian hole prithibit judha bigrah nathakibo santi ahibo

  • @bhabendeka3089
    @bhabendeka3089 Рік тому +1

    Jai sri krishna 🙏🏻🙏🏻🥢🥢

  • @1mikon
    @1mikon Рік тому +4

    নিৰামিষ খোৱা মানুহে বহু বেয়া কাম কৰি ধনী হ’ব খোজে আৰু টকা লুটি খায় কিয়?

    • @phukan123
      @phukan123 14 днів тому

      অই মূৰ্খ, দুটামান নিৰামিষ খোৱা মানুহে বেয়া কৰিলে সমগ্ৰ নিৰামিষ ভুজিয়ে বেয়া কৰা বুজায় নেকি ? আৰু বেয়া কাম কৰা লগত আমিষ / নিৰামিষভূজি কৰ পৰা আহিল। জ্ঞানৰ পৰিসৰটো ঠেক অলপ

    • @1mikon
      @1mikon 13 днів тому

      @ বেলেগক বেয়াকৈ গালি ককৰ্থনা কৰাৰ আগতে ভালদৰে আলোচনা কৰিব শিকক। ধৰ্মীয় পৰম্পৰাৰ বাবেই বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত নিৰামিষভোজীৰ শতকৰা হাৰ সৰ্বাধিক । আনকি মাংস পৰিবেশন ৰেষ্টুৰেণ্টতবোৰটো সাধাৰণতে মেনুৰ অংশ হিচাপে এটা বৃহৎ নিৰামিষ অংশ থাকে।
      পৃথিবীৰ ভিতৰত দূৰ্নীতিৰ ক্ষেত্ৰত ০ ৰ পৰা ১০০ লৈকে স্কেলত ভাৰতে ৩৯ নম্বৰ লাভ কৰিছিল যোৱাবছৰ। দুটামান নিৰামিষ নহয় । বহুত । ইমানেই যদি নিৰামিষ খোৱা মানুহ আছে ভাৰতত দূৰ্নীতি ইমান কিয়? সেইটো ভাবি চাইছে নে?

    • @1mikon
      @1mikon 12 днів тому

      @ বেলেগক বেয়াকৈ গালি গ্য়াৰ আগতে ভালদপে আলোচনা কৰিব শিকক। ধৰ্মীয় পৰম্পৰাৰ বাবেই বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত নিৰামিষভোজীৰ শতকৰা হাৰ সৰ্বাধিক । আনকি মাংস পৰিবেশন ৰেষ্টুৰেণ্টতবোৰটো সাধাৰণতে মেনুৰ অংশ হিচাপে এটা বৃহৎ নিৰামিষ অংশ থাকে।
      পৃথিবীৰ ভিতৰত দূৰ্নীতিৰ ক্ষেত্ৰত ০ ৰ পৰা ১০০ লৈকে স্কেলত ভাৰতে ৩৯ নম্বৰ লাভ কৰিছিল যোৱাবছৰ। দুটামান নিৰামিষ নহয় । বহুত । ইমানেই যদি নিৰামিষ খোৱা মানুহ আছে ভাৰতচ দূৰ্নীতি ইমান কিয়?

  • @papudas2244
    @papudas2244 Рік тому +5

    মাছ মাংস বেপাৰ কৰাটো পাপ নে পূণ্য ..বেচা, কিনা তো পাপ চাগে ,,

    • @superb8926
      @superb8926 Рік тому +4

      Pup ai kionu ata nirih pranir k Mari hihate bepar kore so ai2 pup karmoi hoi.kin2 koliyog r manuhe ai2 bujibo nuwaribo.ata nirih pranik Mari khua2 koliyog r manuhar karane hadharn katha hoi thakil.aru বেদত likha mote ata hamoiat koliyog manuhe manuhar mankhar bepar karibo aru khabo .ghor koliyog arombha haboloi aru 5000 year ache tar pachot ai prithibi Khan belag ata roop hoi paribo

  • @jitumonisblife9887
    @jitumonisblife9887 Рік тому +9

    নিৰামিষ উত্তম আহাৰ

  • @malikulislam72
    @malikulislam72 Рік тому

    Bemeroor pora mukti paboloi hole 100/niramish bhujan korok.

  • @tongkeswarpagag5670
    @tongkeswarpagag5670 Рік тому

    পূজাত কিয় কেচা বলী দিয়া হয়

  • @ritakalita8975
    @ritakalita8975 Рік тому +4

    মাংস খোবাটো পাপো নহয আৰু পুণ্যও নহয। মাত্ৰ এইটো মনত ৰাখিবা যে কোনটো দৃষ্টিৰে তাক খাইছা

