Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
দলে যিহেতুকে আপোনাৰ কথাত গুৰুত্ব দিয়া নাই তেন্তে আপুনি বলকি আছে কিয় ?
চিঞৰি থকাতকৈ ৰাইজৰ কাৰণে কিবা ভাল কাম কৰক , তেতিয়াহে ৰাইজে ভাল পাব । আপুনি ক্ষমতা পালেই ক্ষমতাৰ অপব্যৱহাৰ কৰে । কাৰোবাৰ মাইকীক হোটেলৰ কোঠাত লৈ গৈ ৰাতিটো বেজী দি থাকে আপুনি
যোগ্য ভোগ্য বসুন্ধৰা।।।গতিকে এয়াই সত্য।ইয়াত কবলগা নাই।।।হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী নোহোৱা হলে বিজেপি অসমত মহান শূন্য হলেহেতেন।।আজি অসমত কংগ্ৰেছে শাসন কৰি থাকিলেহেতেন।।।ক্ষমতাৰ লুভীয়া আৰু টকাৰ লুভীয়াবিলাকেহে দলৰ হৈ কাম নকৰি দলৰ মাজত সংঘাট লগাই থাকে।।আগত নিজৰ যোগ্য বনাই লোৱা পিছত মূখ্যমন্ত্ৰীৰ সপোন দেখিবা।।হিমন্তৰ মানুহ কিমান আৰু ৰাজেন গোসাইৰ মানুহ কিমান সেইটো বিচাৰ কৰি চোৱা প্ৰথমে।।।বিজেপিত 2021 ৰ পৰা মূখ্যমন্ত্ৰীয়ে কষ্ট কৰি আহিছে,গতিকে ইয়াৰ বাবেই বিজেপি অসমত জনপ্ৰিয়তা হৈ আছে।।।ৰাজেন গোসাই খেতি কৰিলেই ফল পোৱা নাযায় ,সাৰ পানী দিয়াটোহে আচল কথা।।।কথাবোৰ কেৱল ক্ষন্তেকীয়াকৈ ভাৱি চালে বিজেপিৰ অস্তিত্ব ই নাথাকিব।।।অলপ নিজকে দূৰদৰ্শী হব লাগে।।।আজি হিমন্ত বিশ্ব নহলে তিনি গগৈয়ে বিজেপিক ঘাটে ঘাটে পানী খুৱালেহেতেন।।।মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক ক্ষেত্ৰত পূৰঠ অভিজ্ঞতা থকাৰ বাবে বিজেপি আছে।।হিমন্ত বিহীন বিজেপি থকা হলে হয়টো আমিও বিজেপিক ভোট নিদিলোহেতেন।।।মোৰ ব্যক্তিগত মতামত অসমৰ ভিতৰত মূখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা প্ৰথম হিমন্ত দ্বিতীয় গৌৰৱ।।((জনপ্ৰিয়তাৰ ফালৰ পৰা))
Right 👍
কংগ্রেছৰ পৰা খেদা খোৱা কেইটাই বিজেপি দলক ধ্বংস কৰিবলে আৰু বেছি দিন নাই।
Right
আজিৰ দিনত জোৰ যাৰ মুলুক তাৰ। ধন বল জন বলত তেওলোক বহুত ওপৰত বাবে এতিয়া ৰাজ কৰি আছে ।
ৰাজেন গোঁহাইয়ে ৰাজ্যিক ৰে'ল মন্ত্ৰী হৈ থাকোঁতে অসমৰ কাৰণে কি কৰিলে।হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিয় বিৰোধ কৰি বিৰোধি দলক উৎসাহিত কৰিছে।আপোনাক মুখ্যমন্ত্ৰী পদ দিলেও চম্ভালিব নোৱাৰিলে হেঁতেন।
দল যিয়েই নহওক।ৰাজনীতিত সক্ৰিয়তাৰ ভিক্তিত প্ৰাধান্য দিয়া হয়।তাত ন-পুৰনি বুলি কথা নাই।ৰাজেন গোঁহাই জ্যেষ্ঠ কিন্তু বয়সস্ত ব্যক্তি,,,সেয়ে সমালোচনা এৰি নতুনক সুযোগ দিব লাগে।
Yes right 👍👍👍
👍👍👍❤
Duro dorkhi heen rajniti neta.Rajniti hangothn 2nd line natun mukh khub joruri.Jar abhabot Jyoti babur dore maxist dol ne hekh hool.Rajnit etihakh phoiyay sabo.Kunu bhue koop nahe anne kotha botora bur....
বিজেপি'ৰ নীতি আদৰ্শ বৰ্তমান ভৰিৰে মুহাৰিছে কংগ্রেছৰ একালৰ শিয়াল কেইটাই।
Akdom Satya Kotha Koise Karobak Leng Mari CM Hoise
Aku napai siori ase val fund ata di dibo mamai mukh bondho 😂😂😂😂