LAI LUNG KHAM || TAI AHOM TRADITIONAL FOLK DANCE SONG || NANG DEBOJYOTI PHUKON

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • LAI LUNG KHAM is TAI AHOM TRADITIONAL FOLK DANCE SONG sung by NANG DEBOJYOTI PHUKON, Music Director Chao Noben Mohan, Co-Singer and Music arranger Chao Protim Gogoi, Musicians are Chao Dipuram Boro, Dwipen Hatiboruah, Mriganka Dowarah, Protim Gogoi, Recorded at B.M. Studio Charing and +db studio panibil, Mixed and Mastered by Chao Bhargav Gogoi, Lyrical Video Edited by Taposh Phukan

КОМЕНТАРІ • 21

  • @horenphukon5013
    @horenphukon5013 Рік тому +4

    অতি সুন্দৰ , গানটো শুনি গাৰ লোম শিয়ঁৰি উঠিল সচাকৈ মহন , চাংবোন , মপলং অৰ্থাৎ (মহন , দেউধাই , বাইলুং) আমি হলো টাইলুং টাইখাম আমাৰ এখন সুকীয়া আসন আছে , আমি তাহানি জয়ধ্বজ সিংহ দিনত ৰজা প্ৰজা সকলোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে কিন্তু আমাৰ মহুঙ চাংবোন মপলং সকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে তেতিয়াৰ পৰাই আমি তিনি ফৈদ এঘৰৰীয়া , তাহানি হেৰাই যাব ধৰা আমাৰ ভাষা সংস্কৃতি পৰম্পৰা পুনৰ আমি ঘূৰাই পাবলৈ সক্ষম হৈছো , আমাৰ বংশৰ পৰিয়াল 40 ঘৰমান আছো তাৰে ৮ ঘৰ নাই অহা ৩২ ঘৰ মান আহিলো আৰু বৰগোঁহাই ৫ ঘৰ মান মিলি এখন জ্ঞাতি লগতে এখন শাখা খুলি এটি বাঁহেৰে নিৰ্মিত ৰেন ও নিৰ্মাণ কৰিলো , এতিয়া আমাৰ সকলো ৰীতি নীতি পৰম্পৰা টাইটে কৰো ।

    • @thelifevlogzs7211
      @thelifevlogzs7211 Рік тому

      আমাৰ বিলাকে পিঠি দিলে ৷ মই মোমাই তামুলী বৰবৰুৱা পৰিয়ালৰ মানুহ আমাৰ বংশৰ পৰাই আহোমৰ ১৬৭১ বিখ্যাত সেনাপতি ৷ আমি এতিয়া ভাষাটো নেজানো শিকিব বিচাৰোঁ ৷ ইয়াত প্ৰচলন নাই ৷ From Tinsukia, kakopather

  • @HemantaPhukan-xp7nx
    @HemantaPhukan-xp7nx 2 місяці тому

    Gan tu honing mur bhal lage

  • @oneworldonevoicesg530
    @oneworldonevoicesg530 2 роки тому

    বহুত সুন্দৰ আৰু অৰ্থৱহ

  • @aninditabaruah4457
    @aninditabaruah4457 Рік тому

    সুন্দৰ হৈছে।

  • @mulanboruah5715
    @mulanboruah5715 2 роки тому +3

    Tanglai kruptang

  • @pulengogoi5475
    @pulengogoi5475 Рік тому

    সুন্দৰ ❤️

  • @n.g.education3695
    @n.g.education3695 2 роки тому

    Oti khundor.

  • @babyrajkhowa8578
    @babyrajkhowa8578 Рік тому +1

    Nice❤

  • @jamkhamgogoi8196
    @jamkhamgogoi8196 Рік тому

    Excellent.

  • @hemantaphukan6285
    @hemantaphukan6285 Місяць тому

    Moi ,prakitik bhal pau.moi sakari karu jadiu khati karu.akal sakari kari nijar pariyal tuk puhi le nahi hamajaru kam kartu he prokit manuh.
    Hemanta. Assam

  • @pranayankumarbora6787
    @pranayankumarbora6787 Рік тому

    Suni bor val lage

  • @gyanbhai7275
    @gyanbhai7275 Рік тому

    Goooi

  • @nangsengkukoi6088
    @nangsengkukoi6088 2 роки тому +1

    মানচাও নবেন মহনৰ আমাৰ জাতিৰ প্ৰতি বহুত অৱদান আছে।

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl 6 місяців тому

    🕉💙🙏🏻

  • @puspadhardowarah1932
    @puspadhardowarah1932 Рік тому

    অশেষ ধন্যবাদ।

  • @pranjitlahonbiki6158
    @pranjitlahonbiki6158 9 місяців тому

    ❤❤❤❤

  • @induphukan5198
    @induphukan5198 2 роки тому

    Khruptang