  • @arundeka1928
    @arundeka1928 Рік тому +1

    বহুত ভাল লাগিছে,
    আগলৈও

  • @jagannathborah2022
    @jagannathborah2022 Рік тому

    Niramis sokolutkoibhal

  • @hiyamani23
    @hiyamani23 Рік тому +1

    Jai shri krishna 🙏🙏🙏

  • @p.rvloge8792
    @p.rvloge8792 Рік тому +1

    Dada video sai buhut bhal lagil

  • @jibonaduruwamoi7374
    @jibonaduruwamoi7374 Рік тому +5

    যদি মাছ মাংস খোৱা যদি পাপ হয়। তেতিয়া হ'লে আমাৰ হিন্দু ধৰ্মাৱলম্বী ত কিছুমান দেৱি দেৱতা ক পূজা কৰিৱ (মহ আৰু ছাগলী, হাঁহ কুকুৰা পাৰ)ইত্যাদি বলি কিয় দিয়া যাই, যেনে মা কামাখ্যা।🙏🕉️🛐❤️
    জনাবচোন দাদা।

  • @JUG2023
    @JUG2023 Рік тому

    Moi o niramis ahar grohon Koru, logote amis o grohon koru

  • @srimontaburagohain1665
    @srimontaburagohain1665 Рік тому +8

    ভাল লাগিলে আমি সবে নিৰামিষ আহাৰ গ্ৰহণ কৰো এনেদৰে সুন্দৰ ভাৱে কাহিনী আকাৰে জনমানসত প্ৰচাৰ কৰিবলৈ ভগৱন্তই কৃপা বৰিষক।

  • @sureshrabha418
    @sureshrabha418 Рік тому +1

    মই শ্ৰী কৃষ্ণৰ আহাৰ প্ৰিয় ।যিকোনো ঠাইত যিকোনো খাদ্য বনোৱা খাদ্য আৰু ঠান্দা আহাৰ খাই ভাল পাও।ফল ভুল মোৰ প্ৰিয় মোৰ । মই ফল খাই জিয়াই থাকিব পাৰিম ।🙏🙏🙏🙏🙏হ'লে কৃষ্ণ .......

  • @bparmandasharma5429
    @bparmandasharma5429 Рік тому

    Hhhhhhhh

  • @FfSunadoley-ee3tb
    @FfSunadoley-ee3tb Рік тому

    Jai sri krishna. Trijogotr poti krishna

  • @appuboro7454
    @appuboro7454 Рік тому +1

    ব্ৰামূন অৰ্জুনে গাহৰি চিকাৰ কিয় কৰিছিল,। দখৰতৰজাই চিকাৰত কিয় কিয় গৈছিল, তাৰে এটা ভিডিয় বনাব, আখা ৰাখিলোঁ

  • @sintugogoi6209
    @sintugogoi6209 Рік тому

    🤣🤣 সাংঘাতিক হাঁহি উঠা ফকটিয়া কথা এইবোৰ৷

  • @pranjitborah8752
    @pranjitborah8752 Рік тому

    Moi gahori khai bhal pau. Apunaluke?

  • @kamalpayeng4938
    @kamalpayeng4938 Рік тому +1

    Hare krishan

  • @akhayrajbongsha4638
    @akhayrajbongsha4638 Рік тому +8

    মানৱ আৰু দানৱ । দানৱ ৰাক্ষস ভোজ-ভাত খাই মানৱ নিৰামিষ আহাৰ ।

  • @gopaldoley2764
    @gopaldoley2764 Рік тому

    Good information thank you so much

  • @sonjoyroychoudhury8888
    @sonjoyroychoudhury8888 Рік тому

    অSONKHYA dhanyavaad apunak

  • @mandirabasumatary9003
    @mandirabasumatary9003 Рік тому

    Good luck.🙏👍♥️

  • @shubhansarania
    @shubhansarania Рік тому

    🙏🙏🙏🙏🙏🙏🙏😊😊😊

  • @dulumanidaimary4341
    @dulumanidaimary4341 Рік тому

    Hsa kothatu kintu ki kom

  • @darksoulff3564
    @darksoulff3564 Рік тому +19

    i am a vegeterian . proud to be a pure vegeterian .

  • @bkjoba69
    @bkjoba69 Рік тому

    Paap ,trinovuji pani pi khai. Mangso khuabur pani seleki khai.bhobanor aaku kamot haat dibo nuare.

  • @purnimadas7779
    @purnimadas7779 Рік тому +3

    🙏🙏🙏🙏Jai Shree krishna🙏🙏🙏🙏

  • @rabinkalita4149
    @rabinkalita4149 Рік тому +6

    জয় শ্ৰী কৃষ্ণ 🙏🙏🙏

  • @anamikakalitadevi3516
    @anamikakalitadevi3516 Рік тому +1

    Ajir pora mass ,mankho,bad dilu aru dada

  • @alakadeka-bf4ui
    @alakadeka-bf4ui Рік тому

    Joy,sree,Krishna,may,niramish,ahar,val,powyu

  • @anandgour8750
    @anandgour8750 Рік тому

    Rojar naam ki asil kowa nai je jonabo shon

  • @jitumonitalukdar7966
    @jitumonitalukdar7966 Рік тому

    Satvik aahar vaal pao

  • @dulumanisahariah7029
    @dulumanisahariah7029 Рік тому +2

    শুনি আপ্লুত হ'লোঁ ।মই নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ ।

  • @rajensingh1404
    @rajensingh1404 Рік тому +1

    Jay Sri krishna

  • @rupamray2050
    @rupamray2050 Рік тому +1

    সচা কথা কৈছে আপুনি 🥰🥰🥰😍🔱🔱🕉🕉🕉

    • @jibonaduruwamoi7374
      @jibonaduruwamoi7374 Рік тому

      মা কামাখ্যা তে ছোন মহ বলি দিয়া যায়। দাদা আৰু আমাৰ কিছুমান পূজা কৰিৱ ও ছাগলী কুকুৰা পাৰ ইত্যাদি দান দিয়া যায় আৰু বলিও দিয়া যায় ছোন।

  • @rktalukdar4543
    @rktalukdar4543 Рік тому +1

    Right 💯🙏🙏🙏

  • @RitukrBorah
    @RitukrBorah Рік тому

    Ram jodi mankho hari nohoi tente Dokhorothe keyo sekarot pokhu buli shrobon kumarok dhonur ban maresel ? Bapek jodi mankho hare tente putek?

  • @Jitubordoloi-kx7dh
    @Jitubordoloi-kx7dh Рік тому

    Niramihk vall pau mai

  • @norenborah5872
    @norenborah5872 Рік тому +4

    মই নিৰামিষ আহাৰ গ্ৰহণ কৰো।আপোনালৈ ধন্যবাদ থাকিল।

  • @superb8926
    @superb8926 Рік тому +3

    Moi mas-mankho Ara almost 1 month hol.moi mas-mankho Ara karan2 hol monor akhanti.atia moi bahut hukhi.mas-mankho Ari.❤

    • @Raghav_18ghānshym
      @Raghav_18ghānshym Рік тому +2

      Good, Mera ek sal se bhi jyada ho gaya , Krishna ki kripa se Hslc exam atsa Gaya .🙏🏻 Hare Krishna 🙏🏻

    • @superb8926
      @superb8926 Рік тому

      @@Raghav_18ghānshym shree Krishna ji ka kripa se sab kuchh achcha hoga .kam karte jayega sacchi nistha se bhagwan aupko fhal aboisya dega.Jai Jai Shree Krishna,Jai Shree Radhe-Krishna..

  • @utpaldas5376
    @utpaldas5376 Рік тому

    Niramis khai vl pao

  • @jitudas5096
    @jitudas5096 Рік тому +11

    Jai sri krishna ❤️❤️❤️🙏🙏🙏

  • @1mikon
    @1mikon 12 днів тому

    বেয়াকৈ কোৱা জনক কৈছো। বেলেগক বেয়াকৈ গালি পৰাৰ আগতে ভালদৰে আলোচনা কৰিব শিকক। ধৰ্মীয় পৰম্পৰাৰ বাবেই বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত নিৰামিষভোজীৰ শতকৰা হাৰ সৰ্বাধিক । আনকি মাংস পৰিবেশন ৰেষ্টুৰেণ্টতবোৰটো সাধাৰণতে মেনুৰ অংশ হিচাপে এটা বৃহৎ নিৰামিষ অংশ থাকে।
    পৃথিবীৰ ভিতৰত দূৰ্নীতিৰ ক্ষেত্ৰত ০ ৰ পৰা ১০০ লৈকে স্কেলত ভাৰতে ৩৯ নম্বৰ লাভ কৰিছিল যোৱাবছৰ। দুটামান নিৰামিষ নহয় । বহুত । ইমানেই যদি নিৰামিষ খোৱা মানুহ আছে ভাৰতচ দূৰ্নীতি ইমান কিয়?

  • @junakoraareaare6540
    @junakoraareaare6540 Рік тому +1

    ভগৱান শ্ৰীকৃষ্ণৰ সখী Arjun নিৰামিষ নে আমিষভোজী আছিল কবনে

    • @Raghav_18ghānshym
      @Raghav_18ghānshym Рік тому

      What are you saying? Arjun is the pure devotee of lord krishna . He used to not eat non -veg . Arjun is pure vegetarian . Krishna ka ek nam hein भक्तवत्सल arthath bhakt ke aadhin . Arjun Krishna ke bohut bara bhakta hein Jo नींद me vi Krishna ke he nam lete . Aur Krishna toh भक्तों ke aadhin hein . Esiliye Arjun ke Rath ke sarthi Bane . Aur aap toh jante ho krishna ka bhakt pure vegetarian hote hein .😎

  • @7gc970
    @7gc970 Рік тому +2

    মাংস যদি কোনো মানুহে নেখাই তেতিয়া জীৱ জন্তুৰ কোনে পুহীব আৰু জীৱ জন্তুৰ ইয়াৰ বাহিব আমি একো খেতিৰ কৰিব নোৱাৰিম পুক পত্ৰঙগ গছ গছনী সকলোৱেই
    জীৱ আছে সেইবোৰ অনিষ্ট কৰিব নোৱাৰিম
    তেতিয়া আমি খাম কি গছৰ ফল ফুল বিলাকৰ জীৱ আছে খোজ কাৰোতে পথাৰত
    কুমাৰোতে অখেশ জীৱ মৃত্যুৰ হয় এতিয়া কি
    কৰিম । জীৱ সত্যাৰ কৰিলে পাপ হলে কেনেকৈই মানুহ জিয়াই থাকিব ।